| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
NCERT Class 10 : General Science (সাধাৰণ বিজ্ঞান)
Explore NCERT Class 10 General Science (সাধাৰণ বিজ্ঞান) with chapter-wise solutions, notes, and study materials in Assamese. This comprehensive guide covers Physics, Chemistry, and Biology concepts to help you prepare for board exams, competitive exams, and daily learning. Stay ahead with solved exercises, key points, and conceptual understanding in your preferred language.
NCERT Class 10 Science Chapter and Solutions
1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
2. তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
3. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
4. ZnO + C → Zn + CO এই বিক্রিয়াত জাৰিত আৰু বিজাবিত পদার্থ দুটা ক্রমে
HSLC Science MCQ Questions
5. MnO2 +4HCI → MnCl2 + 2H2O + Cl2 - এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
6. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ'ল
7. পোৰা চুণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
৪. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়
9. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ
10. লেড নাইট্রেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয়
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ MCQ Test
| MCQ Test - 1 | Click Here |
| MCQ Test - 2 | Click Here |
| MCQ Test - 3 | Click Here |
| MCQ Test - 4 | Click Here |
| MCQ Test - 5 | Click Here |
11. ছিলভাৰ ব্ৰ 'মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
12. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্রিয়াটো তলক কোনটো বিক্ৰিয়াৰ উদাহৰণ
13. BaCl2 + H2SO2 ----→ BaSO4 + 2HCI এই বিক্রিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
NCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G.Science | S.Science | Adv. Maths |
| Geography | E.Grammar | অ. ব্যাকৰণ |
| IT(Computer) |
||
14. 2Cu + O2 -----→ 2CuO এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
15. কপাৰৰ ক্ষয়ীভরন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে
16. ছিলভাৰৰ ক্ষারীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে
17. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে।
18. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া
19. এটা জকা সমীকৰণ সত্তলিত কৰাৰ ভিত্তি হ'ল
20. xPb(NO3)2 ------→ yPbO + zNO2 + O2 - এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আবু z ৰ মানবোৰ ক্রমে-
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved