Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

বহুপদৰ নিয়ম

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

 

NCERT Solutions Class 10 Maths Chapters

 

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

ৰৈখিক বহুপদ (Linear Polynomial)

  • এক মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ (linear polynomial) বোলে। ৰৈখিক বহুপদৰ মাত্ৰা এটা শূন্য    
  • ax + b, a ≠ 0   

শূন্য =  - b/a = - (ধ্ৰুৱক)/x ৰ সহগ

উদাহৰণ

  • 2x - 3  
  • √3x + 5
  • y + √2
  • x - 3z + 4

 

NCERT Solutions for Class 10 Mathematics in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

দ্বিঘাত বহুপদ (Quadratic Polynomial)

  • দুই মাত্ৰাৰ বহুপদ এটাক দ্বিঘাত বহুপদ (quadratic polynomial) বোলে। ইংৰাজী quadratic শব্দটো 'quadrate' শব্দটোৰপৰা উৎপন্ন হৈছে, যাৰ অৰ্থ বৰ্গ (square) | বাস্তব সংখ্যাৰ সহগ (coefficient) থকা তলৰ অটাইবোৰ বহুপদেই দ্বিঘাত

a. x2 + 5x +7     

b. y2 + 3y - 6

  • ax2 + bx + c,  a ≠ 0

x2 ৰ সহগ = a

x  ৰ সহগ   = b 

ধ্ৰুৱক = c

 

দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে আৰু দ্বিঘাত বহুপদৰ শূন্য দুটা  α আৰু β  হ'লে

  •  শূন্য দুটাৰ সমষ্টি =  - b/a = -(x ৰ সহগ)/x2 ৰ সহগ   
  • শূন্য দুটাৰ গুণফল =  c/a  = ধ্ৰুৱক/x2 ৰ সহগ   

যদি দ্বিঘাত বহুপদটোৰ শূন্য দুটা  α আৰু β  হয় তেন্তে দ্বিঘাত বহুপদটো হব

  • x2 - (α + β)x + α × β
  • x2 - (শূন্য দুটাৰ সমষ্টি) x + (শূন্য দুটাৰ গুণফল)

 

NCERT Solutions for Class 10 Mathematics in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

ত্রিঘাত বহুপদ (Cubic Polynomial)

  • তিনি মাত্ৰাৰ এটা বহুপদক ত্রিঘাত বহুপদ (cubic polynomial) বোলে।

উদাহৰণ

  • 2 - 3 - 2x²
  • 3x² - 2x² + x - 1 আদি

 

ত্রিঘাত বহুপদটো হ'ল

  • ax3 + bx2 +cx + d, a ≠ 0

 

ax3 + bx2 +cx + d, a ≠ 0

x3 ৰ সহগ = a

x2  ৰ সহগ   = b 

x  ৰ সহগ   = c

ধ্ৰুৱক = d

ত্রিঘাত বহুপদৰ দুটা শূন্য থাকে আৰু দ্বিঘাত বহুপদৰ শূন্য দুটা  α, β  আৰু γ  হ'লে

  • α + β + γ = - b/a = - (x2 ৰ সহগ) / x3 ৰ সহগ
  • αβ + βγ + γα =  c/a = x ৰ সহগ / x3 ৰ সহগ
  • α × β × γ = - d/a = - (ধ্ৰুৱক) / x3 ৰ সহগ

 

ইউক্লিডৰ বিভাজন কলনবিধি (Division Algorithm for Polynomails)  

  • যদি p(x) আৰু g(x) দুটা বহুপদ যাতে g(x) ≠ 0, তেন্তে আমি বহুপদ q(x) আৰু r(x) উলিয়াব পাৰো যাতে,  p(x) = g(x) × q(x) + r(x),  য'ত  r(x) = 0 বা  r(x) ৰ মাত্রা < g(x)ৰ মাত্রা।  এই ফলনটোক বহুপদৰ ক্ষেত্ৰত বিভাজন কলনবিধি বোলা হয়।
  • ভাজ্য = ভাজক × ভাগফল + ভাগশেষ 
  • p(x) = ভাজ্য
  • g(x) = ভাজক
  • q(x) = ভাগফল
  • r(x) = ভাগশেষ (বাকী)

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved