Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 7

     Prepare effectively for your D.El.Ed PET exam with our latest GK MCQ Paper - 07. Practice important general knowledge multiple-choice questions designed to boost your PET score. Free, accurate, and updated D.El.Ed Pre-Entry Test GK MCQs with answers and explanations.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 07

 

1. In which year did the Indian National Congress come to power in Assam Legislative Assembly elections (অসমৰ বিধানসভা নির্বাচন কিমান চনত ভাৰতব জাতীয় কংগ্ৰেছৰ ক্ষমতালৈ আহে)
A. 2000 (২০০০ চনত)
B. 2006 (২০০৬ চনত)
C. 2001 (২০০১ চনত)
D. 2003 (২০০৩ চনত)
 
2. Who directed the film “Dinbandhu” (দীনবন্ধু ছবিখন কোনজন পৰিচালকে পৰিচালনা কৰিছিল)
A. Munin Baruah (মুনিন বৰুৱা)
B. Jahnu Baruah (জাহ্নু বৰুৱা)
C. Suman Haripriya (সুমন হৰিপ্রিয়া)
D. Arup Manna (অৰূপ মান্না)
 
3. What is the name of Assam’s first national park (অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি)
A. Manas National Park (মানস ৰাষ্ট্ৰীয় উদ্যান)
B. Kaziranga National Park (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান)
C. Nameri National Park (নামেৰী ৰাষ্ট্ৰীয় উদ্যান)
D. None of the above (ওপৰৰ এটাও নহয়)
 
4. Who was the first Assamese player to be selected for the Indian Cricket ‘A’ team (ভাৰতীয় ক্রিকেট 'এ' দললৈ নির্বাচিত প্রথম অসমীয়া খেলুৱৈগৰাকীৰ নাম কি আছিল)
A. Sachin Tendulkar (শচীন তেণ্ডুলকাৰ)
B. Javed Jaman (জাভেদ জামান)
C. Mohammad Azharuddin (মহম্মদ আজহাব)
D. None of the above (ওপৰৰ এটাও নহয়)
 
5. In which year was the first international cricket match held (প্রথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল)
A. 1980 (১৯৮০ চনত)
B. 1983 (১৯৮৩ চনত)
C. 1995 (১৯৯৫ চনত)
D. 1935 (১৯৩৫ চনত)
 
6. Name the Assamese player who got a place in the Indian school cricket team (ভাৰতীয় স্কুল ক্রিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকীৰ নাম কি আছিল)
A. Abu Naseem Ahmed (আবু নেচিম আহমেদ)
B. Madhurjya Prasad Baruah (মাধুৰ্যপ্ৰসাদ বৰুৱা)
C. Rahul Dravid (বাহুল দ্রাবিড়)
D. Manish Pandey (মনীশ পাণ্ডে)
 
7. How many total medals did Assam win at the 33rd National Games (৩৩তম বাষ্ট্রীয় ক্রীড়াত অসমে সর্বমুঠ কিমানটা পদক লাভ কৰিছিল)
A. 140 (১৪০ টা)
B. 142 (১৪২ টা)
C. 148 (১৪৮ টা)
D. 130 (১৩০ টা)
 
8. Which Assamese player was the first to receive the Arjuna Award (অসমৰ কোনগৰাকী খেলুৱৈক প্রথমে অর্জুন বঁটা প্রদান কৰিছিল)
A. Monalisa Baruah (মনালিছা বৰুৱা)
B. Bhogeswar Baruah (ভোগেশ্বৰ বৰুৱা)
C. Bidyut Goswami (বিদ্যুৎ গোস্বামী)
D. Nandini Baruah (নন্দিনী বৰুৱা)
 
 
9. The Battle of Saraighat was fought between whom (শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল)
A. Ahoms and Mughals (আহোম আৰু মোগলৰ মাজত)
B. Koch and Ahoms (কোচ আৰু আহোমসকলৰ মাজত)
C. Pal dynasty and Chutia dynasty (পাল বংশ আৰু চুতীয়া বংশৰ মাজত)
D. None of the above (ওপৰৰ এটাও উত্তৰ শুদ্ধ নহয়)

 

10. Who was the first President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল

(a) Umesh Chandra Banerjee - উমেশ চন্দ্ৰ বেনাৰ্জী
(b) Dada Bhai Naorji - দাদা ভাই নৌৰজী
(c) Surendranath Banerjee - সুৰেন্দ্ৰনাথ বেনাৰ্জী
(d) Sardar Vallabhbhai Patel - চৰ্দাৰবল্লভভাই পেটেল

 

11. The Indian National Congress was established - ভাৰতীয় জাতীয় কংগ্ৰেছপ্ৰতিষ্ঠা হৈছিল

(a) In 1883 AD - ১৮৮৩ খ্ৰীঃত
(b) In 1885 - ১৮৮৫ খ্ৰীঃত
(c) In 1886 AD - ১৮৮৬ খ্ৰীঃত
(d) In 1905 AD - ১৯০৫ খ্ৰীঃত

 

12. First woman President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী

(a) Sarojini Naidu - সৰোজিনী নাইডু
(b) Vijayalakshmi Pandit - বিজয়লক্ষ্মী পণ্ডিত
(c) Mrs Annie Bechant - মিছেছ এনি বেচান্ত
(d) Indira Gandhi - ইন্দিৰা গান্ধী

 

13. Non-cooperation movement begins

(a) In 1817-18 - ১৮১৭-১৮ চনত
(b) 1819-20 years - ১৮১৯-২০ চনত
(c) 1920-21 - ১৯২০-২১ চনত
(d) 1921-22 - ১৯২১-২২ চনত

 

14. At which Congress session did the Congress declare 'Swaraj' as its goal - কোনখন কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ’লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে

(a) At the 1885 Bombay Session - ১৮৮৫ চনৰ বোম্বাই অধিৱেশনত
(b) In the 1906 Calcutta Session - ১৯০৬ চনৰ কলিকতা অধিৱেশনত
(c) At the 1907 Surat session - ১৯০৭ চনৰ চুৰাট অধিৱেশনত
(d)  In the Nagpur session of 1920 - ১৯২০ চনৰ নাগপুৰ অধিৱেশনত

 

15. In which session of the Congress was the demand for 'Purn Swaraj' or independence for India and the proposal of 'Lawless Movement' - কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতৰ বাবে ‘পূৰ্ণ স্বৰাজ’ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে ‘আইন অমান্য আন্দোলন’ৰ প্ৰস্তাৱ লোৱা হৈছিল

(a) At the 1922 Gaya session - ১৯২২ চনৰ গয়া অধিৱেশনত
(b) At the 1927 Madras Session - ১৯২৭ চনৰ মাদ্ৰাজ অধিৱেশনত
(c) At the Lahore session of 1929 - ১৯২৯ চনৰ লাহোৰ অধিৱেশনত
(d) At the 1920 Nagpur session - ১৯২০ চনৰ নাগপুৰ অধিৱেশনত

 

16. Who were the Governors General of India during the Lawless Movement - আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন কোন আছিল

(a) Lord Reading - Lord Lytton - লৰ্ড ৰিডিং - লৰ্ড লিটন
(b) Lord Irwin - Lord Willingdon - লৰ্ড আৰউইন - লৰ্ড উইলিংডন
(c) Lord Hardinges - Lord Samsford - লৰ্ড হাৰ্ডিংচ - লৰ্ড চেমচ্ফ'ৰ্ড
(d) Lord Minto - Lord Mountbatten - লৰ্ড মিণ্টো - লৰ্ড মাউণ্ট বেটেন

 

17. Who was the Governor General of India during the Quit India Movement - ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল

(a) Lord Willingdon - লৰ্ড উইলিংডন
(b) Lord Reading - লৰ্ড ৰিডিং
(c) Lord Linlithgow - লৰ্ড লিনলিথগো
(d) Lord Mountbatten - লৰ্ড মাউণ্ট বেটেন

 

18. Cunningham Circular was issued - কানিংহাম চাৰ্কুলাৰ জাৰি হৈছিল

(a) April 14, - ১৯৩০ চনৰ ১৪ এপ্ৰিল
(b) 6 May - ১৯৩০ চনৰ ৬ মে
(c) May 19, 1930 - ১৯৩০ চনৰ ১৯ মে
(d) 19 June - ১৯৩০ চনৰ ১৯ জুন

 

19. In which year did the rule of the British East India Company end in India - কোন চনত ভাৰতত ব্ৰিটিছইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল

(a) In 1857 AD - ১৮৫৭ খ্ৰীঃত
(b) In 1858 - ১৮৫৮ খ্ৰীঃত
(c) In 1861 AD - ১৮৬১ খ্ৰীঃত
(d) In 1847 AD - ১৮৪৭ খ্ৰীঃত

 

20. In which year was the capital of India shifted from Kolkata to Delhi - কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়

(a) On 12 April - ১৯১০ চনৰ ১২ এপ্ৰিলত
(b) On 12 April 1912 - ১৯১২ চনৰ ১২ এপ্রিলত
(c) On 15 April - ১৯১৪ চনৰ ১৫ এপ্ৰিলত
(d) On April 18, 1917 - ১৯১৭ চনৰ ১৮ এপ্ৰিলত

 

21. Who is the father of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন

(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Annie Bechant - এনি বেচান্ত
(c) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(d)  Alan Octavian Hume - এলান অক্টেভিয়ান হিউম

 

22. When did the Bengal Breakdown Movement take place - বংগ ভংগ আন্দোলন কেতিয়া হৈছিল

(a) In 1902 - ১৯০২ চনত
(b) In 1903 - ১৯০৩ চনত
(c) In 1905 - ১৯০৫ চনত
(d) In 1907 - ১৯০৭ চনত

 

23. In what year did the Sepoy Mutiny begin - চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হয়

(a) In 1757 - ১৭৫৭ চনত
(b) In 1657 - ১৬৫৭ চনত
(c) In 1847 - ১৮৪৭ চনত
(d)  In 1857 - ১৮৫৭ চনত

 
24. The word 'Asom' (Assam) is derived from: ('অসম' শব্দটোৰ উৎপত্তি হৈছিল)
A. Sanskrit word (সংস্কৃত শব্দ)
B. Hindu word (হিন্দু শব্দ)
C. Latin word (লেটিন শব্দ)
D. None of the above
 
25. In which year did the Battle of Saraighat take place ('শৰাইঘাটৰ ৰণ' কিমান চনত সংঘটিত হৈছিল)
A. In 1670 AD (১৬৭০ চনত)
B. In 1680 AD (১৬৮০ চনত)
C. In 1671 AD (১৬৭১ চনত)
D. In 1676 AD (১৬৭৬ চনত)

 

26. Which of the following persons was not a member of the Assembly when he took office as the Chief Minister of Assam - তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল

(a) Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
(b) Bimala Prasad Chaliha - বিমলা প্রসাদ চলিহা
(c) Jogendra Nath Hazarika - যোগেন্দ্ৰনাথ হাজৰিকা
(d) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া

 

27. Which Head of Administration has been given special powers for the Autonomous District Administrations mentioned in the Sixth Schedule and in accordance with Articles 244(1) and 275(2) of the Constitution - সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰৰ্বীক বিশেষ ক্ষমতা প্রদান কৰা হৈছে

(a) To the President - ৰাষ্ট্ৰপতিক
(b) the Prime Minister - প্রধানমন্ত্ৰীক
(c) Governor - ৰাজ্যপালক
(d) The Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষক

 

28. Who has the special power to provide for the introduction of autonomy for areas inhabited by Scheduled Castes, Tribes and other Backward Castes - অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসন প্রবৰ্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে

(a) the President - ৰাষ্ট্ৰপতিৰ
(b) the Prime Minister - প্রধানমন্ত্ৰীৰ
(c) Governor's - ৰাজ্যপালৰ
(d) the Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষৰ

 

29. Article No. of the Constitution of India determines the maximum and minimum number of members of the State Assemblies - ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে

(a) Article 158 - ১৫৮ নং অনুচ্ছেদ
(b) Article 160 - ১৬০ নং অনুচ্ছেদ
(c) Article 180 - ১৮০ নং অনুচ্ছেদ
(d)  Article 170 - ১৭০ নং অনুচ্ছেদ

 

30. Who elects the Speaker of the Assembly - বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে

(a) Members of the Legislative Assembly - বিধানসভাৰ সদস্যসকলে
(b) The Governor - ৰাজ্যপালে
(c) The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(d) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ

 

31. When was the Assam Accord signed - অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

(a) On 25 August - ১৯৭৯ চনৰ ২৫ আগষ্টত
(b) On 20 August - ১৯৮৯ চনৰ ২০ আগষ্টত
(c) On 12 August 1990 - ১৯৯০ চনৰ ১২ আগষ্টত
(d)  On 15 August 1985 - ১৯৮৫ চনৰ ১৫ আগষ্টত

 

32. Who was the first martyr of the freedom movement of Assam - অসমৰ স্বাধীনতা আন্দোলনৰ প্রথম শ্বহীদ কোন আছিল

(a) Maniram Dewan - মণিৰাম দেৱান
(b) Kushal Kauwar - কুশল কৌৱৰ
(c) Piyli Fukan - পিয়লি ফুকন
(d) Kankalta - কনকলতা

 

33. The number of members required to be present to hold a session of the Assembly - বিধান সভাৰ অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে

(a) One-fifth - এক পঞ্চমাংশ
(b) Two-thirdsb - দুই তৃতীয়াণখ
(c) One-tenth - এক দশমাংশ
(d) One quarter - এক চতুৰ্থাংশ

 

34. What is the name of the first Assamese person to become the President of the National Congress - জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Naveen Chandra Bardoli - নবীন চন্দ্ৰ বৰদলৈ
(c) Devkant Barra - দেৱকান্ত বৰ্ৰা
(d) Taran Ram Fukan - তৰণ ৰাম ফুকন

 

35. Who was the first Assamese person to become a member of the Sub-Committee on Drafting the Constitution of India - ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Manik Chandra Baroua - মাণিক চন্দ্ৰ বৰুৱা
(c) Syed Muhammad Sadullah - চৈয়দ মহম্মদ ছাদুল্লা
(d) Tarun Ram Fukan - তৰুণ ৰাম ফুকন

 

36. Who was the Assamese person who represented the London Round Table in 1930 - ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ ‘ঘূৰণীয়া মেজমেল’ত প্রতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Devkant Baroua - দেৱকান্ত বৰুৱা
(c) Maniram Dewan - মণিৰাম দেৱান
(d)  Chandradhar Baroua - চন্দ্ৰধৰ বৰুৱা

 
37. In which year was the dictionary published by Assam Sahitya Sabha (অসম সাহিত্য সভাই প্রকাশ কৰা অভিধানখন কিমান চনত প্রকাশ হৈছিল)
A. 1930 (১৯৩০ চনত)
B. 1933 (১৯৩৩ চনত)
C. 1935 (১৯৩৫ চনত)
D. 1937 (১৯৩৭ চনত)
 
38. Who was the first person to give modern form to Assamese grammar (অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তিজন কোন আছিল)
A. Lakshminath Bezbaruah (লক্ষ্মীনাথ বেজবৰুৱা)
B. Hemchandra Baruah (হেমচন্দ্র বৰুৱা)
C. Jatindra Nath Duara (যতীন্দ্ৰ নাথ দুৱৰা)
D. Devendra Nath Bezbaruah (দেৱেন্দ্র নাথ বেজবৰুৱা)
 
 
39. The mobile app developed by the Government of India to prevent the spread of COVID-19 and create awareness among people is: (কৰোনা সংক্রমন ৰোধ আৰু মানুহক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে প্ৰস্তুত কৰা মোবাইল এপটো হ'ল-)
A. Aarogya Setu (আৰোগ্য সেতু)
B. Corona Setu (কোৰোনা সেতু)
C. Covid Yudh (কভিদ যুদ্ধ)
D. Bharat Suraksha (ভাৰত সুৰক্ষা)
 
40. What is the full form of PPE Kit worn by doctors and health workers for protection against COVID-19 (কৰোনা প্ৰতিৰোধৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে পিন্ধা PPE Kitৰ সম্পূৰ্ণ নাম কি)
A. Personal Protective Equipment
B. Patient Protective Equipment
C. People’s Protection Equipment 
D. Public Private Equality 
 
 
41. What was the name of the cyclone that caused massive damage in West Bengal and Bangladesh in 2020 (2020 চনৰ পশ্চিমবংগ আৰু বাংলাদেশত বিস্তব ক্ষতি কৰা সাগৰীয় ধুমুহাৰ নাম কি আছিল)
A. Amphan (আম্ফান)
B. Fani (ফনি)
C. Nisarga (নিসর্গ)
D. Dhanush (ধনুষ)
 
42. What is the main industry of Assam (অসমৰ প্ৰধান শিল্পবিধৰ নাম কি)
A. Tea (চাহ)
B. Cotton (কপাহ)
C. Kerosene oil (খাৰুৱা তেল)
D. None of the above (ওপৰৰ এটাও নহয়)
 
43. Who received the Best Actor award at the 1995 Singapore International Film Festival (১৯৯৫ চনত ছিংগাপুৰ আন্তর্জাতিক চলচ্চিত্র উৎসৱত শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল)
A. Chetana Das (চেতনা দাস)
B. Bishnu Khargoria (বিষ্ণু খাৰঘৰীয়া)
C. Mridula Baruah (মৃদুলা বৰুৱা)
D. None of the above (ওপৰৰ এটাও নহয়)
 
44. In which district of Assam are Eri, Muga, and Pat silk produced (এৰী, মুগা আৰু পাটৰ কাপোৰ অসমৰ কোনখন জিলাত উৎপাদন হয়)
A. Nalbari (নলবাৰী)
B. Kamrup district (Sualkuchi) (কামৰূপ জিলাৰ (শুৱালকুছি))
C. Barpeta (বৰপেটা)
D. Nagaon (নগাঁও)
 
45. Where in Assam was cotton produced (অসমত কপাহ উৎপাদন হোৱা ঠাইখন কি আছিল)
A. Garo Hills (গাৰো পাহাৰ)
B. Karbi Hills (কাৰ্বি পাহাৰ)
C. Mikir Hills (মিকিৰ পাহাৰ)
D. None of the above is correct (ওপৰৰ এটাও শুদ্ধ নহয়)
 
46. Where was brassware made (পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়)
A. Hajo (হাজো)
B. Barpeta (বৰপেটা)
C. Sarthabari (সৰ্থেবাৰী)
D. Bongaigaon (বঙাইগাঁও)
 
 
47. Into how many main groups can the inhabitants of Assam be divided (অসমৰ বাসিন্দাসকলক প্রধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি)
A. Two (দুটা)
B. Four (চাৰিটা)
C. Three (তিনিটা)
D. Five (পাঁচটা)
 

48. Kautilya was the Prime Minister of which ruler - কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী

(a) Samudragupta - সমুদ্ৰগুপ্তক
(b) Ashoka - অশোক
(c) Harshavardhana - হৰ্ষবৰ্দ্ধন
(d)  Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য

 

49. Which Greek ambassador visited India during the reign of Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত ভাৰতলৈ আহিছিল

(a) Huyen Tsang - হিউৱেন ছাং
(b) Fahian - ফাহিয়ান
(c) Megasthenes - মেগাস্থিনিছ
(d) Harshavardhana - হৰ্ষবৰ্দ্ধন

 

50. Who was given the title of 'Devanampriya' - ‘দেৱনামপ্ৰিয়’উপাধি কাক দিয়া হৈছিল

(a) Harshavardhana - হৰ্ষবৰ্দ্ধন
(b) Particles - কণিষ্ক
(c) Ashoka - অশোক
(d) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য

 

51. Charaka was the court physician of which king - চৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিল

(a) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(b) Kanishka - কণিষ্ক
(c) Ashoka - অশোক
(d) Harshavardhana - হৰ্ষবৰ্দ্ধন

 

52. Which of the following dance styles is based on the story or theme of the Ramayana and Mahabharata - তলৰ কোনবিধ নৃত্যশৈলী ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী বা বিষয়বস্তুৰ আধাৰত লোৱা হয়

(a) Theater in India - ভাৰত নাট্যম
(b) Mohiniottam - মোহিনীঅট্টম
(c) The Odyssey - ওডিচি
(d) Kuchipuri - কুচিপুড়ী

 

53. Which of the following dances is a popular dance of Sangeet Theater in Maharashtra - তলৰ কোনবিধ নৃত্য মহাৰাষ্ট্ৰৰ সংগীত থিয়েটাৰৰ জনপ্ৰিয় নৃত্য

(a) Tamasha - তামাছা
(b) Natanki - নটাংকি
(c) The story - গাথা
(d)  Lavani - লাৱনি

 

54. What is the name of the religion preached by Sankaradeva - শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি

(a) Eksharan Bhagavati Vaishnavism - একশৰণ ভাগৱতী বৈষ্ণৱ ধর্ম
(b) Tantric Shakti religion - তান্ত্রিক শাক্তধর্ম
(c) Shaivism - শৈৱ ধৰ্ম
(d) None is correct - এটাও শুদ্ধ নহয়

 

55. What is another name for Parashurama - পৰশুৰামৰ আন এটা নাম কি

(a) Agnishwar - অগ্নীশ্বৰ
(b) Agnyasvaya - অগ্ন্যাস্বয়
(c) Jamdagnya - জামদগ্ন্য
(d) Jamadilagna - জামাদিলগ্ন

 

56. What percentage of the total land area of the world is occupied by India - পৃথিৱীৰ মুঠ ভূ - ভাগৰ ভাৰতবৰ্ষই কিমান শতাংশ অধিকাৰ কৰিছে

(a) 2.2 percent - 2.2 শতাংশ
(b) 2.4 percent - 2.4 শতাংশ
(c) 2.6 per cent - 2.6 শতাংশ
(d) 2.8 per cent - 2.8 শতাংশ

 

57. India is the largest country in the world by land area - মাটিকালি হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিবীৰ ভিতৰত

(a) ES - ES
(b) Fifth -পঞ্চম
(c) Seventh - সপ্তম
(d) Twelfth - দ্বাদশ

 

58. Total area of India - ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ পৰিমাণ

(a) 2.85 million sq. km - 2.85 নিযুত বৰ্গ কিমি
(b) 3.07 million sq. km - 307 নিযুত বৰ্গ কিমি
(c) 3.28 million sq. km - 3.28 নিযুত বৰ্গ কিমি
(d) 3.67 million sq. km - 3.67 নিযুত বৰ্গ কিমি

 

59. What is the length of India from north to south - ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ দৈৰ্ঘ্য কিমান

(a) 5218 km - 5218 কিমি
(b) 4678 km - 4678 কিমি
(c) 3111 km - 3111 কিমি
(d)  3214 km - 3214 কিমি

 

60. What is the total length of the coastline of India - ভাৰতবৰ্ষৰ উপকূলৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান

(a) 5550 km - 5550 কিমি
(b) 5785 km - 5785 কিমি
(c) 6083 km - 6083 কিমি
(d) 6224 km - 6224 কিমি

 

61. What percentage of the total land area of India is covered by forests - ভাৰতবৰ্ষৰ মুঠ স্থলভাগৰ কিমান শতাংশ বনাঞ্চলৰ অন্তৰ্গত

(a) 20 percent - 20 শতাংশ
(b) 22 percent - 22 শতাংশ
(c) 25 per cent - 25 শতাংশ
(d) 33 per cent - 33 শতাংশ

 

62. Indian Standard Time Which of the following is considered as local time - ভাৰতীয় মান (Indian Standard Time ) তলৰ কোনখন ঠাইত স্থানীয় সময় হিচাপে ধৰা হয়

(a) Delhi -দিল্লী
(b) Lucknow -লক্কৌ
(c) Bhopal - ভূপাল
(d)  Allahabad - এলাহাবাদ

 

63. How much time is Indian Standard Time (IST) ahead or behind Greenwich Mean Time (GMT)- ভাৰতীয় মান সময় (IST) গ্ৰীনউইচ মান সময়তকৈ (GMT) কিমান সময় আগবঢ়া বা পিছপৰা

(a) Advance 2 hours 55 minutes - 2 ঘণ্টা 55 মিনিট আগবঢ়া
(b) 3 hours 45 minutes late - 3 ঘণ্টা 45 মিনিট পিছপৰা
(c) 5 hours 30 minutes advance - 5 ঘণ্টা 30 মিনিট আগবঢ়া
(d) 5 hours 25 minutes late - 5 ঘণ্টা 25 মিনিট পিছপৰা

 

 

64. Which of the following lines passes through India causing extreme heat in summer (eg Rajasthan) and extreme cold in winter (eg Kashmir) - তলৰ কোনডাল ৰেখা ভাৰতবৰ্ষৰ মাজেদি পাৰ হৈ যোৱাৰ ফলত গ্ৰীষ্মকালত অত্যন্ত গৰম (যেনে-ৰাজস্থান) আৰু শীতকালত ভীষণ শীত(যেনে-কাশ্মীৰ) অনুভৱ হয়

(a) Longitudinal line - দ্ৰাঘিমা ৰেখা
(b) Equator - বিষুৱৰেখা
(c) Cancer Equinox - কৰ্কট ক্ৰান্তি ৰেখা
(d) Capricorn equinox - মকৰ ক্ৰান্তি ৰেখা

 

65. Which of the following lines divides India into two parts, North and South - তলৰ কোনডাল ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে

(a) Cancer Eclipse - কৰ্কট ক্ৰান্তি ৰেখা
(b) The equator - বিষুৱ ৰেখা
(c) Longitude line - দ্ৰাঘিমা ৰেখা
(d) Capricorn equinox - মকৰ ক্ৰান্তি ৰেখা

 

66. Which of the following cities is located close to the Cancer Equinox - তলৰ কোনখন মহানগৰ কৰ্কট ক্ৰান্তি ৰেখাৰ নিচেই ওচৰতে অৱস্থিত

(a) Delhi - দিল্লী
(b) Mumbai - মুম্বাই
(c) Calcutta - কলকাতা
(d) Bangalore - বাংগালুৰ

 

67. Lake Sambar is located near which of the following cities - সম্বৰ হ্ৰদটো তলৰ কোনখন মহানগৰৰ নিচেই কাষতে আছে

(a) Jaipur - জয়পুৰ
(b) Bharatpur - ভৰতপুৰ
(c) Jodhpur - যোধপুৰ
(d) Udaipur - উদয়পুৰ

 

68. What is the national flower of India - ভাৰতৰ ৰাষ্ট্ৰীয় ফুলবিধ কি

(a) The rose - গোলাপ
(b) Lotus - পদুম
(c) Parrot flower - কপৌফুল
(d) Aparajita - অপৰাজিতা

 

69. What is the national fruit of India - ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ কি

(a) Apples - আপেল
(b) Orange - কমলা
(c) Watermelon - তৰমুজ
(d)  Mango - আম

 

70. Which of the following animals is recognized as the National Animal of India - তলৰ কোনবিধ জন্তু ভাৰতৰ ৰাষ্ট্ৰীয় জস্তু হিচাপে স্বীকৃত

(a) The lion - সিংহ
(b) Deer - হৰিণ
(c) Tiger - বাঘ
(d) Black deer - কৃষ্ণমৃগ

 

71. Name of the national river of India - ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম

(a) Ganga - গংগা
(b) Godavari - গোদাবৰী
(c) Cauvery - কাবেৰী
(d) The Indus - সিন্ধু

 

72.  Which of the following trees is recognized as a National Tree - তলৰ কোনজোপা গছে ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে

(a) Beans - শিমলু
(b) Botgas - বটগছ
(c) Shal trees - শালগছ
(d) Sandalwood tree - চন্দন গছ

 

73. Ranthambore National Park is located in which state - ৰাণথম্বোৰ (Ranthambore) ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত

(a) Madhya Pradesh - মধ্যপ্ৰদেশ
(b) Rajasthan - ৰাজস্থান
(c) Gujarat - গুজৰাট
(d) Bihar - বিহাৰ

 

74. Which of the following is World Elephant Day, 2022- the main topic - তলৰ কোনটো বিশ্ব গঁড় দিৱস, ২০২২- মূল বিষয়

(a) Conservation of rhinos - গঁড়ৰ সংৰক্ষণ
(b) Campaign for elephants - গঁড়ৰ বাবে প্ৰচাৰ অভিযান
(c) Say no to poachers - চোৰাং চিকাৰক না কওঁক
(d)  Five species of rhinos forever - চিৰদিনৰ বাবে পাঁচটা গঁড়ৰ প্ৰজাতি

 

75. What the ozone layer prevents - অ'জন স্তৰে কি বাধা দিয়ে

(a) Ultraviolet rays - অতি বেঙুনীয়া ৰশ্মি
(b) Infrared radiation - অবলোহিত বিকিৰণ
(c) X-rays and GammaB - এক্সৰে আৰু গামাবে
(d) Visible light - দৃশ্যমান পোহৰ

 

76. Which animal is currently extinct in India - ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে

(a) The fox - শিয়াল
(b) Leopard tiger - চিতা বাঘ
(c) Neul - নেউল
(d) The blue cow - নীল গাই

 

78. What percentage of the Earth's water is occupied by the oceans - পৃথিৱীৰ কিমান শতাংশ পানী মহাসাগৰে অধিকাৰ কৰি আছে

(a) 70 - ৭০
(b) 60 - ৬০
(c) 97 - ৯৭
(d) 50 - ৫০

 

79. What is preserved in a national park - ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়

(a) Complete situation theory - সম্পূৰ্ণ পৰিস্থিতি তত্ত্ব
(b) Plants and animals - উদ্ভিদ আৰু প্রাণী
(c) Animals only - কেৱল প্রাণীসমূহ
(d) The plants only - কেৱল উদ্ভিদসমূহ

 

80. The South - West Monsoon contributes to the ------------- of total rainfall in India - দক্ষিণ - পশ্চিম মৌচুমীয়ে ভাৰতৰ মুঠ বৰষুণৰ ------------- পৰিমাণত অৰিহণা যোগায়

(a) 80-90% - ৮০-৯০%
(b) 50 - 55% - ৫০ - ৫৫%
(c) 100% - ১০০%
(d) 75% - ৭৫%

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved