Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ - নিয়ম

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

একে দুটা চলকত দুটা ৰৈখিক সমীকৰণক দুটা চলকত এটা ৰৈখিক সমীকৰণৰ যোৰ বোলে | এটা ৰৈখিক সমীকৰণযোৰৰ সাধাৰণ - 

a1x + b1y + c1 = 0

a2x + b2y + c2 = 0

য'ত a1, a2, b1, b2, c1, c2 বোৰ বাস্তৱ সংখ্যা

 

 

Chapter 3 : দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
Rule 3.1 3.2 3.3 3.4 3.5 3.6 MCQ

 

দুটা চলকত ৰৈখিক সমীকৰণ যোৰ এটাক প্ৰদৰ্শন আৰু সমাধা কৰিব পাৰি

  • লৈখিক পদ্ধতিৰে (Graphical Method)
  • বীজীয় পদ্ধতিৰে (Algebraic Method)

 

 

লৈখিক পদ্ধতিৰে (Graphical Method)

  • যদি ৰেখা দুটাই এটা বিন্দুত কাটে, তেতিয়া সেই বিন্দুটোৱে সমীকৰণ দুটাৰ অদ্বিতীয় সমাধানটো দিব। এই ক্ষেত্ৰত সমীকৰণ যোৰটো সংগত
  • যদি বেখা দুটা মিলি যায়, তেতিয়া অসীম সংখ্যক সমাধান থাকিব- ৰেখাটোৰ ওপৰত থকা প্রতিটো বিন্দুরে এটা সমাধান হ'ব। এই ক্ষেত্রত সমীকৰণ যোৰটো পৰতন্ত্র (সংগত)
  • যদি ৰেখা দুটা সমান্তৰাল, তেতিয়া সমীকৰণ যোৰৰ কোনো সমাধান নাই। এই ক্ষেত্রত সমীকৰণযোৰ অসংগত

 

HSLC Mathematics MCQ Questions

HSLC 2016 সাধাৰণ গণিত Click Here
HSLC 2017 সাধাৰণ গণিত Click Here
HSLC 2018 সাধাৰণ গণিত Click Here
HSLC 2019 সাধাৰণ গণিত Click Here
HSLC 2020 সাধাৰণ গণিত Click Here
HSLC 2021 সাধাৰণ গণিত Click Here
HSLC 2022 সাধাৰণ গণিত Click Here
HSLC 2023 সাধাৰণ গণিত Click Here
HSLC 2024 সাধাৰণ গণিত Click Here

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

বীজীয় পদ্ধতি (Algebraic Method)

  • প্রতিষ্ঠাপন পদ্ধতি (Substitution Method)
  • অপনয়ন পদ্ধতি (Elimination Method)
  • তির্যক পদ্ধতি (Cross-Multiplication Method)

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

তির্যক বা বজ্ৰ-গুণন পদ্ধতি (Cross-Multiplication Method)

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰত

a1x + b1y + c1 = 0 .............. (1)

a2x + b2y + c2 = 0 .............. (2)

 

 x  b1c2 - b2c1 
=
y c1a2 - c2a1
=
       1 a1b2 - a2b1

 

x =
 b1c2 - b2c1  a1b2 - a2b1

 

y =
 c1a2 - c2a1  a1b2 - a2b1
 

 

 

 

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰত

a1x + b1y + c1 = 0 .............. (1)

a2x + b2y + c2 = 0 .............. (2)

A.
  a1  a2  
   b1    b2
  • ৰেখা দুটাই মাত্র এটা বিন্দুত কটাকটি কৰে
  • অদ্বিতীয় সমাধান আছে
  • সমীকৰণৰ যোৰ সংগত

 

NCERT Class 10 in English Medium

English Assamese Mathematics
G.Science S.Science Adv. Maths
Geography E.Grammar অ. ব্যাকৰণ
IT(Computer)

 

B. 
   a1    a2 
=
    b1    b2
=
   c1     c2
  • ৰেখা দুটা মিলি যাব
  • সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে
  • সমীকৰণৰ যোৰ সংগত

 

C. 
   a1     a2 
=
    b1      b2
   c1     c2
  • ৰেখা দুটা সমান্তৰাল হ'ব
  • সমীকৰণ দুটাৰ কোনো সমাধান নাই
  • সমীকৰণৰ যোৰ অসংগত

 

Chapter 3 : দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
Rule 3.1 3.2 3.3 3.4 3.5 3.6 MCQ

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com
 

 

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved