SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায় ১ ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।

অধ্যায় 1 : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
Making Questions
1. জকাঁ ৰাসায়নিক সমীকৰণ কাক বোলে ? ইয়াৰ উদাহৰণ দিয়া |
2. ভৰৰ নিত্যতা সূত্ৰটো লিখা |
3. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?
4. অনুমান আৰু প্ৰচেষ্টা পদ্ধতি কি ?
5. মাৰ্বলৰ ৰাসায়নিক সংকেত কি ? মাৰ্বল গঠন হোৱা বিক্ৰিয়াটো লিখা |
6. প্ৰাকৃতিক গেছ দহন কৰিলে উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থবোৰ কি কি ?
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
7. বনস্পতি জাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তনটো তাপবৰ্জী নে তাপগ্ৰাহী বিক্ৰিয়া ?
8. শিথিলিত চূণ{Ca(OH)2} ৰ এটা ব্যৱহাৰ লিখা |
9. FeSO4 (ফেৰাছ ছালফেট) উত্তপ্ত কৰিলে কেনেকুৱা গোন্ধ পোৱা যায় ?
10. পোৰা চূণ বা কেলছিয়াম অক্সাইডৰ এটা ব্যৱহাৰ লিখা |
11. লেড নাইট্ৰেড {Pb(NO3)2} উত্তপ্ত কৰিলে কি ঘটে |
12. কি ঘটিব যেতিয়া সূৰ্যৰ পোহৰত চীনা মাটিৰ থালত ছিলভাৰ ক্ল'ৰাইড ৰখা হয় | সমীকৰণ লিখা |
13. কলা বগা ফট'গ্ৰাফিত কি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় |
14. ৰেডক্স বিক্ৰিয়া কাক বোলে ? উদাহৰণ দিয়া |

15. ক্ষয়ীভৱণ কাক বোলে ? দুটা উদাহৰণ দিয়া |
16. ৰাসায়নিক বিক্ৰিয়া এটাক কিয় সন্তুলিত কৰিব লাগে ?
17. বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা যৌগটো কি ?
18. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা (2015)
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
19. এটা শুকান উতলন নলীত 2gm মান ফেৰাছ ছালফেট স্ফটিক লৈ বাৰ্ণাৰৰ শিখাত গৰম কৰা
a. কিছুসময় পিছত কি ৰং দেখিবলৈ পাবা ?
b. কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব ?
c. ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা |

![]()
20. এটা উতলন নলীত 2gm মান লেড নাইট্ৰেট পাউদাৰ লোৱা আৰু চেপেনাৰে ধৰি বাৰ্ণাৰৰ শিখাত গৰম কৰা |
a. কিছুসময় পিছত লেড নাইট্ৰেটৰ বৰণ কি হ'ব ?
b. কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব ?
c. ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা |
d. বিক্ৰিয়াটো তাপবৰ্জী নে তাপগ্ৰাসী ?
![]()
d. বিক্ৰিয়াটো তাপগ্ৰাসী বিক্ৰিয়া
21. এখন চীনা মাটিৰ থালত 2gm ছিলভাৰ ক্ল'ৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা |
a. কিছুসময় পিছত ছিলভাৰ ক্ল'ৰাইডৰ ৰং কি হ'ব ?
b. কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব
c. ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা |

22. কলা বগা ফট'গ্ৰাফিত ব্যৱহাৰ কৰা এটা বিক্ৰিয়া লিখা |

23. এটা পৰীক্ষানলত 3ml মান ছ'ডিয়াম ছালফেটৰ দ্ৰব্য লোৱা আন এটা পৰীক্ষানলত বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ লোৱা আৰু মিহলোৱা হ'ল |
a. ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা |
b. ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা |
c. বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা |
24. এটা পৰীক্ষানলত 3ml ছ'ডিয়াম ছালফেট {Na2SO4} ৰ দ্ৰৱ্য লোৱা হ'ল আন এটা পৰীক্ষানলত 3ml বেৰিয়াম ক্ল'ৰাইড {BaCl2} দ্ৰৱ্য লোৱা হ'ল আৰু মিহলাই দিয়া হ'ল |
a. ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়া লিখা |
b. বিক্ৰিয়াটোত উৎপন্ন হোৱা অধঃক্ষেপটো কি ?
25. এটা পৰীক্ষানলত Pb(NO3)2 আৰু KI ৰ দ্ৰৱ্য মিহলোৱা হ'ল |
a. উৎপন্ন হোৱা অধঃক্ষেপৰ ৰং কি হ'ব ?
b. অধঃক্ষিপ্ত যৌগটোৰ নাম কি ?
c. সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা |
d. বিক্ৰিয়াৰ নাম লিখা |
| SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ MCQ Paper (Total Questions - 45) | ||
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৬ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৭ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৮ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০১৯ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২০ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২১ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২২ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৩ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৪ | Test | |
| HSLC বিজ্ঞানৰ MCQ Paper - ২০২৫ | Test | |
26. চিনা মাটিৰ তৈয়াৰী এখন থালত 1g মান কপাৰ(Cu) পাউদাৰ লৈ গৰম কৰা হ'ল |
a. ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা |
b. উৎপন্ন হোৱা কলা পদাৰ্থ খিনি কি ?
27. এটা পৰীক্ষানলীত কপৰা ছালফেটৰ এটা জলীয় দ্ৰৱ্য (নীলা বৰণ) লোৱা | কপাৰ ছালফেটৰ দ্ৰৱ্যটোত পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া | প্ৰায় 20 মিনিট পিছত লক্ষ্য কৰা |
a. গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা |
b. বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা |
c. বিক্ৰিয়াৰ প্ৰকাৰ লিখা |
28. এটা বিকাৰত 2gm কেলছিয়াম অক্সাইড (CaO) লোৱা | বিকাৰটোত লাহে লাহে পানী যোগ কৰা | তলত দিয়াবোৰৰ উত্তৰ লিখা |
a. উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব ?
b. ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved