Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 44

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 44

 

1. Number of persons killed on the spot in the Jaliwanwala Bagh massacre - জালিৱানৱালাবাগৰ হত্যাকাণ্ডত থিতাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা

(a) 521 people - ৫২১ জন
(b) 450 people - ৪৫০ জন
(c) 400 people - ৪০০ জন
(d) 379 people - ৩৭৯ জন

 

2. What was the name of the semi-weekly newspaper edited by Nazrul Islam - নজৰ‘ল ইছলামে সম্পাদনা কৰা অৰ্দ্ধ সাপ্তাহিক কাকতখনৰ নাম কি আছিল

(a) The land of India - ভাৰত ভূমি
(b) Comet - ধূমকেতু
(c) Homeland - স্বদেশ
(d) Awakening - জাগৰণ

 

3. The man known as Seemant Gandhi was - সীমান্ত গান্ধীৰূপে খ্যাত ব্যক্তিজন আছিল

(a) Agakhan - আগাখান
(b) Khan Abdul Gafur Khan - খাঁ আব্দুল গফুৰ খাঁ
(c) Bal Gangadhar Tilak - বাল গংগাধৰ তিলক
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

4. The battle in which Sher Shah defeated Humayun, the Mughal ruler of Delhi, is known as the Battle of Ki - শ্বেৰ শ্বাহে দিল্লীৰ মোগল শাসক হুমায়ুনক পৰাজিত কৰা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায়

(a) The First Waterway War - পানিপথৰ প্রথম যুদ্ধ
(b) Second Waterway War - পানিপথৰ দ্বিতীয় যুদ্ধ
(c) Battle of Chaucer - চৌচাৰ যুদ্ধ
(d) Battle of Khanwar - খানৱাৰ যুদ্ধ

 

5. In what year did the battle of Talikot take place - তালিকোটৰ যুদ্ধ কিমান চনত সংঘটিত হয়

(a) In the 1190s - ১১৯০ চনত
(b) In the 1200s - ১২০০ চনত
(c) In 1395 - ১৩৯৫ চনত
(d) In 1565 - ১৫৬৫ চনত

 

6. In which battle of 1576 AD was Rana Pratap Singh, ruler of Mewar, defeated by Akbar's army - ১৫৭৬ খ্ৰীশষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যদলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজিত হয়

(a) The Battle of Chaucer - চৌচাৰযুদ্ধ
(b) Battle of Halldighat - হল্‌দিঘাটৰ যুদ্ধ
(c) The First Battle of Tarain - তৰাইনৰ প্রথম যুদ্ধ
(d) Battle of Khanwar - খানৱাৰ যুদ্ধ

 

7. In what year did the Battle of Palachi take place - পলাচী যুদ্ধ কিমান চনত সংঘটিত হয়

(a) In 1737 - ১৭৩৭ চনত
(b) In 1747 - ১৭৪৭ চনত
(c) In 1757 - ১৭৫৭ চনত
(d) In 1767 - ১৭৬৭ চনত

 

8. During which Governor-General the Mutiny of 1857 took place - কোনজন গৱৰ্ণৰ জেনেৰেলৰ সময়ত ১৮৫৭ চনৰ বিদ্ৰোহ সংঘটিত হৈছিল

(a) Lord Delhousie - লৰ্ড ডেলহাউচী
(b) Lord Canning - লৰ্ড কেনিং
(c) Lord Balesley - লৰ্ড বেলেচ্‌লি
(d) Lord Curzon - লৰ্ড কাৰ্জন

 

9. Who was recognized as the Emperor of India by the sepoy rebels - চিপাহী বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল

(a) Woven hats - তাঁতীয়া টোপী
(b) Bahadur Shah II - দ্বিতীয় বাহাদুৰ শাহ
(c) Kauwar Singh - কৌৱৰ সিং
(d) Shah Alam II - দ্বিতীয় শ্বাহ আলম

 

10. Who introduced the principle of deletion of vowels - স্বত্বৰলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল

(a) Lord Cornballis - লৰ্ড কৰ্ণবালিছ
(b) Lord Wellesley - লৰ্ড ৱেলেচ্‌লি
(c) Lord Delhousie - লৰ্ড ডেলহাউচী
(d) Lord Canning - লৰ্ড কেনিং

 

11. In which year did the rule of the British East India Company end in India - কোন চনত ভাৰতত বিটিছইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল

(a) In 1857 - ১৮৫৭ চনত
(b) In 1858 - ১৮৫৮ চনত
(c) In 1861 - ১৮৬১ চনত
(d) In 1847 - ১৮৪৭ চনত

 

12. Tikendrajit, who was sentenced to death in 1891, was from which state - ১৮৯১ চনত মৃত্যুদণ্ডেৰে দণ্ডিত টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ আছিল

(a) Bihar - বিহাৰ
(b) Manipur - মণিপুৰ
(c) Tripura - ত্ৰিপুৰা
(d) Punjab - পঞ্জাব

 

13. Who was the first President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল

(a) Umesh Chandra Banerjee - উমেশ চন্দ্ৰ বেনাৰ্জী
(b) Dadabhai Naorji - দাদাভাই নৌৰজী
(c) Surendranath Banerjee - সুৰেন্দ্ৰনাথ বেনাৰ্জী
(d) Sardar Vallabhbhai Patel - চৰ্দাৰ বল্লভ ভাই পেটেল

 

14. The Indian National Congress was founded - ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল

(a) In 1883 - ১৮৮৩ চনত
(b) In 1885 - ১৮৮৫ চনত
(c) In 1886 - ১৮৮৬ চনত
(d) In 1905 - ১৯০৫ চনত

 

15. Who is considered the father of modern India - আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয়

(a) Ishwar Chandra Vidyasagar - ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(b) Swami Vivekananda - স্বামী বিবেকানন্দ
(c) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(d) Mahatma Gandhi - মহাত্মা গান্ধী

 

16. was the founder of the Prayer Society - প্রার্থনা সমাজৰ প্রতিষ্ঠাতা আছিল

(a) Mahadev Gauvind Ranade - মহাদেৱ গৌবিন্দ ৰাণাডে
(b) Atmaram Pandarang - আত্মাৰাম পাণ্ডৰংগ
(c) Swami Vivekananda - স্বামী বিবেকানন্দ
(d) Swami Dayananda Saraswati - স্বামী দয়ানন্দ সৰস্বতী

 

17. was the founder of the Ramakrishna Mission - ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল

(a) Swami Vivekananda - স্বামী বিবেকানন্দ
(b) Annie Bechant - এনি বেচান্ত
(c) Ramakrishna Paramahansa - ৰামকৃষ্ণ পৰমহংস
(d) Shar Chandra Vidyasagar - শ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

 

18. First woman President of the Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী

(a) Sarojini Naidu - সৰোজিনী নাইডু
(b) Vijayalakshmi Pandit - বিজয়লক্ষ্মী পণ্ডিত
(c) Mrs Annie Bechant - মিছেছ এনি বেচান্ত
(d) Indira Gandhi - ইন্দিৰা গান্ধী

 

19. Which of the following was not done by Lord William Bentinck - তলৰ কোনটো কাম লৰ্ড উইলিয়াম বেণ্টিংকে কৰা নাছিল

(a) Prevention of Satidah Practice - সতীদাহ প্রথা নিবাৰণ
(b) Suppression of cheaters - ঠগ দমন
(c) Pindari Daman - পিণ্ডাৰী দমন
(d) Prevention of infanticide - শিশুবধ নিবাৰণ

 

20. Which Indian is particularly involved in the practice of widow marriage - বিধৱা বিবাহ প্রচলনৰ ক্ষেত্ৰত কোন ভাৰতীয়ৰ নাম বিশেষকৈ জড়িত

(a) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(b) Ishwar Chandra Vidyasagar - ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(c) Mahadev Govind Ranade - মহাদেৱ গোবিন্দ ৰাণাডে
(d) Bankim Chandra Chattopadhyay - বংকিম চন্দ্ৰ চট্টোপাধ্যায়

 

21. The Jaliwanwala Bagh massacre took place - জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল

(a) 13 April 1919 - ১৯১৯ চনৰ ১৩ এপ্রিল
(b) 10 April 1919 - ১৯১৯ চনৰ ১০ এপ্রিল
(c) August 31, 1920 - ১৯২০ চনৰ ৩১ আগষ্ট
(d) 17 November 1921 - ১৯২১ চনৰ ১৭ নৱেম্বৰ

 

22. The Non-Cooperation Movement began - অসহযোগ আন্দোলন আৰম্ভ হয়

(a) In 1817 - - ১৮১৭ - ১৮ চনত
(b) 1819 - 20 years - ১৮১৯ - ২০ চনত
(c) 1920 - 21 - ১৯২০ - ২১ চনত
(d) 1921 - 22nd - ১৯২১ - ২২চনত

 

23. At which Congress session did it declare that the goal of the Congress was to achieve 'Swaraj' - কোনখন কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ’ লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে

(a) The Bombay Session of - ১৮৮৫ চনৰ বোম্বাই অধিৱেশন
(b) The Calcutta Session of - ১৯০৬ চনৰ কলিকতা অধিৱেশন
(c) The 1907 Surat Session - ১৯০৭ চনৰ চুৰাট অধিৱেশন
(d) Nagpur Session of 1920 - ১৯২০ চনৰ নাগপুৰ অধিৱেশন

 

24. In which session of the Congress was the demand for 'Purna Swaraj' or independence for India and the proposal of 'Lawless Movement' - কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতৰ বাবে ‘পূৰ্ণ স্বৰাজ’ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে ‘আইন অমান্য আন্দোলন’ৰ প্রস্তাৱ লোৱা হৈছিল

(a) The Gaya Session of - ১৯২২ চনৰ গয়া অধিৱেশন
(b) 1927 Madras Session - ১৯২৭ চনৰ মাদ্ৰাজ অধিৱেশন
(c) Lahore Session of 1929 - ১৯২৯ চনৰ লাহোৰ অধিৱেশন
(d) 1920 Nagpur Session - ১৯২০ চনৰ নাগপুৰ অধিৱেশন

 

25. Why Gandhiji made the Dandi Yatra - গান্ধীজীয়ে দাণ্ডি যাত্ৰা কিয় কৰিছিল

(a) For violation of the British Government Loan Act - বিটিছ চৰকাৰৰ লোণ আইন ভংগ কৰিবৰ বাবে
(b) For Hindu-Muslim unity - হিন্দু-মুছলমানৰ একতাৰ বাবে
(c) For the establishment of national industries by manufacturing salt - লোণ তৈয়াৰ কৰি জাতীয় উদ্যোগ স্থাপনৰ বাবে
(d) For the promotion of Sabarmati Ashma - সবৰমতী আশ্মৰ প্রচাৰৰ বাবে

 

26. Who were the Governor Generals of India during the Lawless Movement - আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন কোন আছিল

(a) Lord Reading - Lord Lytton - লৰ্ড ৰিডিং - লৰ্ড লিটন
(b) Lord Irwin - Lord Willingdon - লৰ্ড আৰউইন - লৰ্ড উইলিংডন
(c) Lord Hardings - Lord Samsford - লৰ্ড হাৰ্ডিংচ - লৰ্ড চেমচ্‌ফ'ৰ্ড
(d) Lord Minto-Lord Mountbatten - লৰ্ড মিণ্টো-লৰ্ড মাউণ্ট বেটেন

 

27. The first battle of Tarain took place - তৰাইনৰ প্রথম যুদ্ধ হৈছিল

(a) In 1190 AD - ১১৯০ খ্ৰীঃত
(b) 1191 AD - ১১৯১ খ্ৰীঃত
(c) In 1192 AD - ১১৯২ খ্ৰীঃত
(d) In 1194 AD - ১১৯৪ খ্ৰীঃত

 

28. He was the Rajput king who defeated Muhammad Ghori at the first battle of Tarain - তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰীক পৰাস্ত কৰা ৰাজপুত ৰজাজন আছিল

(a) Pratap Singh - প্রতাপ সিংহ
(b) The heroic lion - বীৰ সিংহ
(c) Prithiraj Chouhan - পৃথিৰাজ চৌহান
(d) Jayachandran - জয়চন্দ্ৰ

 

29. The Second Battle of Tarain was fought between Prithviraj Chauhan and Muhammad Ghori - পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত সংঘটিত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল

(a) In 1194 AD - ১১৯৪ খ্ৰীঃত
(b) In 1195 AD - ১১৯৫ খ্ৰীঃত
(c) In 1191 AD - ১১৯১ খ্ৰীঃত
(d) 1192 AD - ১১৯২ খ্ৰীঃত

 

30. Who founded the Das dynasty - দাস বংশ কোনে প্রতিষ্ঠা কৰিছিল

(a) Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
(b) Iltutmish - ইলতুৎমিছ
(c) Sultana Rezia - চুলতানা ৰেজিয়া
(d) Kaikovad - কৈকোবাদ

 

 

31. In what year was the Das dynasty founded - কিমান চনত দাস বংশ প্রতিষ্ঠা হৈছিল

(a) In 1205 AH - ১২০৫ হ্ৰীঃত
(b) 1206 AD - ১২০৬ খ্ৰীঃত
(c) In 1208 AD - ১২০৮ খ্ৰীঃত
(d) In 1210 AD - ১২১০ খ্ৰীঃত

 

32. The first woman ruler of the Sultanate of Delhi - দিল্লীৰ চুলতানী ৰাজত্বৰ প্ৰথম মহিলা শাসকগৰাকী

(a) Sultana Rezia - চুলতানা ৰেজিয়া
(b) Nur Jahan - নুৰজাহান
(c) Mamtaz Begum - মমতাজ বেগম
(d) Jahanara - জাহানাৰা

 

33. Who founded the Khilji dynasty in 1290 AD - ১২৯০ শ্ৰীঃত খিল্‌জি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল

(a) Jalaluddin Khilji - জালালুদ্দিন খিলজি
(b) Alauddin Khilji - আলাউদ্দিন খিল্‌জি
(c) The owner is a disbeliever - মালিক কাফুৰ
(d) Khijir Khan - খিজিৰ খাঁ

 

34. Founded the Toglak dynasty in 1320 AD - ১৩২০ খ্ৰীঃত টোগলক বংশ প্রতিষ্ঠা কৰিছিল

(a) Khusru Khan - খুচৰু খাঁ
(b) Mohammad bin Toglak - মহঃ বিন টোগলক
(c) Feroze Shah Toglak - ফিৰোজ শ্বাহ টোগলক
(d) Ghiyasuddin Toglak - গিয়াছুদ্দিন টোগলক

 

35. Which Sultan was called a 'combination of opposite qualities' - কোনগৰাকী চুলতানক ‘ওলোটা গুণৰ সংমিশ্রণ’ বুলি কৈছিল

(a) Feroz Shah Toglak - ফিৰোজ শ্বাহ টোগলক
(b) Ghiyasuddin Toglak - গিয়াছুদ্দিন টোগলক
(c) Mohammad bin-Toglk - মহন্মদ বিন-টোগলক
(d) Khusru Khan - খুচৰু খাঁ

 

36. Timur invaded India - টাইমুৰে ভাৰত আক্ৰমণ কৰিছিল

(a) In 1398 AD - ১৩৯৮ খ্ৰীঃত
(b) In 1399 AD - ১৩৯৯ খ্ৰীঃত
(c) In 1397 AD - ১৩৯৭ খ্ৰীঃত
(d) In 1400 AD - ১৪০০ খ্ৰীঃত

 

37. founded the Lodi dynasty - লোডী বংশ প্ৰতিষ্ঠা কৰিছিল

(a) Ibrahim Lori - ইব্ৰাহিম লোড়ী
(b) Bahlul Lori - বাহলুল লোড়ী
(c) Sikandar Lori - চিকন্দৰ লোড়ী
(d) Humayun - হুমায়ুন

 

38. Defeated by Babur at the First Battle of Panipat in - ১৫২৬ চনৰ পাণিপথৰ প্রথম যুদ্ধত বাবৰৰ হাতত পৰাস্ত হৈছিল

(a) Bahlul is greedy - বাহলুল লোভী
(b) Sikandar Lodi - চিকন্দৰ লোডী
(c) Iwahim lodi - ইৱাহিম লোডী
(d) Humayun - হুমায়ুন

 

39. had Grand Trunk Road built - গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰাইছিল

(a) Sikandar Lodi - চিকন্দৰ লোডী
(b) Humayun - হুমায়ুন
(c) Shah Jahan - ছাহজাহান
(d) Sershah - ছেৰশ্বাহ

 

40. introduced the practice of mansabdari - মনচবদাৰী প্ৰথা প্রৱৰ্তন কৰিছিল

(a) Akbar - আকবৰ
(b) Jahangir - জাহাংগীৰ
(c) Shah Jahan - ছাহজাহান
(d) Aurangzeb - ঔৰংগজেৱ

 

41. The author of ‘Ain - e - Akbari’ - ‘আইন - ই - আকবৰী’ৰ ৰচকজন

(a) Akbar - আকবৰ
(b) Surdas - সুৰদাস
(c) Rahim - ৰহিম
(d) Abul Fazl - আবুল ফজল

 

42. In his childhood, he was the royal representative (guardian) of Akbar - বাল্যকালত আকবৰৰ ৰাজ প্রতিনিধি (অভিভাৱক) আছিল

(a) Bairam Khan - বৈৰাম খাঁ
(b) Birbal - বীৰবল
(c) Todormal - টোডৰমল
(d) Phage - ফেজী

 

43. The two Ranas of Mewar did not surrender to Akbar. One of them was Uday Singh, the other was - আকবৰৰ ওচৰত মেৱাৰৰ দুজন ৰাণাই আত্মসমৰ্পণ কৰা নাছিল। তাৰে এজন আছিল উদয় সিংহ, আনজন আছিল

(a) Biharimal - বিহাৰিমল
(b) Pratap Singh - প্ৰতাপ সিংহ
(c) Man Singh - মান সিংহ
(d) Welfare Mall - কল্যাণ মল

 

44. The Second Waterway Battle between Himu and Akbar - হিমু আৰু আকবৰৰ মাজত হোৱা পাণিপথৰ দ্বিতীয় যুদ্ধ হৈছিল

(a) In 1526 AD - ১৫২৬ খ্ৰীঃত
(b) In 1540 AD - ১৫৪০ খ্ৰীঃত
(c) 1556 Sriht - ১৫৫৬ শ্ৰীঃত
(d) In 1566 AD - ১৫৬৬ খ্ৰীঃত

 

45. The English tourist who visited India in 1615 during the reign of Jahangir - জাহাংগীৰৰ ৰাজত্বকালত ১৬১৫ খ্ৰীঃত ভাৰতলৈ অহা ইংৰাজ পৰ্যটকজন

(a) Vasco - da - Gama - ভাস্কো - ডা - গামা
(b) Thomas Roe - টমাচ ৰো
(c) Duple - ডুপ্লে
(d) Robert Clive - ৰবাৰ্ট ক্লাইভ

 

46. The Taj Mahal in Agra was built during whose reign - আগ্ৰাৰ তাজমহল কাৰ দিনত নিৰ্মাণ কৰা হৈছিল

(a) Jahangir - জাহাংগীৰ
(b) Saijahan - ছাইজাহান
(c) Aurangzeb - ঔৰংগজেৱ
(d) Akbar - আকবৰ

 

47. The Mughal Emperor who took the title of 'Alamgir' - ‘আলমগীৰ’উপাধি লোৱা মোগল সম্ৰাটজন

(a) Akbar - আকবৰ
(b) Jahangir - জাহাংগীৰ
(c) Aurangzeb - ঔৰংগজেৱ
(d) Shah Jahan - ছাহজাহান

 

48. During whose reign was the Peacock Throne built - কাৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল

(a) Akbar - আকবৰ
(b) Jahangir - জাহাংগীৰ
(c) Shivaji - শিৱাজী
(d) Shahjahan - ছাহজাহান

 

49. Leader of the attacking party carrying the peacock throne - ময়ূৰ সিংহাসন কঢ়িয়াই নিয়া আক্ৰমণকাৰী দলটোৰ নেতা

(a) Sultan Mamud - চুলতান মামুদ
(b) Nadir Shah - নাদিৰ শ্বাহ
(c) Timur - টাইমূৰ
(d) Genghis Khan - চেংগিজ খাঁ

 

50. The Sikh Guru executed by Aurangzeb - ঔৰংগজেৱে মৃত্যুদণ্ড দিয়া শিখ গুৰুজন

(a) Guru Nanak - গুৰুনানক
(b) Guru Gobind Singh - গুৰুগোবিন্দ সিং
(c) Tag Bahadur - টেগ বাহাদুৰ
(d) Guru Arjun Singh - গুৰু অৰ্জুন সিং

 

51. King Konjan took the title of Vikramaditya - কোনঞ্জন ৰজাই বিক্ৰমাদিত্য উপাধি লৈছিল

(a) Ashoka - অশোক
(b) Samudragupta - সমুদ্ৰগুপ্ত
(c) Chandragupta II - চন্দ্ৰগুপ্ত দ্বিতীয়
(d) Samudragupta - সমুদ্ৰগুপ্ত

 

52. Who composed the Mrichchakatikam - মৃচ্ছকটিকম কোনে ৰচনা কৰিছিল

(a) Banbhat - বানভট্ট
(b) Kalinas - কালিনাস
(c) Shudraka - শুদ্ৰক
(d) Vikramaditya - বিক্ৰমাদিত্য

 

53. Where was the capital of Shashanka - শশাংকৰ ৰাজধানী ক'ত আছিল

(a) Karnasuvarna - কৰ্ণসুবৰ্ণ
(b) Copperplate - তামবালিপট
(c) Lakhnarti - লখনাৰটি
(d) Chamtata - চামতাতা

 

54. What is the popular dance of Punjab - পঞ্জাৱৰ জনপ্ৰিয় নৃত্যবিধ কি

(a) Munjara - মুঞ্জাৰা
(b) Chirao - চিৰাও
(c) Dandiaras - দণ্ডিয়ৰাস
(d) Bhangra dance - ভাংৰা নৃত্য

 

55. What is the bamboo dance performed by the Mizos - মিজোসকলে বাঁহৰ সহায়ত কৰা নৃত্যবিধ কি

(a) Munjara - মুঞ্জাৰা
(b) Chirao - চিৰাও
(c) Dandiaras - দণ্ডিয়ৰাস
(d) Bhangra dance - ভাংৰা নৃত্য

 

56. What is the popular dance of Himachal Pradesh - হিমাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্যবিধ কি

(a) Munjara - মুঞ্জাৰা
(b) Chirao - চিৰাও
(c) Dandiaras - দণ্ডিয়ৰাস
(d) Bhangra dance - ভাংৰা নৃত্য

 

57. Dahibala is the main dance of which state - দহিবালা প্রধানকৈ কোনখন ৰাজ্যৰ নৃত্য

(a) Of Jammu and Kashmir - জন্মু-কাশ্মীৰৰ
(b) Tamil Nadu - তামিলনাডু
(c) Maharashtra - মহাৰাষ্ট্ৰৰ
(d) Kerala - কেৰালাৰ

 

58. Kottam and Kathakali dance forms are predominantly prevalent in which state - কোট্টাম আৰু কথাকলি নৃত্য দুবিধ প্রধানকৈ কোনখন ৰাজ্যত প্রচলিত

(a) In Jammu and Kashmir - জন্মু-কাশ্মীৰত
(b) In Andhra Pradesh - অন্ধ্ৰ প্ৰদেশত
(c) In Maharashtra - মহাৰাষ্ট্ৰত
(d) In Kerala - কেৰালাত

 

59. Kolattam dance belongs to which state - কোলাট্টাম নৃত্য কোন ৰাজ্যৰ

(a) Jammu and Kashmir - জন্মু-কাশ্মীৰ
(b) Tamil Nadu - তামিলনাডু
(c) Maharashtra - মহাৰাষ্ট্ৰ
(d) Kerala - কেৰালা

 

60. The Kudiyattam dance belongs to which state - কুডিয়াটটাম নৃত্য কোন ৰাজ্যৰ

(a) In Jammu and Kashmir - জন্মু-কাশ্মীৰত
(b) Andhra Pradesh - অন্ধ্ৰ প্ৰদেশ
(c) In Maharashtra - মহাৰাষ্ট্ৰত
(d) Kerala - কেৰালা

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved