Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 8

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 8

1. কখন কার্য মূল্যায়ন কৰাৰ ক্ষেত্রত তলব কোনটোৰ প্রয়োজন নাই (Dem 2019)

  • শব্দৰ উচ্চাৰণ
  • প্রসংগ অনুসৰি উপযুক্ত ৰূপৰ (Form) ব্যৱহাৰ
  • অভিধান আৰু তথ্যকোষ (Thesauses) অৰ ব্যৱহাৰ
  • বক্তব্যৰ স্পষ্টতা

 

2. এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে (Dem 2019)

  • প্রত্যক্ষ পদ্ধতি (Direct Method)
  • ধ্বনিমূলক (Phonic) পদ্ধতি
  • সামগ্রিক ভাষা (Whole language)
  • আংশিক ভাষা (Part language)

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. প্রসংগ অনুসৰি ব্যাকৰণ (Grammar in Context) মানে হৈছে (Dem 2019)

  • অনুশীলন (drills) আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন
  • প্রথমতে ৰূপ (Form) আৰু তাৰ পাছত কার্যকাৰিতা শিকন
  • য'ত ৰূপ (Form) প্রথমতে প্রত্যক্ষ কৰা যায়, প্রথমে সেই স্বাভাবিক ভাষাৰ (Natural Language) উদাহৰণৰ পৰা শিকন আৰু তাৰ প্রসংগ অধ্যয়ন
  • শিক্ষার্থীয়ে পর্যায়ক্রমে বিকাশ সম্পর্কে বুজিব পৰাকৈ ৰূপৰ (Form) বিন্যাসিত (Structured manner) অধ্যয়ন

 

4. পাঠ্যপুথিৰ প্রণেতাসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ, কবিতা, বৃত্তান্ত আদি অন্তর্ভূক্ত কৰে। তেওঁলোকে বাতৰিকাকত, আলোচনী আদিৰ পৰাও মূল পাঠ অন্তর্ভুক্ত কৰে। কাৰণ (Dem 2019)

  • এইসমূহ প্রামাণিক আৰু ইয়াৰ ভাষা স্বাভাবিক (Natural)
  • পাঠ্যপুথিৰ প্রণেতাসকলে স্বতন্ত্র পাঠ (item) পচন্দ কৰে
  • এইসমূহ অনুশীলনীৰ বাবে সুবিধাজনক
  • এইসমূহ পঠনৰ বাবে সুবিধাজনক

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. এগৰাকী শিক্ষকে ষষ্ঠ শ্রেণীব শ্রেণীকোঠাত পাকঘৰৰ সামগ্রীসমূহৰ বর্ণনামূলক লিখনৰ যোগেদি শব্দভাণ্ডাবৰ জ্ঞান দিবলৈ শ্রেণীলৈ চামুচ, কাঁহিবাতি, বাকচ, কেৰাহী আদি আনি প্রদর্শন কৰিছে। ভাষা শিক্ষণৰ ক্ষেত্রত এই সামগ্রীবোৰক কি বুলি জনা। (Jan 2024)

  • শিক্ষন সামগ্রী
  • বন্ধন সামগ্রী
  • বিলিয়া (Realia)
  • বাস্তৱ জীৱনৰ কার্য)

 

6. ঘোষিত জ্ঞান (Declarative knowledge) (Jan 2024)

  • ভাষাৰ শব্দ উচ্চাবণ কৰিবলৈ শিকা
  • ব্যাকৰণৰ বিষয় সম্পর্কে জনা
  • ব্যাকৰণৰ বিষয়ত ভুল চিনাক্ত কৰিব জনা
  • বৈয়াকৰণিক বিষয় কিন্দৰে লিখিব লাগে সেয়া জনা

 

7. শিক্ষাদানক ত্রিপাক্ষিক প্রক্রিয়া বুলি কোৱা হয় কাৰণ এই প্ৰক্ৰিয়াৰ লগত জড়িত

  • শিকাক, শিক্ষক আৰু পাঠ্যক্রম
  • শিক্ষক, শিক্ষার্থী আৰু অভিভাৱক
  • শিশু, শিক্ষক আৰু লিখন সামগ্রী
  • শিক্ষক, শিক্ষার্থী আৰু বিদ্যালয়

 

8. শিক্ষণৰ প্রধান নীতি হ'ল

  • অনুশীলনৰ নীতি
  • ফলাফলৰ নীতি
  • প্রস্তুতিৰ নীতি
  • ওপৰৰ আটাইকেইটা

 

9. নিষব পঠনৰ যোগেদি শিক্ষার্থীয়ে তলৰ কোনটো কথা কমকৈ আহৰণ কৰিব পাৰে (Dem 2019)

  • শব্দভাণ্ডাৰ
  • ব্যাকৰণ
  • কথন কৌশল
  • পঠন কৌশল

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

10. তলৰ কোনটো সফল কথন অনুশীলনৰ এটা লক্ষণ (Dem 2019)

  • শিক্ষার্থীৰ অসমান অংশগ্রহণ
  • শিক্ষার্থীক বার্তালাপ কৰিবলৈ সুযোগ প্রদান কৰা অনুশীলন
  • শিক্ষার্থীক মাত্র লক্ষ্যভাষাত বার্তালাপ কৰিবলৈ দিয়া
  • মনোযোগ বিচৰাসকলক শ্রেণীকোঠাৰ ফলপ্রসু পৰিচালনাৰ বাবে অধিক কথা কোৱাৰ সুযোগ দিব লাগে

 

11. ভাষা আহৰণ হৈছে (Dec 2018)

  • কেৱল প্রয়োজনীয় শব্দসম্ভাৰৰ ব্যৱহাৰ
  • শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিবেশক উদগনি যোগোৱা এক কৌশল
  • ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি
  • মানৱ মস্তিষ্কৰ প্রকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্রক্রিয়া

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

12. ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদবে শিকাব পাৰে (Dec 2018)

  • দ্রুতলিপি দি
  • শিশুহঁতক পৰিপাটিকৈ লিখিবলৈ দি
  • মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাকক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি
  • শিকাকক নিবন্ধ শিকিবলৈ দি

 

13. ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায় (Dec 2018)

  • ছাত্র - ছাত্রীৰ সৈতে কথা পাতি
  • ছাত্র - ছাত্রীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি
  • ভুল আঙুলিয়াই সেইবোৰ ঠাইতে শুধৰাই দি
  • কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি

 

14. ভাবিগঙ্কিৰ (Vygotsky) মতে ভাষা শিকাব ক্ষেত্রত হৈছে এটা অত্যাবশ্যকীৰ উপকৰণ (Dem 2019)

  • সামাজিক বার্তা বিনিময়
  • পাঠ্যপুথি
  • ৰেডিঅ'
  • অভিধান

 

15. বিস্তৃত অধ্যয়নে ছাত্র - ছাত্রীৰ আগ্রহ ধাবিত কৰে (Dem 2019)

  • অচিনাকি শব্দৰ অৰ্থ উদ্ধাৰ কৰাৰ প্রতি
  • পাঠত থকা ব্যাকৰণগত উপকৰণসমূহৰ ব্যৱহাৰৰ প্রতি
  • কবিতা আবৃত্তিৰ প্রতি
  • পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্রতি

 

16. শিক্ষাদান প্রক্রিয়াৰ বিজ্ঞানসম্মত স্তৰ

  • প্রাক সক্রিয়তাৰ স্তৰ
  • আন্তঃ সক্ৰিয়তাৰ স্তৰ
  • উত্তৰ সক্ৰিয়তাৰ স্তৰ
  • ওপৰৰ আটাইকেইটা

 

17. কোনটো পদ্ধতি/অভিগমে শিক্ষার্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে (Jan 2024)

  • স্বাভাৱিক অভিগম (Natural approach)
  • যোগাযোগমূলক অভিগম (Communicative approach)
  • প্রত্যক্ষ পদ্ধতি (Direct method)
  • শ্রব্যভাষিক পদ্ধতি (Audiolingual method)

 

18. শিক্ষণৰ দৃষ্টিৰে এগৰাকী ভাষা - শিক্ষকে শিশুব ভুলসমূহ চাব লাগে (Dem 2019)

  • শিকনৰ অন্তৰায় আৰু বাধা ৰূপে
  • চিন্তাক অন্তর্দৃষ্টি (insight) প্রদান কৰা শিকনৰ এক অংশ ৰূপে
  • এনেকুৱা এটা কথা যিটো শুধৰণিৰ প্রয়োজন আৰু পুনৰাবৃত্তি বোধ কৰা দৰকাৰ
  • শিকনব ক্ষেত্রত তৎকালীনভাবে শুধৰাবলগীয়া অসাৰধানতা ৰূপে

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

19. তলত উল্লেখিত কোনটো কথাৰ ওপৰত সম্বন্ধ স্থাপন কৰি শিক্ষাদানৰ অৰ্থ নির্ণয় কৰিব পাৰি

  • পাৰস্পৰিক ক্রিয়া - প্রক্রিয়া
  • এইটো এটা উপশমিত প্রক্রিয়া
  • এইটো এটা উদ্দেশ্যধর্মী প্রক্রিয়া
  • ওপৰৰ তিনিওটা

 

20. শিক্ষাদানৰ পাৰস্পৰিক ক্রিয়া পর্যায়ত কর্ম প্রক্রিয়াৰ খলপটো জড়িত হৈ থাকে

  • কৌশল প্রয়োগত
  • উদ্দীপক নির্বাচনত
  • উদ্দীপক উপস্থাপনত
  • ওপৰৰ তিনিওটা

 

21. অবিৰত আৰু শিকলিসদৃশ শিক্ষণৰ ধাৰণাবোৰ হ'ল

  • সংখ্যাগত শিক্ষণ আৰু গুণগত শিক্ষণ
  • যোগাত্মক আৰু নঞর্থক শিক্ষণ
  • সমস্যাযুক্ত আৰু সহযোগিতামূলক শিক্ষণ
  • মুখে মুখে আৰু অ-মুখে মুখে শিক্ষণ

 

22. প্রাথমিক বিদ্যালয়ৰ ছাত্র - ছাত্রীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো কৌশল আটাইতকৈ উপযোগী (Dec 2018)

  • কাহিনীকথন আৰু শ্রুতলিপি প্রদান
  • কবিতা আবৃত্তি আৰু ভাষাৰ প্ৰযোগশালা
  • অভিনয় তথা চৰিত্ৰায়ন আৰু বাতৰি পঠন
  • অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন

 

23. কোনটো কার্যই কখন কৌশল অভ্যসনক বেছিকৈ সহায় কৰে (Dem 2019)

  • শিক্ষার্থীয়ে এটা বিষয় আনুষ্ঠানিকভাবে উপস্থাপন কৰা
  • শিক্ষকে তেওঁলোকক উদ্দেশ্যপূর্ণ শ্রুতলিপি দিয়া
  • শিক্ষার্থীয়ে প্রদত্ত সূত্ৰৰ আধাৰত নিজৰ ধৰণেৰে কাহিনী কোৱা
  • শিক্ষার্থীয়ে প্রকল্প প্রতিবেদন প্রস্তুত কৰা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. পঠনৰ কোনটো পর্যায়ত শিক্ষার্থীয়ে পূর্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞান তথা শ্রেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হয় (Dem 2019)

  • পূর্ব পঠন (Pre-reading)
  • পঠন অবস্থা (while reading)
  • পঠনৰ আগতে (before reading)
  • পৰৱতী পঠন (post reading)

 

25. ৰবার্ট গজনেৰ মতে শিক্ষণ অৱস্থাৰ মুখ্য ধৰণ হ'ল

  • ৫ টা
  • ৬ টা
  • ৭ টা
  • ৮ টা

 

26. প্রশিক্ষণে সহায় কৰে

  • বিৰোধভাব পোষণত
  • কৌশলসমূহৰ বিকাশত
  • ক আৰু খ দুয়োটা
  • ওপৰৰ এটাও নহয়

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

27. ইন্দ্রিয় জ্ঞান আৰু মূল্যবোধ গঠন হয়

  • আবেগিক ক্ষেত্রত
  • মনোদৈহিক ক্ষেত্রত
  • প্রজ্ঞাত্মক ক্ষেত্রত
  • ইন্দ্রিয় ক্ষেত্রত

 

28. কি ঘটিছিল, কেতিয়া ঘটিছিল, ক'ত ঘটিছিল, কার্যটিৰ উত্তেজক (stimulus) আৰু কেনেদবে কার্যটি সমাপ্ত হল এই সকলো কথা সামবি তথ্য সমৃদ্ধ ৰূপত শব্দৰ যোগেদি কৰা বর্ণনাক কোৱা হয় (Dem 2019)

  • প্রকল্প
  • প্রদত্ত কার্য
  • চমু বৃত্তান্ত নথিভূক্তিকৰণ (anecdotal record)
  • নিৰূপক মাপনি (rating scale)

 

29. তলৰ কোনটো মন্তব্য শুদ্ধ (Dem 2019)

  • যতি চিহ্নই (Punctuation) বাক্যব অর্থ সলনি কৰে
  • যতি চিহ্নই কেতিয়াবাহে বাক্যত কিবা পৰিৱর্তন কৰে
  • যতি চিহ্নই পাঠ এটাৰ সৌন্দর্য বৃদ্ধি কৰাত সহায় কৰে
  • যতি চিহ্নই পাঠ এটাৰ পঠন প্রবাহ বাধাগ্রস্থ কৰে

 

30. অষ্টম শ্রেণীব এগবাকী শিক্ষকে ইংৰাজী ভাষাত পাঁচোটা বাক্য দুবাৰকৈ কৈ শিক্ষার্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে। তাৰ পাছত শিক্ষার্থীসকলক কিছুমান গোটত ভাগ কবি পূর্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে ওচৰ চপা বাক্যকেইটামান লিখিবলৈ দিলে। এই কার্যটোক কি বুলি জনা যায় (Jan 2024)

  • লেখন কার্য
  • সামুহিক শ্রুতলিপি
  • পেৰাগ্ৰাফৰ শ্রুতলিপি
  • শ্রৱণ কার্য
Previous ......      7      8      9       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved