| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
CTET Assamese MCQ with Detailed Answers, Part 12
1. ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্রশ্ন আটাইতকৈ উপযুক্ত (Dec 2018)
2. মোৰ শিক্ষকে মোক কেতিয়াবা কার্ড এখন দিয়ে। তেঁও কার্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী - ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে। এই খেলটো মই বৰ ভাল পাঁও - ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেঁওৰ শিকন অগ্রাধিকাৰটো বাছি উলিওৱা (Aug 2023)
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
3. উক্তি (A) : বিদ্যালয়লৈ অহা সকলো শিশুৱেই বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী (Aug 2023)
যুক্তি (R) : ভাষা আৰু সংস্কৃতিৰ বৈচিত্র বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্রদর্শন কৰিবলৈ সক্ষম নহয়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
4. পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক, বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে। অর্থাৎ, সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনজিতে জানে। মনজিতৰ ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে (Aug 2023)
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
5. ভাষা শিকাৰ সহজাত প্রবৃত্তি শিশুবোবে জন্মতে লৈ আহে। এই উক্তিটো কোনজন ভাষাবিদৰ (Dec 2018)
6. বহুভাষিকতা হৈছে (Dec 2018)
7. ভাষাৰ প্ৰাথমিক ৰূপ হৈছে (Dec 2018)
8. ভাষা এটা শির্কোতে শিশু এটিত্রে সম্মুখীন হোবা কোনো এক নির্দিষ্ট অসুবিধাক বুজি পাবলৈ তলৰ কোনটো পৰীক্ষাই সহায় কৰে (July 2019)
9. তৃতীয় শ্রেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষার্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্রম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাথই শিক্ষাথীৰ বৃদ্ধিত সহায় কৰে (Jan 2021)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
10. তলত দিয়া কোনধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নির্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নির্মাণ কৰে (Aug 2023)
11. এগৰাকী আইতাকে সৰু ল'ৰা - ছোৱালীৰ কিতাপৰ পৰা সধু পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেঁও শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায় । ল'ৰা - ছোৱালীবোৰো এই প্রক্রিয়াটোত খুব সক্রিয়ভাৱ জড়িত হৈ পৰে। আইতাকগৰাকীৰ এই কৌশলটো হৈছে (Aug 2023)
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
12. এগৰাকী শিক্ষকে ন-শিকাকক ছবি আঁকি বং কৰিবলৈ উৎসাহিত কৰিছে। এইক্ষেত্রত শিক্ষক গৰাকীয়ে (Jan 2021)
13. তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোবে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে (Jan 2021)
14. শিশুৰ বোধজনিত অগ্রগতি আৰু ভাষা (Jan 2024)
15. বিশেষভাবে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা অনুশীলনত প্রয়োজন হয় (Dec 2018)
16. ভাষা শিক্ষাৰ কোনটো পদ্ধতিয়ে ভাষাৰ শ্রেণীকোঠাত মাতৃভাষাৰ প্রয়োগ বাৰণ কৰে (July 2019)
17. ভাষাৰ শিক্ষক এজনে শিক্ষাদান কৰোঁতে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰা উদাহৰণ দিছে। এই পদ্ধতিটো হৈছে (July 2019)
18. মনোযোগে শিক্ষণীয় বিষয়বস্তুৰ
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
19. আগ্রহ হ'ল শিক্ষাব
20. আগ্রহ আৰু মনোযোগ একেটা মুদ্রাৰে ইপিঠি সিপিঠি স্বৰূপ - বুলি কৈছিল
21. কৈশোৰ কাল হ'ল
22. NCERTৰ প্রধান কার্যালয় অৱস্থিত
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
23. উচ্চ - প্রাথমিক বিদ্যালয়ৰ ওপৰত শ্ৰেণীৰ অথবা মাধ্যমিক স্তবব ছাত্র - ছাত্রীৰ মাজত ভাষাৰ প্ৰতি আগ্রহ জন্মাবৰ কাৰণে কি কৰাটো প্রয়োজনীয় (Dec 2018)
24. পাঠ এটা সম্পূর্ণ কৰাৰ পাছত শিক্ষকে ছাত্র - ছাত্রীবোৰক পাঠটোত থকা বিভিন্ন ধৰণৰ বিশেষ্য পদবোৰ বাচি উলিয়াই দিয়া হোৱা বাকচৰ ভিতৰত (বর্গাকাৰ স্থানত) লিখিবলৈ দিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ (Jan 2021)
MCQs of CTET Assamese, Paper I
Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
25. শিকাৰুক যেতিয়া বানান আৰু বিবামচিহ্ন (punctuation) উন্নত কৰিবলৈ শিকোৱা হয়, তেতিয়া সিহঁতৰ (Dec 2018)
26. ভাষাৰ শ্রেণী এটাত (constructivism)-ৰ অৰ্থ হৈছে- সংগঠনবাদ (Dec 2018)
27. ছপা পাঠ্যপুথি ব্যৱহাৰ নকৰাকৈয়ে দ্বিতীয় ভাষা এটা শিকাত তলৰ কোনটো সহায়ক হয় (Dec 2018)
28. ভাষাৰ শ্ৰেণীকোঠা এটাত ছাত্র - ছাত্রীক তলত দিয়া কোনটোৰ সুবিধা দিয়াটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)
29. অংকিত নামৰ দৃষ্টি প্রতিবন্ধী ছাত্র এজন তোমাৰ শ্রেণীকোঠত আছে। এগৰাকী ভাষাৰ শিক্ষক হিচাপে তুমি কি কৰিবা (Jan 2021)
30. তলৰ কোনটো কৌশল শিক্ষার্থীক ভাষা শিকোৱাৰ ক্ষেত্রত আদর্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি (Dem 2019)
| Previous | ...... 11 12 13 ...... | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved