A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 11
14. Who is the author of the Darang Chronicles - দৰং ৰাজবংশাৱলীৰ লেখক কোন
(a) Suryakhari Daivajna - সূৰ্য্যখড়ি দৈৱজ্ঞ
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Sarbananda Rajkonwar - সৰ্বানন্দ ৰাজকোঁৱৰ
(d) Srinath Duwara Barbarua - শ্ৰীনাথ দুৱৰা বৰবৰুৱা
15. Who is the author of the book Tarkatai Nasiri - তৰকাটই নাচিৰী গ্ৰন্থখনিৰ ৰচক কোন
(a) Alauddin Ispahani - আলউদ্দিন ইস্পাহানি
(b) Minhajuddin-us-Chiraj - মিনহাজুদ্দিন-উচ-চিৰাজ
(c) Abul Fazl - আবুল ফজল
(d) Shihabuddin Tali - ছিহাবুদ্দিন তালি
16. What is the name of the Ahom king who fled to Calcutta during the Man invasion - মানৰ আক্ৰমণৰ সময়ত কলিকতালৈ পলাই যোৱা আহোম ৰজাজনৰ নাম কি
(a) Purandar Singh - পুৰন্দৰ সিংহ
(b) Gaurinath Singh - গৌৰীনাথ সিংহ
(c) Chandrakant Singh - চন্দ্রকান্ত সিংহ
(d) Uadhita itself - উয়াধিতা নিজে
17. Who are the two persons who tried to expel the British and restore the Ahom kingdom in Assam - ইংৰাজক খেদি অসমত আহোমৰ ৰাজত্ব পুনৰ স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা ব্যক্তি দুগৰাকী কোন কোন
(a) Maniram Dewan and Piyli Fukan - মণিৰাম দেৱান আৰু পিয়লি ফুকন
(b) Kushal Konwar and Maniram Dewan - কুশল কোঁৱৰ আৰু মণিৰাম দেৱান
(c) Gomdhar Konwar and Dhananjay Piyli Buragohain - গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বুঢ়াগোঁহাই
(d) None of the above - ওপৰৰ এটাও নহয়
18. The Pike system introduced during the Ahom rule How old is a hardworking person called a Pike - আহোমৰ শাসনৰ সময়ত প্ৰৱৰ্তিত পাইক প্ৰথা কিমান বছৰ বয়সৰ একোজন কৰ্মঠ মানুহক পাইক বুলি কোৱ
(a) Between the ages of 12-40 years - ১২-৪০ বছৰ বয়সৰ ভিতৰ
(b) Between 14-48 years in diameter - ১৪-৪৮ বছর ব্যাসৰ ভিতৰৰ
(c) Between the ages of 13-45 years - ১৩-৪৫ বছৰ বয়সৰ ভিতৰৰ
(d) Between 16-50 years of age - ১৬-৫০ বছৰ বয়সৰ ভিতৰৰ
19. What is meant by 'arrow' pike - 'কাড়ী' পাইক বুলিলে কি বুজা যায়
(a) Peasant subjects who are not generally exempt from compulsory labour - বাধ্যতামুলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজা
(b) A class of subjects or pikes who can shoot arrows or wires - কাঁড় বা তাঁৰ চলাব পৰা ধনুৱাৰী একশ্ৰেণীৰ প্ৰজা বা পাইক
(c) A class of players who are skilled in coin games - কড়ি খেলত সুদক্ষ এক শ্রেণীৰ খেলুৱৈ
(d) None of the above - ওপৰৰ এটাও নহয়
20. Under whom were the Fukans in the capital of the Ahoms to work - আহোমসকলৰ ৰাজধানীত থকা ফুকনসকলে কাৰ অধীনত কাম কৰিব লাগিছিল
(a) Under Barfukan - বৰফুকনৰ অধীনত
(b) Under Barbarossa - বৰবৰুৱাৰ অধীনত
(c) Under the king - ৰজাৰ অধীনত
(d) under the commander - সেনাপতিৰ অধীনত
21. Which of the following events ended the Ahom rule - তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল
(a) The Battle of Saraighat - শৰাইঘাটৰ যুদ্ধ
(b) The Moammar Rebellion - মোৱামৰীয়া বিদ্ৰোহ
(c) Manor attack - মানৰ আক্ৰমণ
(d) Lota - kota - Bhon - লতা-কটা বণ
22. Which of the following is not a religious festival of the Ahoms - আহোমসকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয়
(a) Batho Puja - বাথৌ পূজা
(b) Cypha - চাইফা
(c) Saikai - চাইকাই
(d) Chumdeu - চুমদেউ
23. What is the name of the first film director in the history of cinema in Assam - অসমৰ চলচ্চিত্ৰ ইতিহাসৰ প্ৰথম গৰাকী চলচ্চিত্ৰ পৰিচালকৰ নাম কি
(a) Jyoti Prasad Agrawal - জ্যোতিপ্ৰসাদ আগৰৱালা
(b) Pramthesh Baroua - প্রমথেশ বৰুৱা
(c) Bhupen Hazarika - ভূপেন হাজৰিকা
(d) Bishnu Prasad Rava - বিষ্ণুপ্ৰসাদ ৰাভা
24. Which writer translated the astronomical work 'Suryasiddhanta' into Assamese under the name 'Bhagati' - কোনজন কৰি সাহিত্যিকে জ্যোতির্বিজ্ঞান বিষয়ক গ্রন্থ 'সূর্যসিদ্ধান্ত' অসমীয়ালৈ 'ভাগতি' নামেৰে অনুবাদ কৰিছিল
(a) Kabiraj Chakravarti - কবিৰাজ চক্ৰৱৰ্তী
(b) Shambhunath - শম্ভুনাথ
(c) Hem Saraswati - হেম সৰস্বতী
(d) Pitambar Dwija - পীতাম্বৰ দ্বিজ
28. Who was given the title of 'Shiromani' by Durlabh Narayan (দুৰ্লভ নাৰায়ণে 'শিৰোমণি' উপাধি কাক দিছিল)
(a) Kusumbar - কুসুম্বৰ
(b) Chandibar - চণ্ডিবৰ
(c) Roop Singh - ৰূপ সিং
(d) Madhavadeo - মাধৱদেৱ
29. Where did Arimathea establish his capital (আৰিমত্তই কোন ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল)
(a) Rajgarh - ৰাজগড়
(b) Vaidyagarh - বৈদ্যগড়
(c) Arimattha - আৰিমত্ত
(d) Pushya Burman - পুষ্য বর্মন
30. Who was the minister of King Nilambar (ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল)
(a) Pushya Burman - পুষ্য বর্মন
(b) Manohar - মনোহৰ
(c) Sachipatra - শচিপাত্র
(d) Vidyap - বিদ্যাপ
31. Who moved the capital from Kamrup Nagar to Komtapur (কামৰূপ নগৰৰ পৰা কোনে কমতাপুৰলৈ ৰাজধানী তুলি নিছিল )
(a) Evening - সন্ধ্যা
(b) Bhaskar Burman - ভাস্কৰ বৰ্মন
(c) Arimattha - আৰিমত্ত
(d) Pushya Burman - পুষ্য বর্মন
32. The 'Pichla Paria' battle took place between ------- ('পিচলা পৰিয়া' ৰণ সংঘটিত হৈছিল ------- ৰ মাজত)
(a) Ahom-Kachari - আহোম-কছাৰী
(b) Chutiya-Ahom - চুতীয়-আহোম
(c) Koch-Ahom - কোচ-আহোম
(d) Khasi-Kachari - খাচী-কছাৰী
33. Who decorated Gohai Kamal Ali (গোহাঁই কমল আলি কোনে সজাইছিল)
(a) Naranarayan - নৰনাৰায়ণ
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Gadadhar Singh - গদাধৰ সিংহ
(d) Rajeshwar Singh - ৰাজেশ্বৰ সিংহ
34. Where did Chukapha first establish his capital (চুকাফাই প্রথমে ক'ত ৰাজধানী পাতিছিল)
(a) In Rangpur - ৰংপুৰত
(b) In Charaideo - চৰাইদেউত
(c) In Shivsagar - শিৱসাগৰত
(d) In speech - বকতাত
35. Who established his kingdom on the banks of the Kundil River (কুণ্ডিল নদীৰ পাৰত কোনে ৰাজ্য স্থাপন কৰিছিল)
(a) Banasura - বাণাসুৰ
(b) Bhishma - ভীষ্মক
(c) Narakasura - নৰকাসুৰ
(d) Child care - শিশুপাল
36. Dhon Ali and Anka Ali were built during the reign of which king (ধোনৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল )
(a) In the days of Rudra Singh - ৰুদ্ৰ সিংহৰ দিনত
(b) In the days of Shiva Singh - শিৱ সিংহৰ দিনত
(c) In the days of Gadadhar Singh - গদাধৰ সিংহৰ দিনত
(d) Days of Pratap Singh - প্ৰতাপ সিংহৰ দিন
37. Who was the first Ahom king to assume the title of Swargadeo (স্বৰ্গদেউ উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল)
(a) Chudangpha - চুদাঙফা
(b) Suchenpha - চুচেনফা
(c) Chukapha - চুকাফা
(d) Chuhungmung - চুহুংমূং
38. Which Ahom king built the Jaisagar Pond and Jaidaul (কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল)
(a) Shiva Singh - শিৱ সিংহই
(b) Rajeshwar Singh - ৰাজেশ্বৰ সিংহই
(c) The drunken Singh - প্রমত্ত সিংহই
(d) Rudra Singhi - ৰুদ্ৰ সিংহই
45. Which products decrease in demand as consumer income increases - গ্ৰাহকৰ উপাৰ্জন বঢ়াৰ লগে লগে কোনবোৰ সামগ্ৰীৰ চাহিদা কমি যায়
(a) Common materials - সাধাৰণ সামগ্রী
(b) Low quality products - নিম্নমানৰ সামগ্ৰী
(c) Substitute materials - বিকল্প সামগ্রী
(d) Complementary equal - পৰিপূৰক সম
46. Which of the following determines the national income of India - তলৰ কোনে ভাৰতৰ জাতীয় আয় নির্ণয় কৰে
(a) Office of the Economic Adviser - অর্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়
(b) Central Statistical Office - কেন্দ্রীয় পৰিসংখ্যা কার্যালয়
(c) Ministry of Statistics - পৰিসংখ্যা মন্ত্ৰালয়
(d) Ministry of Finance - বিত্ত মন্ত্ৰালয়
47. Economic planning is an essential feature of ------------------- অর্থনৈতিক পৰিকল্পনা ------------------- ৰ অপৰিহাৰ্য বৈশিষ্ট্য
(a) Capitalist economy - পুঁজিবাদী অর্থনীতি
(b) Social economy - সামাজিক অর্থনীতি
(c) Mixed economy - মিশ্র অর্থনীতি
(d) Swimming economy - তৰণীয়া অর্থনীতি
48. Which of the following is not an economic crop - তলৰ কোনটো অৰ্থকৰী শস্য নহয়
(a) Cotton - মৰাপাট
(b) Nuts - বাদাম
(c) Tide - জোৱাৰ
(d) Sugracane - কুঁহিয়াৰ
49. Who determines the national income of India - ভাৰতৰ জাতীয় আয় কোনে নিৰ্ধাৰণ কৰে
(a) Central Statistical
(b) National Income Committee
(c) Planning Commission
(d) Reserve Bank of India
50. Which institution takes the lead in agriculture and rural development - কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কোনটো প্রতিষ্ঠানে আগভাগ লয়
(a) FCI
(b) IDBI
(c) NABARD
(d) ICAR

51. The main means of transport in the Indian economy is - ভাৰতীয় অৰ্থনীতিত পৰিবহণৰ মূল উপায় হল
(a) Airways - আকাশী পথ
(b) Rail transportation - ৰেল পৰিবহণ
(c) Waterways - জলপথ
(d) Road transport - পথ পৰিবহণ
52. What is the full meaning of GST - GST ৰ সম্পূৰ্ণ অর্থ কি
(a) Goods and Supply Tax
(b) Goods and Services Tax
(c) General Sales Tax
(d) Government Sales Tax
53. The concept of GST originated - GST ৰ ধাৰণাটো উৎপত্তি হৈছে
(a) Canada - কানাডা
(b) United States of America - আমেৰিকা যুক্তৰাষ্ট্ৰ
(c) Germany - জার্মানী
(d) Britain - ব্ৰিটেইন
54. Which of the following tax systems is not abolished by GST - তলত উল্লেখ কৰা কোনটো কৰ ব্যৱস্থা GST ৰ দ্বাৰা বিলুপ্ত কৰা নহয
(a) Property taxes - সম্পত্তি কৰ
(b) Corporation tax - নিগম কৰ
(c) Service Tax - সেৱা কৰ
(d) All of the above - ওপৰৰ সকলো
55. Which state of India has the lowest population density - ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব সৰ্বনিন্ন
(a) Arunachal Pradesh - অৰুণাচল প্ৰদেশ
(b) Tamil Nadu - তামিলনাডু
(c) Sikkim - চিকিম
(d) Orissa - উৰিষ্যা
56. Assam produces about --per cent of the tea production in the North-East - অসমে উত্তৰ-পূৰ্বাঞ্চলৰ চাহ উৎপাদনৰ প্ৰায় --শতাংশ উৎপাদন কৰে
(a) 80 -৮০
(b) 88 -৮৮
(c) 91 - ৯১
(d) 99 - ৯৯
57. Government investment and authoritative enterprises - the manufacturing sector of institutions are called --------------------- - চৰকাৰী বিনিয়োগ আৰু কৰ্তৃত্বপূৰ্ণ উদ্যোগ - প্ৰতিষ্ঠানসমূহৰ উৎপাদনী খণ্ডটোক --------------------- বোলে
(a) Public Sector - ৰাজহুৱা খণ্ড
(b) Private Sector - ব্যক্তিগত খণ্ড
(c) Co-operative Sector - সমবায় খণ্ড
(d) Industry Sector - উদ্যোগ খণ্ড
58. Which bank has the exclusive right to print paper currency vested in - কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ হাতত ন্যস্ত কৰা হৈছে
(a) In the hands of The State Bank - ষ্টেট বেংকৰ হাতত
(b) in the hands of the Central Bank - কেন্দ্ৰীয় বেংকৰ হাতত
(c) in the hands of the Federal Bank - ফেডাৰেল বেংকৰ হাতত
(d) None of the above - ওপৰৰ এটাও নহয়
59. What was the primary goal of bank nationalization - বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্য কি আছিল
(a) Lending to priority sector - অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ আগবঢ়োৱা
(b) To extend loans to the Government - চৰকাৰক ঋণ আগবঢ়োৱা
(c) Offering loans to consumers - উপভোক্তাক ঋণ আগবঢ়োৱা
(d) Collecting money from customers - গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰা
60. What is the name of the Minister of North Eastern Development (DoNER) of present-day India - বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ - পূব উন্নয়ন (ডনাৰ) মন্ত্ৰী গৰাকীৰ নাম কি
(a) Dr. Jitendra Singh - ড. জীতেন্দ্ৰ সিংহ
(b) Dr. Mahesh Sharma - ড. মহেশ শৰ্মা
(c) Rajen Gohain - ৰাজেন গোহাই
(d) Kiren Rizju - কিৰেন ৰিজজু
61. When the Co-operative Act was passed in India - ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল
(a) In 1912 - ১৯১২ চনত
(b) in 1915 - ১৯১৫ চনত
(c) in 1917 - ১৯১৭ চনত
(d) in 1922 - ১৯২২ চনত
62. In which year the Assam State Co-operative Apex Bank was established - অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন হৈছিল
(a) In 1948 - ১৯৪৮ চনত
(b) in 1950 - ১৯৫0 চনত
(c) in 1952 - ১৯৫২ চনত
(d) In 1954 - ১৯৫৪ চনত
63. When the Assam Finance Corporation was established - অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল
(a) in 1944 - ১৯৪৪ চনত
(b) in 1948 - ১৯৪৮ চনত
(c) in 1953 - ১৯৫৩ চনত
(d) In 1954 - ১৯৫৪ চনত
64. When the North - Eastern Development Finance Corporation was established - উত্তৰ - পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল
(a) In 1966 - ১৯৬৬ চনত
(b) in 1989 - ১৯৮৯ চনত
(c) In 1996 - ১৯৯৬ চনত
(d) In 1998 - ১৯৯৮ চনত
65. What is the main objective of North Eastern Development Finance Corporation - উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ মূল উদ্দেশ্য কি
(a) To accelerate the agricultural development of the North Eastern States - উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি উন্নয়ন খৰতকীয়া কৰা
(b) Accelerate industrial development in backward states of the North-East - উত্তৰ-পূৰ্বাঞ্চলৰ অনগ্ৰসৰ ৰাজ্যসমূহৰ ওদ্যোগিক উন্নয়ন খৰতকীয়া কৰা
(c) Identify the human resources of the backward states of the North-Eastern Region - উত্তৰ-পূৰ্বাঞ্চলৰ অনগ্ৰসৰ ৰাজ্যসমূহৰ মানৱ সম্পদক চিনাক্ত কৰা
(d) To provide funds to the backward states of the North-East - উত্তৰ-পূৰ্বাঞ্চলৰ অনগ্ৰসৰ ৰাজ্যসমূহ লৈ পুঁজিৰ যোগান ধৰা
66. Bank deposit is of three types, which of the following is not covered under it - বেংক জমা তিনি প্রকাৰৰ, তলৰ কোনটো ইয়াৰ অন্তৰ্গত নহয়
(a) Current deposits or demand deposits - চলিত জমা বা চাহিদা জমা
(b) Savings Deposits - সঞ্চয় জমা
(c) Fixed deposit or time deposit - স্থিৰ জমা বা কাল জমা
(d) All of the above are correct - ওপৰৰ আটাইকেইটা শুদ্ধ
67. When did the first five-year plan begin - প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা কেতিয়াৰ পৰা হয়
(a) From April 1, 1948 - ১৯৪৮ চনৰ ১ এপ্ৰিলৰ পৰা
(b) From April 1, 1949 - ১৯৪৯ চনৰ ১ এপ্ৰিলৰ পৰা
(c) From April 1, 1950 - ১৯৫০ চনৰ ১ এপ্ৰিলৰ পৰা
(d) From April 1, 1951 - ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা
68. Where is the headquarters of the North Eastern Council, which was formed in 1972 - ১৯৭২ চনত গঠন হোৱা উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয়টো ক’ত আছে
(a) In Guwahati - গুৱাহাটীত
(b) In Maligaon - মালিগাঁৱত
(c) In Shillong - শ্বিলঙত
(d) At Dimapur - ডিমাপুৰত
69. How many banks were nationalised by the Government of India in 1969 - ১৯৬৯ চনত ভাৰত চৰকাৰে কিমানটা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰে
(a) 14 - ১৪ টা
(b) 16 - ১৬ টা
(c) 6 - ৬ টা
(d) 4 - ৪ টা
70. How many banks were nationalised by the Government of India in the 1980s - ১৯৮০ চনত ভাৰত চৰকাৰে কিমানটা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰে
(a) 12 - ১২ টা
(b) 10 - ১0 টা
(c) 6 - ৬ টা
(d) 4 - ৪ টা
71. India's 'Agriculture, Education and Health' priority sectors of which plan - ভাৰতৰ ‘কৃষি, শিক্ষা আৰু স্বাস্থ্য’ অগ্ৰাধিকাৰপ্রাপ্ত খণ্ডসমূহ কোনটো পৰিকল্পনাৰ
(a) The Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা
(b) Seventh Five Year Plan - সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা
(c) 9th Five Year Plan - নবম পঞ্চবাৰ্ষিক পৰিকল্পনা
(d) Eleventh Five Year Plan - একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা
72. The state with the lowest literacy rate as per census 2011 - ২0১১ চনৰ লোকপিয়ল অনুসৰি শিক্ষিতৰ হাৰ আটাইতকৈ কম থকা ৰাজ্যখন
(a) Sikkim - চিক্কিম
(b) Arunachal Pradesh - অৰুণাচল প্ৰদেশ
(c) Uttar Pradesh - উত্তৰপ্ৰদেশ
(d) Bihar - বিহাৰ
73. What is the Indian economy called the economy - ভাৰতীয় অৰ্থনীতিক কি অর্থনীতি বুলি আখ্যা দিয়া হৈছে
(a) Socialist economics - সমাজবাদী অৰ্থনীতি
(b) Capitalist economics - পুঁজিবাদী অৰ্থনীতি
(c) Conservative economics - ৰক্ষণশীল অৰ্থনীতি
(d) mixed economics - মিশ্র অর্থনীতি
74. What percentage of the world's total population does rasa in India - বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক ভাৰতত ৰাস কৰে
(a) 25.3 per cent - ২৫.৩ শতাংশ
(b) 21.5 per cent - ২১.৫ শতাংশ
(c) 29.22 per cent - ২৯.২২ শতাংশ
(d) 17.44 percent - ১৭.৪৪ শতাংশ
75. What is the first bank to provide ATM services in India - ভাৰতত সৰ্বপ্ৰথম ATM সেৱা আগবঢ়োৱা বেংকটো কি
(a) State Bank of India - ভাৰতীয় ষ্টেট বেংক
(b) United Bank of India - ইউনাইটেড বেংক অব ইণ্ডিয়া
(c) Bank of Hindustan - বেংক অব হিন্দুস্তান
(d) Andhra Bank - অন্ধ্ৰ বেংক
76. India's population growth rate in the decade 2001-2011 - ২00১-২0১১ চনৰ দশকটোত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ
(a) 12.88 per cent - ১২- ৮৮ শতাংশ
(b) 15.35 per cent - ১৫.৩৫ শতাংশ
(c) 17.64 percent - ১৭.৬৪ শতাংশ
(d) 18.48 per cent - ১৮.৪৮ শতাংশ
77. What is the name of India's first daily of broadcasting economy and finance - ভাৰতৰ প্ৰথমখন অর্থনীতি তথা বিত্ত সম্পৰ্কীয় সম্প্ৰচাৰৰ দৈনিক কাকতখনৰ নাম কি
(a) The Economic Times - দ্যইক'নমিক টাইমছ
(b) The Economic India - দ্য ইক'নমিক ইণ্ডিয়া
(c) The Business Times - দ্য বিজনেছ টাইমছ
(d) The Tehelka - দ্য টেহেলকা
78. Who is the model maker of the indian currency symbol '2' - ভাৰতীয় মুদ্ৰাৰ সাংকেতিক চিহ্ন ‘২’ ৰ আৰ্হি প্ৰস্তুতকৰ্তাজন কোন
(a) D Uday Kumar - ডি উদয় কুমাৰ
(b) P Chidambaram - পি চিদাম্বৰম
(c) Ambika Soni - অম্বিকা ছোনী
(d) Montek Singh Ahluwalia - মণ্টেক সিং আহলুৱালিয়া
79. Which state in India has the highest per capita income - ভাৰতৰ কোনখন ৰাজ্যৰ জনমূৰি আয় সৰ্বাধিক
(a) Bihar - বিহাৰ
(b) West Bengal - পশ্চিমবংগ
(c) Kerala - কেৰালা
(d) Gujarat - গুজৰাট
80. When and where India's first steel industry was set up - ভাৰতৰ প্রথমটো তীখা উদ্যোগ কেতিয়া আৰু ক’ত স্থাপন কৰা হয়
(a) In Jamshedpur in 1902 - ১৯0২ চনত জামছেদপুৰত
(b) In Jamshedpur in 1906 - ১৯0৬ চনত জামছেদপুৰত
(c) in Jamshedpur in 1908 - ১৯0৮ চনত জামছেদপুৰত
(d) In Jamshedpur in 1910 - ১৯১০ চনত জামছেদপুৰত
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved