| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
CTET Assamese MCQ with Detailed Answers, Part 4
1. তলত দিয়া কোনটো উপচাৰাত্মক বা নিদানমূলক শিক্ষণৰ ক্ষেত্ৰত শুদ্ধ (Aug 2023)
2. উক্তি (A) : ইংৰাজী ভাৰতৰ সহযোগী দপ্তৰীয় ভাষা (Aug 2023)
যুক্তি (R) : ভাৰতৰ বিদ্যালয়সমূহৰ বিদেশী ভাষা হিচাপে ইংৰাজী পঢ়োৱা হয়।
ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাঁচি উলিওৱাঁ ।
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
3. কেইটা বস্তুৰ ওপৰত একে সময়তে মনোযোগ প্রদান কৰিব পাৰি
4. মনোযোগক বিবেচনা কৰিব পাৰি
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
5. মনোযোগৰ বাহ্যিক কাৰকবোৰ নিৰ্ভৰশীল
6. আগ্রহ হ'ল মানসিক মানসিক প্রৱণতাৰ এক গতিশীল অৱস্থা - এই উক্তিটো হ'ল
7. ভাষা শিকন হৈছে এক বিস্তৃত প্রক্রিয়া, যিটো জন্মৰ লগে লগে আৰম্ভ হয় আৰু গোটেই জীৱন জুৰি চলি থাকে - এই অভিমতটোৰ সৈতে তুমি একমত নে একমত নহয় (Jan 2024)
8. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে পটুতা বা দক্ষতা পৰীক্ষা (proficiency test) কৰা হয় (Aug 2023)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
9. এগৰাকী শিক্ষকে ছাত্র-ছাত্রীসকলক কিছুমান গোটত ভাগ কৰি দিছে আৰু 'হাতী'ৰ বিষয়ে পাঠ এটা পঢ়ওৱাৰ আগে আগে গোট বোৰৰ মাজত হাতীৰ বিষয়ে এটা কুইজ পাতিছে। শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে (Aug 2023)
10. আগ্রহ অর্থাৎ Interest শব্দটোৰ উৎপত্তি হৈছে
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
11. লিংগেভেদে
12. অনুকৰণ শিক্ষা পদ্ধতিৰ আবিষ্কাৰক আছিল
13. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে উপচাৰাত্মক বা নিদানমূলক পৰীক্ষা (diagnostic test) ব্যৱহাৰ কৰা হয় (Aug 2023)
14. ভাৰতীয সংবিধানৰ ৮ম সূচী অনুসৰি কিমানটা ভাষা আছে (July 2019)
15. ভাষা শিকাৰ বোধার্জন প্রৰিপ্রেক্ষাই (Cognitive Perspective) তলৰ কোনটোত গুৰুত্ব দিয়ে (July 2019)
16. তলত উল্লেখ কৰা কোনটো পৰীক্ষাৰ দ্বাৰা শিক্ষকে শিকাৰৰ দুৰ্বল প্রদর্শন ধৰা পেলাব পাৰে (July 2019)
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
17. মূল্যায়নে কাক প্রেৰণা বা উদ্দীপনা যোগায়
18. Education শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে
19. আধুনিক শিক্ষাৰ পাঠ্যক্রম হ'ল
20. মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা হ'ল
21. ষষ্ঠ মানৰ ভাষাৰ শিক্ষক এগৰাকীয়ে ভাষাৰ পৰীক্ষা লোৱাৰ পাছত লক্ষ্য কৰিলে যে ছাত্র- ছাত্রীয়ে ভাল ফল দেখুৱাব পৰা নাই। সেয়েহে শিক্ষক গৰাকীয়ে আন এটা পৰীক্ষা পাতিছে। এই ক্ষেত্ৰত পৰীক্ষাটোত কোৱা হ'ব (July 2019)
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
22. ভাষাৰ শিক্ষক এগৰাকীয়ে শ্রেণীকোঠাত পটুউৱাৰ পাছত তেঁওৰ টোকাবহীত লিখিছে- ছাত্র - ছাত্রীবোৰে ভাষাৰ খেল উপভোগ কৰিছে আৰু খেলত সক্রিয়ভাবে অংশগ্রহণ কৰিছে। কিন্তু গোট নং ৬ ব্রে উপযুক্ত ফলাফল দেখুৱাব পৰা নাই। শিক্ষকগৰাকীৰ এই টোকাটো হৈছে (July 2019)
23. ভাষাৰ সমাবেশী বা সামগ্রিক শ্রেণী কোঠাত (inclusive classroom) এটাত পঢ়ুবাওতে শিক্ষকগৰাকীয়ে কি কৰা উচিত (Jan 2021)
MCQs of CTET Assamese, Paper I
Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
24. প্রত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ (Jan 2021)
25. ত্রিভাষা সূত্র অনুসৰি তৃতীয় ভাষা (Jan 2021)
26. ল'ৰা - ছোৱালীৰ স্বৰভংগ হয়
27. উক্তি (A) : প্ৰাৰম্ভিক পৰ্যায়ত ভাষাৰ সঠিকতা আটাইতকৈ গুৰুত্বপূর্ণ (Aug 2023)
যুক্তি (R) : প্ৰাৰম্ভিক পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ অন্তৰ্ভূতি অপৰিহাৰ্য
উদ্ধৃত উক্তি মাৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
28. দ্বিতীয় মানত পঢ়ি থকা শিশু প্ৰতিৰ মাকে শিক্ষকক কৈছে যে শিশুটিয়ে কেতিয়াবা আগতে কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কৈ দিয়ে। এয়া কেনেকৈ সম্ভর হয়? মাক গৰাকীক শিক্ষক। গৰাকীয়ে দিয়া শুদ্ধ উত্তৰটো হ'ব (Aug 2023)
29. ছাত্র বা ছাত্রী এগৰাকীয়ে যেতিয়া 'স্কেনিং' কৰে, তেতিয়া তেওঁ
30. শিকাৰুৰ আচৰণ ভংগী জানিবৰ বাবে আটাইতকৈ কার্যকৰী উপায়টো হৈছে
| Previous | ...... 3 4 5 ...... | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved