Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 19

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 19

1. দ্রুত পঠনৰ উদ্দেশ্য হৈছে (Dec 2018)

  • আগ্রহ উদ্রেক কৰা
  • নির্দিষ্ট বিষয় - বর্ণন জনা
  • বিস্তৃত পাঠ
  • তথা বিচবা

 

2. তলৰ কোনটো কার্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্রত প্রযোজ্য নহয় (Jan 2024)

  • যথার্থ যোগাযোগ উপস্থাপন
  • ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা
  • যোগাযোগৰ বাবে অভ্যাস কৰোৱা
  • নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিক্ষা

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

3. অধোমুখী (Top-down) অভিগমৰ অৰ্থ হৈছে। 'সামগ্রিক অর্থ সামৰি লোৱা । এতিয়া, উর্দ্ধমুখী (Bottom-up) অভিগমৰ অৰ্থ হৈছে (Aug 2023)

  • চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়া
  • পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু ধাৰণৰ আহৰণ কৰাত গুৰুত্ব দিয়া
  • পূর্ব - পঠনত গুৰুত্ব দিয়া
  • পাঠটোৰ শব্দ আৰু বাক্যাংশবোৰত গুৰুত্ব দিয়া

 

4. তলত উল্লেখ কৰা কোনটো ভাষাৰ শিক্ষক এগৰাকীৰ মুখ্য দ্বায়িত্ব (Aug 2023)

  • শিক্ষার্থীক নির্দেশ দিয়া
  • শিক্ষাৰ্থীৰ যোগাযোগমূলক প্রয়োজনসমূহ চিহ্নিত কৰা
  • শিক্ষনৰ কাৰণে উপযুক্ত বিষয় নির্বাচন কৰা
  • বিভিন্ন শ্রেণীত শিক্ষার্থীসকলক গোটত বিভক্ত কৰা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. এটি কণমানি শিশুরে কিতাপ এখন তুলি লৈ পাত লুটিয়াবলৈ ধৰিছে। এই কার্যটো হৈছে (Aug 2023)

  • উদ্দামী সমাধান দক্ষতা
  • উদী ঘ্রান বা উদ্দামী সাক্ষৰ দক্ষতা
  • উদ্দামী পাঠ্যক্রম
  • উদ্‌দামী প্রকৃতি বা নিহিত গুণ

 

6. ছাত্র - ছাত্রীৰ সামগ্রিক যোগ্যতা নিৰূপণৰ মাপকাঠি হ'ল

  • ছাত্ৰৰ দক্ষতাৰ সাধাৰণ ধাৰণা
  • ছাত্রই লাভ কৰা নম্বৰ সূচী
  • মূল্যায়নৰ সুচিন্তিত নীতিৰ প্রয়োগ
  • প্রশ্ন অনুসৰি নম্বৰ বিতৰণ
 

7. সূক্ষ্ম মটৰ স্কিল (motor skill) বিকাশৰ এটা উদাহৰণ হৈছে (Jan 2021)

  • বগোৱা
  • জপিউৱা
  • লিখা
  • আবৃত্তি কৰা

 

8. মুখস্থ কৰি কৰি পৰীক্ষাৰ কাৰণে পড়া ছাত্র-ছাত্রীব কি ক্ষতি হয় (Dec 2018)

  • সিহঁতৰ বুদ্ধিমত্তাৰ বিকাশ নহয়
  • সিহঁতে আত্মবিশ্বাস হেৰুৱায়
  • শ্ৰেণীকোঠাৰ শিক্ষণৰ পৰা সিহঁত বাদ পৰি ৰয়
  • সিহঁতে শ্রেণীকোঠাত সমুচিত মনোযোগ দিব নোৱাৰ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় (Dec 2018)

  • বর্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা
  • বানানৰ সামঞ্জস্যত অসুবিধা
  • পঠনৰ গতি আৰু অনর্গলতাত অসুবিধা
  • শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা

 

10. এগৰাকী সাৰ্থক ভাষাৰ শিক্ষকে (July 2019)

  • পাঠ্যপুথিত থকা সকলোৱোব প্রশ্নব উত্তৰ শিকায়
  • পাঠ্যপুথি ব্যৱহাৰ কৰে আৰু পাঠ্য পুথিৰ উপৰিও বা পাঠ্যপুথি অতিক্রমিও শিক্ষাদান কৰে
  • সম্পূর্ণ পাঠ্যক্ৰমৰ ভিত্তিত প্রশ্নকাকত প্রস্তুত কৰে
  • নির্দেশিত পাঠ্যপুথি তথা পাঠ্যক্রমব বাহিবত একো নপটুৱায় বাহিৰত একো নপঢ়ুৱায়

 

11. ভাষা শিকাত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (July 2019)

  • পাঠ্যপুথি
  • পৰিপূৰিকা পুথি
  • শিশু সাহিত্য
  • কার্য কৰিবলৈ দিয়া কাগজ

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

12. কথা কোৱাটো সাধাৰণতে এটা 'ধাৰণামূলক' অহর্তা বুলি কোৱা হয়। কাৰণ

  • স্বাভাবিকস্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱেই কথা কোৱাৰ দক্ষতা বিকশিত হয়
  • সাধাৰণতে শিক্ষকে ছত্র-ছাত্রীয়ে তেওঁলোকৰ দায়িত্বৰ ধাৰণা কৰাটো আশা কৰে
  • শিক্ষণ সামগ্রীৰ অবিহনে শ্রেণীকোঠাত ভাষা শিকাব পৰা নাযায়
  • কেবল মাতৃভাষাটোহে নিপুণভাবে শিকিব পৰা যায়

 

13. ডাঙৰ এগৰাকীয়ে শিশু এটিৰ সৈতে কিতাপ এখন লৈ একেলগে বহি কিতাপখনৰ পৰা শিশুটিক প্রশ্ন কৰিছে আৰু তাৰ পাছত একেটা কাম শিশুটিক কৰিবলৈ দিছে। প্ৰাৰম্ভিক সাক্ষৰতাক উৎসাহী কৰা এই কৌশলটো হৈছে (Aug 2023)

  • সাধু কথন
  • আদর্শ, পঠন
  • অংশীদাৰী তথা ভাগ বটোৱাৰা পঠন
  • বচনকেন্দ্রিক পঠন

 

14. ভাষাৰ এগৰাকী শিক্ষকে শিকাৰুৰ শ্ৰৱণ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰে (Aug 2023)

  • পৰোক্ষভাৱে বা নিষ্ক্রিয়ৰূপে শুনা সকলোবোৰ শুনিবলৈ দি
  • শ্ৰেণীকোঠাৰ বাহিৰে - ভিতৰে অনবৰতে ছাত্ৰ - ছাত্ৰীৰ সৈতে কথা পাত
  • ভাষা শিকাৰ অন্য দক্ষতাবোৰত গুৰুত্ব আৰোপ নকৰি কেৱল শ্ৰৱণ শিকাত গুৰুত্ব দি
  • বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছমানত ছাত্ৰ - ছাত্ৰীৰ জড়িত কৰোবাৰ দ্বাৰা

 

15. এগৰাকী শিক্ষকে ছবি এখনত থকা চাৰিবিধ বাদ্যযন্ত্র ছাত্র-ছাত্রীক দেখুৱাইছে আৰু কিয় সেইবোৰ বেলেগ বেলেগ সংগীতৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেয়া আলোচনা কৰিছে। তলত দিয়া কোনটো বৌধিক বা বোধ দক্ষতা (cognitive skill) শিক্ষকজনৰ এই কাৰ্যটোৰ অন্তৰ্গত (Aug 2023)

  • বিশ্লেষণ কৰা
  • সৃজন কৰা বা ৰচনা কৰা
  • যুক্তি দর্শন বা বিচাৰ কৰণ
  • কল্পনা কৰা

 

16. কোঝিকোড়িৰ মালায়ালম বক্তাসকলে একে ঠাইতে থকা আনসকলে কোরা মালায়ালমতকৈ অলপ সুকীয়াকৈ ভাষাটো কয়। সংশ্লিষ্ট গোষ্ঠীসমূহৰ কথিত মালায়ালমক কোৱা হয় (Jan 2024)

  • দুটা প্ৰকাৰৰ মালায়ালম
  • মালায়ালমৰ আঞ্চলিক উপভাষা
  • মালায়ালমৰ সামাজিক উপভাষা
  • দুয়োটা দুটা সুকীয়া ভাষা

 

17. ভাষা এটা শিকাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো গুৰুত্বপূর্ণ নহয় (Jan 2021)

  • প্রেৰণা
  • আত্মবিশ্বাস
  • শিকাৰ প্রতি আগ্রহ
  • অনুবাদ

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

18. শ্রৱণ দক্ষতাৰ মূল্যায়নৰ নিমিত্তে শিক্ষকে কোনো এটা কার্যক্রম স্থিৰ কৰে, এই মূল্যায়ন তলব কোনটো বিষয়ৰ ওপৰত ভেটি কৰি কৰিব পৰা যায়

  • শিকাঝক কোনো দৃশ্যমান বস্তুৰ ব্যাখ্যা কৰিবলৈ দি
  • কোনো সংক্ষিপ্ত চিনেমা চাবলৈ দি আৰু তাকে পুনৰবিন্যাস কৰিবলৈদি
  • শ্রব্য বাণীবন্ধকৰণ (Audio Recording) ৰ ভিত্তিত কোনো তালিকাকৰণ কাম সম্পূর্ণ কৰিবলৈ দি
  • শিকাৰক পাঠাংশ ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দি

 

19. মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়

  • সচেতনতাৰ
  • আচৰণৰ
  • প্রয়োগৰ
  • মনৰ

 

20. তলৰ কোনটো মূল্যায়নৰ উদ্দেশ্য

  • পর্যায়কৰণ
  • ভৱিষ্যতৰ পূর্বানুমান
  • চিনাক্তকৰণ
  • ওপৰৰ আটাইবেৰ

 

21. শিক্ষণৰ উপাদানটো হ'ল

  • মনোবৈজ্ঞানিক উপাদান
  • পাৰিপার্শ্বিক উপাদান
  • দৈহিক উপাদান
  • ওপৰৰ আটাইবোৰ

 

22. ব্যক্তি বৈষম্য নির্ধাৰণত তলৰ কোনটো জড়িত

  • পৰিৱেশ আৰু বংশানুক্রিক পার্থক্য
  • পৰিৱেশৰ পার্থক্য
  • কাৰকসমূহৰ মাজত হোৱা সংযোগকৰণ
  • বংশানুক্রিক পার্থক্য

 

23. শিক্ষাদান কৰোঁতে উপমা আৰু দৃষ্টান্তৰ প্রয়োগ কৰাটো

  • শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব
  • অপ্রয়োজনীয়
  • শিক্ষার্থী ভেদে নির্ভৰ কৰিব
  • প্রয়োজনীয়

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

24. তলৰ কোনটো মনোযোগৰ বৈশিষ্ট্য নহয়

  • অনুসন্ধানধর্মিতা
  • স্থিতিশীলতা
  • পৰিৱর্তনশীলতা
  • ওপৰৰ তিনিওটা

 

25. ভাষাৰ শ্ৰেণী এটাত আমনি বা অসুবিধাৰ সৃষ্টি কৰা ছাত্র বা ছাত্ৰী এগৰাকীক শিক্ষকে কেনেদৰে নিয়ন্ত্ৰণ কৰা উচিত (Aug 2023)

  • প্রথমে ছাত্র বা ছাত্ৰীগৰাকীৰ সৈতে কথা পাতি নিদানৰ ব্যৱস্থা কৰি
  • শ্ৰেণীটোৰ অধ্যৱসায়ী শিক্ষার্থীসকলক সম্বোধন কৰি বা গুৰুত্ব দি
  • এইক্ষেত্রত নিদানৰ ব্যৱস্থা শিক্ষার্থীগৰাকীৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰে
  • শিক্ষার্থী গৰাকীৰ আচৰণৰ বিষয়ে বিদ্যালয় কতৃপক্ষক অৱগত কৰি

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

26. ছপা গ্রন্থৰ উপৰিও শ্রব্যগ্রন্থ আৰু কৌশল দক্ষতা বৃদ্ধিৰ গ্রন্থসমূহ শ্রেণীকোঠাৰ পাঠদানৰ অংশ হোৱা উচিত। কাৰণ (Jan 2024)

  • ই শ্রেণীটোক বৈবিষ্য প্রদান কৰে আৰু শিশুৱে বৈবিধ্য ভাল পায়
  • ই শিক্ষকক মূল্যায়নৰ বাবে বিভিন্ন গ্রন্থ ব্যৱহাৰ কৰাৰ স্বতন্ত্রতা প্রদান কৰে
  • বিভিন্ন স্তৰৰ শিক্ষার্থীৰ বাবে কিতাপ সহজলভ্য হৈ পৰে
  • এই কিতাপবোৰে শিক্ষকৰ বাবে অতিৰিক্ত বোজাৰ সৃষ্টি নকৰে

 

27. ব্যাকৰণ আচৰণাত্মক (behavioural) আক তাত্ত্বিক বা সৈদ্ধান্তিক (theoretical) দুয়োটাই হয়। এই উক্তিটো তুমি কিমানদূৰ সমর্থন কৰা (Dec 2018)

  • সম্পূর্ণৰূপে
  • আংশিকভাবে
  • সমর্থন নকৰোঁ
  • সমর্থন থাকিবও পাবে, নাথাকিবও পাৰে

 

28. মনোযোগব ব্যক্তিনিষ্ঠ কাৰণবোৰ নিৰ্ভৰশীল

  • ব্যক্তি মনৰ ওপৰত
  • ব্যক্তি শৰীৰৰ ওপৰত
  • পৰিৱেশৰ ওপৰত
  • বিদ্যালয়ৰ ওপৰত

 

29. শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়

  • পেষ্টালজী
  • কফকা
  • মাৰিয়া মন্টেছৰী
  • ব্রনফেনব্রেনাৰ

 

30. সপ্তম মানৰ এগৰাকী শিক্ষকে পাঠ্যপুথিৰ পৰিৱৰ্তে ও অন্যান্য কিতাপ পঢ়াত গুৰুত্ব দিছে। এইক্ষেত্রত শিক্ষকগৰাকীয়ে কেনে ধৰণৰ পঠনক উৎসাহিত কৰিছে (Aug 2023)

  • পুংখানপুংখ (Intensive) পঠন
  • ভাগ - বটোৱাৰা বা অমিল - মিল পঠন
  • ব্যাপক বা বিস্তৃত (Extensive) পঠন
  • নির্দেশিত পঠন

 

Previous ......      18      19      20 Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved