Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 6

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 6

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. ব্যক্তিয়ে যিটো উদ্দীপকন প্রতি এটা বিশেষ প্রতিক্রিয়া কৰে আৰু সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ সহায়তো যেতিয়া একেই প্রতিক্রিয়া আদায় কৰা হয় তেতিয়া তেওঁৰ সেই প্রতিক্র্যিাক

  • স্বাভাৱিক প্রতিক্রিয়া বোলে
  • অনুবন্দিত প্রতিক্রিয়া বোলে
  • অস্বাভাৱিক প্রতিক্রিয়া বোলে
  • আনুসংগিক প্রতিক্রিয়া বোলে

 

2. যিসকল ল'ৰা-ছোৱালীৰ বুদ্ধ্যাংক ৫১ৰ পৰা ৭০ৰ ভিতৰত থাকে আৰু যিসকলৰ মানসিক বয়স ৮ৰ পৰা ১১ বছৰৰ ভিতৰত থাকে তেওঁলোকক কোৱা হয়

  • স্বল্পবুদ্ধি বা নির্বোধ শিশু
  • জড়ধী বা জড়বুদ্ধি
  • হীনবুদ্ধি বা অতি নির্বোধ
  • দুর্বল শিশু

 

3. শিশুৰ অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰণ হ'ব পাৰে

  • সমাজ আৰু বংশগতি
  • বংশগতি আৰু অনুসন্ধান
  • বংশগতি আৰু পৰিৱেশ
  • সমাজ আৰু পৰিবেশ


4. বুদ্ধি হ'ল এক জন্মগত আৰু অনার্জিত মানসিক ক্ষমতা। জন্মসূত্রে প্রতিজন মানুহে প্রকৃতিৰ নীতি অনুসৰি

  • সমাজৰ পৰা এনে শক্তি আহৰণ কৰি লয় 
  • পৰিৱেশৰ পৰা এনে শক্তি উপার্জন কৰি লয়
  • স্কুলৰ পৰা এনে শক্তি আহৰণ কৰে
  • পূর্বপুৰুষৰ পৰা এনে শক্তি আহৰণ কৰে


5. বুদ্ধি হৈছে বিশেষ কিছু যোগ্যতা অথবা সামর্থ্য, যাৰ দ্বাৰা মানুহে আন অভিজ্ঞতা আহৰণ আৰু সেইবোৰৰ প্রয়োগ কৰাৰ শক্তি সামর্থ্য লাভ কৰে - কথাটো

  • সম্পূর্ণ সত্য
  • অসত্য
  • আংশিক সত্য
  • আংশিক অসত্য

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. আলফ্রেড বিনে আছিল এগৰাকী

  • ৰাছিয়ান মনোবিজ্ঞানী
  • আমেৰিকান মনোবিজ্ঞানী
  • জার্মান মনোবিজ্ঞানী
  • ফৰাচী মনোবিজ্ঞানী

 

7. বিজ্ঞানসম্মতভাৱে বুদ্ধি পৰিমাপণ কৰিবৰ বাবে প্রথম অভীক্ষা প্রস্তুত কৰি উলিওৱা ব্যক্তিজনেই হ'ল

  • স্পিয়েৰমেন
  • মেৰিল টাৰমেনে
  • আলফ্রেড বিনে
  • জে. পি. গিলফোর্ড

 

8. এজন অন্ধ শিশুৱে সুন্দৰকৈ গান গাব পাৰে, এখন হাত নোহোৱাজনেও এখন হাতেৰে সকলো কাম সুকলমে কৰিব পানে - এনেবোৰ শিশুকেই কোৱা হয়

  • অনগ্রসৰ শিশু
  • সৃষ্টিশীল শিশু
  • প্রতিভাসম্পন্ন শিশু
  • বিশেষ দক্ষতাসম্পন্ন শিশু


9. পাঠটোকাৰ প্রধান আবশ্যকতা আৰু গুৰুত্ব হ'ল

  • পাঠটোকাই শ্রেণীকক্ষত অপচয় বোধ কৰে
  • পাঠটোকাই শিক্ষকক শিক্ষাদানৰ ক্ষেত্রত আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে
  • প্রতিটো পাঠৰ বাবে টোকা যুগুত কৰাত পাঠ্যতালিকাৰ ক্রম বক্ষণ পৰে
  • আটাইকেইটা শুদ্ধ

 

10. এজন শিক্ষক হ'বলৈ হ'লে

  • ব্যক্তিজনৰ বিষয়সম্বন্ধে সম্পূর্ণ জ্ঞান থাকিব লাগে
  • নেতৃত্ব দিব পৰা গুণ থাকিব লাগে
  • অনুশীলন মানি চলিব লাগে
  • আটাইকেইটা

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. শিশুক শাৰীৰিক বা মানসিক বাধাগ্রস্ততা বা আর্থিকভাবে পিছপৰা বুলি বিদ্যালয়ত নাম লগোৱাত বাধা দিব পাৰিনে

  • নোৱাৰি
  • পাৰি
  • পৃথক বিদ্যালয়ত নাম লগাবলৈ উপদেশ দিব লাগে
  • এটাও নহয়

 

12. শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিক্ষকক শিক্ষাদানৰ বাহিৰে কেনে ধৰণৰ কামত লগাব পাৰি

  • যিকোনো কামত
  • শিক্ষাদানৰ বাহিৰে কোনো কামতে নিয়োগ কৰিব নোৱাৰি
  • বিদ্যালয়ৰ কার্যালয়ৰ কামত
  • কেৱল দুর্যোগ, গণনা আৰু নির্বাচনৰ কামত

 

13. মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্রধান দিশ হ'ল- প্রতিৰোধমূলক, প্রতিকাৰমূলক আৰু

  • আচৰণমূলক
  • সমাযোজনমূলক
  • সংৰক্ষশমূলন
  • আটাইকেইটা শুদ্ধ

 

14. অন্তর্মুখী শিশুৰ প্রধান লক্ষণ

  • কম কথা কোৱা
  • খুব কথা কোৱা
  • খুব ভাল ব্যৱহাৰ
  • ফুর্তিত থাকে 

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. জন ডিউইয়ে পাঠদানৰ সময়খিনিক ভাগ কৰিছে

  • দুটা স্তৰত
  • তিনিটা স্তৰত
  • চাৰিটা স্তৰত
  • পাঁচটা স্তৰত

 

16. এগৰাকী শিক্ষকে শ্রেণীকোঠাত পাঠদান কৰি থাকোতে নীতি ভিত্তিক শিক্ষা প্রদান কৰিব লাগে

  • বিষয়বস্তুক জনাব পৰা নজনালৈ সম্ভেদ দিয়া
  • বিষয়বস্তুক সৰলৰ পৰা জটিললৈ উপস্থাপন কৰা
  • বিষয়বস্তুক সামগ্রিকতাৰ পৰা আংশিকলৈ উপস্থাপন কৰা
  • ওপৰৰ আটাইকেইটা শুদ্ধ

 

17. এটা গৱেষণা সুপৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ হ'লে তলব কোন কেইটা বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত
a. সঠিক অনুসন্ধান
b. সুবিবেচিত পদ্ধতি
c. যুক্তিসংগ
d. সুবিবেচিতভাৱে লিপিবদ্ধ

  • (i) a আৰু b শুদ্ধ
  • (ⅲ) a আৰু c শুদ্ধ
  • (ii) b আৰু c শুদ্ধ
  • (iv) আটাইকেইটা শুদ্ধ

 

18. NUEPA ব সম্পূর্ণ গঢ়টো হ'ল

  • New Universe of Educational planning and Administration.
  • National University of Examination Planning and Administration.
  • National University of Educational Planning and Authority. 
  • National University of Edicational Planning and Administration.

 

 

19. NCTE সম্পূর্ণ গঢ়টো হ'ল

  • National Council of Teacher Education.
  • National Council of Teacher Evaluation.
  • National Council of Teacher Examination.
  • National Council of Teacher Energy

 

20. শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পবিষদ (NCTE) ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰে গঠন কৰিছিল

  • ১৯৫২ চনৰ ২৩ চেপ্তেম্বৰত
  • ১৯৭৩ চনৰ ২১ মে'ত
  • ১৯৬৪ চনৰ ২৭ আগষ্টত
  • ১৯৮৩ চনৰ ১২ নবেম্বৰত


21. বর্তমান নিম্ন আক উচ্চ প্রাথমিক পর্যায়ৰ শিক্ষক প্রশিক্ষন দিয়া ব্যৱস্থাটোক কোৱা হয়

  • নর্মাল বিদ্যালয়
  • B. Ed.
  • D. El. Ed.
  • M. Ed.

 

22. আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষাগ্রহণৰ কাৰ্যৰ সফলতা কিছুমান বিশেষ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এই অৱস্থা সসূহ বহলকৈ দুটা ভাগত ভাগ কৰিব পাৰি। ভাগ দুটা হ'ল

  • শিক্ষার্থীৰ ব্যক্তিগত অৱস্থা আৰু শিক্ষার্থীৰ অর্থনৈতিক অৱস্থা
  • শিক্ষার্থীৰ সামাজিক অৱস্থা আৰু শিক্ষার্থীব মানসিক অৱস্থা
  • শিক্ষার্থীৰ ব্যক্তিগত অৱস্থা আৰু শিক্ষার্থীৰ সামূহিক অৱস্থা
  • শিক্ষার্থীৰ ব্যক্তিগত অৱস্থা আৰু শিক্ষার্থীৰ পাৰিপার্শ্বিক অৱস্থা

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. সাধাৰণতে বুদ্ধ্যাংক ৭০ তকৈ কম থকা শিক্ষার্থীসকলক কোৱা হয়

  • প্রতিভাসম্পন্ন শিক্ষার্থী
  • মন্থৰ বা অনগ্ৰসৰ শিক্ষার্থী
  • বুদ্ধিমান শিক্ষার্থী
  • জঢ়ধী শিক্ষার্থী


24. য'ত শিক্ষক আৰু শিক্ষার্থীসকলৰ মাজৰ সম্পর্ক মধুৰ হয় তাত শিক্ষাগ্রহণ প্রক্রিয়াও

  • সহজ আৰু আনন্দদায়ক হয়
  • সংকোচপূর্ণ হয়
  • জটিল আৰু বিৰক্তিদায়ক হয়
  • সামাজিক হয়


25. তলৰ কোনটো কৃষ্ণফলক (Black board) ব্যৱহাৰৰ সুবিধা নহয়

  • সকলো বিষয়ৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি
  • শিক্ষার্থীসকলৰ হতুৱাই বৰ্ডত লিখোৱাৰ সুবিধা হয়
  • কমকৈ দর্শন শক্তি থকা সকলৰ বাবেও সহায়কাৰী
  • শিক্ষকৰ মৌখিক ব্যাখ্যাৰ পৰিপূৰক হিচাপে বর্ডখন ব্যৱহাৰ কৰিব পাৰি

 

26. শিক্ষাদানৰ বিশেষ উদ্দেশবোৰ লিখাটো শিক্ষাদানৰ কোনটো পর্যায়ৰ কাম

  • শিক্ষাদানৰ আগৰ পৰ্যায়ৰ
  • শিক্ষাদানৰ পিছৰ পর্যায়ব
  • শিক্ষাদানব পর্যায়ৰ
  • এটাও নহয়

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. প্রতিকাৰমূলক শিক্ষণৰ এটা প্রধান উদ্দেশ্য হ'ল

  • শিক্ষণৰ অতি দুর্বল দিশসমূহ প্রতিকাৰ কৰা
  • বিদ্যালয়খন চাফ-চিকুন কৰা
  • পৰীক্ষাত উত্তীর্ণ কৰাই দিয়া
  • শিক্ষকক সজাগ কৰা


28. বিদ্যালয়খনক যদি মানুহ গঢ়াৰ কাৰখানা বুলি কোৱা হয়, তেন্তে শিক্ষকসকল হ'ব তাৰ-

  • গৰাকী বা মালিক
  • শিক্ষক
  • দর্শক
  • পৰিচালক


29. শিক্ষাদানৰ ক্ষেত্রত মনোবিজ্ঞান সম্মত নহয়

  • শাস্তি প্রদান কৰি দিয়া শিক্ষা
  • শিশুকেন্দ্রিক শিক্ষা প্রদান কৰা
  • গণতান্ত্রিক পদ্ধতিৰে দিয়া শিক্ষা
  • সহানুভূতিৰে প্রদান কৰা শিক্ষা

 

30. দলানুগত্য কোনটো কালৰ বৈশিষ্ট্য

  • বাল্যকালৰ
  • শৈশৱ কালৰ
  • প্রাপ্তবয়স্ক কালৰ
  • কৈশোৰ কালৰ

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved