Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 5

    Practice D.El.Ed PET Exam GK MCQ Paper - 05 with most important General Knowledge questions for Assam D.El.Ed Entrance 2025. Boost your score with solved MCQs, PDF download, and exam tips.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

D.El.Ed PET Exam GK MCQ Paper - 05

 

1. The contemporary king of Kumar Bhaskaravarman was: (কুমাৰ ভাস্কৰবৰ্মণৰ সমসাময়িক ৰজাজন হ'ল)
A. Harshavardhana (হর্ষবর্ধন)
B. Chandragupta (চন্দ্রগুপ্ত)
C. Shivaji (শিৱাজী)
D. Krishnadevaraya (কৃষ্ণদেৱৰায়)
 
2. Under the Citizenship Amendment Act (2019) of India, people coming from which of the following countries are not granted citizenship (ভাৰতৰ নাগৰিকত্ব আইনে (2019) তলৰ কোনখন দেশৰ পৰা অহা লোকক নাগৰিকত্ব প্রদান নকৰে)
A. Nepal (নেপাল)
B. Pakistan (পাকিস্তান)
C. Bangladesh (বাংলাদেশ)
D. Afghanistan (আফগানিস্তান)
 
3. How many gold medals did the USA win at the Rio Olympics (ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা সোণৰ পদক লাভ কৰিছিল)
A. 2000 (দুহেজাৰটা)
B. 500 (পাঁচশটা)
C. 1000 (এহেজাৰটা)
D. 30 (তিনিশটা)
 
4. In which year did the second Burmese invasion of Assam occur (কিমান চনত অসমত মানৰ দ্বিতীয় আক্রমণ হৈছিল)
A. In 1813 (১৮১৩ চনত)
B. In 1819 ((খ) ১৮১৯ চনত)
C. In 1822 (১৮২২ চনত)
D. In 1819 (১৮১৯ চনত)
 
5. In which year did the first Moamoria rebellion take place (কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্রোহ হৈছিল)
A. 1760 AD (১৭৬০ খ্রীষ্টাব্দ)
B. 1765 AD (১৭৬৫ খ্রীষ্টাব্দ)
C. 1769 AD (১৭৬৯ খ্রীষ্টাব্দ)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
6. Where was cane work produced in Assam (কাঁহৰ বাচন অসমৰ ক'ত তৈয়াৰ কৰা হয়)
A. Sualkuchi (শুৱালকুছি)
B. Hajo (হাজো)
C. Sarthabari (সৰ্থেবাৰী)
D. Tihu (টিহু)
 
7. Who was the first tennis player to participate in the Asian Games from Assam (এছিয়ান গেমছ খেলা প্রথমগৰাকী টেনিছ খেলুৱৈ কোন আছিল)
A. Bhogeswar Baruah (ভোগেশ্বৰ বৰুৱা)
B. Monalisa Baruah (মনালিছা বৰুৱা)
C. Bidyut Goswami (বিদ্যুৎ গোস্বামী)
D. Nandini Baruah (নন্দিনী বৰুৱা)
 
8. Which sportsperson from Assam represented the Indian Table Tennis team (অসমৰ কোনগৰাকী খেলুবৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্রতিনিধিত্ব কৰিছিল)
A. Bhogeswar Baruah (ভোগেশ্বৰ বৰবা)
B. Nandini Baruah (নন্দিনী বৰুৱা)
C. Monalisa Bakra (মনালিছা বকরা)
D. Bidyut Goswami (বিদ্যুৎ গোস্বামী)

 

9. Founder of the greedy dynasty - লোভী বংশৰ প্ৰতিষ্ঠাতা

(a) Abraham is greedy - ইব্ৰাহিম লোভী
(b)  Bahlul Khan Lodi - বাহলুল খাঁ লোডী
(c) Sikandar Lodi - ছিকন্দৰ লোডী
(d) Not one - এটাও নহয়

 

10. Founder of the Syed dynasty - চৈয়দ বংশৰ প্ৰতিষ্ঠাতা

(a) Mubarak Shah - মোবাৰক শাহ
(b)  Khizir Khan - খিজিৰ খান
(c) Muhammad Shah - মহম্মদ শাহ
(d) Not one - এটাও নহয়

 

11. Built the city of Ferozebad - ফিৰোজাবাদৰ চহৰ নিৰ্মাণ কৰিছিল

(a) Alauddin - আলাউদ্দিন
(b)  Firoz Shah Tughlaq - ফিৰোজ টোগলক
(c) Mosquitoes Toggle the bin - মহ বিন টোগলক
(d) Not one - এটাও নহয়

 

12. When did Timur invade India - টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল

(a)  1398 AD - ১৩৯৮ খৃঃ
(b) 1396 AD - ১৩৯৬ খৃঃ
(c) 1414 AD - ১৪১৪ খৃঃ
(d) 1526 AD - ১৫২৬ খৃঃ

 

13. He was the Sultan of Delhi at the time of Timur's invasion - টাইমূৰৰ আক্ৰমণৰ সময়ত দিল্লীৰ চুলতান আছিল

(a) Feroze Toglak - ফিৰোজ টোগলক
(b) Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
(c)  Nasiruddin Mehmood Shah - নাছিৰউদ্দিন মহম্মদ
(d) Not one - এটাও নহয়

 

14. Fatehpur Chikri is near which of the following places - ফটেহপুৰ চিক্ৰী তলৰ কোনখন ঠাইৰ ওচৰত

(a)  Agra - আগ্ৰা
(b) The Jamuna - যমুনা
(c) Godavari - গোদাবৰী
(d) Mathura - মথুৰা

 

15. He was the first Turk to invade India - ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী আছিল

(a)  Algugin - আলগুগিন
(b) Masood - মাসুদ
(c) Mohammad Ghori - মহম্মদ ঘোৰী
(d) Not one - এটাও নহয়

 

16. Sultan Mamud invaded India several times - চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল

(a) 15 times - ১৫ বাৰ
(b) 16 times - ১৬ বাৰ
(c)  17 times - ১৭ বাৰ
(d) Not one - এটাও নহয়

 

17. When did Sultan Mamud attack the Somnath Temple - চুলতান মামুদে সোমনাথ মন্দিৰ কেতিয়া আক্ৰমণ কৰিছিল

(a)  1025 AD - ১০২৫ খৃঃ ত
(b) In 1024 AD - ১০২৪ খৃঃ ত
(c) In 1000 AD - ১০০০ খৃঃ ত
(d) Not one - এটাও নহয়

 

18. The historians who came to India with Sultan Mamud were: - চুলতান মামুদৰ লগত ভাৰতলৈ অহা ইতিহাসবিদজান হ'ল-

(a) Amir khan - আমিৰ খ
(b) Abul Fazl - আবুল ফজল
(c)  Alberuni - আলবেৰুণী
(d) Not one - এটাও নহয়

 

19. The Second Battle of Tarain (1192 AD) was defeated by Muhammad Ghori - তৰাইনৰ দ্বিতীয় যুদ্ধ (১১৯২ খৃঃ) মহম্মদ ঘোৰীয়ে পৰাস্ত কৰিছিল

(a)  Prithviraj Chouhan - পৃথ্বীৰাজ চৌহানক
(b) Anand Palak - আনন্দ পালক
(c) Jayapal Answer - জয়পালক উত্তৰ
(d) None of them - এটাও নহয়

 

20. He became the Mughal leader who came to invade India with the help of Iltutmish - ইলতুৎমিছৰ সহায়ত ভাৰত আক্ৰমণ কৰিবলৈ অহা মোগল নেতাজন হ'ল

(a) Babur - বাবৰ
(b) Shersah - শ্বেৰছাহ
(c)  Genghis Khan - চেঙ্গিজ খান
(d) Humayun - হুমায়ুন

 

 

21. The upper class created by Iltutmish with slaves is - ইলতুৎমিছে দাসসকলক লৈ সৃষ্টি কৰা উচ্চ শ্ৰেণীটো হ'ল

(a)  Chihalgani - চিহালগানী
(b) Chalisagani - চালিসাগানী
(c) Cherwani - চেৰৱানী
(d) None of them - এটাও নহৰ

 

22. He was the commander-in-chief of Alauddin's southern campaign- আলাউদ্দিনৰ দাক্ষিণাত্য অভিযানৰ প্ৰধান সেনাপতি আছিল

(a) Noah - নুহৰ
(b) Ramachandra - ৰামচন্দ্ৰ
(c)  Malik Kaful - মালিক কাফুল
(d) Not one - এটাও নহয়

 

23. He was the first Turkish sultan to reform various aspects of government - শাসনৰ বিভিন্ন দিশত সংস্কাৰ সাধন কৰা প্ৰথমজন তুৰ্কী চুলতান হ'ল

(a) Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
(b)  Alauddin - আলাউদ্দিন
(c) Feroze Toglak - ফিৰোজ টোগলক
(d) Not one - এটাও নহয়

 

24. In Indian history, he is called a 'wise and foolish' king - ভাৰত বুৰঞ্জীত 'জ্ঞানী মূৰ্খ' ৰজা আখ্যা দিয়া হয়

(a)  Muhammad bin Tughlaq - মহম্মদ বিন টোগলকক
(b) Qutbuddin - কুতুবুদ্দিনক
(c) Calcutta - কলকাক
(d) Feroze Toglak - ফিৰোজ টোগলকক

 
25. In which district of Assam is the Hot Water (Geothermal) Project located (গৰম পানীৰ প্রকল্প অসমৰ কোনখন জিলাত অৱস্থিত)
A. Sivasagar (শিৱসাগৰ)
B. Jorhat (যোৰহাট)
C. Karbi Anglong (কার্বি আংলং)
D. Dibrugarh (ডিব্রুগড়)
 
26. In which district of Assam can the birds of Deepor Beel be found (দীপৰ বিলৰ পক্ষী অসমব কোনখন জিলাত পোৱা যায়)
A. Kamrup (কামৰূপত)
B. Karimganj (কৰিমগঞ্জত)
C. Nagaon (নগাঁৱত)
D. Tezpur (তেজপুৰত)
 
27. How many bridges have been constructed over the Brahmaputra river till now (ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং বর্তমানলৈ সাজি উলিওৱা হৈছে)
A. One (এখন)
B. Two (দুখন)
C. Four (চাৰিখন)
D. Six (ছখন)

 

28. He became the founder of the Mughal Empire - মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল

(a) Humayun - হুমায়ুন
(b) Akbar - আকবৰ
(c)  Babur - বাবৰ
(d) Shersah - শ্বেৰছাহ

 

29. He became the founder of the kingdom of Ghazni - ঘজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল

(a)  Algugin - আলগুগিন
(b) Mohammad Ghori - মহম্মদ ঘোৰী
(c) Shersah - শ্বেৰছাহ
(d) Abraham is greedy - ইব্ৰাহিম লোভী

 

30. Muhammad Ghazni attacked the Somnath Temple in Gujarat - মহম্মদ গজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল

(a) In 1018 - ১০১৮ চনত
(b) In 1020 - ১০২০ চনত
(c) In 1025 - ১০২৫ চনত
(d)  In 1015 - ১০১৫ চনত

 

31. The Chief Minister is appointed by the Governor of the Constitution - মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে সংবিধানৰ

(a)  Section 164(1) - ১৬৪ (১) নং অনুচ্ছেদমূতে
(b) In accordance with Article 165(1) - ১৬৫ (১) নং অনুচ্ছেদমতে
(c) In accordance with Article 163(1) - ১৬৩ (১) নং অনুচ্ছেদমতে
(d) In accordance with Article 155(1) - ১৫৫ (১) নং অনুচ্ছেদমতে

 

32. He chaired the meeting of the State Cabinet - ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে

(a) The Prime Minister - প্রধানমন্ত্ৰীয়ে
(b) The President shall - ৰাষ্ট্ৰপতিয়ে
(c)  The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(d) The Governor - ৰাজ্যপালে

 

33. The Chief Minister and other Ministers should take oath before taking office - মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্রহণ কৰিব লাগে

(a) To the President - ৰাষ্ট্ৰপতিৰ ওচৰত
(b) To the Prime Minister - প্রধান মন্ত্ৰীৰ ওচৰত
(c) To the High Court - উচ্চ ন্যায়ালয়ৰ ওচৰত
(d)  To the Governor - ৰাজ্যপালৰ ওচৰত

 

34. What is the minimum number of members of the Assembly - বিধান সভাৰ নিম্নতম সদস্য সংখ্যা কিমান হ’ব লাগে

(a) 40 people - ৪০ জন
(b)  60 people - ৬০ জন
(c) 80 people - ৮০ জন
(d) 50 people - ৫০ জন

 

35. What is the maximum number of members of the Assembly - বিধান সভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ’ব লাগে

(a)  500 people - ৫০০ জন
(b) 600 people - ৬০০ জন
(c) 126 people - ১২৬ জন
(d) 300 people - ৩০০ জন

 

36. What is the minimum age of members of the State Legislative Assembly - ৰাজ্যিক বিধান সভাৰ সদস্যৰ ন্যুনতম বয়স কিমান হ’ব লাগে

(a) 40 years - ৪০ বছৰ
(b) 35 years - ৩৫ বছৰ
(c) 30 years - ৩০ বছৰ
(d)  25 years - ২৫ বছৰ

 

37. Who runs the Assembly - বিধান সভা কোনে পৰিচালনা কৰে

(a) The Governor - ৰাজ্যপালে
(b) The Chief - মুখ্য
(c)  The Chairman - অধ্যক্ষই
(d) The Council of Ministers - মন্ত্ৰী পৰিষদে

 

38. Who conducts the work of the Assembly in the absence of the Speaker - অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধান সভাৰ কাম পৰিচালনা কৰে

(a) The Governor - ৰাজ্যপালে
(b) The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(c)  The Vice-Chairman - উপাধ্যক্ষই
(d) The Council of Ministers - মন্ত্ৰী পৰিষদে

 

39. What is the term of office of the Speaker of the Assembly - বিধান সভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান

(a) 10 years - ১০ বছৰ
(b) 8 years - ৮ বছৰ
(c) 6 years - ৬ বছৰ
(d)  5 years - ৫ বছৰ

 

40. At what age does the Chief Justice of the High Court retire - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্রহণ কৰে

(a) At the age of 55 years - ৫৫ বছৰ বয়সত
(b) At the age of 58 years - ৫৮ বছৰ বয়সত
(c) At the age of 56 years - ৫৬ বছৰ বয়সত
(d)  At the age of 62 - ৬২ বছৰ বয়সত

 

41. Who was the first Assamese Judge of the Supreme Court of India - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল

(a) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(b) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচাৰ্য্য
(c)  Parvati Kumar Goswami - পাৰ্বতী কুমাৰ গোস্বামী
(d) Haliram Deka - হলিৰাম ডেকা

 

42. What is the traditional attire of Assamese women (অসমৰ মহিলাৰ পৰম্পৰাগত সাজপাৰ কি)
A. Sari (শাড়ী)
B. Mekhela-Chador (মেখেলা-চাদৰ)
C. Churidar (চুৰিদাৰ)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
43. What are the tombs of Ahom kings known as (আহোম ৰজাৰ সমাধিসকলক কি জনা যায়)
A. Maidams (মৈদাম)
B. Panchbhumi (পঞ্চভূমি)
C. Pyramid (পিৰামিড)
D. One of the above is correct (তিনিটায় এটা শুদ্ধ)
 
44. Through which city of Assam can tea be exported (অসমৰ কোনখন চহৰৰ মাজেদি চাহ ৰপ্তানি কৰিব পাৰি)
A. Tezpur (তেজপুৰ)
B. Bitopan (বিতোপন)
C. Sonitpur (শোণিতপুৰ)
D. Dibrugarh (ডিব্রুগড়)
 
 
45. What is the place known for ivory crafts (হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি)
A. Nalbari (নলবাৰী)
B. Barpeta (বৰপেটা)
C. Tihu (টিহু)
D. Hajo (হাজো)
 
46. Which district of Assam is famous for bamboo and cane mats (অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি)
A. Nalbari (নলবাৰী)
B. Kamrup ((খ) কামৰূপ)
C. Barpeta (বৰপেটা)
D. Hajo (হাজো)
 
47. When was the first Assamese drama ‘Binabaragi’ published (প্রথম অসমীয়া নাটক বীণবৰাগী কেতিয়া প্রকাশিত হয়)
A. 1930 (১৯৩০ চনত)
B. 1920 (১৯২০ চনত)
C. 1935 (১৯৩৫ চনত)
D. 1940 (১৯৪০ চনত)
 
48. Who wrote the first children’s novel (প্রথম শিশু উপন্যাসখন কোনে ৰচনা কৰিছিল)
A. Chandra Kumar Agarwala (চন্দ্ৰ কুমাৰ আগৰৱালা)
B. Dr. Banikanta Kakati (ড° বাণীকান্ত কাকতি)
C. Hargobind Sharma (হৰগোবিন্দ শৰ্মা)
D. Jatindra Nath Duara (যতীন্দ্ৰ নাথ দুৱৰা।)
 
49. What was the name of the first Assamese stage play (প্রথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি আছিল)
A. Bhaktipradip (ভক্তিপ্রদীপ)
B. Chihnoyatra (চিহ্নযাত্রা)
C. Parijat Haran (পাৰিজাত হৰণ)
D. Rukmini Haran (ৰুক্মিণীহৰণ)
 
50. What is the state flower of Assam (অসমৰ ৰাজ্যিক ফুল কি)
A. Lotus (পদুম ফুল)
B. Kopou Phool (Foxtail Orchid) (কপৌফুল)
C. Togar Phool (তগৰ ফুল)
D. Nahor Phool (নাহৰ ফুল)

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved