A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 32
1. What is the term of office of the mayor of the municipality - পৌৰনিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান
(a) 2 years - ২ বছৰ
(b) 4 years - ৪ বছৰ
(c) 5 years - ৫ বছৰ
(d) 1 year - ১ বছৰ
2. What is the maximum number of members of the municipality - পৌৰসভাৰ সবে্চি সদস্য সংখ্যা কিমান
(a) 30 people - ৩০ জন
(b) 60 people - ৬০ জন
(c) 50 people - ৫০ জন
(d) 70 people - ৭০ জন
3. What is the present term of the municipal council - বৰ্তমান পৌৰ সভাৰ কাৰ্যকাল কিমান
(a) 2 years - ২ বছৰ
(b) 3 years - ৩ বছৰ
(c) 5 years - ৫ বছৰ
(d) 6 years - ৬ বছৰ
4. What is the term of the town committee - নগৰ সমিতিৰ কাৰ্যকাল কিমান
(a) 2 years - ২ বছৰ
(b) 3 years - ৩ বছৰ
(c) 5 years - ৫ বছৰ
(d) 6 years - ৬ বছৰ
5. Who was the Chief Minister of the first non-Congress government in Assam - অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল
(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
(c) Rose Barbara - গোলাপ বৰবৰা
(d) Prafulla Kumar Mahanta - প্ৰফুল্ল কুমাৰ মহন্ত
6. What is the number of constituencies reserved for Scheduled Caste members out of a total of 126 constituencies in the Assam Assembly - অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান
(a) 5 - ৫ টা
(b) 6 - ৬ টা
(c) 7 - ৭ টা
(d) 8 - ৮ টা
7. Beita constituency is reserved for Scheduled Tribe members out of a total of 126 constituencies in the Assam Assembly - অসম বিধান সভাৰমুঠ ১২৬টা সমষ্টিৰ ভিতৰত বেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত
(a) 10 pieces - ১০ টা
(b) 12 pieces - ১২ টা
(c) 14 - ১৪ টা
(d) 16 pieces - ১৬ টা
8. Who was the first High Court Judge of Assam - অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল
(a) Mira Sharma - মীৰা শৰ্মা
(b) Haliram Deka - হলীৰাম ডেকা
(c) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচাৰ্য্য
(d) Parvati Prasad Goswami - পাৰ্বতী প্রসাদ গোস্বামী
9. When was Presidential Rule first introduced in Assam - অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল
(a) In 1974 - ১৯৭৪ চনত
(b) In 1979 - ১৯৭৯ চনত
(c) In 1990 - ১৯৯০ চনত
(d) In 1995 - ১৯৯৫ চনত
10. When was Presidential Rule imposed in Assam for the second time - অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল
(a) In 1982 - ১৯৮২ চনত
(b) In 1985 - ১৯৮৫ চনত
(c) In 1990 - ১৯৯০ চনত
(d) In 1992 - ১৯৯২ চনত
11. Who is the Chief Minister of Assam in the third consecutive elected government - একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন
(a) Sharat Chandra Singh - শৰৎচন্দ্ৰ সিংহ
(b) Praful Kumar Mahatta - প্রফুল্ল কুমাৰ মহত্ত
(c) Tarun Gogoi - তৰুণ গগৈ
(d) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া
12. Which of the following persons is not a person who has served as Chief Minister twice - তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি নহয়
(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া
(c) Gufull Kumar Mahant - গুফুল্ল কুমাৰ মহন্ত
(d) Keshav Chandra Gogoi - কেশৱ চন্দ্ৰ গগৈ
13. What is the name of the first Governor of Assam - অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি
(a) Henry Joseph Twynam - হেনৰী যোছেফ টুইনাম
(b) Robert Neal Reid - ৰবাৰ্ট নীল ৰেইড
(c) Andrew Gourley Chloe - এনড্ৰিউ গৌৰলে ক্ল’
(d) Henry Foley Knight - হেনৰী ফ’লি নাইট
14. Who was the Assamese person who was elected to the Board of Management in 1929 and became a minister - ১৯২৯ চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্রিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন
(a) Manik Chandra Baroua - মাণিক চন্দ্ৰ বৰুৱা
(b) Konaklal Barua - কনকলাল বৰুৱা
(c) Tarun Ram Fukan - তৰুণৰাম ফুকন
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ
15. Who served as the first Assamese Governor of Assam (in Tamil Nadu, 1958) - অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে(তামিলনাডুত, ১৯৫৮ চনত) কাৰ্যনিৰ্বাহ কৰিছিল
(a) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(b) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া
(c) Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
(d) Bimala Prasad Chaliha - বিমলাপ্ৰসাদ চলিহা
16. Which regional party was born in Assam in the context of the Assam Accord - অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত কোনটো আঞ্চলিক দলৰ জন্ম হৈছিল
(a) National Congress - জাতীয় কংগ্ৰেছ
(b) The Assam Gana Parishad - অসম গণ পৰিষদ
(c) Assam Gana Morcha - অসম গণ মৰ্চা
(d) Assam Jatiya Parishad - অসম জাতীয় পৰিষদ
17. In which year was Assam established as a state - অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰে
(a) In 1945 - ১৯৪৫ চনত
(b) In 1950 - ১৯৫০ চনত
(c) In 1948 - ১৯৪৮ চনত
(d) In 1956 - ১৯৫৬ চনত
18. The state administration of Assam is divided into several parts - অসমৰ ৰাজ্যিক প্ৰশাসনক কেইটা ভাগত ভাগ কৰা হৈছে
(a) 3 - ৩ টা
(b) 6 - ৬ টা
(c) 8 - ৮ টা
(d) 5 - ৫ টা
19. Who is called the constitutional head of state - ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক কোৱা হয়
(a) the Minister of Home Affairs - গৃহমন্ত্রীক
(b) The Governor - ৰাজ্যপালক
(c) To the Chief Justice - মুখ্য ন্যায়পালিকাক
(d) Not one - এটাও নহয়
20. Who has the right to enact a bill passed in the Assembly - বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে
(a) The Prime Minister - প্রধানমন্ত্রীৰ
(b) The Vice-Chairman - উপাধ্যক্ষ
(c) The Chairman - অধ্যক্ষ
(d) The Governor - ৰাজ্যপালৰ
21. The Governor's Secretariat is divided into four branches - ৰাজ্যপালৰ সচিবালয় কেইটা শাখাত বিভক্ত
(a) Five - পাঁচটা
(b) Six - ছয়টা
(c) Four - চাৰিটা
(d) Two - দুটা
22. In which year was the capital of Assam established in Shillong - কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল
(a) In 1987 - ১৯৮৭ চনত
(b) In 1965 - ১৯৬৫ চনত
(c) In 1989 - ১৯৮৯ চনত
(d) In 1964 - ১৯৬৪ চনত
23. Who was the first Prime Minister of independent Assam - স্বাধীন অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী কোন আছিল
(a) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(b) Bimala Prasad Chaliha - বিমলা প্ৰসাদ চলিহা
(c) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(d) Not one - এটাও নহয়
24. He was the first Governor of independent Assam - স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল
(a) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(b) Hem Baroua - হেম বৰুৱা
(c) PP Acharya - পি পি আচার্য
(d) Akbar Hyder - আকবৰ হাইদৰ
25. Who is the first Assamese to become Governor outside Assam - অসমৰ বাহিৰত ৰাজ্যপালৰ ৰূপত প্ৰথম গৰাকী অসমীয়া কোন
(a) Bishnuram Medhi (Madras, 1958-1964) - বিষ্ণুৰাম মেধি (মাদ্রাজ, ১৯৫৮-১৯৬৪)
(b) Akbar Hyder - আকবৰ হাইদৰ
(c) Devkant Baroua - দেৱকান্ত বৰুৱা
(d) Not one - এটাও নহয়
26. Who is the administrative heart of a state - এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়
(a) To the Legislature - বিধানমণ্ডলক
(b) the Cabinet - মন্ত্রীসভাক
(c) Secretariat - সচিবালয়ক
(d) of the Legislative Assembly - বিধানসভাৰ
27. He is the present Governor of Assam - অসমৰ বৰ্তমান ৰাজ্যপাল
(a) Pranab Mukherjee - প্ৰণৱ মুখার্জী
(b) Jagdish Mukhi - জগদীশ মুখী
(c) Golab Chand Kataria - গোলাব চান্দ কাটাৰিয়া
(d) Banwari Lal - বানোৱাৰী লাল
28. He became the current Speaker of the Assam Legislative Assembly - অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হ'ল
(a) Biswajit Daimari - বিশ্বজিৎ দৈমাৰী
(b) Hitendra Kumar Goswami - হিতেন্দ্ৰ কুমাৰ গোস্বামী
(c) Ranjit Das - ৰঞ্জিত দাস
(d) Bhubaneswar Kalita - ভুৱনেশ্বৰ কলিতা
29. He became the principal of the universities of the state - ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল
(a) The Governor - ৰাজ্যপাল
(b) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(c) The Chief Minister - মুখ্যমন্ত্রী
(d) The President - ৰাষ্ট্রপতি
30. At what age does the Chief Justice of the High Court retire - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে
(a) At the age of 65 years - ৬৫ বছৰ বয়সত
(b) At the age of 58 years - ৫৮ বছৰ বয়সত
(c) At the age of 60 years - ৬০ বছর বসত
(d) At the age of 62 years - ৬২ বছৰ বয়সত
31. In which year was the first High Court of Assam (Guwahati High Court) established - অসমৰ প্ৰথম উচ্চ ন্যায়ালয় (গুৱাহাটী উচ্চ ন্যায়ালয়) কিমান চনত স্থাপিত হয়
(a) In 1948 - ১৯৪৮ চনত
(b) In the 1950s - ১৯৫০ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) In the 1960s - ১৯৬০ চনত
32. The historic Assam Accord was signed on (ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়)
(a) 15th August, 1985 (১৯৮৫ চনৰ ১৫ আগষ্ট)
(b) 26th Janury, 1986 (১৯৮৬ চনৰ ২৬ জানুৱাৰী)
(c) 15th August, 1986 (১৯৮৬ চনৰ ১৫ আগষ্ট)
(d) 15th August, 1990 (১৫ আগষ্ট, ১৯৯০ চন)
33. Ali-Aai-Ligang is an agri-based festival celebrated by the (আলি-আই-লিগাং হৈছে এক কৃষি-আধাৰিত উৎসৱ যাক এইসকলে উদযাপন কৰে)
(a) Bodo
(b) Khasis
(c) Mising
(d) Naga
34. Badan Barphukan was the governor of (Badan Barphukan কোন প্ৰদেশৰ গভৰ্ণৰ আহিল)
(a) সদিয়া (Sadiya)
(b) সোলাল (Solal)
(c) কামৰূপ (Kamrup)
(d) মৰঙি (Marangi)
35. From whose reign was Sanskrit language used on Ahom coins (আহোম মুদ্ৰাত কে সংস্কৃত ভাষা ব্যৱহাৰ কৰি আহিছে)
(a) সুদংফা (Sudangpha)
(b) প্ৰতাপ সিংহ (Pratap Singha)
(c) শিব সিংহ (Siva Singha)
(d) ৰুদ্ৰ সিংহ (Rudra Singha)
36. When was the Tea Auction Center established in Guwahati - গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়
(a) In the 1970s - ১৯৭০ চনত
(b) In 1972 - ১৯৭২ চনত
(c) In 1974 - ১৯৭৪ চনত
(d) In 1975 - ১৯৭৫ চনত
37. Who was the first Assamese Director of the Reserve Bank of India - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন
(a) Jayant Madhav - জয়ন্ত মাধৱ
(b) Parvati Prasad Goswami - পাৰ্বতী প্ৰসাদ গোস্বামী
(c) Ganesh Fukan - গণেশ ফুকন
(d) None of the above - ওপৰৰ এজনো নহয়
38. Where in Assam is the largest butterfly park in Asia
(a) In Numaligarh - নুমলীগড়ত
(b) In the queen - ৰাণীত
(c) In Tezpur - তেজপুৰত
(d) In Bangalore - বঙাইগাঁওত
39. Where is the world's first established 'Tea Research Centre' - বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা ‘চাহ গৱেষণা কেন্দ্ৰ’'টো ক’ত আছে
(a) In Dudhanai, Goalpara - গোৱালপাৰাৰ দুধনৈত
(b) At Gauripur, Dhubri - ধুবুৰীৰ গৌৰীপুৰত
(c) In Bijni, Chirang - চিৰাঙৰ বিজনীত
(d) Toklait, Jorhat - যোৰহাটৰ টোকলাইত
40. How much tea does Assam contribute to the total tea production of India - ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে
(a) About 52% - প্রায় ৫2%
(b) About 53% - প্রায় ৫৩%
(c) About 55% - প্রায় ৫৫%
(d) About 58% - প্রায় ৫৮%

41. When was the world's first Tea Research Center established at Toklai, Jorhat - যোৰহাটৰ টোকলাইস্থিত বিশ্বৰ প্রথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল
(a) In 1811 - ১৮১১ চনত
(b) In 1912 - ১৯১২ চনত
(c) In 1915 - ১৯১৫ চনত
(d) In 1911 - ১৯১১ চনত
42. When was the Nunmati Oil Refinery in Guwahati inaugurated - গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হৈছিল
(a) In 1961 - ১৯৬১ চনত
(b) In 1963 - ১৯৬৩ চনত
(c) In 1965 - ১৯৬৫ চনত
(d) In 1967 - ১৯৬৭ চনত
43. Where is the second largest oil refinery in the world in Assam - বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে
(a) In Numaligarh - নুমলীগড়ত
(b) In the queen - ৰাণীত
(c) In Tezpur - তেজপুৰত
(d) Digboi - ডিগবৈত
44. When was the Digboi Refinery established - ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল
(a) In 1901 - ১৯০১ চনত
(b) In 1903 - ১৯০৩ চনত
(c) In 1915 - ১৯১৫ চনত
(d) In 1925 - ১৯২৫ চনত
45. Where is the spinning mill called “Assam Polyester Industry” located - 'অসম পলিয়েষ্টাৰ উদ্যোগ' নামৰ সূতা কলটো কোন ঠাইত আছে
(a) At Shilghat, Nagaon - নগাঁৱৰ শিলঘাটত
(b) In the Queen of Kamarupa - কামৰূপৰ ৰাণীত
(c) Nathkuchi in Nalbari - নলবাৰীৰ নাথকুছিত
(d) In Shadia, Tinsukia - তিনিচুকীয়াৰ শদিয়াত
46. Where is the head office of Oil India Limited Company - ‘অইল ইণ্ডিয়া লিমিটেড কোম্পানী’ৰ প্রধান কাৰ্যালয়টো ক’ত আছে
(a) In Guwahati - গুৱাহাটীত
(b) In Nalbari - নলবাৰীত
(c) In Bangalore - বঙাইগাঁৱত
(d) In Duliajan - দুলিয়াজানত
47. Where is the vegetable oil production factory located in Assam - বনস্পতি তেল উৎপাদনৰ কাৰখানা অসমৰ কোন ঠাইত আছে
(a) In Guwahati - গুৱাহাটীত
(b) In Amingaon - আমিনগাঁৱত
(c) In Bangalore - বঙাইগাঁৱত
(d) In Nalbari - নলবাৰীত
48. Where is the silk factory located - কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে
(a) In Gauripur - গৌৰীপুৰত
(b) In Nagaon - নগাঁৱত
(c) In Bangalore - বঙাইগাঁৱত
(d) In Jagiroad - জাগীৰোডত
49. The In which year was the Digboi Oil Refinery, the oldest in India, established - ভাৰতৰ আটাইতকৈ পুৰণি ডিগবৈৰ তেল শোধনাগাৰ কোন চনত স্থাপিত হয়
(a) In 1898 - ১৮৯৮ চনত
(b) In 1901 - ১৯০১ চনত
(c) In 1951 - ১৯৫১ চনত
(d) In 1974 - ১৯৭৪ চনত
50. What is the name of the oil refinery established in Assam under the Assam Accord - অসম চুক্তি অনুযায়ী অসমত প্রতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি
(a) Digboi - ডিগবৈ
(b) Salt soil - নুনমাটি
(c) Numaligarh - নুমলীগড়
(d) Bangalore - বঙাইগাঁও
51. Where is the head office of Oil India Limited Company - 'অইল ইণ্ডিয়া লিমিটেড কোম্পানী'ৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে
(a) In Bangalore - বঙাইগাঁৱত
(b) In Nalbari - নলবাৰীত
(c) In Guwahati - গুৱাহাটীত
(d) Duli Jant - দুলি জানত
52. In which year was the first railway established in Assam - অসমত সর্বপ্রথম কিমান চনত ৰেলপথ স্থাপন হৈছিল
(a) In 1875 - ১৮৭৫ চনত
(b) In 1882 - ১৮৮২ চনত
(c) In 1884 - ১৮৮৪ চনত
(d) In the 1870s - ১৮৭০ চনত
53. What is the name of the place where ivory is made - হাতীদাঁতৰ বস্ত্ৰ তৈয়াৰ কৰা ঠাইখনৰ নাম কি
(a) Guwahati - গুৱাহাটী
(b) Nalbari - নলবাৰী
(c) Barpeta - বৰপেটা
(d) Dhubri - ধুবুৰী
54. Which of the following places in Assam does not have a paper mill - তলত দিয়া অসমৰ কোন ঠাইত কাগজ কল নাই
(a) Jagiroad - জাগীৰোড
(b) Yogighopa - যোগীঘোপা
(c) Numaligarh - নুমলীগড়
(d) Panchgram - পাঁচগ্রাম
56. When did the Government of Assam first introduce the 'State Transport' system - অসম চৰকাৰে প্ৰথম কেতিয়া 'ৰাজ্যিক পৰিবহণ' ব্যৱস্থা শুভাৰম্ভ কৰে
(a) In 1949 - ১৯৪৯ চনত
(b) In 1948 - ১৯৪৮ চনত
(c) In 1951 - ১৯৫১ চনত
(d) In 1952 - ১৯৫২ চনত
57. When was the world's first Tea Research Center established at Toklai, Jorhat - যোৰহাটৰ টোকলাইস্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল
(a) In 1811 - ১৮১১ চনত
(b) In 1921 - ১৯২১ চনত
(c) In 1915 - ১৯১৫ চনত
(d) In 1911 - ১৯১১ চনত
58. What is the current annual absorption capacity of Digboi Oil Refinery - ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোষণ ক্ষমতা কিমান
(a) 6.5 lakh tonnes - ৬.৫ লাখ টন
(b) 7.2 lakh tonnes - ৭.২ লাখ টন
(c) 7.5 lakh tonnes - ৭.৫ লাখ টন
(d) 8.2 lakh tonnes - ৮.২ লাখ টন
59. Some of the major winter crops of Assam are - অসমৰ শীতকালত হোৱা কিছুমান প্রধান শস্য হ'ল
(a) Wheat, potatoes, soybeans - গম, আলু, সৰিয়হ
(b) Rice, maize, soybeans - ধান, কুঁহিয়াৰ, সৰিয়হ
(c) Rice, maize, maize - ধান, মাকৈ, কুঁহিয়াৰ
(d) Wheat, potatoes, cotton - গম, আলু, কপাহ
60. Who discovered the tea tree in Assam - অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে
(a) Devin Scott - ডেভিন স্কটে
(b) Captain Belsey - কেপ্তেইন বেলছে
(c) Maniram Dewan - মণিৰাম দেৱানে
(d) CA Bruce - চি এ ব্ৰুচে
61. When was the tea tree discovered in Assam - অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে
(a) In 1815-17 - ১৮১৫-১৭ চনত
(b) In 1818-20 - ১৮১৮-২০ চনত
(c) In 1820-21 - ১৮২০-২১ চনত
(d) In 1822-23 - ১৮২২-২৩ চনত
62. Assam became the main commercial crop - অসম প্রধান বাণিজ্যিক শস্য হ'ল
(a) Cotton - কপাহ
(b) Cotton - মৰাপাট
(c) Corn - কুঁহিয়াৰ
(d) Mesta - মেছটা
63. In which year was the Assam State Cooperative Apex Bank established - অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন হৈছিল
(a) In the 1940s - ১৯৪০ চনত
(b) In 1942 - ১৯৪২ চনত
(c) In 1944 - ১৯৪৪ চনত
(d) In 1948 - ১৯৪৮ চনত
64. When was the North East Development Finance Corporation established - উত্তৰ-পূৰ উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল
(a) In 1996 - ১৯৯৬ চনত
(b) In the 1990s - ১৯৯০ চনত
(c) In 1993 - ১৯৯৩ চনত
(d) In 1999 - ১৯৯৯ চনত
65. In which year was the North Eastern Council formed - উত্তৰ-পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল
(a) In the 1970s - ১৯৭০ চনত
(b) In 1971 - ১৯৭১ চনত
(c) In 1973 - ১৯৭৩ চনত
(d) In 1972 - ১৯৭২ চনত
66. What percentage of the total population of Assam is dependent on agriculture - অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল
(a) 70% - ৭০%
(b) 20% - ২০.০০%
(c) 90% - ৯০.০০%
(d) 80% - ৮০.০০%
67. What is the percentage of tea produced by Assam in the total tea production of India - ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমে কিমান শতাংশ চাহ উৎপাদন কৰে
(a) 47% - ৪৭.০০%
(b) 51% - ৫১%
(c) 35% - ৩৫.০০%
(d) 83% - ৮৩.০০%
68. Assam Rural Development was established in which year - অসম গ্রামীণ বিকাশ থেকে কোন চনত স্থাপন হৈছিল
(a) In 2005 - ২০০৫ চনত
(b) In 2006 - ২০০৬ চনত
(c) In 2008 - ২০০৮ চনত
(d) In 2007 - ২০০৭ চনত
69. In which year did the Samabar Movement start in Assam - অসমত সমবার আন্দোলন কিমান চনত আৰম্ভ হয়
(a) In the 1940s - ১৯৪০ চনত
(b) In 1904 - ১৯০৪ চনত
(c) In the 1650 - ১৬৫০ চনত
(d) In 1951 - ১৯৫১ চনত
70. Which district of Assam produces the highest amount of paddy - অসমৰ কোনখন জিলাত সর্বাধিক ধান উৎপাদন হয়
(a) Kamrup - কামৰূপ
(b) Nagaon - নগাঁও
(c) Darang - দৰং
(d) Nalbari - নলবাৰী
71. Where is the headquarters of Asan Sahitya Sabha located - অসন সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
(a) In Lakhimpur - লখিমপুৰত
(b) In Jorhat - যোৰহাটত
(c) In Guwahati - গুৱাহাটীত
(d) In Shillong - শিলচৰত
72. According to the 2011 census, what proportion of the total population of India lives in Assam - ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে
(a) About 2.58% - প্রায় ২.৫৮%
(b) About 3.58% - প্রায় ৩-৫৮%
(c) About 4.58% - প্রায় ৪-৫৮%
(d) About 5.58% - প্রায় ৫-৫৮%
73. What percentage of the area in Assam is covered by forest - অসমত কিমান শতাংশ অঞ্চলত অৰণ্যই আগুৰি আছে
(a) 34.21 per cent - ৩৪.২১ শতাংশ
(b) 33.21 per cent - ৩৩.২১ শতাংশ
(c) 44.21 per cent - ৪৪.২১ শতাংশ
(d) 25 per cent - ২৫ শতাংশ
74. Paddy is the most widely grown crop in Assam - অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ'ল
(a) Ahu rice - আহু ধান
(b) Rice paddy - শালি ধান
(c) Boro rice - বড়ো ধান
(d) Not one - এটাও নহয়
75. What is cultivated on about 70 per cent of the total paddy cultivated land in Assam - অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাbout 50% - প্রায় ৫০%
(c) About 55% - প্রায় ৫৫%
টিত কি খেতি কৰা হয়
(a) Cultivation of paddy - শালি ধানৰ খেতি
(b) Cultivation of Boro rice - বড়ো ধানৰ খেতি
(c) Cultivation of oilseed rice - আহু ধানৰ খেতি
(d) Not one
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved