SCERT অসম, দশম শ্ৰেণী সাধাৰণ বিজ্ঞান : "কাৰ্বন আৰু তাৰ যৌগ" অধ্যায়ৰ প্ৰশ্নাৱলী (Page No - 61) উত্তৰসহ পঢ়ক। সম্পূৰ্ণ অসমীয়া মাধ্যমে সহজ ব্যাখ্যা সহিত উত্তৰ প্ৰদান। CBSE আৰু SEBA পৰীক্ষাৰ বাবে সহায়ক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : কাৰ্বন আৰু তাৰ যৌগ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
কাৰ্বন আৰু তাৰ যৌগ - প্ৰশ্নাৱলী, Page No - 61
1. কাৰ্বন-ডাই-অক্সাইডৰ (CO₂) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব ?

YouTube Channel
| Assam TET Academy | Subscribe Now |

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব ?
(ইঙ্গিত - আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |

Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved