Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 7

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 7

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. "মানুহৰ সমূহ সহজাত জৈৱিক প্রবৃত্তি, প্রেৰণা, প্রৱণতা, হেঁপাহ আদি আৰু আর্জিত শিক্ষা, অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্রবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব"- উক্তিটো আগবঢ়াইছিল

  • গর্ডন আলপর্টে
  • মর্টন প্রিঞ্চে
  • কেম্পফনে
  • কার্ল য়ুঙে


2. মনোবিজ্ঞানৰ সবাতোকৈ জনপ্রিয় সংজ্ঞা বুলি ঠাৱৰ হৈছে

  • মনোবিজ্ঞানৰ আত্মাৰ বিজ্ঞান
  • মনোবিজ্ঞান মনৰ বিজ্ঞান
  • মনোবিজ্ঞান সচেতনতাৰ বিজ্ঞান
  • মনোবিজ্ঞান আচৰণ বিজ্ঞান

 

3. মনোবিজ্ঞানক আচৰণৰ অধ্যয়নৰ বিজ্ঞান বুলি অভিহিত কৰিছিল

  • মেকডুগেল আৰু ৱাটচনে
  • মেকডুগেল আৰু পাৰ্চিনাৰ
  • মেকডুগেল আৰু পেষ্টালজীয়ে
  • মেকভুগেল আৰু হিউমে

 

4. শিশুকেন্দ্রিক শিক্ষাত শিক্ষার্থীক

  • পাঠ্যক্ৰমৰ বোজা জাপি দিয়া হয়
  • শিক্ষকে বিচৰা ধৰণে শিকোৱা হয়
  • নিজে বিচৰা ধৰণে শিকাৰ সুযোগ লাভ কৰে
  • অভিভাৱকে পছন্দ কৰামতে শিকোৱা হয়

 

5. শিক্ষা ব্যৱস্থাত প্রচলিত নিপানমূলক শিক্ষনৰ টিচিঙৰ ধাৰণাটো

  • আপেক্ষিকভাবে পৌৰাণিক
  • মধ্যযুগীয়া
  • আপেক্ষিকভাৱে নতুন
  • বৈদিক যুগীয়া

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. ডেল্টন আঁচনিত শিক্ষার্থীসকলক আত্মপ্রচেষ্টাৰে শিকাৰ পৰিবেশ দিবৰ বাবে প্রতিটো শ্রেণীকোঠাকে

  • ঘৰলৈ ৰূপান্তৰিত কৰা হয়
  • প্রয়োগশালালৈ ৰূপান্তৰিত কৰা হয়
  • উদ্যোগলৈ ৰূপান্তৰিত কৰা হয়
  • আটাইকেইটা শুদ্ধ

 

7. বক্তৃতা পদ্ধতিৰ এটি সুবিধা হ'ল

  • একে সময়তে বহু শিক্ষার্থীক শিকাব পাৰি
  • শিশুৰ সোনকালে মনত থাকে
  • মাক-দেউতাকক শিকাব পাৰি
  • শিশুকেন্দ্রিক


8. প্রকল্প পদ্ধতি প্রথমে আগবঢ়ায় মনোবিজ্ঞানী

  • থর্ণডাইকে
  • কিলপেট্রিকে
  • পিয়াজে
  • ৰুছোৰে

 

9. অপৰাধ প্রৱণতা হ'ল কিশোৰ-কিশোৰীসকলৰ নিজ নিজ সামাজিক পৰিবেশ

  • সমাযোজনাৰ পৰিণতি
  • সংঘটিত বেয়া ঘটনা
  • অপসমাযোজনাৰ পৰিণতি
  • আটাইকেইটা শুদ্ধ


10. অপৰাধ প্রৱণ ল'ৰা-ছোৱালীসকলে সমাজৰ প্রচলিত নীতি-নিয়ম আৰু স্বাভাৱিক জীৱন-যাপনত নিজকে সুস্থভাৱে

  • খাপ খুৱাই চলিব পাৰে
  • সমাযোজন কৰি লব পাৰে
  • মিলা-প্রীতিৰে চলিব পাৰে
  • খাপ খুৱাই চলিব নোৱাৰে

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. অপৰাধ প্ররণতা থকা সকলে তেওঁলোকৰ মনত সৃষ্টি হোৱা সংঘাত, অসন্তুষ্টি আৰু আবেগিক উত্তেজনাক ধ্বংসাত্মক  আচৰণৰ দ্বাৰা প্ৰকাশ কৰে আৰু তাৰ যোগেদি নিজকে এক অসামাজিক পদ্ধতিৰে

  • সমাযোজনৰ চেষ্টা কৰে
  • নিজকে ডাঙৰ ব্যক্তি বুলি ভাৱে
  • অপসমাযোজনৰ চেষ্টা কৰে
  • আটাইকেইটা শুদ্ধ


12. মানসিক ৰোগৰ মানসকি লক্ষণ নহয়

  • স্মৃতি সম্বন্ধীয় অস্বাভাৱিকতা
  • চিন্তাশক্তিৰ অস্বাভাৱিকতা
  • শিক্ষণ অক্ষমতা
  • অত্যাধিক ভোক লগা বা ভোক নোহোৱা হোৱা

 

13. নিজৰ ভাল লগা কোনো প্রভাৱশালী ব্যক্তি বা নায়কৰ জীৱনৰ ক্রিয়া-আদর্শ গ্রহণৰ প্রবৃত্তি জাগি উঠে

  • শৈশৱ কালত
  • বাল্য কালত
  • প্রাপ্ত বসন্ত বয়সত
  • কৈশোৰ কালত

 

14. নীৰৱ আৰাধনা তথা অনুকৰণৰ বাবে মনে বিচৰা এই নায়কৰ নির্বাচন

  • আনৰ ইচ্ছা অভিৰুচিৰ ওপৰত নিৰ্ভৰশীল
  • শিক্ষকৰ অভিৰুচিৰ ওপৰত নির্ভৰশীল
  • অভিভাৱকৰ অভিৰুচিৰ ওপৰত নির্ভৰশীল
  • নিজৰ ৰুচি অভিৰুচিৰ ওপৰত নিৰ্ভৰশীল

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. ভয়, খং, ঈর্ষা, আনন্দ, উদ্বেগ ইত্যাদি আবেগসমূহ কৈশোৰ কালত বিকশিত হয়

  • সামান্য পৰিমাণে
  • মনোবৈজ্ঞানিক ভাৱে
  • সম্পূর্ণৰূপে
  • আবেগিক ভাৱে


16. কৈশোৰ কালত জৈৱ-ৰাসায়নিক প্রক্রিয়াৰ ফলত দেহৰ যৌনগ্রন্থি

  • নিষ্ক্রিয় হৈ পৰে
  • আকামিলা হৈ পৰে
  • সক্রিয় হৈ পৰে
  • বিকাশ নহয়

 

17. আত্মনির্ভৰশীলতা

  • শৈশৱ কালৰ বৈশিষ্টা
  • কৈশোৰ কালৰ বৈশিষ্ট্য
  • বাল্যকালৰ বৈশিষ্ট্য
  • প্রাপ্ত বয়স্ক কালৰ বৈশিষ্ট্য


18. বৃত্তিমূলক শিক্ষা প্রদান কৰাটো অত্যন্ত দৰকাৰী

  • প্রাথমিক শিক্ষাত
  • মাধ্যমিক শিক্ষাত
  • উচ্চ প্রাথমিক শিক্ষাত
  • উচ্চ শিক্ষাত

 

 

19. "Teacher is the maker of Man"- উক্তিটো আগবঢ়াইছল

  • জন ল'কে
  • হার্বার্ট স্পেনচাৰে
  • জন আদামচে
  • জন ডিউইয়ে

 

20. ভাৰতবৰ্ষত শিক্ষকৰ শিক্ষা আৰম্ভ হৈছিল

  • খৃষ্টপূর্ব ২৫০০ শতিকাতে
  • খৃষ্টপূর্ব ১২০০ শতিকাতে
  • খৃষ্টপূর্ব ৫০০ শতিকাতে
  • খৃষ্টপূর্ব ১৭০০ শতিকাতে


21. প্রাচীন কালত শিক্ষক শিক্ষাৰ পদ্ধতি আছিল

  • ব্যৱহাৰিক
  • ব্যাকৰণ
  • মৌখিক
  • ওপৰৰ আটাইকেইটা শুদ্ধ


22. ভাৰতবৰ্ষৰ শিক্ষক শিক্ষাৰ ইতিহাসৰ প্রাচীন আৰু মধ্যযুগ বুলি কোৱা হয়

  • খৃষ্টাপূর্ব ৫০০ শতিকাৰ পৰা ১২০০ খ্রীষ্টাব্দলৈ
  • ১২০০ খৃষ্টাব্দৰ পৰা ১৭০০ খ্রীষ্টাব্দলৈ
  • খৃষ্টাপূর্ব ২৫০০ শতিকাৰ পৰা ৫০০ শতিকালৈ
  • ১৭০০ খ্রীষ্টাব্দৰ পৰা ১৯৪৭ লৈ

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. আবেগিক অৱস্থাত, দৈহিক পৰিৱর্তন

  • নিশ্চিত ভাৱে স্পষ্ট
  • স্পষ্ট নহয়
  • সাধাৰণভাৱে হয়
  • একেবাৰেই নহয়


24. ছিগমাণ্ড ফ্রয়েডে যৌন জীৱনৰ ভিত্তিত বিকাশৰ

  • দুটা স্তৰৰ কথা উল্লেখ কৰিছে
  • তিনিটা স্তৰৰ কথা উল্লেখ কৰিছিল
  • চাৰিটা স্তৰৰ কথা উল্লেখ কৰিছে
  • পাঁচটা স্তৰৰ কথা উল্লেখ কৰিছিল


25. এজন ভাল শিক্ষক এজন ভাল ...............

  • প্রশ্নকর্তা
  • গায়ক
  • নায়ক
  • নর্তক

 

26. শ্রেণীকোঠাত লগ পোৱা বিভিন্ন শিক্ষার্থীক নিয়ন্ত্রণ কৰিবৰ বাবে শিক্ষকৰ ............ প্রয়োজন

  • কান্দিব পৰা ক্ষমতা
  • অসীম ধৈর্যৰ
  • পঢ়িব পৰা দক্ষতাৰ
  • লিখিব পৰা দক্ষতা

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. শিক্ষাদান প্রক্রিয়াটোক উন্নতিশীল প্রক্রিয়া বুলি ধৰা হয় কাৰণ ই সম্বন্ধিত হয়

  • এগৰাকী শিক্ষকৰ আত্মাৰ বিকাশৰ লগত
  • শিশু সকলৰ আচৰণৰ আকাংক্ষিত উন্নতি সাধনত
  • মানৱ আহিলাৰ উন্নতি সাধনৰ লগত
  • অনুষ্ঠানৰ উন্নতি সাধনৰ লগত


28. তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয়

  • শিকাৰুসকলৰ অসুবিধা আঁতৰ কৰা
  • শ্রেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰা
  • শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূক শক্তিশালী কৰা
  • শিক্ষার্থীসকলৰ আবেগক দমন কৰি ৰখা

 

29. মনোবিজ্ঞান হ'ল

  • শৰীৰ বিজ্ঞান
  • মানসিক বিকাৰগ্ৰস্তৰ বিজ্ঞান
  • মানসিক চিকিৎসা
  • আচৰণৰ বিজ্ঞান

 

30. আবেগিকভাৱে বাধাগ্রস্ত শিশুসকলৰ আবেগিক সমস্যা সমাধানত

  • নির্দেশনা আৰু পৰামর্শই বিশেষ সহায় কৰে
  • নির্দেশনা আৰু পৰামর্শই বিশেষ সহায় নকৰে
  • নির্দেশনা আৰু পৰামর্শই আংশিক সহায় কৰে
  • ওপৰৰ এটাও নহয়

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved