A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 12
10. Which king built the Mahabhairav Shiva Temple at Tezpur - তেজপুৰস্থিত মহাভৈৰৱ শিবমন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল
(a) Banasura - বাণাসুৰ
(b) Hell - নৰক
(c) Bhagadatta - ভগদত্ত
(d) Bhishma - ভীষ্মক
11. What is the name of the first film in the history of cinema in Assam - অসমৰ চলচ্চিত্ৰ ইতিহাসৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি
(a) Indramalti - ইন্দ্ৰমালতী
(b) Jayamati - জয়মতী
(c) The tune of a road - এপা বাটৰ সুৰ
(d) Puberun - পুবেৰুণ
12. Who was the first king of the Dharma dynasty - ধৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল
(a) Bhaskar Burman - ভাস্কৰ বৰ্মন
(b) Bhik - ভীক
(c) Pushyavarman - পুষ্যবর্মন
(d) Bhagadatta - ভগদত্ত
13. Which king of the Burman dynasty was the first to assume the title of 'Maharajadhiraj' - বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে 'মহাৰাজাধিৰাজ' উপাধি গ্রহণ কৰিছিল
(a) Bhaskar Burman - ভাস্কৰ বৰ্মন
(b) Samudra Burman - সমুদ্র বর্মন
(c) Susthita Burman - সুস্থিত বর্মন
(d) Pushyavarman - পুষ্যবর্মন
14. The organs of the Namghar - নামঘৰৰ অংগ কেইটা
(a) Three - তিনিটা
(b) Four - চাৰিটা
(c) Five - পাঁচটা
(d) Six - ছয়টা
15. The reign of the Burman dynasty ended with the death of which king - কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল
(a) Mahendra Burman - মহেন্দ্ৰ বৰ্মন
(b) Pushyavarman - পুষ্যবর্মন
(c) Bhaskar Burman - ভাস্কৰ বৰ্মন
(d) Susthita Burman - সুস্থিত বর্মন
16. Which dynasty established its rule in Kamarupa after the reign of the Burman dynasty - বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্রতিষ্ঠা হয়
(a) The Bhouma dynasty - ভৌমবংশ
(b) Shalastambha dynasty - শালস্তম্ভ বংশ
(c) The Khen Dynasty - খেন বংশ
(d) The Pala dynasty - পাল বংশ
17. What is the name of the founding king of the Shalastambha dynasty - শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি
(a) Evening - সন্ধ্যা
(b) Shalstambha - শালস্তম্ভ
(c) Arimattha - আৰিমত্ত
(d) Sindhu Roy - সিন্ধু ৰায়
18. Who took over the rule of Kamarupa after the reign of the Shalastambha dynasty - শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়
(a) The Bhouma dynasty - ভৌমবংশ
(b) Pala dynasty - পাল বংশ
(c) Shalastambha dynasty - শালস্তম্ভ বংশ
(d) The Khen Dynasty - খেন বংশ
19. Who was the first king of the Pala dynasty - পালবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল
(a) Brahmapala - ব্রহ্মপাল
(b) Ratnapal - ৰত্নপাল
(c) Indrapal - ইন্দ্রপাল
(d) Dharmapala - ধৰ্মপাল
32. The organization that calculates the national income in India is - ভাৰতবৰ্ষত জাতীয় আয় গণনা কৰা সংগঠনটো হ’ল
(a) National Income Committee of India - ভাৰতবৰ্ষৰ জাতীয় আয় সমিতি
(b) Reserve Bank Of India - ৰিজাৰ্ভ বেংক অবৃ ইণ্ডিয়
(c) Economic Survey of India - ইক'নমিক ছাৰ্ভে অব ইণ্ডিয়া
(d) Central Statistics Organization - কেন্দ্ৰীয় পৰিসংখ্যা সংগঠন
33. The sector that contributes the highest to India's national income is - ভাৰতবৰ্ষৰ জাতীয় আয়লৈ সৰ্বাধিক বৰঙণি যোগোৱা খণ্ডটো হ'ল
(a) Agriculture sector - কৃষিখণ্ড
(b) Industry Sector - উদ্যোগ খণ্ড
(c) Service segment - সেৱা খণ্ড
(d) None of the above - ওপৰৰ এটাও নহয়
34. Who was the first economist to systematically calculate national income in India after independence - স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত জাতীয় আয় প্ৰণালীবদ্ধভাৱে গণনা কৰা প্ৰথম অৰ্থনীতিবিদজন কোন
(a) V K R V Rao - ভি কে আৰ ভি ৰাও
(b) Mahalnavish - মহলনাবিশ
(c) D. R
(d) Gedgil - ডি আৰ গ্যেদগীল
35. When was the National Income Committee of India constituted - ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় সমিতি কেতিয়া গঠন কৰা হয
(a) In 1949 - ১৯৪৯ চনত
(b) in 1951 - ১৯৫১ চনত
(c) in 1956 - ১৯৫৬ চনত
(d) In 1966 - ১৯৬৬ চনত
36. What are the major obstacles to the social and economic development of developing countries like India - ভাৰতৰ নিচিনা উন্নয়নশীল দেশসমূহৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ প্ৰধান প্ৰতিবন্ধক কি
(a) Rapid population growth - দ্ৰুত জনসংখ্যা বৃদ্ধি
(b) Nature disaster - প্রাকৃতি দুৰ্যোগ
(c) Illiteracy - নিৰক্ষৰতা
(d) Lack of resources - সম্পদৰ অভাৱ
37. What are the main prerequisites for the economic growth of a developing country like India - ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰধান পূৰ্বচৰ্ত কি
(a) Development of human resources - মানব সম্পদৰ বিকাশ
(b) Importance in industrialization - উদ্যোগীকৰণত গুৰুত্ব
(c) Increase in the rate of education - শিক্ষিতৰ হাৰবৃদ্ধি
(d) Development of infrastructure - আন্ত গাঁথনিৰ বিকাশ
38. In which year india's first five-year plan was launched - ভাৰতৰ প্রথম পাঁচ বছৰীয়া পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল
(a) April 1, 1948 - ১৯৪৮ চনৰ ১ এপ্ৰিল
(b) April 1, 1949 - ১৯৪৯ চনৰ ১ এপ্ৰিল
(c) April 1, 1950 - ১৯৫০ চনৰ ১ এপ্রিল
(d) April 1, 1951 - ১৯৫১ চনৰ ১ এপ্রিল
39. Which issue was given the utmost importance in the Second Five Year Plan - দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কোনটো বিষয়ত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল
(a) Population hass and family planning - জনসংখ্যা হাস তথা পৰিয়াল পৰিকল্পন
(b) Education - শিক্ষা
(c) Rapid industrialization - দ্ৰুত উদ্যোগীকৰণ
(d) Social justice - সামাজিক ন্যায়
40. In which plan was the policy of building a society on socialist ideology in India adopted - ভাৰতত সমাজবাদী আদৰ্শত সমাজ গঠনৰ নীতি কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল
(a) In the first Five Year Plan - প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Second Five Year Plan - দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Seventh Five Year Plan - সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাত
41. In which plan was poverty alleviation and self-reliance achieved as the main goals - কোনখন পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণ আৰু আত্মনিৰ্ভৰশীলতা অৰ্জনক মূল লক্ষ্য হিচাপে লোৱা হৈছিল
(a) In the Fifth Five Year Plan - পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Sixth Five Year Plan - ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Seventh Five Year Plan - সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Eighth Five Year Plan - অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাত
42. Which plan did job creation or elimination of unemployment gain prominence - কৰ্মসংস্থান সৃষ্টি অথবা নিবনুৱা সমস্যা দূৰীকৰণে কোনখন পৰিকল্পনাত গুৰুত্ব লাভ কৰিছিল
(a) In the Fifth Five Year Plan - পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Sixth Five Year Plan - ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Seventh Five Year Plan - সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Eighth Five Year Plan - অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাত
43. Which Government of India's Industrial Policy paved the way for liberalisation and globalization - কোন চনৰ ভাৰত চৰকাৰৰ উদ্যোগিক নীতিয়ে উদাৰীকৰণ আৰু গোলকীকৰণ (Liberalisation & Globalisation) পথ সুগম কৰে
(a) in 19b9 - ১৯b৯ চনত
(b) in 199c - ১৯৯c চনত
(c) in 1991 - ১৯৯১ চনত
(d) In 1993 - ১৯৯৩ চনত
44. The Tenth Plan of India placed the utmost importance on the development of which sector - ভাৰতৰ দশম পৰিকল্পনাত কোনটো ক্ষেত্ৰৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল
(a) Population hass and family planning - জনসংখ্যা হাস তথা পৰিয়াল পৰিকল্পনা
(b) Education - শিক্ষা
(c) Industrialization - উদ্যোগীকৰণ
(d) Energy sector - শক্তি খণ্ড
45. Delhi, the capital of India, has the highest population density. How many people live here per square kilometer - ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত জনবসতিৰ ঘনত্ব সৰ্বাধিক। প্ৰতি বৰ্গকিলোমিটাৰত ইয়াত কিমানজনে বাস কৰে
(a) 1800 people - ১৮০০ জনে
(b) 2500 people - ২৫০০ জনে
(c) 9340 - ৯৩৪০ জনে
(d) 1100 - ১১০০ জনে
46. What percentage of the total population of Assam is dependent on agriculture - অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল
(a) 47%
(b) 51%
(c) 35%
(d) 52%
47. Where is the world's first established 'Tea Research Centre' located - বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা ‘চাহ গৱেষণা কেন্দ্ৰ’টো ক’ত অৱস্থিত
(a) At Tokalai in Jorhat district - যোৰহাট জিলাৰ টোকলাইত
(b) At Narayanpur in Lakhimpur district - লখিমপুৰ জিলাৰ নাৰায়ণপুৰত
(c) Dhamdhama in Nalbari district - নলবাৰী জিলাৰ ধমধমাত
(d) At Amni in Nagaon district - নগাওঁ জিলাৰ আমনিত
48. Where is the world's second oil refinery located in Assam - বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে
(a) Nunmati - নুনমাটি
(b) Bongaigaon - বঙাইগাঁও
(c) Numaligarh - নুমলীগড়
(d) Digboi - ডিগবৈ
49. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়
(a) In 1961 - ১৯৬১ চনত
(b) in 1960 - ১৯৬0 চনত
(c) in 1955 - ১৯৫৫ চনত
(d) in 1950 - ১৯৫0 চনত
50. In which year the Assam Rural Development Bank was established - অসম গ্রামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল
(a) In 2005 - ২00৫ চনত
(b) In 2006 - ২00৬ চনত
(c) in 2007 - ২00৭ চনত
(d) in 2008 - ২008 চনত

51. Who is the Chairman of the National Development Council - ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন
(a) The Prime Minister - প্রধানমন্ত্ৰী
(b) President - ৰাষ্ট্ৰপতি
(c) Vice President - উপৰাষ্ট্ৰপতি
(d) Finance Minister - বিত্তমন্ত্ৰী
52. Which of the following is the cash crop of Assam - তলৰ কোনবিধ অসমৰ নগদী - শস্য
(a) Call - কল
(b) Tea - চাহ
(c) Vegetables - শাক - পাচলি
(d) Sugarcane - কুঁহিয়াৰ
53. Name of the bank with the largest number of branches in India - ভাৰতৰ আটাইতকৈ বেছি শাখা থকা বেংকটোৰ নাম কি
(a) Reserve Bank of India - ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
(b) United Bank of India - ইউনাইটেড বেংক অৱ ইণ্ডিয়া
(c) State Bank of India - ষ্টেট বেংক অৱ ইণ্ডিয়া
(d) Central Bank of India - চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া
54. The product that is prominent in international trade - আন্তৰ্জাতিক বাণিজ্যত মুখ্য স্থানত থকা পণ্যবিধ
(a) Coal - কয়লা
(b) Gold - সোণ
(c) Tea - চাহ
(d) Petroleum - পেট্ৰোলিয়াম
55. Sri Lanka has the largest tea auction centre in the world, where is the second - পৃথিৱীৰ ভিতৰতে বৃহত্তম চাহ নীলাম কেন্দ্ৰটো আছে শ্ৰীলংকাত, দ্বিতীয়টো ক’ত আছে
(a) In Delhi - দিল্লীত
(b) in Guwahati - গুৱাহাটীত
(c) In Kolkata - কলকাতাত
(d) In Mumbai - মুম্বাইত
56. In what year the Reserve Bank of India was formed - ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত গঠন কৰা হয়
(a) On April 15, 1930 - ১৯৩0 চনৰ ১৫ এপ্রিলত
(b) On April 10, 1932 - ১৯৩২ চনৰ ১0 এপ্ৰিলত
(c) On April 1, 1935 - ১৯৩৫ চনৰ ১ এপ্ৰিলত
(d) On April 12, 1936 - ১৯৩৬ চনৰ ১২ এপ্ৰিলত
57. In what year the Reserve Bank of India is nationalised - ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত ৰাষ্ট্ৰীয়কৃত কৰা হয়
(a) in 1946 - ১৯৪৬ চনত
(b) in 1947 - ১৯৪৭ চনত
(c) in 1948 - ১৯৪8 চনত
(d) In 1949 - ১৯৪৯ চনত
58. When was the first railway industry launched in India - ভাৰতবৰ্ষত প্ৰথম কেতিয়া ৰে’ল উদ্যোগৰ সূচনা কৰা হয়
(a) In 1852 - ১৮৫২ চনত
(b) In 1853 - ১৮৫৩ চনত
(c) in 1854 - ১৮৫৪ চনত
(d) In 1858 - ১৮৫৮ চনত
59. When was the first air transport to be launched in India - ভাৰতত পোনপ্ৰথম কেতিয়াৰ পৰা বিমান পৰিবহণৰ শুভাৰম্ভ কৰা হয়
(a) Since 1920 - ১৯২0 চনৰ পৰা
(b) Since 1921 - ১৯২১ চনৰ পৰা
(c) Since 1922 - ১৯২২ চনৰ পৰা
(d) Since 1923 - ১৯২৩ চনৰ পৰা
60. When was the 'Planning Commission' of India constituted - ভাৰতৰ ‘পৰিকল্পনা আয়োগ’ কেতিয়া গঠন কৰা হয়
(a) In March 1948 - ১৯৪৮ চনৰ মাৰ্চ মাহত
(b) in April 1949 - ১৯৪৯ চনৰ এপ্ৰিল মাহত
(c) in March 1950 - ১৯৫0 চনৰ মাৰ্চ মাহত
(d) In April 1950 - ১৯৫0 চনৰ এপ্রিল মাহত
61. What is the main objective of India's economic planning - ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি
(a) Establishing as a super power in the world - বিশ্বত ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰা
(b) Advancing in human resources - মানৱ সম্পদত আগবঢ়া
(c) Giving priority to imported goods - আমদানিকৃত সামগ্ৰীত প্রাধান্য দিয়া
(d) To achieve economic growth - অর্থনৈতিক বিকাশ লাভ কৰা
62. The sole right to supply paper currency - কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ
(a) State Bank's - ষ্টেটবেংকৰ
(b) Commercial Banks - বাণিজ্যিক বেংকৰ
(c) Central Bank - কেন্দ্ৰীয় বেংকৰ
(d) Of the World Bank - বিশ্ববেংকৰ
63. India's major six commercial banks were first nationalised - ভাৰতৰ প্ৰধান চৈধ্যটা বাণিজ্যিক বেংক প্রথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল
(a) In 1969 - ১৯৬৯ চনত
(b) in 1949 - ১৯৪৯ চনত
(c) in 1995 - ১৯৯৫ চনত
(d) in 1979 - ১৯৭৯ চনত
64. Name of the Central Bank of the United States - আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম
(a) Reserve Bank of India - ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
(b) World Bank - বিশ্ব বেংক
(c) Federal Reserve System - ফেদাৰেল ৰিজাৰ্ভ ছিষ্টেম
(d) Bank of England - বেংক অৱ ইংলেণ্ড
65. What is the name of the first state to approve GST in the country - দেশৰ ভিতৰত জি এছ টি ত অনুমোদন কৰা প্রথম ৰাজ্যখনৰ নাম কি
(a) Gujarat - গুজৰাট
(b) Delhi - দিল্লী
(c) Meghalaya - মেঘালয়
(d) Assam - অসম
66. India's second largest agro-based industry - ভাৰতৰ কৃষিভিত্তিক দ্বিতীয় বৃহৎ উদ্যোগ
(a) Jute Industry - মৰাপাট উদ্যোগ
(b) Sugar industry - চেনি উদ্যোগ
(c) Wheat flour industry - ঘেহুবা আটা উদ্যোগ
(d) Tea industry - চাহ উদ্যোগ
67. The first commercial oil production process was started in Assam from which of the following oilfields 83- তলৰ কোন তৈলক্ষেত্ৰৰপৰা অসমত প্ৰথম ব্যৱসায়ভিত্তিক তেল উৎপাদন প্রক্ৰিয়া আৰম্ভ কৰা হয়
(a) From Duliajan Oilfield - ডুলিয়াজান তৈলক্ষেত্রৰ পৰা
(b) From Digboi oilfield - ডিগবৈ তৈলক্ষেত্ৰৰ পৰা
(c) From the Hubrijan oilfield - হুগ্ৰীজান তৈলক্ষেত্ৰৰ পৰা
(d) From a neat oilfield - নাহৰকটীয়া তৈলক্ষেত্ৰৰপৰা
68. In how many years the first commercial oil production process started from oilfields in Assam - কিমান চনত প্রথম অসমত তৈলক্ষেত্ৰৰপৰা ব্যৱসায়ভিত্তিক তেল উৎপাদন প্রক্ৰিয়া আৰম্ভ হয়
(a) 1886 - 1886 চন
(b) 1887 - 1887 চন
(c) 1888 - 1888 চন
(d) 1889 - 1889 চন
69. In what year the Export-Import Bank of India was established - ভাৰতৰ ৰপ্তানি-আমদানি বেংক (The Export-Import Bank of India) কিমান চনত স্থাপন কৰা হয়
(a) In The Month of January, 1980 - 1980 চনৰ জানুৱাৰী মাহত
(b) In March 1981 - 1981 চনৰ মাৰ্চ মাহত
(c) In January 1982 - 1982 চনৰ জানুৱাৰী মাহত
(d) In April 1983 - 1983 চনৰ এপ্রিল মাহত
70. The objective of The Randani-Import Bank is - ৰণ্ডানি-আমদানি বেংকৰ উদ্দেশ্য হৈছে
(a) Responsibility of International Investment of Industrial Development Bank - উদ্যোগিক উন্নয়নী বেংকৰ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ দায়িত্ব
(b) To provide funds for exports and imports - ৰপ্তানি আৰু আমদানিৰ কাৰণে পুঁজিৰ যোগান ধৰা
(c) To provide capital to the investors in the United States (Joint Sector) abroad - বিদেশৰ যুক্তখণ্ডত (Joint Sector) মূলধন বিনিয়োগৰাকীসকলক মূলধনৰ যোগান ধৰা
(d) All of the above - ওপৰৰ আটাইকেইটা
71. Assam Co-operative Apex Bank Limited was set up - অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়
(a) In 1938 - ১৯৩৮ চনত
(b) In 1948 - ১৯৪৮ চনত
(c) in 1945 - ১৯৪৫ চনত
(d) In 1947 - ১৯৪৭ চনত
72. The first-ever priority plan on poverty alleviation is - পোন প্ৰথমবাৰৰ বাবে দাৰিদ্ৰ্যতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া পৰিকল্পনাটো হ'ল
(a) 10th Plan - দশম পৰিকল্পনা
(b) Fourth Plan - চতুৰ্থ পৰিকল্পনা
(c) Fifth Plan - পঞ্চম পৰিকল্পনা
(d) Best planning - বষ্ঠ পৰিকল্পনা
73. In which year the National Rural Health Mission (NRHM) programme was launched - ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (NRHM) কাৰ্যসূচী কোন চনত শুভাৰত্ত কৰা হয়
(a) April 1, 2002 - ২00২ চনৰ ১ এপ্ৰিল
(b) April 2, 2003 - ২00৩ চনৰ ২ এপ্ৰিল
(c) April 1, 2004 - ২00৪ চনৰ ১ এপ্রিল
(d) April 2, 2005 - ২00৫ চনৰ ২ এপ্ৰিল
74. When was The Steel Authority of India Limited formed - ভাৰতীয় তীখা প্ৰাধিকৰণ লিমিটেড কেতিয়া গঠন কৰা হয়
(a) In 1973 - 1973 চনত
(b) in 198d - 198d চনত
(c) in 1982 - 1982 চনত
(d) in 1989 - 1989 চনত
75. When Assam's tea becomes the first neelam - অসমৰ চাহ কেতিয়া ক’ত প্ৰথম নীলাম হয়
(a) In Monbai on January 8, 1834 - 1834 চনৰ 8 জানুৱাৰীত মোন্বাইত
(b) On January 15, 1835, at Calcutta - 1835 চনৰ 15 জানুৱাৰীত কলিকতাত
(c) in London on January 10, 1839 - 1839 চনৰ 10 জানুৱাৰীত লণ্ডনত
(d) In London on January 11, 1839 - 1839 চনৰ 11 জানুৱাৰীত লণ্ডনত
76. Through what the National Bank of Agriculture and Rural Development (NABARD) extends loans to the agriculture sector - কৃষি আৰু গ্ৰাম্য উন্নয়নৰ জাতীয় বেংকে (NABARD) কৃষি খণ্ডলৈ কিহৰ মাধ্যমেৰে ঋণ আগবঢ়ায়
(a) through the State Finance Department - ৰাজ্যিক বিত্ত বিভাগৰ যোগেদি
(b) Through the Government - চৰকাৰৰ মাধ্যমেদি
(c) Through commercial banks - ব্যৱসায়িক বেংক যোগে
(d) Directly - প্রত্যক্ষভাৱে
77. Integrated Rural Development Scheme is adopted in which five-year plan - সংহত গ্ৰাম্য উন্নয়ন আঁচনি কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰহণ কৰা হয়
(a) In the First Five Year Plan - প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Fifth Five Year Plan - পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Sixth Five Year Plan - ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাত
78. Which of the following airports is not regulated by the International Airports Authority of India - তলৰ কোনটো ভাৰতীয় বিমান বন্দৰ আন্তৰ্জাতিক বিমান প্ৰাধিকৰণে নিয়ন্তুণ কৰা নহয়
(a) Mohanbari (Dibrugarh) - মোহনবাৰী (ডিব্ৰুগড়)
(b) Mumbai - মুম্বাই
(c) Madras - মাদ্ৰাজ
(d) Calcutta - কলিকতা
79. When metro rail services first started in India - ভাৰতত মেট্ৰ’ ৰে’ল সেৱা প্রথম কেতিয়া আৰম্ভ হয়
(a) In Mumbai in 1981-82 - 1981-82 চনত মুম্বাইত
(b) In Delhi in 1983-84 - 1983-84 চনত দিল্লীত
(c) in Calcutta in 1984-85 - 1984-85 চনত কলিকতাত
(d) Chennai in 1985-86 - 1985-86 চনত চেন্নাইত
80. India's five-year plan to give more importance to power generation - শক্তি উৎপাদনত অধিক গুৰত্ব দিয়া ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাটো
(a) The Fifth Five Year Plan - পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা
(b) The Sixth Five-Year Plan - ষষ্ঠ পঞ্চবাৰ্বিক পৰিকল্পনা
(c) Seventh Five Year Plan - সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা
(d) Eighth Five Year Plan - অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved