Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 31

 

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 31

 

1. Who designed the pike system in the Ahom kingdom - কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল

(a) Momai Tamuli Barbarua - মোমাই তামুলী বৰবৰুৱা
(b) Pratap Singh - প্রতাপ সিংহ
(c) Lachit Barphukan - লাচিত বৰফুকন
(d) Chakrapani Barbarua - চক্রপাণি বৰবৰুৱা

 

2. Who led the Mughal army in the Battle of Saraighat - শৰাইঘাট যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল

(a) Jai Singh - - জয় সিং
(b) Ram Singh - - ৰাম সিং
(c) Bachin Singh - বচিন সিং
(d) None of the above - ওপৰৰ এটাও নহয়

 

3. In what year did the Battle of Istaguli take place - কিমান চনত ইস্তাগুলি যুদ্ধ সংঘটিত হৈছিল

(a) In 1675 - ১৬৭৫ চনত
(b) In 1677 - ১৬৭৭ চনত
(c) In 1680 - ১৬৮০ চনত
(d) In 1682 - ১৬৮২ চনত

 

4. The book 'Istividarnat' was written under which Ahom ruler - 'ইস্তিবিদার্ণত' কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল

(a) Rudra Singh - ৰুদ্ৰ সিংহ
(b) Shiva Singh - শিব সিংহ
(c) Rajeshwar Singh - ৰাজেশ্বৰ সিংহ
(d) None of the above - ওপৰৰ এটাও নহয়

 

5. Who was the founder of the Chutia kingdom - চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন

(a) Bir Pal - বীৰ পাল
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Mayura Pal - ময়ূৰা পাল
(d) Satyanarayana - সত্যনাৰায়ণ

 

6. Sati Sadhani was a Ragi of which dynasty - সতী সাধনী কোন বংশৰ ৰাগী আছিল

(a) Ahem - আহেম
(b) Dimasa - ডিমাচা
(c) Coaches - কোচ
(d) Chutia - চুতীয়া

 

7. In which year was the Kachari kingdom annexed by the British - কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল

(a) In 1826 - ১৮২৬ চনত
(b) In 1828 - ১৮২৮ চনত
(c) In 1832 - ১৮৩২ চনত
(d) In 1834 - ১৮৩৪ চনত

 

8. A governor under Mirjumla Kar, who captured Garhwal, the capital of the Ahom villages - আহোম গাঁৱৰ ৰাজধানী গড়গাঁও দখল কৰা মিৰজুমলা কাৰ অধীনস্থ এজন ৰাজ্যপাল

(a) Jahangir - জাহাংগীৰ
(b) Shahjahan - শ্বাহজাহান
(c) Aurangzeb - ঔৰংজেৱ
(d) Bahadur Shah - বাহাদুৰ শাহ

 

9. The first conference of Assam Sahitya Sabha was held at (অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয়)

(a) Kamrup
(b) Sivasagar
(c) Barpeta
(d) Dhuburi

 

10. Who was the first President of Assam Sahitya Sabha (অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল)

(a) Lakshminath Bezbaroa
(b) Padmanath Gohain Baruah
(c) Hemchandra Goswami
(d) Rajanikanta Bordoloi

 

11. Which of the following famous Assamese politicians held the post of President of the Assam Sahitya Sabha in addition to his contribution to the Assamese language and literature - তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰি অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল

(a) Hem Baroua - হেম বৰুৱা
(b) Nabin Chandra Bardoli - নবীনচন্দ্ৰ বৰদলৈ
(c) Devkant Baroua - দেৱকান্ত বৰুৱা
(d) None of the above - ওপৰৰ এটাও নহয়

 

12. Which of the following persons is not a person who has served as Chief Minister twice - তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্রী পদত অধিষ্ঠিত ব্যক্তি নহয়

(a) Prafulla Kumar Mahanta - প্ৰফুল্ল কুমাৰ মহন্ত
(b) Keshav Chandra Gogoi - কেশৱ চন্দ্ৰ গগৈ
(c) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(d) Hitesh Shaikia - হিতেশ্বৰ শ‍ইকীয়া

 

13. When was the Assam Accord signed - অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

(a) 1979 August 25 - ১৯৭৯ চনৰ ২৫ আগষ্ট
(b) 1989 August 20, - ১৯৮৯ চনৰ ২০ আগষ্ট
(c) 1990 August 12, - ১৯৯০ চনৰ ১২ আগষ্ট
(d) 1985 August 15 - ১৯৮৫ চনৰ ১৫ আগষ্ট

 

14. Who was the first martyr of the freedom movement of Assam - অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল

(a) Maniram Dewan - মণিৰাম দেৱান
(b) Piyli Fukan - পিয়লি ফুকন
(c) Kankalta - কনকলতা
(d) Kushal Konwar - কুশল কোঁৱৰ

 

15. In which year have additional powers been delegated to the Karbi Anglong and North Kachar Autonomous Councils - কিমান চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্ত শাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে

(a) 1990 - ১৯৯০ চন
(b) 1993 - ১৯৯৩ চন
(c) 1995 - ১৯৯৫ চন
(d) 1999 - ১৯৯৯ চন

 

16. How many seats are reserved for women in municipal corporations - পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ থাকে

(a) 30 - ৩০ খন
(b) 15 - ১৫ খন
(c) 20 - ২০ খন
(d) 10 - ১০ খন

 

17. How many members can the government nominate to a city committee - এখন নগৰ সমিতিলৈ চৰকাৰে কিমান সদস্য মনোনীত কৰিব পাৰে

(a) 3
(b) 2
(c) 5
(d) 4 

 

18. Namki is the first woman minister of the tea community of Assam - অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি

(a) Rupam Kurmi - ৰূপম কুৰ্মী
(b) Lakshi Orang - লক্ষী ওৰাং
(c) Damayanti velvet - দময়ন্তী মুগা
(d) Sadhni Karmakar - সাধনী কৰ্মকাৰ

 

19. Who was the first member of the Cabinet of Assam - অসমৰ প্রথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমদ
(c) Hem Barumba - হেম বৰুৱা
(d) Suren Buragohain - সুৰেন বুঢ়াগোহাঞি

 

20. In which year was the first High Court of Assam (Guwahati High Court) established - অসমৰ প্রথম উচ্চ ন্যায়ালয় (গুৱাহাটী হাইকোৰ্ট) কিমান চনত স্থাপিত হয়

(a) In 1948 - ১৯৪৮ চনত
(b) In 1950 - ১৯৫০ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) In 1960 - ১৯৬০ চনত

 

21. Appoints vice-chancellors of universities - বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে

(a) The Chief Minister - মুখ্য মন্ত্ৰীয়ে
(b) The Governor - ৰাজ্যপালে
(c) The Prime Minister - প্ৰধান মন্ত্ৰীয়ে
(d) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে

 

22. Who appoints the judges of the High Court - উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে

(a) The Governor - ৰাজ্যপালে
(b) The Chief Minister - মুখ্য মন্ত্ৰীয়ে
(c) The President shall - ৰাষ্ট্ৰপতিয়ে
(d) The Prime Minister - প্রধান মন্ত্ৰীয়ে

 

23. Who is vested with the power to convene, dissolve and adjourn sessions of the Legislative Assembly - বিধান সভাৰ অধিবেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে

(a) The President - ৰাষ্ট্ৰপতিৰ
(b) Governor's - ৰাজ্যপালৰ
(c) The Chief Minister - মুখ্যমন্ত্ৰীৰ
(d) The Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষৰ

 

24. Who is the Head of State Administration - ৰাজ্যিক প্ৰশাসনৰ মুৰবী কোন

(a) Governor - ৰাজ্যপাল
(b) The Chief Minister - মুখ্য মন্ত্ৰী
(c) The Commissioner - আয়ুক্ত
(d) The Chief Justice of the Court - ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

 

25. Who appoints the Governor - ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে

(a) The Vice-President - উপৰাষ্ট্পতিয়ে
(b) The Chief Minister - মুখ্য মন্ত্ৰীয়ে
(c) The President - ৰাষ্ট্ৰপতিয়ে
(d) The Prime Minister - প্রধান মন্ত্ৰীয়ে

 

26. The term of the Chief Minister is over - মুখ্যমন্ত্ৰীৰ কাৰ্যকাল হ’ল

(a) 4 years - ৪ বছৰ
(b) 5 years - ৫ বছৰ
(c) 6 years - ৬ বছৰ
(d) 10 years - ১০ বছৰ

 

27. Where in Assam is there a dental college - অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে

(a) In Lakhimpur - লখিমপুৰত
(b) In Kokrabar - কোকৰাবাৰত
(c) In Guwahati - গুৱাহাটীত
(d) In Shilchar - শিলচৰত

 

28. Where in Assam is there a fireplace factory - অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে

(a) In Dhubri - ধুবুৰীত
(b) In Kokrabar - কোকৰাবাৰত
(c) In Tezpur - তেজপুৰত
(d) In Shillong - শিলচৰত

 

29. Where in Assam is there a foreign clay (cement) factory - অসমৰ কোন ঠাইত বিলাতী মাটি (চিমেণ্ট) কাৰখানা আছে

(a) In Dhubri - ধুবুৰীত
(b) In Kokrabar - কোকৰাবাৰত
(c) In Tezpur - তেজপুৰত
(d)  In Bokajan - বোকাজানত

 

30. Where was the first archive in Assam established - অসমৰ প্রথমটো অভিলেখাগাৰ ক’ত স্থাপন কৰা হয়

(a) In Nagaon (on 1 March 2008) - নগাঁৱত (২০০৮ চনৰ ১ মাৰ্চত)
(b) In Golaghat (2 March 2009) - গোলাঘাটত (২০০৯ চনৰ ২ মাৰ্চত)
(c) in Guwahati (3 March 2010) - গুৱাহাটীত (২০১০ চনৰ ৩ মাৰ্চত)
(d) at Kokrabbar (on 4 March 2011) - কোকৰাববাৰত (২০১১ চনৰ ৪ মাৰ্চত)

 

31. Where in Assam was the first wildlife rescue center established in India

(a) On 22 August 2001 in Manas - ২০০১ চনৰ ২২ আগষ্টত মানসত
(b) On 28 August 2002 in Kaziranga - ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত
(c) On 29 August 2003 in Orang - ২০০৩ চনৰ ২৯ আগষ্টত ওৰাঙত
(d) On 30 August 2004 in Kaziranga - ২০০৪ চনৰ ৩০ আগষ্টত কাজিৰঙাত

 

32. Where is the World Health Organization in Assam - অসমৰ কোনখন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে

(a) At Gahpur in Tezpur - তেজপুৰৰ গহপুৰত
(b) In Gosaigam, Kokrajhar - কোকৰাঝাৰৰ গোসাইগাঁৱত
(c) In Chabua, Dibrugarh - ডিব্ৰুগড়ৰ চাবুৱাত
(d) In Shilchar, Kachar - কাছাৰৰ শিলচৰত

 

33. Where is the factory for the manufacture of brass utensils

(a) In Sarthebari - সৰ্থেবাৰীত
(b) In the Karanga - কৰঙাত
(c) In Shualkuchi - শুৱালকুছিত
(d)  Hajo - হাজোত

 

34. Where is the State Zoo in Assam

(a) In Lakhimpur - লখিমপুৰত#NAME?
(b) In Kokrajhar - কোকৰাঝাৰত
(c) In Guwahati - গুৱাহাটীত
(d) In Shilchar - শিলচৰত

 

35. What is the name of the place where the copper ore is located in Assam - অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি

(a) Dilai Hills in Karbi Anglong - কাৰ্বিআংলঙৰ দিলাই পাহাৰ
(b) At Bishwanath Chariali, Sonitpur - শোণিতপুৰৰ বিশ্বনাথ চাৰিআলিত
(c) Shilchar, Kachar - কাছাৰৰ শিলচৰ
(d)  Mahamaya Hills in Dhubri district - ধুবুৰী জিলাৰ মহামায়া পাহাৰ

 

36. What is the name of the place where bamboo and cane products are produced in Assam - অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি

(a) In the village of Mugkuchi in Nalbari district - নলবাৰী জিলাৰ মুগকুছি গাঁৱত
(b) At Kacharihat, Golaghat - গোলাঘাটৰ কছাৰীহাটত
(c) In Dabka, Nagaon - নগাঁৱৰ ডবকাত
(d) None of the above - ওপৰৰ এটাও নহয়

 

3 7. What is the name of the place where ivory is made - হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি

(a) Guwahati - গুৱাহাটী
(b) Nalbari - নলবাৰী
(c) Barpeta - বৰপেটা
(d) Dhubri - ধুবুৰী

 

38. What is the name of the place where cotton is produced in Assam - অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি

(a) Mikir Hill - মিকিৰ পাহাৰ
(b) Jagiroad - জাগীৰোড
(c) Nagaon - নগাঁও
(d) Hojai - হোজাই

 

39. What is the name of the place where eri, velvet and jute fabrics are produced - এৰি, মুগা, পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি

(a) Sarthebari - সৰ্থেবাৰী
(b) Umranchu - উমৰাঞণ্চু
(c) Hojai - হোজাই
(d)  Shuwalkuchi - শুৱালকুছি

 

40. What is the name of the place where the brass vessels are made - পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি

(a) Hajo - হাজো
(b) Nalbari - নলবাৰী
(c) Jorhat - যোৰহাট
(d) Karbi Anglong - কাৰ্বিআংলং

 

41. What is the name of the place where brass vessels are made - কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি

(a) Hajo - হাজো
(b) Nalbari - নলবাৰী
(c) Sarthebari - সৰ্থেবাৰী
(d) Karbi Anglong - কাৰ্বিআংলং

 

42. What is the name of the oil refinery established in Assam under the Assam Accord - অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি

(a) Digboi - ডিগবৈ
(b) Salt soil - নুনমাটি
(c) Numaligarh - নুমলীগড়
(d) Bangalore - বঙাইগাঁও

 

43. What is the Installed Capacity of Numaligarh Refinery - নুমলীগড় শোধনাগাৰৰ ধাৰণ ক্ষমতা (Installed Capacity) কিমান

(a) 3 mt - ৩ মিটাৰ টন
(b) 4 mt - ৪ মিটাৰ টন
(c) 5 mt - ৫ মিটাৰ টন
(d) 6 mt - ৬ মিটাৰ টন

 

44. When and where was the first oil refinery established in Assam - অসমত প্রথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক’ত স্থাপন কৰা হয়

(a) In 1890, at Digboi - ১৮৯০ চনত, ডিগবৈত
(b) In 1901, at Digboi - ১৯০১ চনত, ডিগবৈত
(c) In 1921, at Digboi - ১৯২১ চনত, ডিগবৈত
(d) In 1911, at Digboi - ১৯১১ চনত, ডিগবৈত

 

45. When was the first railway service introduced in Assam - অসমত সৰ্বপ্ৰথম কেতিয়া ৰে’লসেৱা আৰম্ভ হয়

(a) In 1874 - ১৮৭৪ চনত
(b) In 1883 - ১৮৮৩ চনত
(c) In 1884 - ১৮৮৪ চনত
(d) In 1888 - ১৮৮৮ চনত

 

46. When did ships first sail in Assam - অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়

(a) In 1849 - ১৮৪৯ চনত
(b) In 1853 - ১৮৫৩ চনত
(c) In 1855 - ১৮৫৫ চনত
(d) In 1859 - ১৮৫৯ চনত

 

47. In which year was the Assam State Cooperative Apex Bank established - অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন হৈছিল

(a) In the 1940s - ১৯৪০ চনত
(b) In 1942 - ১৯৪২ চনত
(c) In 1944 - ১৯৪৪ চনত
(d)  In 1948 - ১৯৪৮ চনত

 

48. When was the Assam Finance Corporation established - অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল

(a) In 1952 - ১৯৫২ চনত
(b) In 1953 - ১৯৫৩ চনত
(c) In 1954 - ১৯৫৪ চনত
(d) In 1955 - ১৯৫৫ চনত

 

49. What was the main objective of establishing the Assam Finance Corporation - অসম বিত্ত নিগম স্থাপনৰ প্রধান উদ্দেশ্য কি আছিল

(a) Financing the Government - চৰকাৰক বিত্তীয় সাহায্য প্ৰদান
(b) Provision of financial assistance to Small and Medium Enterprises - ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
(c) Provision of financial assistance to large enterprises - বৃহৎ উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
(d) To provide loans to the banks of the State - ৰাজ্যৰ বেংকসমূহক ব৷ণ প্রদান কৰৰা

 

50. When was the North East Development Finance Corporation established - উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল

(a) In 1996 - ১৯৯৬ চনত
(b) In the 1990s - ১৯৯০ চনত
(c) In 1993 - ১৯৯৩ চনত
(d) In 1999 - ১৯৯৯ চনত

 

 

 

51. In which year was the North Eastern Council formed - উত্তৰ-পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল

(a) In the 1970s - ১৯৭০ চনত
(b) In 1971 - ১৯৭১ চনত
(c) In 1973 - ১৯৭৩ চনত
(d)  In 1972 - ১৯৭২ চনত

 

52. What percentage of the total population of Assam is dependent on agriculture - অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল

(a) 70% - ৭০%
(b) 20% - ২০%
(c) 90% - ৯০%
(d) 80% - ৮০%

 

53. Where is the High Court in Assam - অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে

(a) In Guwahati - গুৱাহাটীত
(b) In Jorhat - যোৰহাটত
(c) In Dibrigarh - ডিব্ৰিগড়ত
(d) In Diphu - ডিফুত

 

54. Assam Rural Development Bank was established in which year - অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল

(a) In 2005 - ২০০৫ চনত
(b) In 2006 - ২০০৬ চনত
(c) In 2007 - ২০০৭ চনত
(d) In 2008 - ২০০৮ চনত

 

55. In which year did the cooperative movement start in Assam - অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়

(a) 1940s - ১৯৪০
(b) 1904 - ১৯০৪
(c) 1650 - ১৬৫০
(d) 1651 - ১৬৫১

 

56. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়

(a) In 1961 - ১৯৬১ চনত
(b) In the 1960s - ১৯৬০ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) In the 1950s - ১৯৫০ চনত

 

57. When was the Bangalore Oil Refinery established - বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়

(a) In the 1970s - ১৯৭০ চনত
(b) In the 1980s - ১৯৮০ চনত
(c) In 1962 - ১৯৬২ চনত
(d) In the 1960s - ১৯৬০ চনত

 

58. When was the Numaligarh Oil Refinery established - নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়

(a) In 1986 - ১৯৮৬ চনত
(b) In 1988 - ১৯৮৮ চনত
(c) In the 1990s - ১৯৯০ চনত
(d)  In 1999 - ১৯৯৯ চনত

 

59. How much of the world's total tea production does Assam produce - বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ উৎপাদন কৰে

(a) One-third - তিনি ভাগৰ এক অংশ
(b) One part of two parts - দুই ভাগৰ এক অংশ
(c) One-fifth - পাঁচ ভাগৰ এক অংশ
(d)  One-sixth - ছয় ভাগৰ এক অংশ

 

60. What percentage of the total workforce in Assam is involved in the tea industry - অসমৰ মুঠ শ্রমিকৰ কিমানভাগ শ্রমিক চাহ উদ্যোগৰ লগত জড়িত

(a) 17 per cent - ১৭ শতাংশ
(b) 15 per cent - ১৫ শতাংশ
(c) 20 per cent - ২০ শতাংশ
(d) 30 per cent - ৩০ শতাংশ

 

61. Which places in Assam have petrochemical projects - অসমৰ কোন কোন ঠাইত পেট্ৰ’কেমিকেল প্ৰকল্প আছে

(a) Namrup, Bangalore - নামৰূপ, বঙাইগাঁও
(b) Digboi, Nunmati - ডিগবৈ, নুনমাটি
(c) Numaligarh, Shillong - নুমলীগড়, শিলচৰ
(d)  Jagiroad, Yogighopa - জাগীৰোড, যোগীঘোপা

 

62. Which of the following places in Assam does not have a paper mill - তলত দিয়া অসমৰ কোন ঠাইত কাগজকল নাই

(a) Yogighopa - যোগীঘোপা
(b) Jagiroad - জাগীৰোড
(c) Numaligarh - নুমলীগড়
(d) Panchgram - পাঁচগ্রাম

 

63. Where in Assam are there cotton mills - অসমৰ কোন ঠাইত মৰাপাটৰ কল আছে

(a) Yogighopa - যোগীঘোপা
(b) Jagiroad - জাগীৰোড
(c) Numaligarh - নুমলীগড়
(d)  Shilghat - শিলঘাট

 

64. Where are the yarn mills in Assam - অসমৰ সুতা কটা কল ক’ত আছে

(a) Chandrapur, Chariduar - চন্দ্ৰপুৰ, চাৰিদুৱাৰ
(b) Digboi, Nunmati - ডিগবৈ, নুনমাটি
(c) Numaligarh, Shillong - নুমলীগড়, শিলচৰ
(d) Jagiroad, Yogighopa - জাগীৰোড, যোগীঘোপা

 

65. Where in Assam is there an Agricultural Research Centre - অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে

(a) Chandrapur, Chariduwar - চন্দ্ৰপুৰ, চাৰিদুৱাৰ
(b) Jorhat, Bishwanath Chariali - যোৰহাট, বিশ্বনাথ চাৰিআলি
(c) Numaligarh, Shillong - নুমলীগড়, শিলচৰ
(d) Jagiroad, Yogighopa - জাগীৰোড, যোগীঘোপা

 

66. Where in Assam is there a botanical industry - অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে

(a) In Amingaon - আমিনগাঁৱত
(b) Digboi - ডিগবৈ
(c) Shillong - শিলচৰ
(d) Jagiroad - জাগীৰোড

 

67. Where is the Ayurvedic College located in Assam - আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে

(a) In Nalbari - নলবাৰীত
(b) In Tezpur - তেজপুৰত
(c) In Jorhat - যোৰহাটত
(d)  In Guwahati - গুৱাহাটীত

 

68. Where is the National Institute of Technology located in Assam - নেচ’নেল ইনষ্টিটিউট অব্‌ টেকন’লজি অসমৰ কোন ঠাইত আছে

(a) In Shilchar - শিলচৰত
(b) In Tezpur - তেজপুৰত
(c) In Jorhat - যোৰহাটত
(d) In Guwahati - গুৱাহাটীত

 

69. What is the current 'annual refining capacity' of Digboi Oil Refinery - ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান ‘বাৰ্ষিক শোধন ক্ষমতা’কিমান

(a) 6.5 lakh tonnes - ৬.৫ লাখ টন
(b) 7.2 lakh tonnes - ৭.২ লাখ টন
(c) 7.5 lakh tonnes - ৭.৫ লাখ টন
(d) 8.2 lakh tonnes - ৮.২ লাখ টন

 

70. What is the current 'annual refining capacity' of the Nunmati Oil Refinery - নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান ‘বাৰ্ষিক শোধন ক্ষমতা’কিমান

(a) 1.5 million tons - ১.৫ নিযুত টন
(b) 2 million - ২ নিযুতটৰ
(c) 2.5 million tons - ২.৫ নিযুতটন
(d) 2.7 million tonnes - ২.৭ নিযুত টন

 

71. What is the current ‘annual refining capacity’ of the Bangalore Oil Refinery - বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান ‘বাৰ্ষিক শোধন ক্ষমতা’কিমান

(a) 1.5 million tons - ১.৫ নিযুত টন
(b) 2 million tons - ২ নিযুত টন
(c) 2.5 million tons - ২.৫ নিযুতটন
(d) 3 million tonnes - ৩ নিযুত টন

 

72. What is the annual carrying capacity of Numaligarh Refinery - নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান

(a) 2 million tons - ২ নিযুত টন
(b) 3 million tons - ৩ নিযুতটন
(c) 4 million tons - ৪ নিযুতটন
(d) 5 million tons - ৫ নিযুতটন

 

73. When was the cotton mill at Shilghat in Assam established - অসমৰ শিলঘাটত থকা মৰাপাট কলটো কেতিয়া স্থাপন কৰা হৈছিল

(a) In 1950 - ১৯৫০ চনত
(b) In 1960 - ১৯৬০ চনত
(c) In 1970 - ১৯৭০ চনত
(d) In 1975 - ১৯৭৫ চনত

 

74. Assam is the only state in India in the production of which of the following commodities - তলৰ কোনবিধ দ্রব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য

(a) Tea - চাহ
(b) Velvet - মুগা
(c) Oil - তেল
(d) Banana - কল

 

75. Which is the busiest NH in Assam - অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো

(a) NH-37 - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) NH-31 - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) NH-36 - ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) NH-51 - ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ

 

76. In which year was the first railway established in Assam - অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন হৈছিল

(a) In the 1870s - ১৮৭০ চনত
(b) In 1875 - ১৮৭৫ চনত
(c) In 1882 - ১৮৮২ চনত
(d) In 1884 - ১৮৮৪ চনত

 

77. Where was the first railway line in the history of Assam laid from - অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো ক’ৰপৰা ক’লৈকে স্থাপন কৰা হৈছিল

(a) Guwahati - Lamding - to Dimapur - গুৱাহাটী - লামডিং - ডিমাপুৰলৈ
(b) Dibrugarh — Makum — Lekhapani - ডিব্ৰুগড় — মাকুম — লেখাপানীলৈ
(c) Pandu - Kanthalguri - to Nagaon - পাণ্ডু - কঁঠালগুৰি - নগাঁওলৈ
(d) Jirampur - Guwahati - to Lamding - জীৰামপুৰ - গুৱাহাটী - লামডিঙলৈ

 

78. Who discovered the tea tree in Assam - অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে

(a) David Scotte - ডেভিদ স্কটে
(b) Captain Welsh - কেপ্তেইন ৱেলছে
(c) S A Bruce - চি- এ- ব্ৰুচে
(d) None of the above - ওপৰৰ এজনো নহয়

 

79. When was the tea tree discovered in Assam - অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে

(a) In 1815-17 - ১৮১৫-১৭ চনত
(b) In 1818-20 - ১৮১৮-২০ চনত
(c) In 1820-21 - ১৮২০-২১ চনত
(d)  In 1822-23 - ১৮২২-২৩ চনত

 

80. Who was the first tea farmer in Assam - অসমৰ প্রথম চাহ খেতিয়কজন কোন

(a) Maniram Dewan - মণিৰাম দেৱান
(b) Pioli Barba - পিয়লি বৰ্ৰবা
(c) Jagannath Barba - জগন্নাথ বৰ্বা
(d) Maniklal Barua - মাণিকলাল বৰুবা

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved