Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 17

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

Assamese MCQ with Detailed Answers, Part 17

 

1. শিশুৰ ব্যক্তিত্বৰ বিকাশত সর্বপ্রথম আৰু সর্বপ্রধান প্রভাৱ পেলায়

  • তেওঁৰ চৌপাশৰ সমাজখনে
  • আপোন ঘৰখনে
  • বিদ্যালয়ে
  • ওচৰ - চুবুৰীয়াই

 

2. ব্যক্তিসত্তা বিভিন্ন উপাদানৰ কেৱল মাত্র যোগফল নহয়, ইয়াৰ এক সমন্বয়হে - এই উক্তি হ'ল

  • কার্লযুঙৰ
  • উডৱৰ্থৰ
  • আলপোর্টৰ
  • মানৰ

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. তলৰ কোনটো প্রতিকাৰমূলক শিক্ষণৰ কাৰ্য নহয়

  • প্রতিপুষ্টিৰ ব্যৱস্থাপন
  • লক্ষ্য নিৰ্দ্ধাৰণ কৰা
  • বিষয় নির্বাচন কৰা
  • এটাও নহয়

 

4. নতুন ভাষা এটা শিকোতে ভাষাটোৰ বৈশিষ্ট্যপূর্ণ  উচ্চাৰণ - নিয়মৰ কাৰণে বহুতো শিক্ষার্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে (Aug 2023)

  • ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া
  • শ্রেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া
  • শ্রেণীকোঠাত মৌখিক যোগাযোগৰ প্রয়োজন হোৱা খেল কিছুমান দিব লাগে
  • পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ্ছ থেৰাপীৰ ব্যৱস্থা কৰি অনুশীলন কৰোৱা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিত্বাত্তিক সজাগতা অতি বেছিকৈ সম্পর্কিত (Jan 2021)

  • শ্রৱণ ক্ষমতা
  • কখন ক্ষমতা
  • পঠন ক্ষমতা
  • লিখন ক্ষমতা

 

6. ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্র - ছাত্রীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বর্ণনা কৰিবলৈ দিছে (Jan 2021)

  • শ্রেণীকোঠাটো হুলস্থূলীয়া কৰি তুলিব
  • ধাৰণাৰ মৌখিক প্রকাশ বৃদ্ধি কৰিব
  • শ্রেণীকোঠাত নিয়মানুবর্তিয়া নোহোৱা কৰিব
  • পাঠ্যপুথি পড়া আমনি বা ব'ৰডম নোহোৱা কৰিব
 

7. লিখনৰ Process approach-এ তলব কোনটো ক্রম অনুসৰণ কৰে (Jan 2021)
a. সম্পাদনা
b. মস্তিষ্কমস্থন
c. আওৰোৱা
d. খচৰা প্ৰস্তুতকৰণ

  • a,  b,  d
  • b,  c, a,  d
  • a, d,  c, b
  • b, d,  c, a

 

8. তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্রসূ (Jan 2021)

  • সাধু কথন
  • সাধু লিখন
  • ঘটনা এটাৰ বিৱৰণ দিয়া / কৰা
  • শ্রুতলিপি

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. এগৰাকী ভাষাৰ শিক্ষকে তেঁওৰ ছাত্র- ছাত্রীবোৰক নিজৰ নিজৰ পত্ৰাধাৰ বা পৰ্টফলিঅ'ত সিহঁতৰ পাঁচোটাকে আটাইতকৈ ভাল বস্তু ৰাখি বাকীবোৰ আঁতৰাই থ'বলৈ দিছে। তাৰ পাছত শিক্ষক গৰাকীয়ে সিহঁতৰ বাচনিৰ প্রতিক্রিয়া সুধিছে। এই প্রতিক্রিয়াটো হ'ব (Jan 2021)

  • সমপর্যায়ী বা সহপাঠী (পাৰস্পৰিক) মূল্যায়ন
  • স্ব-মূল্যায়ন
  • শিক্ষকৰ মূল্যায়ন
  • সংক্ষেপণ মূল্যায়ন

 

10. তলত দিয়া সমলবোৰৰ ভিতৰত কোনটো প্ৰাৰম্ভিক স্তৰৰ ছাত্র-ছাত্রীক ভাষা শিকাওঁতে আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • শিশু সাহিত্য
  • বাতৰি কাকত
  • কম্পিউটাৰ
  • বিলিআ (relia) / বাস্তৱিক সামগ্রী

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

11. ছাত্র-ছাত্রীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কার্য আটাইতকৈ কম গুৰুত্বপূর্ণ (Jan 2021)

  • বস্তু এটাৰ বিৱৰণ দিয়া
  • সিহঁতৰ নিজৰ ভাষাত সাধু-এটা কোৱা
  • শিক্ষকৰ লগে লগে সাধুটো আঁওৰোৱা
  • ঘটনা এটা বর্ণনা কৰা

 

12. পত্রাধান (Portfolio) কিহৰ উদাহৰণ (Dem 2019)

  • আত্ম মূল্যায়ন
  • শিক্ষক মূল্যায়ন (Teacher assessment)
  • আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা
  • ৰাজ্যিক পৰিষদ (State Board) অৰ মূল্যায়ন

 

13. তলৰ কোনটো বিস্তৃত অধ্যয়নৰ (Extensive reading) সৈতে জড়িত নহয় (Dem 2019)

  • ই পঠনব আনন্দ ব্যাপকৰূপত প্রদান কৰে
  • ই গভীৰ অর্থবোধৰ বাবে সুক্ষ্মতম সবিশেষসহ অধ্যয়নৰ সুবিধা দিয়ে
  • ই ভাষা শিকনৰ উত্তৰণ ঘটায়
  • ই পাঠৰ সামগ্রিক বোধৰ বাবে কৰা পঠন

 

14. ব্যক্তিত্বৰ মানৱীয়তাবাদী তত্ত্ব আগবঢ়াইছিল

  • কার্ল ৰ'জাৰ
  • ফ্ৰয়ড
  • উডৱর্থ
  • বৰিং

 

15. ভাষাৰ ব্যাকৰণ শিক্ষাই তলব কোনটো উন্নত কৰাত সহায় কৰে (Dec 2018)

  • শুদ্ধতা
  • অনর্গলতা
  • সংখ্যাত্মকতা
  • সাক্ষৰতা

 

16. তলত দিয়া কোনটো লিখন প্রথাৰ অন্তর্ভুক্ত (Dec 2018)

  • কাহিনীৰ ধাৰণা
  • কল্পনা
  • বিৰাম চিহ্ন (punctuation) ৰ শুদ্ধ প্রয়োগ
  • ভাল শব্দসম্ভাব

 

17. ভাষা মূল্যায়নৰ মুখ্য উদ্দেশ্য (Dec 2018)

  • শিক্ষার্থীৰ ভুলবোৰ বিচাৰি উলিওৱা
  • ছাত্র-ছাত্রীব পদোন্নতিৰ কাৰণে প্রদর্শনব বিচাৰ কৰা
  • ছাত্র-ছাত্রীৰ কৃতকার্যতাৰ হিচাপ লোৱা
  • শিকন-অম্ভব (gaps in learning) চিহ্নিত কৰি তাৰ নিদান বা উপচাৰৰ ব্যৱস্থা কৰা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

18. তলৰ কোনটো নীতি প্রাথমিক স্তৰৰ (Foundation stage) পাঠ্যপুথি প্রস্তুতকৰণৰ নীতি নহয় (Jan 2024)

  • পাঠ্যসূচী নীতি (Curriculum principle)
  • উপস্থাপন নীতি (Presentation principle)
  • অপৰিবর্তনীয় নীতি (Concrete principle)
  • কাৰিকৰী নীতি (Technology principle)

 

19. পাঠ্যপুথি অতিক্রমি যোৱাৰ অৰ্থ হৈছে (Jan 2021)

  • পাঠ্যপুথিৰ স্তৰতকৈ কিছু ওপৰত পঢ়োৱা
  • পাঠ্যপুথিৰ উপৰিও অতিৰিক্ত সমল দিয়া
  • পাঠ্যপুথি সম্পূর্ণ কৰাটো প্রয়োজনীয় নহয়
  • ছাত্র-ছাত্রীব বুজিপোৱাৰ স্তবতকৈ পাঠ্যপুথিৰ জটিলতাৰ স্তৰ ওপৰত

 

20. ভাষাৰ পাঠ এটা পঢ়ুউবাৰ পাছত শিক্ষকে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰো পাঠৰ বিষয় কিছুমান ছাত্র-ছাত্রীক পঢ়িবলৈ দিছে। কাৰণ, বিষয়বোৰৰ ভাষাৰ পাঠটোৰ লগত সম্পর্ক আছে। এই পদ্ধতি বা অভিগম হৈছে (Jan 2021)

  • অন্তর্ন্তবিষয়ক (inter disciplinary)
  • পাঠ্যক্রম অতিক্রমি ভাষা
  • বহুবাদী (pluralistic) ভাষা শিক্ষণ
  • বিষয় - ভাষা শিক্ষণ

 

21. শিকাকৰ পঠন দক্ষতা বৃদ্ধিৰ আটাইতকৈ উত্তম উপায় হৈছে (Jan 2021)

  • প্রত্যাহ্বানপূর্ণ জটিল পাঠ পঢ়িব পৰা
  • শিক্ষকে যোগান ধৰা আদর্শ উচ্চাবণ শুনা
  • বাস্তৱ জীৱনৰ পৰিৱেশত যোগাযোগ কৰা
  • কঁওতে সকলো ধৰণৰ ভুল পৰিহাৰ কৰা

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

22. প্রাথমিক স্তৰত মূল্যায়নৰ আহিলা আৰু প্রক্রিয়াসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে (Jan 2024)

  • বিতং পৰীক্ষণ (Explicit Tests) আৰু পৰীক্ষাবোৰ শিক্ষার্থীৰ বাবে যথার্থ হয়
  • ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্রসাৰণত পৰিণত হয়
  • শ্রেণীকোঠাৰ সামগ্রিক প্রদর্শনৰ আধাৰত শিক্ষার্থীৰ অগ্রগতি ব্যাখ্যা আৰু পৰীক্ষা কৰিব পৰা যায়
  • শিক্ষকে যাতে সকলো শিক্ষার্থীক মূল্যায়ন কৰিবলৈ একেটাই পদ্ধতি ব্যবহাৰ কৰিব পাৰে

 

23. ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত (Jan 2021)

  • অনুকৰণৰ দ্বাৰা
  • একাকীত্বত
  • পুংখানুপুংখ বিৱৰণ তথা ব্যাখ্যাৰ জৰিয়তে
  • সংগঠিত ধৰণেৰে

 

24. ব্যক্তিত্ব শব্দটোৱে এজন ব্যক্তিব ব্যক্তিত্বৰ

  • সম্পূর্ণ সত্তাক বুজায়
  • নির্বাচিত সত্তাক বুজায়
  • অসামাজিক সত্তাক বুজায়
  • অসম্পূর্ণ সত্তাক বুজায়

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (Jan 2021)

  • পাঠটোত থকা শ্রুতিটো শব্দ পঢ়া
  • যতিচিহ্নবোৰত মনোযোগ দিয়া
  • লিখিত পাঠটোত অর্থ বুজি পোৱা
  • শুদ্ধ উচ্চাৰণৰ সৈতে পাঠটো ডাঙৰকৈ পঢ়া

 

26. তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষনৰ উদ্দেশ্য নহয় (Jan 2021)

  • বোধগম্য হোৱাকৈ পঢ়িব পৰা হোৱা
  • গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ প্রকাশ
  • শুনাখিনি বুজি পোৱা হোৱা
  • যুক্তিসংগত লিখনৰ বিকাশ

 

27. পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে। প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগম বা পদ্ধতি (approach) টোক কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয় (Aug 2023)

  • গঠনাত্মক পদ্ধতি
  • অধোমুখী বা নিম্নগামী পদ্ধতি
  • উর্দ্ধমুখী পদ্ধতি
  • সামগ্রিক ভাষা পদ্ধতি

 

28. উক্তি (A) : রিশিষ্ট ধ্বনিগত বানানৰ (phonetic spelling) ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে (Aug 2023)

যুক্তি (R) : শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে 'উদ্ভাৱন' কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰাৰ ক্ষমতা লেহেমীয়া নহয়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱী

  • (A) অশুদ্ধ, (R) শুদ্ধ
  • (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
  • (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  • (A) শুদ্ধ, (R) অশুদ্ধ

 

29. কৈশোৰ কালৰ এটা উল্লেখনীয় বিকাশ হ'ল

  • সংগতিমূলক বিকাশ
  • দৈহিক বিকাশ
  • ভাষা বিকাশ
  • বৌদ্ধিক বিকাশ

 

30. প্রশ্ন সুধি ব্যতিব্যস্ত কৰা কাল হ'ল

  • বাল্যকাল
  • পূর্ব বাল্যকাল
  • উত্তৰ বাল্যকাল
  • শৈশৱ কাল

 

Previous ......      16      17      18       ...... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved