Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

এছিড, ক্ষাৰক আৰু লৱণ - প্ৰশ্নাৱলী, Page No - 18

SEBA দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় : এছিড, ক্ষাৰক আৰু লৱণ, পৃষ্ঠা নং ১৮ অসমীয়া মাধ্যমত প্ৰশ্নাৱলী। SEBA ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজাইন কৰা বিস্তৃত উত্তৰ আৰু ব্যাখ্যা লাভ কৰক। পৰীক্ষাৰ প্ৰস্তুতি আৰু ধাৰণা স্পষ্টতাৰ বাবে একেবাৰে উপযুক্ত।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড, ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা

 

 

অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ

 প্ৰশ্নাৱলী, Page No - 18


1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত বাতিত পানী আৰু আন দুটাত ক্রমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ?

  • পৰীক্ষানল তিনিটা ক্ৰমে পাতিত পানী, আম্লিক দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে | এখন ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে | প্ৰথমতে পৰীক্ষানলীবোৰত থকা দ্ৰৱত ৰঙা লিটমাছ কাগজ দিয়া হয় | যিটো পৰীক্ষানলত ৰঙা লিটমাছখন নীলা হয় | সেই দ্ৰৱটো ক্ষাৰকীয় হ'ব | এতিয়া দ্বিতীয় নলত যদি কাগজখন আকৌ ৰঙা হয় | তেন্তে সেই নলৰ দ্ৰৱটো হ'ব আম্লিক আৰু লিটমাছ কাগজৰ বৰণৰ কোনো পৰিৱৰ্তন নহয়, তেতিয়া সেই নলত পাতিত পানী থকা বুজাব |

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত Click
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত Click

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved