SCERT দশম শ্ৰেণী সাধাৰণ বিজ্ঞান, কাৰ্বন আৰু তাৰ যৌগ প্ৰশ্নাৱলী (Page No - 68) উত্তৰসহ। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সম্পূৰ্ণ সমাধান। Assam Board SEBA Class 10 Science Chapter Carbon and its Compounds Questions and Answers in Assamese Medium.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : কাৰ্বন আৰু তাৰ যৌগ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
কাৰ্বন আৰু তাৰ যৌগ - প্ৰশ্নাৱলী, Page No - 68
1. পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?
(i)

বা
CH3CH2CH2CH2CH3
(ii)

বা

(iii)

বা

YouTube Channel
| Assam TET Academy | Subscribe Now |
2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ পাওঁ ?
Answer : i. কেটিনেচন আৰু
ii. চৰ্তুসহযোজ্যতা
3. চাইক্ল'পেণ্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।
Asnwer : চাইক্ল'পেণ্টেনৰ সংকেট হ'ল C5H10
চাইক্ল'পেণ্টেনৰ ইলেক্ট্রন বিন্দু গঠন হ'ল -


4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা -
(i) ইথান'য়িক এছিড
Answer : ইথান'য়িক এছিড (CH3COOH) ৰ গঠন -

(ii) ব্র'ম'পেণ্টেন
Answer : ব্র'ম'পেণ্টেন (C5H11Br) ৰ গঠন -

SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
Q. ব্র'ম'পেণ্টেনৰ সমযোগী সম্ভৱনে ?
Answer : ব্র'ম'পেণ্টেনৰ গঠন সমযোগী সম্ভৱ (3 টা)

1 - ব্র'ম'পেণ্টেন

2 - ব্র'ম'পেণ্টেন

3 - ব্র'ম'পেণ্টেন

(iii) বিউটান'ন
Answer : বিউটান'নৰ গঠন

(iv) হেক্সানেল
Answer : হেক্সানেলৰ গঠন

5. তলৰ যৌগবোৰৰ নাম লিখা
(i) CH3 - CH2 - Br
Answer : ব্ৰ'মইথেন
(ii)

Answer : মিথানেল
(iii)

Answer : হেক্সাইন
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved