| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
CTET Assamese MCQ with Detailed Answers, Part 11
1. এগৰাকী শিক্ষকে শ্রেণীকোঠাত শ্রবণ কার্য এটা কৰোৱাবলৈ লৈছে। এই কাৰ্যৰ বাবে শিক্ষকগৰাকীয়ে শিক্ষার্থীক কিছুমান অন্বেষণমূলক প্রশ্নৰ দ্বাৰা আগ্রহ জন্মাব পৰা আৰু আলোচনা কৰিব পৰা মস্তিষ্কমস্থনকাৰী / মনোমন্থনকাৰী কাৰ্যৰ পৰিকল্পনা কৰিছে। শিক্ষক গৰাকীৰ এই প্রস্তুতি বা পৰিকল্পনা হৈছে (Jan 2021)
2. ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যবহাৰ কৰাৰ সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ (Jan 2021)
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
3. সাক্ষৰতাৰ আদিস্তৰ বা উদগম পর্যায়ত ও আনকি লিখনৰ অন্তর্গত হয় (Jan 2021)
4. বৈদ্যুতিক - শিক্ষা (E-learning) হ'ল
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
5. যদি শিক্ষকে তামিল ভাষাৰ পঠন অনুশীলনীৰ কাৰণে নির্ভৰযোগ্য বা বিশ্বস্ত পাঠ সন্নিবিষ্ট কৰিব খোজে তেনেহলে তেওঁ তলৰ কোনটো বিষয়ক বাদ দি আন বিষয় ল'ব পাৰে
6. তলৰ কোনটো ভাষাগত ভাব বিনিময় প্রণালী নহয়
7. ভাষা শিক্ষণত শ্রব্য-দৃশ্য সামগ্রীসমূহ কিহৰ কাৰণে ব্যবহৃত হয় (Dec 2018)
8. শব্দ এটাৰ অৰ্থ স্পষ্ট কৰি দিয়াতকৈ বেছি ভাল পদ্ধতিটো হৈছে (Dec 2018)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
9. মনোযোগ ধৰি ৰাখিবৰ বাবে উপযুক্ত ব্যৱস্থা হ'ল
10. পৰিষ্কাৰ - পৰিচ্ছন্নতাই আগ্রহক
11. তলত দিয়া উদ্দেশ্যবোৰৰ কোনটোৰ কাৰণে ভাষা শিকাৰ আৱশ্যকতা নাই (Dec 2018)
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
12. নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে (Dec 2018)
13. তলৰ কোনটো শিক্ষাৰ নতুন ধাৰা নহয়
14. তলৰ কোনটো শিক্ষণৰ প্ৰকাৰ নহয়
15. কাব্য এগৰাকী ভাষা - শিক্ষয়িত্রী। তেওঁ ছাত্র - ছাত্রীসকলক বিভিন্ন বিষয়ৰ লগত সম্পর্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰশব্দসমূহ (befriend words) (অর্থাৎ যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে) বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটোক কি বুলি কোৱা হয় (Dem 2019)
16. শ্রৱণ - দর্শন আহিলাসমূহৰ এটা বৈশিষ্ট্য হ'ল
17. প্রাচীন মনোবিদসকলে মনোযোগক অভিহিত কৰিছিল
18. ভাৰাদ্ভুত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্রত্যাহ্বান হিচাপে ধৰা নহয় (Dec 2018)
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
19. এগৰাকী শিক্ষকে পঞ্চম শ্রেণীৰ শিক্ষার্থীক এটা গল্প খৰতকীয়াকৈ পঢ়িবলৈ দি তাৰ চাৰিখন ছবি শৃংখলাবদ্ধ ৰূপত সজাবলৈ দিলে। এই কার্যৰ উদ্দেশ্য হৈছে (Jan 2024)
20. দাহ্য শব্দটোৰ উচ্চাৰণ শিকোৱাৰ সময়ত তুমি
21. শিৰোনাম, অধ্যায় শীর্ষ আৰু দৃশ্যমান তথ্যৰ ওপৰত ভিত্তি কৰি গল্পটোৰ বিষয় সম্বন্ধে ভাবা। প্রয়োজনীয় বুলি ভাবা বিষয়ৰ ওপৰত টোকাও লিখা - এই পঠন কার্যটো ব্যৱহৃত প্ৰণালী হৈছে-
22. সামগ্রিক বা সমাবেশী শ্রেণীকোঠা (inclusive classroom) এটাত ভাষা শিক্ষণৰ এটা প্রত্যাহ্বান হৈছে (Dec 2018)
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
23. নৌম চমস্কীয় বিশ্বাস কৰে যে, শিশুবে ভাষা কৰাৰ এক জন্মগত ক্ষমতা থাকে (Jan 2021)
24. ভাষাৰ নিৰম্ভৰ আৰু সর্বাত্মক মূল্যায়নৰ কাৰণে তলত উল্লেখ কৰা কোনটোত গুৰুত্ব দিয়া উচিত (Dec 2018)
MCQs of CTET Assamese, Paper I
Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
25. ভাষাত নিদানমূলক বা উপচাৰাত্মক শিক্ষণ (remedial teaching) ৰ উদ্দেশ্য হৈছে (Dec 2018)
26. ভাৰতৰ প্রাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন গৃহীত হৈছিল
27. ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত (Dec 2018)
28. তলত উল্লেখ কৰা কোনটো এটা শিক্ষণ পদ্ধতি (Dec 2018)
29. এটা নির্দিষ্ট উদ্দেশ্য নিহীত পঠন কার্যত শিক্ষার্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ পঢ়িবলৈ দিয়া হৈছে। ই হৈছে (Jan 2024)
30. এগৰাকী মাকে লক্ষ্য কৰিছে যে তেঁওৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নশুনা কথা কিছুমান কয়। মাকগৰাকী শিশুটিৰ এই কার্যত বিমোৰত পৰিছে, কাৰণ তেঁও বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায়ে পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে। মাক গৰাকীৰ এই ধাৰণাটো হৈছে (Aug 2023)
| Previous | ...... 10 11 12 ...... | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved