| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
NCERT Class 10 : General Science (সাধাৰণ বিজ্ঞান)
Explore NCERT Class 10 General Science (সাধাৰণ বিজ্ঞান) with chapter-wise solutions, notes, and study materials in Assamese. This comprehensive guide covers Physics, Chemistry, and Biology concepts to help you prepare for board exams, competitive exams, and daily learning. Stay ahead with solved exercises, key points, and conceptual understanding in your preferred language.
NCERT Class 10 Science Chapter and Solutions
1. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্রণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ'ল
2. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ মিহলি কৰিলে
(i) ছ'ডিয়াম ক্ল'ৰাইড আৰু বেবিৰ্যয়াম চালফেট উৎপন্ন হয়
(ii) এটা অপসবর্ণ বিক্রিয়া সংঘটিত হয়
(iii) এটা হি অপসরণ বিক্রিয়া সংঘটিত হয়
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ'ল
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
3. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়
4. লেড নাইট্রেট উত্তপ্ত কৰিলে নির্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল
5. বগা ছিলভাৰ ক্ল'ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব
HSLC Science MCQ Questions
6. তলৰ কোনটো বিক্রিয়া ক'লা - বগা ফটোগ্রাফীত ব্যবহৃত হয়
7. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ
(i) লেড বিজাৰিত হৈছে
(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে
(iii) কার্বন জাৰিত হৈছে
(iv) লেড অক্সাইড বিজাৰিত হৈছে
শুদ্ধ বিকল্পটো হ'ল
8. Fe2O3 + 2Al --------→
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
9. কি ঘটে যেতিয়া লঘু হাইড্র'ক্লবিক এছিড লোৰ গুড়িত যোগ কৰা হয়
10. তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ MCQ Test
| MCQ Test - 1 | Click Here |
| MCQ Test - 2 | Click Here |
| MCQ Test - 3 | Click Here |
| MCQ Test - 4 | Click Here |
| MCQ Test - 5 | Click Here |
11. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ
12. তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে
NCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G.Science | S.Science | Adv. Maths |
| Geography | E.Grammar | অ. ব্যাকৰণ |
| IT(Computer) |
||
13. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
14. ZnO +C -------→ Zn + CO এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
15. MnO2 + 4HCI -------→ MnCl2 + 2H2O + CI2 এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
16. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ'ল
17. পোৰা চুনে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
18. ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয়-
19. চূণশীল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
20. লেড নাইট্রেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়
21. ছিলভাৰ ব্ৰ'মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
22. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্রিয়াটো তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ
23. BaCl2 + H2SO4 -------→ BaSO4 + 2HCI এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
24. 2Cu + O2 -------→ 2CuO এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
25. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চাননি পৰে
26. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কোন বৰণৰ চামনি পৰে
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved