The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
Assam TET - GT Pedagogy MCQ Question, Part - 8
Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.
1. আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক এজন ব্যক্তিয়ে নিজে লাভ কৰা জ্ঞান আৰু অভিজ্ঞতা অন্য, এজন ব্যক্তি বা এটা সমষ্টিক প্রদান কৰা কাৰ্যকে
2. "এজন অধিক পৰিপক্ক অথবা সুসম্পূর্ণ আৰু এজন কম পৰিপক্ক ব্যক্তিৰ মাজত অন্তৰংগ সংস্পর্শন প্রক্রিয়াই হৈছে শিক্ষন। প্রথম গৰাকীৰ সহায়ত দ্বিতীয়জন ব্যক্তিৰ শিক্ষাৰ বিকাশৰ বাবেই এনে প্রক্ৰিয়া আংকিত কৰা হৈছে"-উক্তিটো আগবঢ়াইছিল
3. শিকন প্রক্রিয়া সম্ভৱ হ'ব পাৰে
4. শিকন প্রক্রিয়াই পৰিশোধন কৰিব পাৰে
5. শিক্ষকে শিক্ষার্থীসকলক অভিৰোচিত কৰাৰ সময়ত ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ'ল
6. বর্তমান শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ বাবে সর্বাধিক গুৰত্বপূর্ণ কথাটো হ'ল
7. মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যিসকল ল'ৰা-ছোৱালীনৰ বুদ্ধ্যাংক ১৪০ ৰ ওপৰত, তেওঁলোকক কোৱা হয়
8. অনগ্ৰসৰ ছাত্র-ছাত্রীয়ে শ্রেণীকক্ষত প্রদান কৰা সহাৰি
9. এজন শিক্ষক হিচাপে আপোনাৰ থাকিব লগা গুণ
10. শিক্ষার্থীক সফলতাৰ দিশে আগুৱাই লৈ যাবলৈ হ'লে এজন শিক্ষকে
| Assam TET GT - Mock Test Series | |
| GT Pedagogy Question | Test - 1 |
| GT Pedagogy Question | Test - 2 |
| GT Pedagogy Question | Test - 3 |
| GT Pedagogy Question | Test - 4 |
| GT Pedagogy Question | Test - 5 |
| GT Pedagogy Question | Upto Test - 50 |
11. শিক্ষাই শিক্ষার্থীৰ
12. কৈশোৰ কালত দল গঠন কৰি ভাল পায়
13. বংগদেশৰ শ্রীৰামপুৰত ১৭৯৩ চনত শিক্ষক প্রশিক্ষনৰ বাবে নর্মাল স্কুল স্থাপন কৰিছিল
14. 'কলিকতা মহিলা সমাজে' মহিলা শিক্ষয়িত্রীসকলক শিক্ষক প্রশিক্ষন দিবলৈ আৰম্ভ কৰিছিল
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
15. অনগ্রসৰ শিক্ষার্থীসকলক শ্রেণীকক্ষত চিনাক্ত কৰি শিক্ষকে তেওঁলোকৰ বাবে
16. ব্যক্তিত্বৰ পৰিপূর্ণ সংজ্ঞা হিচাপে তলৰ কোনজন মনোবিজ্ঞানীৰ সংজ্ঞাক বিবেচনা কৰা হয়
17. এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ'ব পাৰে
18. তলৰ কোনটো আগ্রহৰ বৈশিষ্ট্য নহয়
19. আকস্মিকতা হ'ল
20. মনোযোগৰ ব্যক্তিনিষ্ঠ কাৰণবোৰ নির্ভৰশীল
21. আগ্রহ হ'ল একধৰণৰ
22. জা জেঁক ৰিছো আছিল
| Assam TET GT & PGT Study Materials | |
| i. Pedagogy | |
| ii. Assam & Its People | |
| iii. General English | |
| iv. Mathematics | |
| v. General Studies & Current Affairs | |
23. বিখ্যাত শিক্ষা-দার্শনিক কামেনিয়াচে আদিতে শিকোৱা প্ৰক্ৰিয়াৰ সূত্র হিচাপে জনাৰ পৰা নজনালৈ অগ্ৰসৰ হোৱা সূত্রধ পৃষ্ঠপোষকতা কৰিছিল
24. সজীৱ আৰু প্রণালীবদ্ধ শিক্ষণে শিক্ষা প্রক্ৰিয়া
25. শিক্ষণৰ ক্ষেত্ৰত অভিৰোচনৰ
26. অভিৰোচন আক অভিৰুচি অবিহনে শিক্ষণ আৰু শিকন
| Assam TET GT - MCQ Questions Series with Answer | |
| GT Pedagogy MCQ | Part - 1 |
| GT Pedagogy MCQ | Part - 2 |
| GT Pedagogy MCQ | Part - 3 |
| GT Pedagogy MCQ | Part - 4 |
| GT Pedagogy MCQ | Part - 5 |
| GT Pedagogy MCQ | Upto Part - 50 |
27. অবৰোহী পদ্ধতিৰ লগত প্রখ্যাত ইংৰাজ দার্শনিক
28. কৰ্মৰ মাজেৰে শিক্ষা প্রদান কৰা পদ্ধতিৰ উদ্ভাৱক আছিল প্রখ্যাত দার্শনিক
29. মনোযোগৰ পৰিসৰ
30. কেটেলে কিমানটা ব্যক্তিত্বৰ সংৰক্ষণৰ কথা উল্লেখ কৰিছে
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| ATET - GT | ATET - PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved