SCERT দশম শ্ৰেণী সাধাৰণ বিজ্ঞানৰ এছিড, ক্ষাৰক আৰু লৱণৰ অনুশীলনী পৃষ্ঠা 34ৰ সমাধান আৰু ব্যাখ্যা। অসমীয়া মাধ্যমত শ্ৰেণী 10ৰ এই অধ্যায়ৰ পৰিসৰে ছাত্র-ছাত্রীসকলৰ বিদ্যা লাভ সহজ কৰি তুলিবলৈ সহায়।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : এছিড, ক্ষাৰক আৰু লৱণ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
Assam TET Academy
Mobile Application
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।

এছিড, ক্ষাৰক আৰু লৱণ - অনুশীলনী, Page No - 34
অনুশীলনী, Page No - 34
1. এটা দ্রৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ'ব পাৰে -
(a) 1
(b) 4
(c) 5
(d) 10
2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে -
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
3. NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ 8mL সম্পূর্ণৰূপে প্রশমিত কৰে । যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্রৱৰ (আগৰ সৈতে একেটা দ্রৱ) পৰিমাণ হ'ব
(a) 4mL
(b) 8mL
(c) 12mL
(d) 16mL
4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এন্টিবায়টিক
(b) বেদনানাশক (analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক (antiseptic)
5. সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া -
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
শব্দ সমীকৰণ
সন্তুলিত সমীকৰণ
YouTube Channel
| Assam TET Academy | Subscribe Now |
(b) লঘু হাইড্র'ক্ল'ৰিক এছিডে মেগনেছিয়াম ফিতাৰে সৈতে বিক্রিয়া কৰে।
শব্দ সমীকৰণ
সন্তুলিত সমীকৰণ
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।
শব্দ সমীকৰণ
সন্তুলিত সমীকৰণ
(d) লঘু হাইড্র'ক্ল'ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
শব্দ সমীকৰণ
সন্তুলিত সমীকৰণ

6. এলক'হল আৰু গ্লুক'জৰ দৰে যৌগবোৰতো হাইড্রজেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
পৰীক্ষা : (i) এটা বিকাৰত গ্লুক'জ বা এলক'হল লোৱা হ'ল |
(ii)এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো বিকাৰটোৰ ওপৰত ৰখা হ'ল |
(iii) গজাল দুটা বাব্ল এটা আৰু ছুইচ এটা 6V বেটেৰী এটাৰ লগত সংযোগ কৰা হ'ল |

পৰ্যবেক্ষণ : গ্লুক'জ বা এলক'হলৰ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে | ই ইয়াক সূচায় যে গ্লুক'জ বা এলক'হল দ্ৰৱটোৱে কোনো ধৰণৰ H+ আয়ন উৎন্ন কৰা নাই | সেয়েহে দ্ৰৱটোৰ মাজেৰে বিদ্যুৎ পৰিবহন হোৱা নাই | অৰ্থ্যাৎ গ্লক'জ বা এলক'হলৰ দ্ৰৱক এছিড হিচাপে চিনাক্ত কৰিব নোৱাৰি |
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয় ?
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
9. পাঁচটা দ্রৱ A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ
(a) প্রশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্র আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ'জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা।
(a) প্রশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্র আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ'জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ হ'ল
10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল। পৰীক্ষানল A ত হাইড্র'ক্ল'ৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ'ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?
11. কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ'লে pH সলনি হ'বনে ? ব্যাখ্যা কৰা।
12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ'ড়া যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে।
(b) এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় ?
13. প্লাষ্টাৰ-অব-পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে। কিয় ? ব্যাখ্যা কৰা।
14. প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা।
কাপোৰ ধোৱা ছডাৰ দুটা ব্যৱহাৰ হ'ল -
বেকিং ছডাৰ দুটা ব্যৱহাৰ হ'ল -
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved