Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 2

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 2

1. সাধাৰণ শিক্ষাদান চিনাক্তকৰণ হয়

  • নির্ধাৰিত স্থানত
  • নির্ধাৰিত সময় তালিকাত
  • নির্ধাৰিত লক্ষ্যত
  • ওপৰৰ তিনিওটা

 

2. শিক্ষার্থী এগৰাকীয়ে সফলভাবে লিখিবলৈ শিকে তেতিয়া যেতিয়া লিখন পাঠটো (Dem 2019)

  • শিক্ষকে শিক্ষার্থীক শ্রুতলিপি দিয়ে
  • যেতিয়া পাঠটো শিশু উপযোগী আক অর্থবহ হয়
  • যেতিয়া পাঠটো শিক্ষকৰ পৰিপ্ৰেক্ষিত আৰু সংস্কৃতিব অনুকুল হয়
  • যেতিয়া উচ্চাৰিত ধ্বনি আৰু লিখিত বৰূপটো সম্পর্কযুক্ত হয়

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. তলৰ  কোনটো বিস্তৃত পঠন (Extensive Reading) ৰ উদ্দেশ্য নহয় (Jan 2024)

  • সমীক্ষাৰ বাবে পঠন (Reading for Appreciation)
  • উদ্‌ঘাটনৰ বাবে পঠন (Reading for extrapolation)
  • ব্যাকৰণ শিকিবৰ বাবে পঢ়া
  • আনন্দৰ বাবে পঠন

 

4. চীনা লিপিৰ উদ্ভাৱক(Jan 2024)

  • কন্‌ফ্যুচিয়াছ
  • ফু-হাই
  • চীনা জনতা
  • অজ্ঞাত চীনা লোক

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. উক্তি (A): দিবলৈ উৎসাহিত গুৰুত্বপূর্ণ। শিক্ষাৰ্থীৰ পূৰ্বজ্ঞান সোঁৱৰাই কৰাটো (Aug 2023)
যুক্তি (R) : পূৰ্বজ্ঞানৰ স্মৰণে শিক্ষার্থীক নতুনকৈ শিকা জ্ঞান আৰু ইতিমধ্যে জনা জ্ঞান সংযোজিত কৰাৰ সহায় কৰে
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাচি উলিওৱাঁ।

  • (A) শুদ্ধ, (R) অশুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (A), (R)-ৰ উপযুক্ত ব্যাখ্যা নহয়
  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু R হৈছে (A) ব উপযুক্ত ব্যাখ্যা

 

6. সপ্তম শ্রেণীব এগবাকী ভাষা শিক্ষকে দৃষ্টিক্ষমতাসম্পন্ন ছাত্র-ছাত্রীৰ বাবে YouTube অৰ ডি.ডি.অ', শ্রবনানুভূতিসম্পন্ন শিক্ষার্থীৰ বাবে বাণীবদ্ধ পাঠ আৰু স্পর্শানুভূতিসম্পন্নসকলৰ বাবে ভাব বিনিময়ক্ষম গেল ব্যবহাৰ কৰে। শিক্ষকে ব্যবহাৰ কৰা এই মাল্টিমেডিয়া সমূহে ব্যক্তিৰ কি বিষয়ক গুৰুত্ব দিয়ে (Dem 2019)

  • ভাষিক পার্থক্য
  • শিকনৰ ধৰণ
  • শিকনৰ অপাৰগতা
  • প্রত্যয়জনক সামগ্রী
 

7. এখন দেশৰ শিক্ষাদান বিশেষভাবে প্রভাবিত হয়

  • সামাজিক - ৰাজনৈতিক অৱস্থাত
  • মনোসামাজিক অৱস্থাত
  • সামাজিক আইনগত অৱস্থাত
  • আর্থ - সামাজিক অৱস্থাত

 

8. শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে

  • একক পর্যায়ত
  • দ্বি - পর্যায়ত
  • ত্রি - পর্যায়ত
  • বহু বিকল্প পর্যায়ত

 

9. প্রকৃতিগত আধাৰত শিক্ষাদান শ্রেণীভুক্ত কৰা হয়

  • সংজ্ঞাত্মক, আবেগিক, মনোদৈহিক
  • বর্ণনাত্মক, নির্ণয়কাৰক, উপশমকাৰক
  • ব্যাখ্যাত্মক, দৃঢ়তাসম্পন্ন, মেধাসম্পন্ন
  • ওপৰৰ তিনিওটা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

10. প্রাথমিক স্তৰত শিশুসকল শিকাৰ ক্ষেত্ৰত অধিক নিয়োজিত হয়, যেতিয়া (Jan 2024)

  • শিক্ষকৰ লগে লগে পদ্য মাতে
  • তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্রিয় ব্যৱহাৰ কৰে
  • তেওঁলোকে নোটবোকত বর্ণ ট্রেচিং কৰে বা লিখে
  • সূক্ষ্ম অংগ সঞ্চালন দক্ষতা (fine motor skill) তে মাত্র গুৰুত্ব দিয়া হয়

 

11. পঞ্চম শ্রেণীৰ ছাত্র এগৰাকীয়ে কৈছে  - 'মই মোৰ কর্মটিক শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূর্বে শেষবাৰৰ বাবে ভালকৈ পৰীক্ষা কৰি লৈছোঁ' -  ছাত্ৰগৰাকীয়ে লিখনৰ কোনটো স্তৰত কাম কৰিছে (Jan 2024)

  • খচৰা লিখন
  • পুনঃখচৰা লিখন
  • আর্হি কাকত পঠন
  • সহপাঠী মূল্যায়ন

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

12. ফলদায়ক শিক্ষাদানৰ বাবে প্রয়োজন

  • সুস্থ সমাজ
  • উপযুক্ত বিদ্যালয়
  • সুস্থ শ্রেণীকোঠা
  • ওপৰৰ তিনিওটা

 

13. সুশিক্ষাদানৰ লক্ষণ হ'ল

  • গণতান্ত্রিক পদ্ধতিৰে শিক্ষা প্রদান
  • দয়া আৰু সহানুভূতিৰে শিক্ষা প্রদান
  • উপযুক্ত পৰিকল্পনাবে শিক্ষা প্রদান
  • ওপৰৰ তিনিওটা

 

14. শৈক্ষিক উদ্দেশ্যসমূহৰ আধাৰত শিক্ষণক ভাগ কৰা হয়

  • দর্শন সম্বন্ধীয়, মনোবৈজ্ঞানিক আৰু সাংস্কৃতিক
  • প্রজ্ঞাত্মক, আনুভূতিক আৰু সংক্রিয়াত্মক
  • আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক
  • ওপৰৰ আটাইকেইটা

 

15. শৈক্ষিক সংগঠনক সম্বন্ধিত কৰিবলৈ তলত দিয়া কোনটো ধৰণেৰে শিক্ষাদানক শ্রেণীভুক্ত কৰিব পাৰি

  • আনুষ্ঠানিক আৰু অগতানুগতিক
  • শিক্ষাকেন্দ্রিক আৰু জ্ঞানকেন্দ্রিক
  • আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক
  • আনুষ্ঠানিক, অনানুষ্ঠানিক, বিদ্যালয়কেন্দ্রিক, অবিদ্যালয়কেন্দ্রিক আৰু অগতানুগতিক

 

16. প্রাথমিক পর্যায়ত সাধু আৰু পদাৰ ক্ষেত্রত কোনটো দিশ আটাইতকৈ গুরুত্বপূর্ণ বুলি তুমি বিবেচনা কৰিবা (Dec 2018)

  • সাধু আৰু পদ্যবোৰ নীতিশিক্ষামূলক হোৱা উচিত
  • সাধু আৰু পদ্যবোব শব্দসম্ভাৰত সমৃদ্ধ হোৱা
  • বিভিন্ন গুরুত্বপূর্ণ। নাম আৰু উদাহৰণৰ পুনৰাবৃত্তি হোৱা উচিত
  • সেইবোৰ মহত্বপূর্ণ লেখক বা কবিৰ দ্বাৰা লিখা হোৱা উচিত

 

17. বোধবাদীসকলৰ (cognitivist) মতে শিশুৱে তেতিয়াহে ভাষা সফলভাবে শিকে (Dem 2019)

  • যেতিয়া শিক্ষকে শ্রেণীটো নিজৰ নিয়ন্ত্রণত বাখে আৰু ছাত্র - ছাত্রীক কম সুযোগ প্রদান কৰে
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক ব্যাকৰণৰ নিয়মসমূহ কন্ঠস্থ কৰিবলৈ উৎসাহ যোগায়
  • যেতিয়া ছাত্র - ছাত্রীয়ে ব্লেকব'র্ডব কথাবোৰ নিয়াৰিকৈ টোকা কৰি লয়
  • যেতিয়া শিক্ষকে ছাত্র - ছাত্রীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কার্যসমূহ কৰিবলৈ উৎসাহিত কৰে

 

18. এগৰাকী ভাল শ্রোতাই (Dem 2019)

  • এটা শব্দ কিদৰে উচ্চাৰণ কৰিব লাগে বুজে
  • কিদৰে অভিপ্রেত উদ্দেশ্য ব্যৱহৃত হৈছে চিহ্নিত কৰিব পাবে
  • উত্থাপিত প্রশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰে
  • প্রতিটো শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

19. তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয়

  • শিকাৰুসকলৰ অসুবিধা আঁতৰ কৰা
  • শ্রেণীকক্ষৰ শিকাৰৰ সমস্যা দূৰ কৰা
  • শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূক শক্তিশালী কৰা
  • শিক্ষাৰ্থীসকলৰ আবেগক দমন কৰি ৰখা

 

20. নির্দেশনা শিক্ষাদানৰ এটা

  • অনর্থক অংগ
  • অপৰিহার্য অংগ
  • গৌণ অংগ
  • ওপৰৰ আটইকেইটা

 

21. ফলপ্রসূ শিক্ষাদানৰ বাবে শিক্ষণ সঁজুলিৰ

  • প্রয়োজন
  • অপ্রয়োজন
  • কেতিয়াবা প্রয়োজন
  • ওপৰৰ এটাও নহয়

 

22. অভিৰোচনৰ ক্ষেত্ৰত শিক্ষকৰ কৰ্তব্য হ'ল

  • খেলাৰ যোগে শিকা পদ্ধতিৰ প্ৰয়োগ কৰা
  • আগ্রহ সৃষ্টি কৰা
  • শিক্ষার্থীসকলক শিকিবৰ বাবে উৎসাহ যোগোৱা
  • ওপৰৰ তিনিওটা

 

23. ভাষা শিকণত সামাজিক আদান প্রদানে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এই বাক্যটো তলৰ কোনজন ভাষাবিদৰ লগত জৰিত (July 2019)

  • ছমস্কী
  • পীয়াযে
  • ৱাইগটস্কী
  • স্কিনাৰ

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. বয়ঃসন্ধিকাল হ'ল শৈশৱকালৰ পুনৰাবৃত্তি - এই মতামত হ'ল

  • ৰেমণ্টৰ
  • আৰ্ণেষ্ট জনচৰ
  • চার্লচ স্পিয়েৰমেনৰ
  • মাৰিয়া মণ্টেশ্বৰীৰ

 

25. মই শিক্ষাক মনোবিজ্ঞানসম্মত কৰিব খোজো - কথাষাৰ কোনে কৈছিল

  • ফ্রয়ডে
  • পেষ্টালজীয়ে
  • স্কিনাৰে
  • ৰুছোই

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

26. তলৰ কোনটো শিকন দক্ষতা (Study skill) নহয় (Dem 2019)

  • বক্তৃতাৰ পৰা টোকা (Note) লেখন
  • পঠনৰ সময়ত টোকা প্রস্তুত কৰণ
  • সাৰাংশ (Synopsis) লেখন
  • কোনো অনুষ্ঠানৰ কাৰ্যসূচী (agenda) লেখন

 

27. নৈদানিক শিক্ষা প্রযোজ্য হয় (Jan 2024)

  • যিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্রয়োজন
  • শিক্ষকে একাংশ বিশেষ শিক্ষার্থীন বাবে নিজব শিক্ষণ সলনি কৰিব বিচাৰে
  • শিক্ষার্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ/শিকন কৌশল সলনি বা উন্নত কৰিব বিচাৰে
  • ভাষাৰ কাকতত শিক্ষার্থী আক শিক্ষকে বেছিনম্বব পাব বিচাৰে

 

28. সপ্তম শ্রেণীব ছাত্র ইলমে কানাড়া, মাবাঠী, হিন্দী আৰু ইংবাজী ভাষা জানে। তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাতোঁতে এই চাৰিওটা ভাষা নিঃসংকোচে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ত তেওঁ হিন্দী, কানাড়া আৰু ইংৰাজী ব্যবহাৰ কবে, কাবণ, তেওঁৰ বন্ধু আৰু শিক্ষকসকলে এই তিনিটা ভাষা ভালকৈ বুজি পায়। এই অভ্যাসটোক কি বুলি জনা যায় (Jan 2024)

  • আন্তস্ত্র ভাষিক দক্ষতা (Translingual ability)
  • ভাষা মিশ্রণ (Code meshing)
  • ভাষা সঞ্চকণ (Code moving)
  • আন্তজ্ঞ ভাষা (Inter language)

 

29. মনোবিজ্ঞানী আর্ণেষ্ট জ'ন্‌চৰ মতে মানুহৰ জীৱনটোক কেইটা ভাগত ভাগ কৰিব পাৰি

  • এটা
  • দুটা
  • তিনিটা
  • চাৰিটা

 

30. শিক্ষা মনোবিজ্ঞানে বুজাত সহায় কৰে

  • পৰিৱেশৰ প্রকৃতি
  • সমাজৰ আচৰণ
  • শিশুৰ প্রকৃতি
  • শিক্ষনীয় বিষয়বস্তু

 

Assamese Pedagogy | Mock Test -2 PDF

 

Previous 1      2      3       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved