A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 42
1. Which of the following Chief Justices of the Supreme Court took office as the President of India - তলৰ কোনগৰাকী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল
(a) Muhammad Hidayatullah - মহম্মদ হিদয়াতুল্লাহ
(b) P N Bhagwati - পি এন ভাগৱতী
(c) Sarvapalli Radhakrishnan - সৰ্বপল্লী ৰাধাকৃষ্ণণ
(d) P B Gajendra Gadkar - পি বি গজেন্দ্ৰ গাডকাৰ
2. To whom shall the Vice-President submit his resignation letter - উপৰাষ্ট্ৰপতিৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰিব
(a) To the President - ৰাষ্ট্ৰপতিৰ ওচৰত
(b) To the Chief Justice of the Supreme Court - উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত
(c) To the Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষৰ ওচৰত
(d) To the Vice-Speaker of the Rajya Sabha - ৰাজ্যসভাৰ উপাধ্যক্ষৰ ওচৰত
3. Who is the first female film actress of India to be nominated or elected to the Rajya Sabha - ৰাজ্যসভালৈ মনোনীত বা নিৰ্বাচিত হোৱা ভাৰতৰ প্ৰথম মহিলা বোলছবি অভিনেত্ৰীগৰাকীৰ নাম কি
(a) Jayalalithaa - জয়াললিতা
(b) Nargis Dutta - নাৰ্গিছ দত্ত
(c) Hema Malini - হেমামালিনী
(d) Jayaprada - জয়াপ্রদা
4. The first High Courts established in India - ভাৰতৰ প্ৰথমে স্থাপিত উচ্চ ন্যায়ালয় কেইখন
(a) Madras and Bombay - মাদ্ৰাজ আৰু বোম্বে
(b) Bombay, Delhi, Madras - বোম্বে, দিল্লী, মাদ্ৰাজ
(c) Calcutta, Madras, Bombay - কলিকতা, মাদ্ৰাজ, বোম্বে
(d) Delhi and Calcutta - দিল্লী আৰু কলিকতা
5. Who appoints the Chief Election Commissioner of India - ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে দিযুক্তি দিয়ে
(a) The President - ৰাষ্ট্ৰপতিয়ে
(b) The Prime Minister - প্ৰধানমন্ত্ৰীয়ে
(c) Parliament - সংসদে
(d) The Vice-President - উপৰাষ্ট্ৰপতিয়ে
6. Who was the first Chief Justice of the Supreme Court of India - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল
(a) Ranjan Gogoi - ৰঞ্জন গগৈ
(b) R M Lodha - আৰ এম লোধা
(c) Hira Lal Kania - হীৰালাল কানিয়া
(d) Not one - এজনো নহয়
7. How many Presidents are the current Presidents of India - বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মূর্ছ কিমান সংখ্যক ৰাষ্ট্ৰপতি
(a) 12th - ১২ সংখ্যক
(b) 15th year - ১৫ সংখ্যক
(c) 13th - ১৩ সংখ্যক
(d) 16th - ১৬ সংখ্যক
8. According to Article 343 of the Constitution, which is the official language of India - সাংবিধানিক অনুচ্ছেদ ৩৪৩ ৰ মতে ভাৰতৰ চৰকাৰী ভাষা কোনটো
(a) Urdu - উর্দু
(b) Hindi - হিন্দী
(c) English - ইংৰাজী
(d) A and B
9. In which language was the draft Constitution of India formulated - ভাৰতীয় সংবিধানৰ খচৰা কোন ভাষাত প্ৰণয়ন কৰা হৈছিল
(a) Hindi - হিন্দী
(b) English - ইংৰাজী
(c) Tamil - তামিল
(d) Telugu - তেলেগু
10. The Constituent Assembly adopted the Constitution of India - সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল
(a) January 26, 1950 - ২৬ জানুৱাৰী, ১৯৫০
(b) November 26, 1949 - ২৬ নৱেম্বৰ, ১৯৪৯
(c) January 20, 1949 - ২০ জানুৱাৰী, ১৯৪৯
(d) November 20, 1950 - ২০ নবেম্বর, ১৯৫০
11. When did the Constitution of India come into force - ভাৰতৰ সংবিধান কেতিয়ান পৰা কাৰ্যকৰী হৈছিল
(a) January 26, 1950 - ২৬ জানুৱাৰী, ১৯৫০
(b) November 26, 1949 - ২৬ নৱেম্বৰ, ১৯৪৯
(c) November 20, 1950- ২০ নৱেম্বৰ, ১৯৫০
(d) January 20, 1949 - ২০ জানুৱাৰী, ১৯৪৯
12. How many members can the President of India nominate to the Rajya Sabha - ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে
(a) 10
(b) 12
(c) 14
(d) 18
13. Which of the following parts is called the 'Spirit of the Constitution of India' - তলৰ কোনটো অংশক 'ভাৰতীয় সংবিধানৰ আত্মা' আখ্যা দিয়া হৈছে
(a) Introduction - প্ৰস্তাৱনা
(b) Guiding Principles of State Management - ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি
(c) Right to Constitutional Remedies - সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
(d) Fundamental Rights - মৌলিক অধিকাৰ
14. Which of the following is a provision in the Constitution of India regarding citizenship - ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱস্থা আছে
(a) Dual citizenship - দ্বি-নাগৰিকত্ব
(b) Multi - citizenship - বহু - নাগৰিকত্ব
(c) One - Citizenship - এক - নাগৰিকত্ব
(d) There is no provision for citizenship - নাগৰিকত্বৰ ব্যৱস্থা নাই
15. The theme of Fundamental Rights in the Constitution of India is borrowed from which of the following Constitutions - ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ বিষয়টো তলৰ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে
(a) Russian - ৰাছিয়াৰ
(b) The British - ব্ৰিটিছ
(c) The United States - আমেৰিকাৰ
(d) Canada - কানাডা
16. Citizens have fundamental rights - নাগৰিকৰ মৌলিক অধিকাৰসমূহ আছে
(a) In Part III of the Constitution - সংবিধানৰ তৃতীয় অংশত
(b) In Part IV of the Constitution - সংবিধানৰ চতুৰ্থ অংশত
(c) In Part II of the Constitution - সংবিধানৰ দ্বিতীয় অংশত
(d) In Part I of the Constitution - সংবিধানৰ প্ৰথম অংশত
17. It is the fundamental duty of a parent or guardian to provide education to children aged 6 to 14 years, according to which amendment to the Constitution it is effective - ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্ত্তব্য, সংবিধানৰ কোনটো সংশোধনী মতে ই কাৰ্যকৰী
(a) 86th Amendment - ৮৬ চম সংশোধনী
(b) 45th Amendment - ৪৫ তম সংশোধনী
(c) 42nd Amendment - ৪২ তম সংশোধনী
(d) 51st Amendment - ৫১ তম সংশোধনী
18. He administered the oath of office - ৰাষ্ট্ৰগতিক শপত বাক্য পাঠ কৰায়
(a) The Vice-President - উপৰাষ্ট্ৰপতিয়ে
(b) The Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষই
(c) The Prime Minister - প্রধানমন্ত্রীয়ে
(d) The Chief Justice of India - ভাৰতৰ মুখ্য ন্যায়াধীশে
19. Who is the person who was twice elected President of India - দুবাৰকৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত ব্যক্তিগৰাকী কোন
(a) Dr. Zakir Hussain - ড° জাকিৰ হুছেইন
(b) Dr. Rajendra Prasad - ড° ৰাজেন্দ্ৰ প্ৰসাদ
(c) Dr. S Radhakrishnan - ড° এছ ৰাধাকৃষ্ণণ
(d) N Sanjeeva Reddy - এন সঞ্জীৱা ৰেড্ডী
20. Who was the first Speaker of the Rajya Sabha - ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল
(a) Hukum Singh - হুকুম সিং
(b) G B Punt - জি বি পাণ্ট
(c) G L Nanda - জি এল নন্দ
(d) Dr. S Radhakrishnan - ড. এছ ৰাধাকৃষ্ণণ
21. What is the highest civilian award in India - ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি
(a) Padma Vibhushan - পদ্ম বিভূষণ
(b) Paramvir Chakra - পৰমবীৰ চক্ৰ
(c) Megassese Award - মেগাছেছে বঁটা
(d) Bharat Ratna - ভাৰতৰত্ন
22. In the last week of which month the Union Railway Budget of the Government of India is usually tabled in Parliament - কোন মাহৰ শেষ সপ্তাহত সাধাৰণতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেল বাজেট সংসদত উত্থাপন কৰা হয়
(a) February - ফেব্ৰুৱাৰী
(b) April - এপ্রিল
(c) March - মার্চ
(d) May - মে
23. Which great Indian leader has an ashram in Saramati - কোনগৰাকী মহান ভাৰতীয় নেতাৰ আশ্ৰম সৰমতীত আছে
(a) Rabindranath Tagore - ৰবীন্দ্রনাথ ঠাকুৰ
(b) Mahatma Gandhi - মহাত্মা গান্ধী
(c) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(d) Lal Bahadur Shastri - লাল বাহাদুৰ শাস্ত্রী
24. He was the first Election Commissioner of India - ভাৰতৰ প্ৰথম নির্বাচন আয়ুক্ত আছিল
(a) Dr. Gail Singh - ডাঃ গেল সিং
(b) SP Sen Burma - এছ পি সেন বার্মা
(c) Sukumar Sen - সুকুমাৰ সেন
(d) K G K Sundaram - কে জি কে সুন্দৰম
25. The first state in India to be formed on the basis of language - ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য
(a) Gujarat - গুজৰাট
(b) Haryana - হাৰিয়ানা
(c) Andhra Pradesh - অন্ধ্রপ্রদেশ
(d) Kerala - কেৰালা
26. The National Development Council was formed - ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ গঠন কৰা হৈছিল
(a) August 16, - ১৬ আগষ্ট, ১৯৫০
(b) April 1, 1951 - ১ এপ্রিল, ১৯৫১
(c) August 6, 1952 - ৬ আগষ্ট, ১৯৫২
(d) August 16, 1952 - ১৬ আগষ্ট, ১৯৫২
27. In which session of Parliament are the railway and general budgets presented - সংসদৰ কোন অধিৱেশনত ৰেল আৰু সাধাৰণ বাজেট উপস্থাপন কৰা হয়
(a) Rainy Session - বর্ষাকালীন অধিবেশন
(b) First Session - প্রথম অধিবেশন
(c) Winter Session - শীতকালীন অধিবেশন
(d) None of the above - ওপৰৰ এটাও নহয়
28. appoints the judges of the high court of a state - এখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশুসকলক নিযুক্তি দিয়ে
(a) The President - ৰাষ্ট্ৰপতি
(b) The Governor - ৰাজ্যপাল
(c) The Chief Justice of India - ভাৰতৰ মুখ্য ন্যায়াধীশ
(d) The Vice-President - উপ-ৰাষ্ট্ৰপতি
29. After the declaration of a second state of emergency by the President, what is the amount of activity without the approval of Parliament - ৰাষ্ট্ৰপতিৰ দ্বাৰা দ্বিতীয় আৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত, সংসদৰ অনুমোদন অবিহনে কার্যকলাপন মনে কিমান
(a) Three months - তিনি মাহ
(b) Four months - চাৰি মাহ
(c) Two months - দুমাহ
(d) One month - এমাহ
30. The Constitution of India contains a total of --------------- fundamental rights - ভাৰতৰ সংবিধানত মুঠ --------------- টা মৌলিক অধিকাৰ আছে
(a) 12
(b) 5
(c) 6
(d) 8

31. The Pahrag festival is celebrated in the months of Aghon and Fagun - আঘোণ আৰু ফাগুন মাহত পালন কৰা পঃৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ
(a) The Michigans - মিচিংসকলৰ
(b) The Boros - বড়োসকলৰ
(c) The Tiwa people - তিৱাসকলৰ
(d) The Ravas - ৰাভাসকলৰ
32. What is the name of the battle in 1525 in which Babur defeated Iwahim Lodi - ১৫২৫ চনত বাবৰে ইৱাহিম লোডীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি
(a) First Waterway War - পানিপথৰ প্রথম যুদ্ধ
(b) Second Waterway War - পানিপথৰ দ্বিতীয় যুদ্ধ
(c) The First Battle of Tarain - তৰাইনৰ প্রথম যুদ্ধ
(d) Third Waterway War - পানিপথৰ তৃতীয় যুদ্ধ
33. Which Ahom king created the terms 'Barbarua' and 'Barphukan' - কোনজন আহোম ৰজাই 'বৰবৰুৱা' আৰু 'বৰফুকন' পদৰ সৃষ্টি কৰিছিল
(a) Pratap Singh - প্রতাপ সিংহ
(b) Rajeshwar Singh - ৰাজেশ্বৰ সিংহ
(c) The king of Dihingia - দিহিঙীয়া ৰজা
(d) Lakshmi Singh - লক্ষীমি সিংহ
34. Whose direction was it called 'Vrindavani Vastra' - কাৰ নিৰ্দেশনাত 'বৃন্দাবনী বস্ত্ৰ' কোৱা হৈছিল
(a) Sankaradeva - শংকৰদেৱ
(b) Madhavadevan - মাধৱদেৱ
(c) Chilarai - চিলাৰায়
(d) Rudra Singh - ৰুদ্ৰ সিংহ
35. During the reign of Kar, the Chinese traveler Huwen Chai came to Assam - কাৰ শাসনকালত চীনা পৰিব্রাজক হিউৱেন চাই অসমলৈ আহিছিল
(a) Naranarayan - নৰনাৰায়ণ
(b) Bhaskar Burman - ভাস্কৰ বৰ্মন
(c) Susthita Burman - সুস্থিতা বৰ্মন
(d) Rudra Singh - ৰুদ্ৰ সিংহ
36. During whose reign did the Moammar Rebellion begin - কাৰ ৰাজত্বত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণী হৈছিল
(a) Kamaleshwar Singh - কমলেশ্বৰ সিংহ
(b) Shiva Singh - শিৱ সিংহ
(c) Lakshmi Singh - লক্ষীমি সিংহ
(d) Pratap Singh - প্রতাপ সিংহ
37. When were Maniram Dewan and Piyli Baroua scissored - মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া কাঁচি দিয়া হৈছিল
(a) April 21, - ২১ এপ্রিল, ১৮৬৫
(b) Feb 26, 1859 - ২৬ ফেব্ৰুৱাৰী, ১৮৫৯
(c) March 20, 1861 - ২০ মার্চ, ১৮৬১
(d) January 30, 1860 - ৩০ জানুৱাৰী, ১৮৬০
38. The Battle of Saraighat ended with victory over the Mughals during the reign of which Ahom king - কোনজন আহোম ৰজাৰ ৰাজত্বত মোগলৰ বিৰুদ্ধে জয়লাভ কৰি শৰাইঘাট যুদ্ধৰ সমাপ্তি ঘটে
(a) Pratap Singh - প্রতাপ সিংহ
(b) Chakradhar Singh - চক্রধ্বজ সিংহ
(c) Udayaditya Singh - উদয়াদিত্য সিংহ
(d) Jayadeva Singh - জয়ধ্বজ সিংহ
39. Which king shifted the Ahom capital from Garhwal to Rangpur - কোনজন স্বৰ্গদেউ আহোম ৰাজধানী গড়গাঁওক ৰংপুৰলৈ স্থানাম্তৰ কৰিছিল
(a) Gadadhar Singh - গদাধৰ সিংহ
(b) Shiva Singh - শিৱ সিংহ
(c) Chukhrangpha - চুখ্ৰাংফা
(d) Rudra Singh - ৰুদ্ৰ সিংহ
40. During the reign of which king did the Battle of Itakhuli take place against the Mughals - কোনজন ৰজাৰ শাসনকালত মোগলৰ বিৰুদ্ধে ইটাখুলি ৰণৰ যুঁজ হৈছিল
(a) Shiva Singh - শিৱ সিংহ
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Gadadhar Singh - গদাধৰ সিংহ
(d) Dharmapala - ধর্মপাল
41. Who was the greatest king of the Pala dynasty of Kamarupa - কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন
(a) Dharmapala - ধর্মপাল
(b) Gopal - গোপাল
(c) Gadadhar Singh - গদাধৰ সিংহ
(d) Rudra Singh - ৰুদ্ৰ সিংহ
42. In March of which year was the Treaty of Badarpun signed between Govinda Chandra and David Scott - কোন চনত মাৰ্চ মাহত গোবিন্দচন্দ্ৰ আৰু ডেভিদ স্কটৰ মাজত বদৰপুন চুক্তি স্বাক্ষৰিত হৈছিল
(a) 1820 - ১৮২০
(b) 1823 - ১৮২৩
(c) 1824 - ১৮২৪
(d) 1821 - ১৮২১
43. When was the Treaty of Yandabu signed - ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল
(a) 1802 - ১৮০২
(b) 1826 - ১৮২৬
(c) 1830 - ১৮৩০
(d) 1832 - ১৮৩২
44. The term Satyagraha was first used by Gandhi - সত্যাগ্ৰহ শব্দটো গান্ধীয়ে প্ৰথম ব্যৱহাৰ কৰিছিল
(a) In South Africa - দক্ষিণ আফ্ৰিকাত
(b) In the Champaran Satyagraha - চাম্পাৰাণ সত্যাগ্ৰহত
(c) In the Kaira Satyagraha - কাইৰা সত্যাগ্ৰহত
(d) The anti-Rawlat Act movement - ৰাওলাট আইন বিৰোধী আন্দোলনৰ
45. The It was Mahatma Gandhi's first step into Indian politics - ভাৰতীয় ৰাজনীতিলৈ মহাত্মা গান্ধীৰ প্ৰথমটো খোজা আছিল
(a) Lawless movements - আইন অমান্য আন্দোলন
(b) Rawlat Satyagraha - ৰাওলাট সত্যাগ্ৰহ
(c) The Champaran Movement - চাম্পাৰাণ আন্দোলন
(d) Dandi journey - দাণ্ডি যাত্ৰা
46. Which of the following was the first Gandhi to write - তলৰ কোনবিধ গান্ধীয়ে প্ৰথম লিখিছিল
(a) Hind Swaraj - হিন্দ স্বৰাজ
(b) Economics of Khadi - খাদীৰ অৰ্থনীতি
(c) From the Yarabda temple - য়াৰাবদা মন্দিৰৰ পৰা
(d) Performance of Ashram Karma - আশ্ৰমৰ কৰ্মৰ পালন
47. Which of the following is not a biography of Shankaracharya - তলৰ কোনখন শংকৰাচাৰ্যৰ জীৱনী নহয়
(a) Shankaradvigavijaya' by Madhava - মাধৱে ৰচনা কৰা 'শংকৰাদ্বিগবিজয়
(b) Shankar Vijaya' by Anant Anandagiri - অনন্ত আনন্দগিৰিয়ে ৰচনা কৰা শংকৰ বিজয়া
(c) Shankaravarna written by Vyasachal - ব্যাসচলে লিখা 'শংকৰাভৰ্ণ
(d) Sri Shankar Abhyudaya Mahakavya by Vikmal Dixit - ভিকমল দীক্ষিতে লিখা 'শ্ৰীশংকৰ অভ্যুদয় মহাকাব্য
48. Who is the founder of the second Afghan Empire in India - ভাৰতত দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন
(a) Bahgol Lodi - বাহগোল লোডী
(b) Ibrahim Lodi - ইব্ৰাহিম লোডী
(c) Islam Shah - ইছলাম শাহ
(d) Shershah - শ্বেৰশ্বাহ
49. During whose reign Shivaji established the Maratha kingdom - কাৰ ৰাজত্বকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য স্থাপন কৰিছিল
(a) Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
(b) Akbar - আকবৰ
(c) Shah Jahan - শাহজাহান
(d) Aurangzeb - ঔৰংগেজেৱ
50. Which of the following wars was first fought in Indian history - ভাৰতীয় ইতিহাসত তলৰ কোনখন যুদ্ধ প্ৰথমে হৈছিল
(a) First Anglo-Afghan War - প্ৰথম এংল-আফগান যুদ্ধ
(b) Second Carnetic War - দ্বিতীয় কাৰ্নেতিক যুদ্ধ
(c) Third Anglo-Maratha War - তৃতীয় এংল-মাৰাঠা যুদ্ধ
(d) Fourth Anglo-Mice War - চতুৰ্থ এংল-মাইছৰ যুদ্ধ
51. At what age do the Judges of the Supreme Court of India retire - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ লয়
(a) At the age of 60 years - ৬০ বছৰ বয়সত
(b) At the age of 62 - ৬২ বছৰ বয়সত
(c) At the age of 65 years - ৬৫ বছৰ বয়সত
(d) At the age of 67 years - ৬৭ বছৰ বয়সত
52. Who appoints the Attorney General of India - ভাৰতৰ এটনী জেনেৰেলজনক কোনে নিযুক্তি দিয়ে
(a) The President - ৰাষ্ট্ৰপতিয়ে
(b) The Vice-President - উপ-ৰাষ্ট্ৰপতিয়ে
(c) The Prime Minister - প্রধানমন্ত্ৰীয়ে
(d) Chief Justice of the Supreme Court - উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
53. Which of the following is not one of the relationships between the Center and the States of India as per Articles 245-263 of the Constitution - সংবিধানৰ ২৪৫-২৬৩ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্কৰ ভিতৰত তলৰ কোনটো নহয়
(a) Administrative Relations - প্ৰশাসনিক সম্পর্ক
(b) Political relations - ৰাজনৈতিক সম্পৰ্ক
(c) Financial Relationships - বিত্তীয় সম্পৰ্ক
(d) Legislative Relations - আইন প্রণয়ন সম্পৰ্ক
54. Who is the father of the Constitution of India - ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন
(a) Bhimrao Ambedkar - ভীমৰাও আম্বেদকাৰ
(b) Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
(c) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(d) Mahatma Gandhi - মহাত্মা গান্ধী
55. When did the Constitution of India come into force - ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়
(a) From 26th January 1950 - ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা
(b) From 25th January 1952 - ১৯৫২ চনৰ ২৫ জানুৱাৰীৰ পৰা
(c) From 26th January 1953 - ১৯৫৩ চনৰ ২৬ জানুৱাৰীৰ পৰা
(d) From 26th January 1955 - ১৯৫৫ চনৰ ২৬ জানুৱাৰীৰ পৰা
56. Who laid the foundation of Portuguese power in India - ভাৰতত পৰ্টুগীজ শক্তিৰ ভেটি কোনে স্থাপন কৰিছিল
(a) Vasco da Gama - ভাস্কো দা গামা
(b) Bartholomew Dias - বাৰ্থলমিউ দায়াছ
(c) Alfonso de Albuquerque - এলফনছো দি আলবুকেকিউ
(d) None of the above - ওপৰৰ এটাও নহয়
57. Which of the following tribal leaders was considered an incarnation of God and the Father of the world - তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল
(a) Nanak Bhil - নানক ভীল
(b) Jagia Bhagat - জাগিয়া ভগত
(c) Birsa Munda - বিৰছা মুণ্ডা
(d) None of the above - ওপৰৰ এটাও নহয়
58. Who was the last British Viceroy of India - ভাৰতৰ শেষৰগৰাকী ব্ৰিটিছ ভাইচৰয় কোন আছিল
(a) Lord Curzon - লৰ্ড কাৰ্জন
(b) Davis Scott - ডেভিস স্কট
(c) Lord Mountbatten - লৰ্ড মাউন্ট বেটেন
(d) Chakravarti Raja Gopalachari - চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী
59. In which battle did Sher Shah defeat Humayun and seize the throne of Delhi - হুমায়ুনক কোনখন যুদ্ধত পৰাস্ত কৰি শ্বেৰছাহে দিল্লীৰ সিংহাসন দখল কৰিছিল
(a) Chowcha - চৌচা
(b) Bilgram - বিলগ্ৰাম
(c) Bengal - বংগ
(d) None of the above - ওপৰৰ এটাও নহয়
60. She is the only woman to sit on the throne of Delhi - দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলাগৰাকী হ'ল
(a) Regia - ৰেজিয়া
(b) Nur Jahan - নুৰজাহান
(c) Jahanara - জাহানাৰা
(d) Not one - এটাও নহয়
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved