Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 47

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

D.El.Ed PET Exam GK MCQ Paper - 47

 

1. Where did the old civilizations first develop - পুৰণি সভ্যতাবোৰ প্ৰথম ক'ত গঢ় লৈ উঠিছিল

(a) On the beach - সাগৰৰ পাৰত
(b) In the forest - বনাঞ্চলত
(c) In the desert - মৰুভূমিত
(d) On the banks of the river - নৈৰ পাৰত

 

2. Who plays a major role in the production of spider manure - কেঁচুসাৰ উৎপাদনত কোনে প্ৰধান ভূমিকা লয়

(a) The soil - মাটিয়ে
(b) Spiders - কেঁচুৱে
(c) Fungus - ভেঁকুৰে
(d) Bacteria - বেক্টেৰিয়াই 

 

3. The total geographical area of India is forest area - ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ বনাঞ্চল হ'ল

(a) 17 per cent - ১৭ শতাংশ
(b) 23 per cent - ২৩ শতাংশ
(c) 28 per cent - ২৮ শতাংশ
(d) 30 per cent - ৩০ শতাংশ

 

4. most of the rivers of South India - দক্ষিণ ভাৰতৰ বেছিভাগ নদীয়েই বৈ আহে

(a) From north to south - উত্তৰৰ পৰা দক্ষিণলৈ
(b) From south to north - দক্ষিণৰ পৰা উত্তৰলৈ
(c) From east to west - পূবৰ পৰা পশ্চিমলৈ
(d) From west to east - পশ্চিমৰ পৰা পূবলৈ

 

5. Which river is called 'Ganga of South India' - কোনখন নদীক 'দক্ষিণ ভাৰতৰ গংগা' বুলি কোৱা হয়

(a) The Narmada - নর্মদা
(b) Heat - তাপ্তি
(c) Krishna - কৃষ্ণা
(d) Godavari - গোদাবৰী

6. The river Narmada originates - নর্মদা নদীখন উৎপত্তি হৈছে

(a) Chandigarh - চণ্ডিছগড়
(b) The immortal thorn - অমৰ কণ্টক
(c) Mandala - মানদালা
(d) None of the above - ওপৰৰ এটাও নহয়

 

7. The source of the river Godavari - গোদাবৰী নদীৰ উৎপত্তি স্থান

(a) Paridapur - পৰিদাপুৰ
(b) Nashik - নাছিক
(c) Aurangabad - ঔৰংগাবাদ
(d) Lanabala - লনাবালা

 

8. Majuli, the largest river island in the world, is located in which river - বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোন নদীৰ মাজত অৱস্থিত

(a) The Narmada - নর্মদা
(b) Brahmaputra - ব্ৰহ্মপুত্ৰ
(c) The Jamuna - যমুনা
(d) Godavari -  গোদাবৰী

 

9. Who is the river flowing to the west - পশ্চিমৰ দিশে প্ৰবাহিত নদী কোন

(a) The Narmada - নর্মদা
(b) The Brahmaputra - ব্ৰহ্মপুত্ৰ
(c) The Jamuna - যমুনা
(d) Godavari - গোদাবৰী

 

10. Total number of islands in the Andaman and Nicobar Islands - আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুঠ দ্বীপৰ সংখ্যা

(a) 250 - ২৫০
(b) 241 - ২৪১
(c) 229 - ২২৯
(d) 219 - ২১৯

 

11. Which is the smallest state in India - ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন

(a) Mizoram - মিজোৰাম
(b) Goa - গোৱা
(c) Kerala - কেৰেলা
(d) Nagaland - নাগালেণ্ড

 

12. the largest state in India - ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য

(a) Uttar Pradesh - উত্তৰ প্ৰদেশ
(b) Madhya Pradesh - মধ্যপ্ৰদেশ
(c) Rajasthan - ৰাজস্থান
(d) Nagaland - নাগালেণ্ড

 

13. Which of the following union territories has the lowest population density - তলৰ কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম

(a) Andaman and Nicobar Islands - আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
(b) Dadar and Nagar Haveli - দাদৰ আৰু নগৰ হাভেলী
(c) Pondicherry - পণ্ডিচেৰী
(d) Daman and Diu - দমন আৰু দিউ

 

14. Is the commercial cucumber of India - ভাৰতৰ বাণিজ্যিক শসা হৈছে

(a) Rice cultivation and tides - ধানখেতি আৰু জোৱাৰ
(b) Wheat, sorghum and paddy - গোমধান, জোৱাৰ আৰু ধান
(c) Millet and paddy cultivation - বজৰা আৰু ধানখেতি
(d) Cotton and SugarCone - কপাহ আৰু কুঁহিয়াৰ

 

15. Which state produces the most paddy - আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে

(a) West Bengal - পশ্চিমবংগ
(b) Andhra Pradesh - অন্ধ্ৰপ্ৰদেশ
(c) Tamil Nadu - তামিলনাডু
(d) Maharashtra - মহাৰাষ্ট্ৰ

 

16. Which of the following are notable monsoon crops - তলৰ কোনকেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য

(a) Barley, rice, etc - বার্লি, দাইল আদি
(b) Paddy, wheat and cotton - ধান, গম আৰু কপাহ
(c) Wheat, soybeans - ঘেঁহু, সৰিয়হ
(d) Wheat and maize - গম আৰু কুঁহিয়াৰ

 

17. Which Indian state was the first to have the Green Revolution - ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল

(a) In Bihar - বিহাৰত
(b) In the Punjab - পঞ্জাবত
(c) In Uttar Pradesh - উত্তৰ প্ৰদেশত
(d) In West Bengal - পশ্চিমবংগত

 

18. is the largest wheat producing state in India - ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্যখন হৈছে

(a) Uttar Pradesh - উত্তৰ প্ৰদেশ
(b) Punjab - পঞ্জাব
(c) In West Bengal - পশ্চিমবংগত
(d) Madhya Pradesh - মধ্যপ্ৰদেশ

 

19. is the largest maize producing state in India - ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰৰ উৎপাদনকাৰী ৰাজ্য হৈছে

(a) Punjab - পঞ্জাব
(b) Andhra Pradesh - অন্ধ্ৰপ্ৰদেশ
(c) Uttar Pradesh - উত্তৰ প্ৰদেশ
(d) Gujarat - গুজৰাট

 

20. Where is the largest Buddhist monastery in India - ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে

(a) Leh - লেহ
(b) Gangtok - গেংটক
(c) Shimla - চিমলা
(d) Tawang - টাৱাং

 

21. There are Hindu religious minorities in one of the states mentioned below - তলত উল্লিখিত এখন ৰাজ্যত হিন্দু সংখ্যালঘু ধর্মীয় লোক দেখা যায়

(a) Kerala - কেৰালা
(b) Meghalaya - মেঘালয়
(c) Punjab - পঞ্জাব
(d) Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ

 

22. Which of the following states has benefited from the Sardar Sarovar Multipurpose Project - চৰ্দাৰ সৰোবৰ বহুমুখী প্ৰকল্পৰ দ্বাৰা তলৰ কোনখন ৰাজ্য লাভৱান হৈছে

(a) Maharashtra - মহাৰাষ্ট্ৰ
(b) Gujarat and Maharashtra - গুজৰাট আৰু মহাৰাষ্ট্ৰ
(c) Gujarat - গুজৰাট
(d) Maharashtra, Gujarat and Madhya Pradesh - মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ

 

23. India's largest energy is harvested - ভাৰতৰ সৰ্বাধিক শক্তি আহৰণ কৰা হয়

(a) From thermoelectricity - তাপ বিদ্যুতৰ পৰা
(b) From nuclear power - পাৰমাণৱিক শক্তিৰ পৰা
(c) From hydropower - জল বিদ্যুতৰ পৰা
(d) From solar energy - সৌৰশক্তিৰ পৰা

 

24. Which of the following rivers flows from the peaks between the Vindhya Mountains and the Satpura Mountains - তলৰ কোনখন নদী বিন্ধ্য পৰ্বত আৰু সাতপুৰা পৰ্বতৰ মাজৰ শৃংগৰপৰা বৈ আহিছে

(a) Tapti - তাপ্তী
(b) Chambal - চম্বল
(c) Gold - সোণ
(d) Narmada - নৰ্মদা

 

25. The source of the Indus - সিন্ধু নদীৰ উৎপত্তিস্থল

(a) Ladakh - লাডাখ
(b) Nepal - নেপাল
(c) Tibet - তিব্বত
(d) China - চীন

 

26. What is the name of the first National Park in India - ভাৰত প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি

(a) Periyar National Park - পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান
(b) Corbett National Park - কৰবেট ৰষ্ট্ৰীয় উদ্যান
(c) Sundarbans National Park - সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
(d) Bandipur National Park - বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান

 

27. Which of the following is the major export of the Union Territory of Para Island - কেন্দ্ৰীয় শাসিত অঞ্চল পাৰা দ্বীপৰ প্ৰধান ৰপ্তানীকৃত দ্রব্য তলৰ কোনবিধ

(a) Rice - ধান
(b) Tea leaves - চাহপাত
(c) Iron size - লোৰ আকৰ
(d) Fish - মাছ

 

28. Where does the long distance train of India run from - ভাৰতৰ দীৰ্ ঘদূৰত্বৰ ৰেলগাড়ীখন ক’ৰ পৰা ক’লৈকে চলে

(a) From Dibrugarh to Bangalore - ডিব্ৰুগড়ৰ পৰা বাংগালুৰুলৈ
(b) From Dibrugarh to Kanyakumari - ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ
(c) From Kanyakumari to Jammu and Kashmir - কন্যাকুমাৰীৰ পৰা জন্মু-কাশ্মীৰলৈ
(d) From Kanyakumari to Makus - কন্যাকুমাৰীৰ পৰা মাকুসলৈ

 

29. What is the name of the National Highway connecting New Delhi-Ambala-Jaldhar-Amritsar - নতুন দিল্লী-আম্বালা-জলদ্ধৰ-অমৃতসৰ’ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি

(a) NH 1 - 1 নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) NH-7 - 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) NH-16 - 16 নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) NH-26 - 26 নং ৰাষ্ট্ৰীয় ঘাইপথ

 

30. The road at the highest point in the world - বিশ্বৰ উচ্চতম স্থানত থকা পথটো

(a) Shimla to Manali - ছিমলাৰ পৰা মানালিলৈ
(b) From Calcutta to Shimla - কলকাৰ পৰা ছিমলালৈ
(c) Manali to Leh - মনালিৰ পৰা লেহলৈ
(d) Not one - এটাও নহয়

 

 

31. NH 44 is the longest National Highway in India. This road connects which two places below - ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নং ৰাষ্ট্ৰীয় ঘইপথ। এই পথটোৱে তলৰ কোন দুখন ঠাইক সংযোগ কৰিছে

(a) NH 10 - 10 নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) NH-12 - 12 নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) NH-7 - 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) NH-6 - 6 নং ৰাষ্ট্ৰীয় ঘাইপথ

 

32. Which is the longest National Highway in India - ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো

(a) NH-44 - ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) NH-37 - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) NH-47 - ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) NH-31 - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

 

33. What is the length of the longest river bridge in India (Dr. Bhupen Hazarika Bridge) - ভাৰতৰ দীৰ্ঘতম নদী দলংখনৰ (ড. ভূপেন হাজৰিকা সেতু) দৈৰ্ঘ্য কিমান

(a) 9 km - ৯ কিমি
(b) 9.153 km - ৯.১৫৩ কিমি
(c) 8.575 km - ৮.৫৭৫ কিমি
(d) 9.685 km - ৯.৬৮৫ কিমি

 

34. Longest sea bridge in India - ভাৰতৰ দীৰ্ঘতম সাগৰীয় দলং

(a) Rabindra Bridge - ৰবীন্দ্ৰ সেতু
(b) Anna Indira Gandhi Bridge - আন্না ইন্দিৰা গান্ধী সেতু
(c) Mahatma Gandhi Bridge - মহাত্মা গান্ধী সেতু
(d) None of the above - ওপৰৰ এটাও নহয়

 

35. Which two cities are currently connected by 6 Lane Express Way - সম্প্ৰতি ছিক্স-লেন এক্সপ্ৰেছ পথেৰে (6 Lane Express Way) কোন দুখন মহানগৰৰ সংযোগ ঘটোৱা হৈছে

(a) Islamabad and Lahore - ইছলামাবাদ আৰু লাহোৰ
(b) Mumbai and Pune - মুম্বাই আৰু পুনে
(c) Ahmedabad and Vadodara - আহমেদাবাদ আৰু বদোদাৰা
(d) Delhi and Bangalore - দিল্লী আৰু বাংগীলুৰু

 

36. India’s highways pass through Maharashtra’ Chhattisgarh and Orissa -ভাৰতৰ ঘাইপথ মহাৰাষ্ট্ৰ’ ছত্তিগগড় আৰু উৰিষ্যাৰ মাজেৰে পাৰ হৈ গৈছে

(a) NH-5 - 5 নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) NH-6 - 6 নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) NH-7 - 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) NH-8 - 8 নং ৰাষ্ট্ৰীয় ঘাইপথ

 

37. India's longest distance 'Railway Seb' - ভাৰতৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ 'ৰাজধানী ৰেল সেব'

(a) 2429 Bangalore City Jungshran - 2429 বাংগালুৰু চিটি জংশ্ৰন
(b) 2433 Chennai Central - 2433 চেন্নাই চেন্ট্ৰেল
(c) 2431 Trivandrum Central - 2431 ত্ৰিবান্দম চেন্ট্ৰেল
(d) 2435 Dibrugarh Town - 2435 ডিব্ৰুগড় টাউন

 

38. Headquarters of North East Frontier Railway - উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আছে

(a) Paltan Bazaar - পল্টন বজাৰ
(b) Maligaon - মালিগাঁও
(c) Rangia - ৰঙিয়া
(d) Dibrigarh - ডিব্ৰিগড়

 

39. How many international airports are there in India at present - ভাৰতত সম্প্ৰতি কিমানটা আন্তৰ্জাতিক বিমান বন্দৰ আছে

(a) 8 pieces - 8 টা
(b) 10 pieces - 10 টা
(c) 20 - 20 টা
(d) 22 - 22 টা

 

40. There are three types of railway lines currently in operation in India. Which of the following does not belong to this category - ভাৰতত সম্প্ৰতি তিনিধৰণৰ ৰেল লাইন প্রৰচলিত। তলৰ কোনবিধ'ইয়াৰ অন্তৰ্গত নহয়

(a) Narrow gauge - নেৰ’ গজ
(b) Medium yardage - মেডিয়াম গজ
(c) Broad yard - ব্ৰড গজ
(d) Meter yards - মিটাৰ গজ

 

41. In which year were the private airlines of India nationalised - কিমান চনত ভাৰতৰ ব্যক্তিগত বিমান পৰিবহণ কোম্পানীসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হয়

(a) In the 1950s - 1950 চনত
(b) In 1951 - 1951 চনত
(c) In 1952 - 1952 চনত
(d) In 1953 - 1953 চনত

 

42. Which of the following states fully privatizes the Power Distribution programme - তলৰ কোনখন ৰাজ্যই শক্তি বিতৰণ (Power Distribution) কাৰ্যক্ৰমটো সম্পূৰ্ণভাৱে ব্যক্তিগতকৰণ কৰে

(a) West Bengal - পশ্চিমবংগ
(b) Uttar Pradesh - উত্তৰপ্ৰদেশ
(c) Orissa - উৰিষ্যা
(d) Maharashtra - মহাৰাষ্ট

 

43. Which of the following types of agriculture in India uses the largest amount of irrigation water - ভাৰতৰ তলৰ কোনবিধ কৃষিকাৰ্যত সৰ্বাধিক পৰিমাণে জলসিঞ্চনৰ পানী প্ৰয়োগ বা ব্যৱহাৰ কৰা হয়

(a) Rice - ধান
(b) Wheat - ঘেঁহু
(c) Corn - কুঁহিয়াৰ
(d) Pulses - মাহজাতীয় শস্য

 

44. India has the largest coal mines - ভাৰতৰ সৰ্ববৃহৎ কয়লাখনি আছে

(a) Ranigunj - ৰাণীগঞ্জ
(b) Bokaro - বোকাৰো
(c) Baria - বাৰিয়া
(d) Girdih - গিৰডিহ

 

45. Which state of India produces the largest amount of fish - ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক মাছ উৎপাদন কৰা হয়

(a) West Bengal - পশ্চিমবংগ
(b) Kerala - কেৰালা
(c) Tamil Nadu - তামিলনাডু
(d) Orissa - উৰিষ্যা

 

46. Which place is referred to as the 'Spice Garden of India' - ‘ভাৰতৰ মচলাৰ উদ্যান’ বুলিলে কোন ঠাইক বুজা যায়

(a) West Bengal - পশ্চিমবংগ
(b) Kerala - কেৰালা
(c) Tamil Nadu - তামিলনাডু
(d) Uribya - উৰিব্যা

 

47. 'City of Golden Temples' refers to which of the following places -‘সোণালী মন্দিৰৰ চহৰ’ বুলিলে তলৰ কোনখন ঠাইক বুজা যায়

(a) Amarnath - অমৰনাথ
(b) Amritsar - অমৃতসৰ
(c) Pushkar - পুষ্কৰ
(d) Vrindavan - বৃন্দাবন

 

48. Which of the following places is called the 'City of Palaces' - ‘ৰাজপ্রাসাদৰ চহৰ’ তলৰ কোনখন ঠাইক কোৱা হয়

(a) Mumbai - মুম্বাই
(b) Delhi - দিল্লী
(c) Calcutta - কলকাতা
(d) SEMAI - ছেমাই

 

49. Which place in India is called the 'Garden City' - ভাৰতৰ ‘উদ্যান চহৰ’বুলি কোন ঠাইক কোৱা হয়

(a) Bangalore - বাংগালুৰু
(b) Jaipur - জয়পুৰ
(c) Ajanta-Ellora - অজন্তা-ইলোৰা
(d) Not one - এটাও নহয়

 

50. Which place is referred to as the 'Gateway of India' - ‘ভাৰতৰ দুৱাৰমুখ’ (Gateway of India) বুলিলে কোন ঠাইক বুজায়

(a) Delhi - দিল্লী
(b) Calcutta - কলিকতা
(c) Chennai - চেন্নাই
(d) Mumbai - মুম্বাই

 

51. Which state of India is called the 'Land of the Five Rivers' - ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ‘পঞ্চনদীৰ দেশ’ বুলি কোৱা হয়

(a) Haryana - হাৰিয়ানা
(b) Punjab - পঞ্জাৱ
(c) Bihar - বিহাৰ
(d) Kashmir - কাশ্মীৰ], answer: B. Punjab - পঞ্জাৱ

 

52. Which place in India is called the 'Pink City' - ভাৰতৰ কোন ঠাইক 'গুলপীয়া চহ্ৰ’ আখ্যা দিয়া হয়

(a) Jamshedpur - জামছেদপুৰ
(b) Bangalore - বাংগালুৰু
(c) Jaipur - জয়পুৰ
(d) Manali - মনালী

 

53. Which of the following places is called the 'Queen of the Arabian Sea' - 'আৰৱ সাগৰৰ ৰাণী’ বুলি তলৰ কোন ঠাইক কোৱা হয়

(a) Visakhapatnam - বিশাখাপট্টনম
(b) Kathia - কাথিয়াৰ
(c) Cochin - কোচিন
(d) Rachi - ৰাচী

 

54. Oriental Venice - প্ৰাচ্যৰ ভেনিচ বুলিলে বুজা যায়

(a) Cochin - কোচিন
(b) Visakhapatnam - বিশাখাপট্টনম
(c) Malwar - মালৱাৰ
(d) Rachi - ৰাচী

 

55. Which place in Assam has a waterfall - অসমৰ কোন ঠাইত জলপ্ৰপাত আছে

(a) At Bilasipara in Dhubri and at Muslimpur in Bagsa - ধুবুৰীৰ বিলাসীপাৰাত আৰু বাগছাৰ মুছলপুৰত
(b) Dhakuakhana in Lakhimpur and Sonari in Sibsagar - লখিমপুৰত ঢকুৱাখনাত আৰু শিৱসাগৰৰ সোণাৰীত
(c) At Chapanla in Nagaon and Fatashil in Golaghat - নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত
(d) Gohpur in Sonitpur and Badarpur in Hailakandi - শোণিতপুৰৰ গহপুৰ আৰুহাইলাকান্দিৰ বদৰপুৰত

 

56. When was the first wildlife rescue center in India established at which place in Assam - ভাৰতৰ ভিতৰত প্রথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কোন ঠাইত কেতিয়া স্থাপন কৰা হয়

(a) On 22 August 2001 in Manas - ২০০১ চনৰ ২২ আগষ্টত মানসত
(b) On 28 August 2002 in Kaziranga - ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত
(c) On 29 August 2003 in Orang - ২০০৩ চনৰ ২৯ আগষ্টত ওৰাঙত
(d) On 30 August 2004 in Kaziranga - ২০০৪ চনৰ ৩০ আগষ্টত কাজিৰঙাত

 

57. The river Ganges flows - গংগা নদী বৈ গৈছে

(a) To the North Ocean - উত্তৰ মহাসাগৰলৈ
(b) To the Indian Ocean - ভাৰত মহাসাগৰলৈ
(c) to the Pacific Ocean - প্ৰশান্ত মহাসাগৰলৈ
(d) to the Atlantic Ocean - আটলাণ্টিক মহাসাগৰলৈ

 

58. The major source of non-commercial energy generation in India is - ভাৰতৰ অব্যৱসায়িক শক্তি উৎপাদনৰ প্ৰধান উৎস হ’ল

(a) Coal - কয়লা
(b) Petroleum products - পেট্ৰ’লিয়ামজাত সামগ্ৰী
(c) Firewood - wood - খৰি - কাঠ
(d) Not one - এটাও নহয়

 

59. Which of the following is not a source of business strength - তলৰ কোনটো ব্যৱসায়িক শক্তিৰ উৎস নহয়

(a) Coal - কয়লা
(b) Lignite - লিগনাইট
(c) Uranium - ইউৰেনিয়াম
(d) Firewood - wood - খৰি - কাঠ

 

60. What is the name of the longest river in India - ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি

(a) River Ganges - গংগা নদী
(b) The Brahmaputra - ব্ৰহ্মপুত্ৰ
(c) The Indus River - সিন্ধুনদী
(d) The Cauvery - কাবেৰী

 

61. The longest river in South India - দক্ষিণ ভাৰতৰ দীৰ্ঘতম নদীখন

(a) The Narmada - নৰ্মদা
(b) Godavari - গোদাবৰী
(c) The Great River - মহানদী
(d) Opti - অপ্তী

 

62. The highest lake in India - ভাৰতৰ উচ্চতম হ্ৰদ

(a) Coins - ছিক্কা
(b) Ular - উলাৰ
(c) Devatal - দেবতাল
(d) Tapti - তাপ্তী

 

63. Highest Falls in India - ভাৰতৰ উচ্চতম জলপ্ৰপাত

(a) The celestial Ganges - আকাশী গংগা
(b) Jag or garsgna - জগ বা গৰছগ্না
(c) Fatashill - ফটাশিল
(d) Not one - এটাও নহয়

 

64. Which state in India has the largest forest area - ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে

(a) In Assam - অসমত
(b) Madhya Pradesh - মধ্য প্ৰদেশ
(c) Uttar Pradesh - উত্তৰ প্রদেশ
(d) Arunachal Pradesh - অৰুণাচল প্রদেশ

 

65. What is the name of the largest lake in India - ভাৰতৰ বৃহত্তম হ্ৰদটোৰ নাম কি

(a) Ular - উলাৰ
(b) Sikka - ছিক্কা
(c) Kallaru - কল্লাৰু
(d) Lockdown - লকটক

 

66. Highest peak in India - ভাৰতৰ উচ্চতম শৃংগ

(a) Mt - মাউণ্ট এভাৰেষ্ট
(b) Kanchanjanga - কাঞ্চনজংঘা
(c) Nandadevi - নন্দাদেবী
(d) Doda bitta - দোদা বিট্টা

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved