Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 6

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 6

1. Psychological Types গ্রন্থৰ লেখক হ'ল

  • ৰুছো
  • ফ্রয়ড
  • কার্লয়ুং
  • আলপোর্ট

 

2. সমল হিচাপে বহুভাষিকতা ৰ অৰ্থ হৈছে (Jan 2021)

  • কেইবাটাও ভাষা শিকা
  • শিশুৰ ভাষাটোত প্রতিটো শব্দৰে সমার্থসূচক শব্দ শিকোৱা
  • পাঠ্যতালিকা অতিক্রমি ভাষা শিকোৱা
  • শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. ত্রুটিপূর্ণ পঠন অভ্যাসৰ এটা কাৰক হৈছে (Dec 2018)

  • বহুভাষিকতা
  • দ্বিভাষিকতা
  • শ্রেণীকোঠাত বেছি ছাত্র-ছাত্রীৰ ভিৰ
  • পড়ি যাওঁতে তর্জনী আঙুলিটো ব্যৱহাৰ কবি শাৰীবোৰত চকু ফুৰোৱা

 

4. তলৰ কোনটোক বাদ দি বাকীবোৰ পৰস্পৰৰ সহযোগত চলা দলগত শিকন প্রক্রিয়াৰ লগত ঘনিষ্ঠভাবে জড়িত

  • শিকাকৰ অভ্যাসৰৰ কাৰণে যথেষ্ট সময় প্রদান
  • হাই - উকমিবিহীন শৃংখলাবদ্ধ শ্রেণী
  • শিক্ষক - কেন্দ্রিক প্রশিক্ষণৰ বিকল্প
  • হতাশ শিকাৰুক উদগনি দিবৰ বাবে সহপাঠীক জড়িত কৰা

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. একেটা শিক্ষানুষ্ঠানৰ ভিতৰতেশিক্ষাগত সম্পদৰ ভাগ বটোৱাৰা কৰা যোগাযোগ কৌশলক কোৱা হয়

  • ডেলনেট
  • ইন্টাৰনেট
  • এৰনেট
  • ইন্ট্রানেট

 

6. এটা ভাষা শিকোৱাৰ ফলপ্রসূ পাঠ এটাৰ আৰম্ভণি হয় (Dec 2018)

  • শিকিবলগীয়া প্রস্তুতকৰণত তালিকা বিষয়বোৰৰ
  • সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্র-ছাত্রীক কার্য দি অনুপ্রেৰিত কৰি
  • পাঠটোৰ প্ৰসংগ উত্থাপন কৰি
  • ব্লেক বোর্ডত লিখি
 

7. তোমাৰ অঞ্চললৈ এজনী ছোৱালী হিন্দী ভাষা বলয়ৰ আহি তোমাৰ ভাষাটো ব্যৱহাৰ কৰোঁতে ভুল কৰিছে। এই ক্ষেত্ৰত এগৰাকী ভাষাৰ শিক্ষক হিচাপে তলত দিয়া কোনটো উক্তিক তুমি শুদ্ধ বুলি বিবেচনা কৰিবা (Dec 2018)

  • ছোৱালীজনীক তাই কৰা ভুলবোৰ বাৰে বাৰে সোঁৱৰাই দিব লাগিব
  • তাইক ভাষাটো ব্যৱহাৰ কৰাৰ আৰু বেছি সুযোগ দিব লাগিব
  • নতুন ভাষাটো প্রতিদিনে আধাঘন্টাকৈ অনুশীলন কৰিবলৈ তাইক কোৱা উচিত
  • নতুন ভাষাটো প্রয়োগ কৰোঁতে তাইৰ মাতৃভাষাৰ প্ৰভাৱ পৰিবলৈ দিব নালাগিব

 

8. শিক্ষণৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ নহয়

  • সকলো জীববে সমান শিক্ষণ ক্ষমতা থাকে
  • শিক্ষণ হৈছে আচৰণ সংশোধন কৰা কাৰ্য
  • আকস্মিক উপায় উদ্ভাৱন কৰে
  • অংশগ্রহণকাৰীৰ মাজত সমন্বয় সাধন কৰে

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ব্যক্তিত্ব হৈছে

  • এক মনোবৈজ্ঞানিক ধাৰণা
  • এক শিশুকেন্দ্রিক ধাৰণা
  • এক অবাস্তৱ ধাৰণা
  • এক বিমূর্ত ধাৰণা

 

10. কার্ল যুঙে ব্যক্তিত্বক ভাগ কৰিছিল

  • এটা ভাগত
  • দুটা ভাগত
  • তিনিটা ভাগত
  • চাৰিটা ভাগত

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

11. এগৰাকী শিক্ষকে দ্বিতীয় শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে শিক্ষণ শিকন সঁজুলি সংগ্রহ কৰাৰ পৰিকল্পনা কৰিলে । তলৰ কোনটো শিক্ষণ শিকন সঁজুলি সংগ্ৰহৰ সঠিক প্রক্রিয়া নহয় (Jan 2024)

  • নির্বাচিত সঁজুলিসমূহ শিক্ষার্থীৰ বয়স অনুপাতে আকর্ষণীয় আৰু নিৰাপদ হ'ব লাগে
  • নির্বাচিত সঁজুলিবোৰ শিশুৱে উৎসুক্যসহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে
  • নির্বাচিত সঁজুলিবোৰ স্থানীয়ভাৱে নির্মিত বা থিতাতে পাব পৰা হ'ব লাগে যাতে সেইবোৰ ততালিকে সলাই ল'ব পাৰি
  • নির্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্রস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিচলতা আঁতৰাবলৈ সামান্য খহতা হ'ব লাগে

 

12. (National Curriculum Framework) অত ৰূপৰেখা প্রস্তুত কৰা মতে শিশুৰ দক্ষতা আহৰণৰ বাবে এক সামগ্রিক, আদৰনীয় আৰু আনন্দদায়ক বাতাবৰণ প্ৰস্তুত কৰিব পৰা যায় (Jan 2024)

  • তীব্ৰ গৰমত বাহিৰৰ কার্যাবলী নকৰাই ভিতৰুৱা কার্যত ব্যস্ত ৰাখি
  • শিক্ষার্থীৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি
  • বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষার্থীৰ কৰ্মক প্ৰদৰ্শন কৰি
  • শ্রেণীকোঠাটো ৰং বিৰঙেৰে সজাই এটা বর্ণময় পাৰিপার্শ্বিকতা সৃষ্টি কৰা

 

13. মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰপিছত হেৰুৱালে মনক, তাৰপিছত হেৰুৱালে সজ্ঞানতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যামান - এই উক্তিটো আগবঢ়াইছিল

  • থ'র্ণডাইকে
  • পিয়াজে
  • পেষ্টালজীয়ে
  • স্কীনাৰে

 

14. শিশুৰ ব্যক্তিত্বৰ বিকাশত অৰিহণা যোগোৱা উপাদানৰ ভিতৰত তলৰ কোনটো অন্তর্ভুক্ত নহয়

  • উৰাজাহাজ
  • পৰিয়াল
  • বিদ্যালয়
  • সমাজ

 

15. এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমানত লেবেল লগাইছে। শিক্ষকজনৰ এই কার্যই ছাত্র-ছাত্রীসকলক প্রকৃত বস্তুবোৰ আৰু লেবেলত লিখা নামবোৰ সম্পর্কিত কৰাত সহায় কৰিব। এই কার্যটোবে ছাত্র-ছাত্রীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব (Jan 2021)

  • ব্যাকৰণ
  • লিখন দক্ষতা
  • শব্দ সম্ভাব
  • হস্তাক্ষৰ

 

16. ব্যাকৰণ শিক্ষাই বৃদ্ধি কৰে (Jan 2021)

  • সাক্ষৰতা
  • সঠিকতা বা শুদ্ধতা
  • অনর্গলতা
  • শব্দসম্ভাব

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. হৈছে শিশুবে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অবচেতন প্রক্রিয়া (Jan 2021)

  • ভাষা শিকা
  • ভাষা আহৰণ
  • দ্বিতীয় ভাষা
  • ভাষিক সক্ষমতা বা দক্ষতা

 

18. শিকাৰৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফীডবেক (feed back) দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্রসূ (Jan 2021)

  • শিকাৰুৰ ভুল শিক্ষকে লগে লগেই আঙ্গুলিয়াই দিয়া
  • যিবোৰ শিকাকৰ ভাষা ব্যৱহাৰত আটাইতকৈ বেছি অসুবিধা আছে, কেৱল সেইবোৰ শিকাৰুক ফীডবেক দিয়া
  • শিকাকৰ মাতৃভাষাৰ প্রভাৱৰ কাৰণে হোৱা ভুলবোৰ আওকান কৰি শিক্ষকে ভুল-বিশ্লেষণ কৰা উচিত আৰু তাৰ পাছত ভুলবোৰ শুধৰোৱাৰ কাৰণে কৌশল গ্রহণ কৰা উচিত
  • শিকাকরে শ্রেণীকোঠাতে ভুলবোৰ আঙুলিয়াই দিলে বেয়া পাব বুলি ভাবি শিক্ষকে ভুলবোৰ আওকান কৰা উচিত

 

19. শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্রশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব (Jan 2021)

  • তোমাৰ প্রিয় কিতাপবোৰৰ ভিতৰত এখনৰ নাম কোৱা/লিখা
  • 'পছন্দ' শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা
  • তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা
  • তুমি পঢ়া কবিতা এটাৰ কবিগৰাকীৰ নাম কোৱা/লিখাঁ

 

20. ব্যক্তিত্বৰ বিকাশত তলৰ কোনটো দিশৰ প্ৰভাৱ অধিক স্পষ্ট

  • সামাজিক
  • বৌদ্ধিক
  • অবৌদ্ধিক
  • দৈহিক

 

21. তলৰ কোনটো মানসিক ৰোগৰ লক্ষণ নহয়

  • শিক্ষণৰ অক্ষমতা
  • নতুন কথা মনত ৰাখিব নোৱাৰা
  • নিদ্ৰাৰ অস্বাভাবিকতা
  • টাইফয়ড জ্বৰ

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

22. শিশু বিকাশ তলৰ কোনটোৰ সৈতে আন্তঃসম্বন্ধীয় নহয়

  • অভিৰোচণ
  • পৃথকীকৰণ
  • শিক্ষণ
  • এককীকৰণ

 

23. শিক্ষাৰ উদ্দেশ্য হ'ল

  • কর্মসংস্থাপন প্রদান কৰা
  • নিৰক্ষৰতা আঁতৰোবা
  • অভিজ্ঞ কৰি তোলা
  • অন্তক্তশক্তিৰ বহিঃপ্রকাশ ঘটোবা

 

24. দলানুগত্য কোনটো কালৰ বৈশিষ্ট্য

  • বাল্যকালৰ
  • শৈশৱ কালৰ
  • প্রাপ্তবয়স্ক কালৰ
  • কৈশোৰ কালৰ

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. শিকাৰুৰ বাস্তৱ জীবনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি ভাষাৰ ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত তলৰ কোনটো অভিগম/পদ্ধতি প্রয়োগ কৰা হয় (Jan 2024)

  • স্বাভাৱিক অভিগম (Natural approach)
  • যোগাযোগমূলক অভিগম
  • প্রত্যক্ষ পদ্ধতি
  • শ্রব্যভাষিক পদ্ধতি

 

26. এগৰাকী শিক্ষকে শিক্ষার্থী সকলক নিজৰ বহীবোৰ পাৰস্পৰিকভাবে সলাই লৈ ইজনক সিজনৰ কামবোৰ পৰীক্ষা কৰিবলৈ দিছে। এই কার্যৰ উদ্দেশ্য হৈছে (Jan 2024)

  • বিস্তৃত পঠন অভ্যাস গঢ়া
  • গঠনৰ নিয়ন্ত্রিত অভ্যাস কৰোৱা
  • নতুন শব্দভাণ্ডাৰ ব্যৱহাৰৰ অভ্যাস কৰা
  • সহপাঠী - শুদ্ধকৰণৰ অভ্যাস কৰোৱা

 

27. ভাবতীয় শিশু এটাই কি ভাষা শিকাটো প্রয়োজনীয় (Dec 2018)

  • মাতৃভাষা
  • মাতৃভাষা আৰু এটা আঞ্চলিক ভাষা
  • মাতৃভাষা আৰু ইংৰাজী
  • যি কোনো তিনিটা ভাষা

 

28. কখন দক্ষতাৰ ক্ষেত্রত তলব কোনটো গুৰুত্বপূর্ণ (July 2019)

  • স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ
  • প্রসংগ সংগতি অনুসৰি কথা কোৱা
  • মধুৰভাবে কোৱা
  • ফুলাম ভাষাত কথা কোৱা

 

29. ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ Psychoanalytical Theory হ'ল

  • কেটেলৰ
  • ফ্রয়ডৰ
  • বৰিঙৰ
  • উডৱর্থৰ

 

30. এগৰাকী ভাষা শিক্ষকে প্রথমতে ইংৰাজীত এটা কাহিনী শুনালে। তাৰ পাছত শিক্ষার্থীক কাহিনীটো নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাত কৈ শ্রেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এই ধৰণৰ শিক্ষা দানব কৌশলক কোৱা হয় (Jan 2024)

  • ভাষান্তৰকৰণ (Translanguaging)
  • বহু ভাষিক শিক্ষণ
  • বহুভাষিক আঁচনি (Multilingual Policy)
  • ভাষা আহবণ)
Previous ......      5      6      7       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved