SEBA দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় : এছিড, ক্ষাৰক আৰু লৱণ, পৃষ্ঠা নং 28 অসমীয়া মাধ্যমত প্ৰশ্নাৱলী। SEBA ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজাইন কৰা বিস্তৃত উত্তৰ আৰু ব্যাখ্যা লাভ কৰক। পৰীক্ষাৰ প্ৰস্তুতি আৰু ধাৰণা স্পষ্টতাৰ বাবে একেবাৰে উপযুক্ত।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
Assam TET Academy
Mobile Application
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
প্ৰশ্নাৱলী, Page No - 28
1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?
2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
3. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র'ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা ?
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET-Paper 1 |
| CTET-Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class-10 |
| Assam TET-GT | Assam TET-PGT | Class-12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved