Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

কাৰ্বন আৰু তাৰ যৌগ - প্ৰশ্নাৱলী, Page No - 71

SCERT অসম দশম শ্ৰেণীসাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ "কাৰ্বন আৰু তাৰ যৌগ" অধ্যায়ৰ Page No - 71 ৰ প্ৰশ্নাৱলী আৰু উত্তৰ। সম্পূৰ্ণ অসমীয়া মাধ্যমত সহজ ভাষাৰে ব্যাখ্যা সহিত লভ্য। SEBA আৰু বোর্ড পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

Chapter : কাৰ্বন আৰু তাৰ যৌগ

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

কাৰ্বন আৰু তাৰ যৌগ - প্ৰশ্নাৱলী, Page No - 71

   SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, কাৰ্বন আৰু তাৰ যৌগ - প্ৰশ্নাৱলী, Page No - 71, অধ্যায় - 4 । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।

 

1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?

  • ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰোঁতে অক্সিজেন যোগ হয় বাবে ই এটা  জাৰণ বিক্রিয়া | 
    বিক্রিয়াটো হ'ল - 

 

YouTube Channel

Assam TET Academy Subscribe Now

 

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

 

2. লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

  • লোহা জোৰা দিয়াৰ সময়ত অক্সিজেনৰ লগত ইথাইন দহন কৰা হয়, কাৰণ সম্পূৰ্ণ ৰূপে দহন হয় আৰু উজ্বল শিখাৰে জ্বলে, ফলত অপচয়ৰ সম্ভাৱনা কম | কিন্তু বায়ুৰ সৈতে দহন কৰিলে উজ্জ্বল শিখাৰে নজ্বলে | ফলত অপচয়ৰ সম্ভাৱনা বেছি |

 

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved