| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
NCERT Class 10 : General Science (সাধাৰণ বিজ্ঞান)
Explore NCERT Class 10 General Science (সাধাৰণ বিজ্ঞান) with chapter-wise solutions, notes, and study materials in Assamese. This comprehensive guide covers Physics, Chemistry, and Biology concepts to help you prepare for board exams, competitive exams, and daily learning. Stay ahead with solved exercises, key points, and conceptual understanding in your preferred language.
NCERT Class 10 Science Chapter and Solutions
Q. তলৰ কোনটো ধাতুয়ে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে [HSLC '15]
Q. 2H₂S+SO2 → 2H₂O + 3S বিক্ৰিয়াটোৰ ক্ষেত্ৰত অসত্য উক্তিটো হৈছে
Q. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. নিম্নোক্ত বিক্রিয়াটোত কোনটো সত্য
MnO2 + 4HCl → MnCl2 + 2H2O + Cl2
(i) HCl, H₂O লৈ জাৰিত হয়
(ii) MnO2, MnCl₂ লৈ বিজাৰিত হয়
(iii) HCI বিজাৰিত হৈ Cl₂ উৎপন্ন হয়
(iv) HCI জাৰিত হৈ Cl₂ উৎপন্ন হয়
Q. তাপ শোষিত হোৱা ৰাসায়নিক বিক্রিয়াক
HSLC Science MCQ Questions
Q. লেড নাইট্রেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়
Q. পানীৰ বিদ্যুৎ বিশ্লেষণ এক বিয়োজন বিক্রিয়া। এই বিক্রিয়াত নির্গত হোৱা হাইড্র'জেন আৰু অক্সিজেন গেছৰ ম'লৰ অনুপাত হ'ব
Q. AgCl(s) সূৰ্যৰ ৰশ্মি 2Ag(s) + Cl2(g) ওপৰত দিয়া বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
Q. জাৰণ বিক্ৰিয়াত ................... |
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
Q. তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চর্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়
Q. তলৰ কোনটো ভৌতিক পৰিৱৰ্তন
Q. তলত দিয়া বিক্রিয়াটোৰ বাবে কোন্টো উক্তি শুদ্ধ
3Fe(s)+4H2O(s) → Fe3O4(s) + 4H2(g)
(i) লোৰ জাৰণ হৈছে
(ii) পানী এটা বিজাৰক
(iii) পানীৰ বিজাৰণ হৈছে
(iv) পানী এটা জাৰক
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ MCQ Test
| MCQ Test - 1 | Click Here |
| MCQ Test - 2 | Click Here |
| MCQ Test - 3 | Click Here |
| MCQ Test - 4 | Click Here |
| MCQ Test - 5 | Click Here |
Q. অক্সিজেনৰ দ্বাৰা জাৰিত নাই ট্রিক অক্সাইডৰ পৰা উৎপন্ন হোৱা মুগা বৰণৰ গেছটো হ'ল
Q. শ্বসন প্রক্রিয়াটো হ'ল
Q. কি ঘটে, যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় [HSLC '17]
Q. যদি উত্তপ্ত কপাৰ অক্সাইডৰ মাজেৰে হাইড্ৰ'জেন গেছ প্রৱাহিত কৰা হয়, তেতিয়া কপাৰ অক্সাইডৰ ক'লা বৰণ মুগা বৰণলৈ পৰিৱৰ্তিত হয়। এই বিক্রিয়াত কপাৰ অক্সাইড
NCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G.Science | S.Science | Adv. Maths |
| Geography | E.Grammar | অ. ব্যাকৰণ |
| IT(Computer) |
||
Q. aAl2(SO4)3 + bNaOH → cAl(OH)3 + Na2SO4 সমতুল কৰিলে a, b, c, d সহগকেইটা হ'ব যথাক্রমে
Q. চুণৰ পানী গাখীৰৰ দৰে ঘোলা কৰা গেছটো হ'ল
Q. Zn (s) + CuSO (aq) → ZnSo4 (aq) + Cu(s) বিক্ৰিয়াৰ উদাহৰণ হ'ল
Q. তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ কম সক্রিয় মৌলটো কি
Q. তলৰ কোনটো জঁকা সমীকৰণ
Q. Zn + 2AgNO3 → Zn(NO)3 + 2Ag ওপৰৰ বিক্ৰিয়াটো ব এটা উদাহৰণ
Q. BaCl2 +H₂SO₄ - BaSO4 + 2HCl ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
Q. তাপ প্রয়োগ কৰিলে বিয়োজিত হৈ মুগা বৰণীয়া ধোঁৱাৰ সৈতে অৱশিষ্ট পদার্থ উৎপন্ন কৰা বগা বৰণীয়া লৱণটোৰ নাম লিখা
Q. প্রাকৃতিক গেছ দহন এটা
Q. Na₂SO₄ + BaCl → BaSO + 2NaCl বিক্রিয়াটো হ'ল
Q. তলৰ কোনটো ভৌতিক পৰিবৰ্তন নহয়
Q. Fe2O3 + 2Al → AL2O3 + 2Fe এই বিক্রিয়াটো হ'ল [HSLC '16, '18]
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved