A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 14
8. What is the name of the Ahom king who established a new city at Charwa on the banks of the Dihing River and shifted his capital there (দিহিং নদীৰ পাৰত চৰওৱা নামে ঠাইত এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজ নাম কি)
(a) Chukapha - চুকাফা
(b) Chutinpha - চুতিনফা
(c) Chudangpha - চুদাংফা
(d) Chuteufa - চুতেউফা
9. King Chuhungmung created another title equivalent to Bargohai and Burgohai. This is the name of the field (ৰজা চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়গোহাঁইৰ সমকক্ষ আন এটা পদৱীৰ সৃষ্টি কৰিছিল। এই পদৰীটোৰ নাম)
(a) Barpatra Gohain - বৰপাত্ৰ গোহাঁই
(b) Barfukan - বৰফুকন
(c) Barbarossa - বৰবৰুৱা
(d) None of the above - ওপৰৰ এটাও নহয়
10. After which war did the Chutia kingdom of that time become part of the Ahom kingdom (কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুটিয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তর্ভুক্ত হয়
(a) The Battle of Chetamukh - চেটামুখৰ যুদ্ধ
(b) Battle of Chaodangiri - চাওদাংগিৰিৰ যুদ্ধ
(c) Battle of Mathodang - মাথোদাঙৰ যুদ্ধ
(d) None of the above - ওপৰৰ এটাও নহয়
11. The first war between the Ahom and the Kacharis took place during the reign of which Ahom king (আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোন গৰাকী আহোম ৰজাৰ দিনত হৈছিল)
(a) Chuhungmu - চুহুংমুং
(b) Chudangpha - চুদাংফা
(c) Chuteufa - চুতেউফা
(d) Hair - চুলিকা
12. Which Ahom king dug a pond near the Jagannath Temple in Orissa (কোন গৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল)
(a) Rudrasingh - ৰুদ্ৰসিংহ
(b) Rajeshwar Singh - ৰাজেশ্বৰ সিংহ
(c) Gaurinath Singh - গৌৰীনাথ সিংহ
(d) Chuhungmu - চুহুংমুং
13. In which fascination did the Assamese harp girl jump into battle against the enemy (কোনখন মুগ্ধত অসমীয়া বীণা মূলা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল)
(a) In the third invasion of the Muslims - মুছলমানৰ তৃতীয় আক্ৰমণত
(b) In the fifth invasion of the Muslims - মুছলমানৰ পঞ্চম আক্রমণত
(c) In the fourth invasion of the Muslims - মুছলমানৰ চতুৰ্থ আক্রমণত
(d) In the seventh invasion of the Muslims - মুছলমানৰ সপ্তম আক্ৰমণত
14. Who slowed down the Rudrasagar Pond (ৰুদ্ৰসাগৰ পুখুৰী কোনে মন্দাইছিল)
(a) Rudra Singh - ৰুদ্ৰ সিংহই
(b) Rajeshwar Singh - ৰাজেশ্বৰ সিংহই
(c) Lakshmi Singh - লক্ষ্মী সিংহই
(d) A drunken lion - প্রমত্ত সিংহ
15. Who was conferred the title of 'Pratap Ballabh' by His Majesty Kamaleshwar Singh -'প্রতাপ বল্লভ' উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল
(a) Lachit Barphukan - লাচিত বৰফুকনক
(b) Badan Barphukan - বদন বৰফুকনক
(c) Momai Tamuli Barbarua - মোমাই তামুলী বৰবৰুৱাক
(d) Kalia Bhomora Barfukan - কলিয়া ভোমোৰা বৰফুকনক
16. In which year did the first invasion of the Mans take place - মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল
(a) In 1816 - ১৮১৬ চনত
(b) In 1817 - ১৮১৭ চনত
(c) In 1822 - ১৮২২ চনত
(d) In 1823 - ১৮২৩ চনত
17. In which year did the second invasion of the Mans take place - মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল
(a) In 1822 - ১৮২২ চনত
(b) In 1821 - ১৮২১ চনত
(c) In 1823 - ১৮২৩ চনত
(d) In 1819 - ১৮১৯ চনত
18. In which year did the third invasion of the Mans take place - মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল
(a) In 1823 - ১৮২৩ চনত
(b) In 1819 - ১৮১৯ চনত
(c) In 1822 - ১৮২২ চনত
(d) In 1821 - ১৮২১ চনত
31. Which of the following is a dance-drama - তলৰ কোনবিধ নৃত্য-নাটক
(a) Bharat Natyam - ভাৰত নাট্যম
(b) Manipuri - মণিপুৰী
(c) The Odyssey - ওডিচি
(d) Kothkoli - কথাকলি
32. Boating competition is one of the features of which of the following festivals - তলৰ কোনটো উৎসৱত নাওখেল প্রতিযোগিতা অন্যতম বৈশিষ্ট্য
(a) Onam (Kerala) - ওনাম (কেৰালা)
(b) Rangali Bihu - ৰঙালী বিহু
(c) Navratri - নৱৰাত্ৰি
(d) Pongal - পংগল
33. What is the Indian folk dance 'Shiro' known as - ভাৰতীয় লোকনৃত্য 'শ্বিৰো' ক কি বুলি জনা যায়
(a) Bamboo dance of Mizoram - মিজোৰামৰ বাঁহ নৃত্য
(b) Bihu dance of Assam - অসমৰ বিহু নৃত্য
(c) Andhra Pradesh Batukama dance - অন্ধ্রপ্রদেশ বাতুকামা নৃত্য
(d) Garba dance of Gujarat - গুজৰাটৰ গাৰ্বা নৃত্য
34. Who won an Oscar for Slumdog Millennial Sonny - শ্লামড'গ মিলেনিয়ান ছনিৰ বাবে কোনে অস্কাৰ বঁটা লাভ কৰিছিল
(a) Gulzar - গুলজাৰ
(b) Ray - সত্যজিৎ ৰায়
(c) A R Rahman - এ আৰ ৰহমান
(d) Bhanu Athaiah - ভানু আথাইয়া
35. Which of the following cinematographers was the first recipient of the Honorary Dada Shaher Phalke Award - তলৰ কোনজন চিনেমাটোগ্ৰাফাৰে প্ৰথম সন্মানীয় দাদা চাহেৰ ফাল্কে সম্মান লাভ কৰিছিল
(a) Govinda Nihalini - গোবিন্দ নিহালিনি
(b) B S Loknath - বি এছ লোকনাথ
(c) B C Gaurishangar - বি চি গৌৰীশংৰ
(d) DK Murthy - ডি কে মূৰ্তি
36. Which city is known as the 'Manchester of the East' - 'পূবৰ মানচেষ্টাৰ' বুলি কোনখন চহৰক জানা যায়
(a) Guwahati - গুৱাহাটী
(b) Shivsagar - শিৱসাগৰ
(c) Dhemaji - ধেমাজি
(d) Shualkuchi - শুৱালকুছি
37. Who is the first Assamese to receive the Hon'ble Dada Saheb Fake Award - সন্মানীয় দাদা চাহেব ফাকে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন
(a) Bhupen Hazarika - ভূপেন হাজৰিকা
(b) Zubin Garg - জুবিন গাৰ্গ
(c) Parbin Sultana - পাৰবিন চুলতানা
(d) Khagen Mahant - খগেন মহন্ত
38. Which of the following is not a recipient of the Assam Ratna - তলৰ কোনজন অসম ৰত্ন প্রাপক নহয়
(a) Bhupen Hazarika - ভূপেন হাজৰিকা
(b) Navkant Baroua - নৱকান্ত বৰুৱা
(c) Mamoni Roysom Goswami - মামণি ৰয়ছম গোস্বামী
(d) Jitendra Nath Goswami - জিতেন্দ্র নাথ গোস্বামী
39. Which state celebrates 'Ved Mata Mela' annually - কোনখন ৰাজ্যই 'ভেড মাতা মেলা' বছৰে উদযাপন কৰে
(a) Telangana - তেলেংগানা
(b) Gujarat - গুজৰাট
(c) Bihar - বিহাৰ
(d) West Bengal - পশ্চিমবংগ
40. Which Indian short film won the Oscar in - ২০২৩ বৰ্ষত কোনখন ভাৰতীয় ছুটি ছবিয়ে অস্কাৰ লাভ কৰিছিল
(a) Period End of Sentence
(b) The Elephant Whispers
(c) Camera
(d) India's Daughter
41. Who is the recipient of the 2020 Dadasaheb Phalke Award - ২০২০ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰাপক কোন
(a) Manoj Kumar - মনোজ কুমাৰ
(b) Amitabh Bachchan - অমিতাভ বচ্চন
(c) Asha Parekh - আশা পাৰেখ
(d) Rajinikanth - ৰজনীকান্ত
42. Who prepared the first budget of independent India - স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে প্ৰস্তুত কৰিছিল
(a) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(b) R K Sanmuyam Chetri - আৰ কে সনমুযাম চেত্রী
(c) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(d) Mohammad Chanullah - মহম্মদ চানুল্লা
43. Policy announced by the Government of India in 2007 for the industrial development of the North East - উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে ২০০৭ চনত ঘোষণা কৰা নীতি
(a) North-Pun Entrepreneurs - উত্তৰ-পুন উদ্যোগি
(b) North East Industrial - উত্তৰ-পূব ঔদ্যোগিক
(c) North East Industrial Investment Promotion Policy - উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি
(d) None of the above - ওপৰৰ এটাও নহয়
44. What is the annual growth target of the 11th Plan of Assam - অসমৰ একাদশ পৰিকল্পনাৰ বাৰ্ষিক বৃদ্ধিৰ লক্ষ্য কিমান
(a) 5.5% per annum - বছৰি ৫.৫%
(b) 6.5% per annum - বছৰি ৬.৫%
(c) 7.5% per annum - বছৰি ৭.৫%
(d) 8.5% per annum - বছৰি ৮.৫%
45. Where is the world's first Tea Research Center located - বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্রটো ক'ত অৱস্থিত
(a) Toklai, Jorhat district - যোৰহাট জিলাৰ টোকলাইত
(b) In Narayanpur, Lakhimpur district - লখিমপুৰ জিলাৰ নাৰায়ণপুৰত
(c) Dhamadhama in Nalbari district - নলবাৰী জিলাৰ ধমধমাত
(d) Amoni in Nagaon district - নগাঁও জিলাৰ আমনিত
46. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়
(a) In 1961 - ১৯৬১ চনত
(b) In 1960 - ১৯৬০ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) In 1950s - ১৯৫০ চনত
47. When was the Tea Auction Center established in Guwahati - গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্র স্থাপিত হয়
(a) In 1970 - ১৯৭০ চনত
(b) In 1972 - ১৯৭২ চনত
(c) In 1974 - ১৯৭৪ চনত
(d) In 1975 - ১৯৭৫ চনত
48. Who was the first Assamese Director of the Reserve Bank of India - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন
(a) Jant Madhav - জান্ত মাধব
(b) Parvati Prasad Goswami - পার্বতী প্রসাদ গোস্বামী
(c) Ganesh Fukan - গণেশ ফুকন
(d) None of the above - ওপৰৰ এজনো নহয়
49. Where is the second largest oil refinery in the world in Assam - বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে
(a) In Numaligarh - নুমলীগড়ত
(b) In Tezpur - তেজপুৰত
(c) In Guwahati - গুৱাহাটীত
(d) Digboi - ডিগবৈত
50. When was the capital of Assam known as Dispur -কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়
(a) 1973 - ১৯৭৩
(b) 1971 - ১৯৭১
(c) 1975 - ১৯৭৫
(d) 1970 - ১৯৭০

51. What is the name of the axis that crosses the southern border of Assam - অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি
(a) কর্কট ক্রান্তি
(b) Equatorial - বিষুবীয়
(c) Capricorn - মকৰক্ৰাস্তি
(d) Not one - এটাও নহয়
52. What is the name of the largest city in the North East - উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি
(a) Jorhat - যোৰহাট
(b) Guwahati - গুৱাহাটী
(c) Tezpur - তেজপুৰ
(d) Lakhimpur - লক্ষীমপুৰ
53. What are the main components of the natural environment - প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি
(a) Cold - ঠাণ্ডা
(b) Hot - গৰম
(c) Ornamentation - অলংকাৰ
(d) Soil - মৃত্তিকা
54. In which year did Malla receive the title of 'Narayan' - কোন চনত মল্লদেৱে 'নাৰায়ণ' উপাধি লাভ কৰে
(a) In 1508 - ১৫০৮ চনত
(b) In 1521 - ১৫২১ চনত
(c) In 1540 - ১৫৪০ চনত
(d) In 1548 - ১৫৪৮ চনত
55. By whom was the Moles dynasty founded - মলেছ ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল
(a) Tyagachimha - ত্যাগাচিমহা
(b) Shalashtamba - শালাষ্ঠম্বা
(c) Harjar Barman - হৰজ্জৰ বৰ্মণ
(d) Bir Pal - বীৰ পাল
56. In which year was the Treaty of Majuli signed between the Koch king Naranarayan and the Ahom king Chukapha - কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়
(a) In 1560s - ১৫৬০ চনত
(b) In 1521 - ১৫২১ চনত
(c) In 1569 - ১৫৬৯ চনত
(d) In 1572 - ১৫৭২ চনত
57. In what year did Srimanta Sankardeva die - শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল
(a) In 1567 - ১৫৬৭ চনত
(b) In 1568 - ১৫৬৮ চনত
(c) In 1569 - ১৫৬৯ চনত
(d) In 1570 - ১৫৭০ চনত
58. The term of the Council of Ministers is over - মন্ত্ৰী পৰিষদৰ কাৰ্যকাল হ’ল
(a) 4 years - ৪ বছৰ
(b) 6 years - ৬ বছৰ
(c) 5 years - ৫ বছৰ
(d) 10 years - ১০ বছৰ
59. Who was the first woman to be imprisoned and the pioneer of women freedom fighters in Assam - অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্রথমগৰাকী মহিলা কোন
(a) Kankalta - কনকলতা
(b) Chandraprabha Shaikia - চন্দ্ৰপ্ৰভা শইকীয়ানী
(c) Bhogeshwari Fuknani - ভোগেশ্বৰী ফুকননী
(d) Aideu Sandiky - আইদেউ সন্দিকৈ
60. Who was the first Assamese woman Minister in the Union Cabinet of India - সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল
(a) Mavis Dann - মেভিচ ড্যান
(b) Chandraprabha Shaikia - চন্দ্ৰপ্ৰভা শইকীয়ানী
(c) Syed Anwara Timur - চৈয়দা আনোৱাৰা টাইমূৰ
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
61. Who is the first woman Vice-Speaker of the Assam Legislative Assembly , - অসম বিধান সভাৰ প্রথম মহিলা উপাধ্যক্ষাগৰাকী কোন ,
(a) Renupama Rajkhowa - ৰেণুপমা ৰাজখোৱা
(b) Baneli Khangmen - বনেলি খংমেন
(c) Pranati Fukan - প্ৰণতি ফুকন
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
62. Who was the first woman minister of Assam - অসমৰ প্রথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল
(a) Hemprabha Shaikia - হেমপ্ৰভা শইকীয়া
(b) Baneli Khangmen - বনেলি খংমেন
(c) Mavis Dann - মেভিচ ড্যান
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
63. Who is the first woman judge of the Guwahati High Court - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রথম মহিলা ন্যায়াধীশ গৰাকী কোন
(a) Rupam - ৰূপম
(b) Mira Sharma - মীৰা শৰ্মা
(c) Mavis Dann - মেভিচ ড্যান
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
64. Who was the first Governor of independent Assam - স্বাধীন অসমৰ প্রথম ৰাজ্যপালগৰাকী কোন আছিল
(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(c) Sir Saleh Muhammad Akbar Hydari - ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী
(d) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ
65. Who was the first Chief Minister of independent Assam - স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰীগৰাকী কোন
(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Syed Sir Mohammad Shadullah - চৈয়দ ছাৰ মহম্মদ ছাদুল্লা
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ
66. Who was the first Chief Minister of Assam before independence - স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল
(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Syed Sir Muhammad Sadullah - চৈয়দ ছাৰ মহম্মদ ছাদুল্লা
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ
67. Who was the first Assamese Governor - প্রথম অসমীয়া ৰাজ্যপালজন কোন
(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Debananda Konwar - দেবানন্দ কোঁৱৰ
(c) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ
68. Who was the first Assamese President - প্রথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন
(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ
(c) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(d) None of the above - ওপৰৰ এটাও নহয়
69. Who appoints the Chief Minister - মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে
(a) The Governor - ৰাজ্যপালে
(b) The President shall - ৰাষ্ট্ৰপতিয়ে
(c) The Prime Minister - প্রধান মন্ত্ৰীয়ে
(d) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
70. The term of the Governor is - ৰাজ্যপালৰ কাৰ্যকাল হ’ল
(a) 2 years - ২ বছৰ
(b) 5 years - ৫ বছৰ
(c) 6 years - ৬ বছৰ
(d) 8 years - ৮ বছৰ
71. The Principals of the Universities in the State are - ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ’ল
(a) Governor - ৰাজ্যপাল
(b) The Chief Minister - মুখ্য মন্ত্ৰী
(c) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(d) The President - ৰাষ্ট্ৰপতি
72. Haria Mandal, the father of first Koch king Biswa Singha originate from which village of Goalpara district (প্ৰথম কোচ ৰজা বিশ্ব সিংহৰ পিতৃ হৰিয়া মণ্ডলৰ উৎপত্তি গোৱালপাৰা জিলাৰ কোনখন গাঁৱৰ পৰা)
(a) কোচ বেহাৰ (Koch Behar)
(b) খুঁটাঘাট (Khuntaghat)
(c) মাঙলদৈ (Mangaldoi)
(d) চিকনাবাৰি (চকেংৰাম)(Chiknabari/Chkengram)
73. কোচ সাম্রাজ্যৰ প্ৰথম ৰাজা কেই আছিল? (Who was the first king of the Koch dynasty?)
(a) পৃথ্বীনাৰায়ণ (Prithvinarayan)
(b) প্ৰাণ নাৰায়ণ (Pran Narayan)
(c) নৰনাৰায়ণ (Naranarayan)
(d) বিশ্ব সিংহ (Biswa Singha)
74. নিম্নোক্ত কোনটি পুৰাণী কামৰূপৰ পৰাৰ প্ৰতীক হিচ্চে? (Which of the following animals was used as the royal symbol of the ancient king of Kamrupa?)
(a) ষংক (Bull)
(b) সিংহ (Lion)
(c) বাঘ (Tiger)
(d) হাতী (Elephant)
75. সংস্কৃত শাসন স্তূপত নাৰনাৰায়ণৰ নাম কিৰণি হৈছে? (In the Sanskrit inscription, the name of Naranarayan is mentioned as)
(a) ক্ষত্ৰিয় (Kshatriya)
(b) পূৰণ্ডৰ (Purandar)
(c) মল্লদেৱ (Malladeva)
(d) কামতেশ্বৰ (Kamateswar)
76. কোচ সাম্রাজ্যৰ পৰাৰ কোন রাজধানী হিচ্চে? (The capital of Koch kingdom was at)
(a) কোচ বিহাৰ (Koch Behar)
(b) কামৰূপনগৰ (Kamrupnagar)
(c) কামতাপুৰ (Kamatapur)
(d) এটি কোনোও বাবে নহয় (None of these)
77. কৌশিক সাম্রাজ্যৰ কোন পৰাৰ সাথে সমুদ্ৰগুপ্ত গুপ্ত সাম্রাজ্যৰ কোন সামৰ্থ্য আছিল? (Which king of Varman dynasty was contemporary with Samudragupta of Gupta dynasty?)
(a) ভাস্কৰ ভৰ্মন (Bhaskar Varman)
(b) সমুদ্ৰ ভৰ্মন (Samudra Varman)
(c) পুষ্য ভৰ্মন (Pushya Varman)
(d) এইখনও নাই (None of them)
78. Who was the Ahom king during the first Moammar Rebellion(প্রথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল )
(a) Shiv Singh (শিব সিংহ)
(b) Lakshmi Singh (লক্ষ্মী সিংহ)
(c) Jayadeva Singh (জয়ধ্বজ সিংহ)
(d) Singh (সিংহ)
79. What is the marriage system of the Ahoms called(আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় )
(a) Love marriage (প্রেমবিবাহ)
(b) Gandharva marriage (গন্ধর্ব বিবাহ)
(c) Chaklang (চকলং)
(d) None of the above (ওপৰৰ এটাও নহয়)
80. What is the name of the youngest Ahom king (আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি)
(a) Suhanpha - চুহানফা
(b) Churampha - চুৰামফা
(c) Chulikpha - চুলিকফা
(d) Chutinpha - চুটিনফা
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved