Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 2

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 2

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. শিশুসকলে টান পোৱা কামটো কেনেকৈ সহজ কৰিব পৰা যায়, কেনেকৈ সিহঁতক পঢ়া-শুনাত ব্যস্ত ৰাখিব পাৰি, কি পদ্ধদি অৱলম্বন কৰিলে ল'ৰা-ছোৱালী স্বইচ্ছাই পঢ়া-শুনা কৰিবলৈ আগবাঢ়িব আদি প্রশ্নবোৰৰ সমিধান বিচাৰোতে বিচাৰোধে উদ্ভৱ হ'ল

  • হিউৰিষ্টিক পদ্ধতি
  • কিণ্ডাৰগার্টেন পদ্ধতি
  • ডেল্টন পদ্ধতি
  • খেলা ভিত্তিক পদ্ধতি

 

2. খেল ভিত্তিক পদ্ধতি ব্যৱহাৰ কৰি শিক্ষা দিয়াৰ নীতি উদ্ভাৱন কৰোতা প্রথম ব্যক্তিজন আছিল

  • কাল্ডৱেল কুক
  • মন্টেশ্বৰী
  • ফ্রবেল
  • পেষ্টালজি

 

3. "যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্বেও নিম্ন শ্রেণীৰ কাম-কাজবিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু" - মতবাদটো আগবঢ়াইছিল

  • ছিৰিল বার্টে
  • আলফ্রেড বিনেই
  • এডৱার্ড লি থর্নডাইকে
  • এলিজাবেথ টেইলৰে


4. জীৱন দাতা পিতৃ-মাতৃতকৈও শিক্ষকসকলক অধিক শ্রদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল

  • জাঁ জেক ৰুছোৱে
  • ড° জাকিৰ হুছেইনে
  • দার্শনিক এৰিষ্টটলে
  • সর্বপল্লী বাধাকৃষ্ণণে


5. শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ'বলৈ আৱশ্যক

  • উপযুক্ত অর্হতা থাকিব লাগিব
  • মনোবিজ্ঞানৰ জ্ঞান
  • চাফ-চিকুণতা থাকিব লাগিব
  • ধনবান হ'ব লাগিব

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. 'Remedial Teaching'-ৰ উদ্দেশ্য হ'ল

  • শিকনৰ ব্যৱধান নোহোৱা কৰা
  • ছাত্র-ছাত্রীক উচ্চ শ্রেণীলৈ উত্তীর্ণ কৰা
  • ছাত্র-ছাত্রীক প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুত কৰা
  • নতুন ধাবণা অৱতৰণ কৰা


7. মানসিক স্বাস্থ্য বিজ্ঞান জড়িত হৈ আছে

  • মানসিক স্বাস্থ্যৰ লগত
  • সমাজৰ লগত
  • শাৰীৰিক স্বাস্থ্যৰ লগত
  • ওপৰৰ আটাইকেইটা


8. শিক্ষাদানৰ পাছত গৃহকৰ্মৰ দ্বাৰা শিক্ষাৰ্থীৰ কি চোৱা হয়

  • একো কথা চোৱা নহয়
  • শিক্ষার্থীয়ে আয়ত্ত কৰিব পাৰিছেনে চোরা হয়
  • কেৱল দিব লাগে কাৰণে দিয়া হয়
  • এটাও নহয়


9. শিক্ষণত ব্যৱহাৰ কৰা অন্যতম দৃশ্য-শ্রব্য সঁজুলি হ'ল

  • ভিডিঅ' চিডি
  • গ্লোব
  • ৰেডিঅ'
  • কেছেট প্লেয়াৰ


10. Psychology শব্দৰ উৎপত্তি হৈছে Psyche আৰু Logos নামৰ দুটা

  • ৰোমান শব্দৰ পৰা
  • গ্রীক শব্দৰ পৰা
  • লেটিন শব্দৰ পৰা
  • জার্মান শব্দৰ পৰা

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. শিক্ষার্থীৰ বৌদ্ধিক বিকাশৰ বাবে বিদ্যালয়ত

  • পুথিভঁৰালৰ ব্যৱস্থা থাকিব লাগে
  • ফুটবল খেলিবলৈ দিব লাগে
  • পানী খোৱাৰ ব্যৱস্থা থাকিব লাগে
  • গান গাবলৈ দিব লাগে

 

12. শিক্ষাদান প্রক্রিয়া তলৰ পৰিস্থিতি অনুসৰি পৰিবৰ্তনীয়

  • ৰাজনৈতিক পৰিৱর্তন
  • সাংস্কৃতিক পৰিৱর্তন
  • দার্শনিক আদর্শ
  • ওপৰৰ আটাইকেইটা শুদ্ধ


13. আত্মসম্মান আৰু স্বকীয় অধিকাৰৰ প্ৰতি ল'ৰা-ছোৱালী অধিক সচেতন হয়

  • কৈশোৰ কালত
  • শৈশৱ কালত
  • বাল্যকালত
  • প্রাপ্ত বয়স্কত

 

14. কৈশোৰ কালত সাধাৰণতে নিজ-ভবিষ্যত সম্বন্ধে অধিক সচেতন হোৱা হেতুকে কিশোৰ কিশোৰীসকলৰ বৃত্তিমূলক

  • সচেতনতা আৰু আগ্রহ বৃদ্ধি হয়
  • সচেতনতা আৰু আগ্রহ একে থাকে
  • সচেতনতা আৰু আগ্রহ কমে
  • আটাইকেইটা শুদ্ধ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. অতিমাত্রা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক'ৰ পাৰি

  • সমস্যাজড়িত শিশু
  • সাধাৰণ শিশু
  • অনগ্রসৰ শিশু
  • অস্বাভাৱিক শিশু

 

16. সা-সৰঞ্জাম বা সঁজুলি সমূহৰ সহায়ত শিক্ষার্থীৰ শ্ৰৱণ আৰু দর্শন ইন্দ্ৰিয়ৰ সন্তুষ্টকাৰী জ্ঞান দিবলৈ প্ৰয়াস কৰাৰ বাবে এই সঁজুলিসমূহক-

  • শ্রব্য-দৃশ্য সঁজুলি বোলে
  • পাঠ্যক্রম বোলে
  • পাঠ্যপুথি বোলে
  • দ্বি-মাত্রিক সঁজুলি বোলে

 

17. দৃশ্য-শ্রব্য সঁজুলিসমূহক বহলকৈ ভাগ কৰিব পাৰি

  • দুটা ভাগত
  • চাৰিটা ভাগত
  • তিনিটা ভাগত
  • পাঁচটা ভাগত

 

18. শ্রব্য-দৃশ্য সঁজুলি ব্যৱহাৰৰ পৰা উত্তৰ হ'ব পৰা সমস্যা হ'ল

  • ই পঠিতব্য মূল বিষয়ৰ পৰা শিক্ষক-শিক্ষার্থীক আঁতৰাই নি সময়ৰ অপচয় ঘটাব পাৰে
  • শ্রব্য-দৃশ্য সঁজুলি ব্যৱহাৰৰ সুবিধা নথকা বিষয় আৰু পাঠৰ প্রতি শিক্ষার্থী সকলব অনীহা সৃষ্টি কৰিব পাৰে
  • ব্যয়বহুল আহিলাবোৰ সকলো শিক্ষানুষ্ঠানৰ বাবে যোগান ধৰাটো সম্ভৱ নহয় আৰু বিজুলি চাকিৰ সুবিধা নাই
  • ওপৰৰ আটাইকেইটা শুদ্ধ

 

 

19. সাধাৰণতে দুর্দান্ত শিশুবিলাক হয়

  • ধীৰস্থিৰ
  • অনগ্রসৰ
  • প্রাণচঞ্চল
  • অন্তর্মুখী


20. মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা আছিল

  • মনোবিদ জন লক্
  • আর্নেষ্ট জোনচ্
  • ডব্লিউ বিয়াৰ
  • মনোবিদ ছিৰিল বার্ট

 

21. সাধাৰণতে কৈশোৰ কালত ছোৱালীবোৰতকৈ ল'ৰাবোৰ বৃত্তীয় দিশত

  • কম সচেতন হয়
  • সম সচেতন হয়
  • অধিক সচেতন হয়
  • সম অসচেতন হয় 


22. যৌৱনৰ দ্রুত দৈহিক পৰিবৰ্তনত অনভিজ্ঞ কিশোৰ-কিশোৰীয়ে হঠাতে লাভ কৰা জৈৱ ৰাসায়নিক অভিজ্ঞতাৰ ফলত

  • মানসিক সমস্যাত ভোগে
  • সামাজিক সমস্যাত ভোগে
  • দৈহিক সমস্যাত ভোগে
  • যৌন সমস্যাত ভোগে

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ যৌন সমস্যা সমাধানৰ বাবে বিশেষ প্রয়োজন

  • যৌন শিক্ষাৰ ব্যৱস্থা কৰাৰ
  • প্রাকৃতিক শিক্ষাৰ ব্যৱস্থা কৰাৰ
  • সামাজিক শিক্ষাৰ ব্যৱস্থা কৰাৰ
  • জনসংখ্যা শিক্ষা দিয়াৰ

 

24. বয়ঃসন্ধিৰ সময়ত তলৰ কোনটোৰ সৰ্বাধিক বিকাশ নহয়

  • বুদ্ধিগত বিকাশ
  • মানসিক বিকাশ
  • আগ্রহ সম্বন্ধীয়
  • ওপৰৰ সকলো


25. শিক্ষণ ব্যৱস্থাত প্ৰেৰণা বা প্রবৃত্তিৰ মূল আচৰণবিধি হ'ল

  • শিকিবলৈ সাজু হোৱা
  • শিক্ষা গ্রহণত সক্রিয় সহযোগ
  • আগ্রহ বজাই ৰখা
  • ওপৰৰ সকলো

 
26. চোৰ কৰা, ডকাইতি বা মাৰধৰ কৰা, জুৱা খেলা, মদ্যপান কৰা, শিলগুটি দলিওৱা, ভাড়ীহীনভাৱে যাত্রা কৰা, বেশ্যাগমন কৰা, ছোৱালী বা ল'ৰা জকোৱা আদি কার্যবোৰেই হ'ল

  • কৈশোৰ অপৰাধমূলক কার্য
  • প্রাপ্তবয়স্ক অপৰাধমূলক কার্য
  • বাল্যকালব অপৰাধমূলক কার্য
  • আটাইকেইটা শুদ্ধ

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. মনোবিজ্ঞানী সকলে মতপ্রকাশ কৰে যে যৌন অপৰাধৰ বাহিৰে সাধাৰণতে ল'ৰাতকৈ ছোৱালীৰ

  • অপৰাধ প্রৱণতাৰ সংখ্যা বেছি
    অপৰাধৰ সংখ্যা সপৰিমাণৰ
    অপৰাধ প্রৱণতাৰ সংখ্যা কম
    আটাইকেইটা শুদ্ধ

 

28. ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষন পৰিষদৰ (NCERT) ৰ সভাপতি হ'ল

  • কেন্দ্রীয় শিক্ষামন্ত্রী গৰাকী
  • ৰাজ্যৰ শিক্ষামন্ত্রী গৰাকী
  • বিশ্ববিদ্যালয় অনুদান আয়োগৰ সভাপতিজন
  • দেশৰ ৰাষ্ট্ৰপতিগবাকী

 

29. ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষন পৰিষদে তলত উল্লেখ কৰা কোনটো অনুষ্ঠান পৰিচালনা নকৰে

  • ৰাষ্ট্ৰীয় শিক্ষা অনুষ্ঠান (NIE)
  • কেন্দ্রিয় শিক্ষা প্রযুক্তি বিদ্যা অনুষ্ঠান (CIET)
  • আঞ্চলিক শিক্ষা মহাবিদ্যালয় (Regional Colleges of Education)
  • কেন্দ্রিয় কার্যগোটসমূহ (Field Units)


30. ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়ৰ অধীনত 'শিক্ষক শিক্ষাৰ ৰাষ্ট্রীয় পৰিষদ' (NCTE) গঠন কৰা হৈছিল

  • ১৯৪৭ চনত
  • ১৯৬৪ চনত
  • ১৯৫২ চনত
  • ১৯৭৩ চনত

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved