Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 9

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 9

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. প্রাচীন মনোবিদসকলে মনোযোগক অভিহিত কৰিছিল

  • শাৰীৰিক শক্তি বুলি
  • মানসিক শক্তি বুলি
  • অক্ষয় শক্তি বুলি
  • ওপৰৰ তিনিওটা

 

2. মনোযোগ ধৰি ৰাখিবৰ বাবে উপযুক্ত ব্যৱস্থা হল

  • অভিৰোচন
  • অভ্যাস গঠন
  • পৰিৱেশ সৃষ্টি
  • ওপৰৰ তিনিওটা

 

3. 'ছাত্রসকল সদায় শিক্ষকৰ বিৰোধী'- এই সম্পর্কত আপোনাৰ মতামত কি

  • নহয়, তেওঁলোক শিক্ষকৰ বিৰোধী নহয়
  • নহয়, তেওঁলোক শিক্ষা ব্যৱস্থাটোৰহে বিৰোধী, যি তেওঁলোকৰ ৰুচিক উপেক্ষা আৰু উলাই কৰে
  • হয়, কাৰণ শিক্ষকে ছাত্রসকলক তেওঁলাকে বিচৰা বাটেৰে যাবলৈ বাধা দিয়ে
  • হয়, কাৰণ তেওঁলোকে শিক্ষকৰ অনুশাসন ভাল নাপায়


4. সাধাৰণতে এটা শিশুৰ মগজুৱে পৰিপূৰ্ণ বিকাশ লাভ কৰে

  • তিনি বছৰত
  • ছবছৰত
  • এঘাৰ বছৰত
  • ওঠৰ বছৰত

 

5. এটা ভাল প্রকল্পৰ মানিবলগীয়া গুণাগুণ হ'ল

  • প্রয়োগিক জ্ঞান লাভৰ সুবিধা থকা
  • বৰ সহজ আৰু বৰ জটিল নোহোৱা
  • সময় সাপেক্ষ হোৱা
  • ওপৰৰ আটাইকেইটা শুদ্ধ

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. হিউৰিষ্টিক পদ্ধতিত শিক্ষকৰ প্রধান কর্তব্য হ'ল

  • শিক্ষার্থীসকলক ভালকৈ শিকোৱা
  • শিক্ষার্থীসকলক সহায় কৰা
  • শিক্ষার্থীসকলক অনুশাসন কৰা
  • শিক্ষার্থীসকলক শাস্তি দিয়া


7. হিউৰিষ্টিক পদ্ধতিৰ বাবে

  • কর্মদক্ষ শিক্ষকৰ প্রয়োজন
  • কৌশলী শিক্ষকৰ প্রয়োজন
  • সহানুভূতিশীল শিক্ষকৰ প্রয়োজন
  • আটাইকেইটা শুদ্ধ

 

8. শ্রেণীকক্ষত একোটা পাঠ প্রদান কৰোঁতে আৰম্ভণিৰ পৰা শেষলৈকে কৰিব লগা কামবোৰক শিক্ষকসকলে নিজৰ সুবিধ মতে ভাগ কৰিব ল'ব পাৰে। ইয়াকেই কোৱা হয়

  • পাঠদানৰ পর্যায়
  • পাঠদানৰ প্ৰকাৰ
  • পাঠদানৰ কৌশল
  • পাঠদানৰ কলা


9. শিশুৱে মনোযোগেৰে পাঠ অধ্যয়ন কৰিব পৰা নাই। কাৰণ

  • শিক্ষা গ্রহণৰ ভাল দিশ/ভাল ভবিষ্যৎ দেখা নাই
  • উৎকর্ষতাৰ (good value) অভাৱ
  • মাক-দেউতাক বা অভিভাৱকে শিক্ষাৰ প্রয়োজনীয়তাৰ প্রতি প্রত্যাহ্বান জনায়
  • পাঠ্য বিষয়বস্তুৰ গুণাগুণ ভাল নহয়

 

10. "মনোযোগ হৈছে কোনো বস্তু নিবীক্ষণ কৰিবৰ বাবে নাইবা কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা কার্য- উক্তিটো আগবঢ়াইছিল

  • মনোবিজ্ঞানী মেকডুগেলে
  • মনোবিদ ক্রয়ডে
  • মনোবিদ উডৱর্থে
  • দার্শনিক ৰুছোৱে

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. কোনো বিষয় বা বস্তুত জ্ঞানেন্দ্রিয়সমূহৰ বিশেষ প্রয়োগৰ দ্বাৰা যি মনোযোগ প্রদান কৰা হয় তাকেই

  • ভাৱাত্মক মনোযোগ বোলে
  • বিশ্লেষণাত্মক মনোযোগ বোলে
  • সংবেদী বা সংবেদনাত্মক মনোযোগ বোলে
  • নিচেষ্ট মনোযোগ বোলে


12. অনৈচ্ছিক মনোযোগৰ এটা উদাহৰণ হ'ল

  • পৰীক্ষাৰ সময়ত পঢ়া-শুনাৰ প্রতি দিয়া মনোযোগ
  • কোনো চিত্ৰকৰৰ চিত্ৰৰ প্রতি দর্শনেন্দ্রিয়ৰ সহায়েৰে দিয়া মনোযোগ
  • কাপোৰ কিনোতে কাপোৰৰ প্রতি দিয়া মনোযোগ
  • হঠাতে শুনা কোনো আর্তনাদৰ প্রতি দিয়া মনোযোগ


13. Gestalt শব্দৰ অৰ্থ হৈছে

  • আর্হি
  • আকাৰ
  • আকৃতি বা অবয়ব
  • ওপৰৰ আটাইকেইটা

 

14. 'শিক্ষা মনোবিজ্ঞান শিক্ষার্থী, শিকন প্রক্রিয়া আৰু শিকন পৰিস্থিতিৰ লগত জড়িত' বুলি কোনে কৈছিল

  • লিন্দগ্রেন
  • ফুৱেল
  • ববার্ট টুৱার্ট
  • জন ডিউ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. মনোযোগৰ এটা বস্তুগত নির্ধাৰক হ'ল

  • অভিনৱত্ব
  • উপহাৰ
  • শাস্তি
  • উদ্যম


16. সাধাৰণ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা দেশৰ শিক্ষা ব্যৱস্থাই বাধাগ্রস্ত সকলক

  • বিশেষ ধৰণে সহায় কৰা পরিলক্ষিত হয়
  • সহায় কৰিব পাৰে
  • বিশেষ ধৰণে সহায় কৰিব নোৱাৰে
  • আটাইকেইটা শুদ্ধ


17. শিক্ষাৰ সকলো ধৰণৰ ক্ষেত্ৰ আৰু প্রক্রিণয়াত শিক্ষার্থীসকলে সমভাৱে

  • কৃতকার্যতা দেখুৱাব পাৰে
  • বিশেষ কৃতকার্যতা দেখুৱাই
  • কৃতকার্যতা দেখুৱাব নোৱাৰে
  • ওপবৰ এটাও নহয়


18. যিবিলাক ছাত্র-ছাত্রীয়ে স্কুলীয়া জীৱনৰ মাজভাগতে সমনীয়া আন একে বয়সৰ ছাত্র-ছাত্রীয়ে কৰিব পৰা কামত অসামর্থ প্রদর্শন কৰে তেনেবোৰ ছাত্র-ছাত্রীয়েই

  • শৈক্ষিক দিশত অনগ্রসৰ
  • শৈক্ষিক দিশত অগ্রসৰ
  • শৈক্ষিক দিশত মজলীয়া
  • শৈক্ষিক দিশত আগবঢ়া

 

 

19. শিক্ষামূলক অনগ্ৰসৰতাক ভাগ কৰিব পাৰি

  • দুটা ভাগত
  • চাৰিটা ভাগত
  • তিনিটা ভাগত
  • পাঁচটা ভাগত

 

20. শিক্ষামূলক অনগ্ৰসৰতাৰ প্ৰথম শ্ৰেণীৰ অনগ্ৰসৰতাক সর্বাত্মক হিচাপে আৰু দ্বিতীয় শ্রেণীৰ অনগ্রসৰতাক

  • ব্যক্তিগত হিচাপে বিবেচনা কৰিব পাৰি
  • আবেগিক হিচাপে বিবেচনা কৰিব পাৰি
  • বৌদ্ধিক হিচাপে বিবেচনা কৰিব পাৰি
  • বিষয়মূলক হিচাপে বিবেচনা কৰিব পাৰি

 

21. অনগ্রসৰতাৰ কাৰণসমূহ সামাজিক, শিক্ষা সম্বন্ধীয়, বৌদ্ধিক, আবেগিক আৰু দৈহিক কাৰণ হিচাপে বিবেচনা কৰিব পাৰি। কথাটো

  • সম্পূর্ণ সত্য
  • সম্পূর্ণ অসত্য
  • আংশিক সত্য
  • এটাও নহয়

 

22. তলৰ কোনটো অনগ্ৰসৰতাৰ কাৰণ নহয়

  • সামাজিক কাৰণ
  • আবেগিক কাৰণ
  • দৈহিক কাৰণ
  • প্রাকৃতিক কাৰণ

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. তলৰ কোনগৰাকীয়ে বিচাৰ-বিশ্লেষণ কৰি বিকাশৰ স্তৰসমূহ অধিক সুক্ষ্মভাৱে বিভাজন কৰিছিল

  • পণ্ডিত জৱাহৰলাল নেহৰুৱে
  • ড° সর্বপল্লী ৰাধাকৃষ্ণণে
  • জন ব্রেটলিয়ে
  • মনোবিজ্ঞানী ৰেমন্টে

 

24. শিক্ষা মনোবিজ্ঞানৰ পিতৃ স্বৰূপে অভিহিত কৰা হয়

  • চিগমাণ্ড ফ্রয়েডক
  • মেকডুগেলক
  • ৰুছোক
  • পেষ্টালজীক


25. 'প্রচেষ্টা আৰু ভুল' শিক্ষণ তত্ত্ব কোনে উদ্ভাৱন কৰিছিল

  • ৰুছোই
  • ফ্রয়ডে
  • ক'হলাৰে
  • থর্ণডাইকে

 

26. শিশু বিকাশ তলৰ কোনটোৰ সৈতে আন্তঃসম্বন্ধীয় নহয়

  • অভিৰোচণ
  • শিক্ষণ
  • পৃথকীকৰণ
  • এককীকৰণ

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. মনোযোগব বাহ্যিক কাৰণ নহয়

  • আগ্রহ
  • প্রবৃত্তি
  • আবেগ
  • ওপৰৰ এটাও নহয়

 

28. কেইটা বস্তুৰ ওপৰত একে সময়তে মনোযোগ প্রদান কৰিব পাৰি

  • এটা
  • দুটা
  • তিনিটা
  • অনির্ধাৰিত

 

29. মনোযোগক বিবেচনা কৰিব পাৰি

  • সচেতনতাৰ সামৰণি বুলি
  • সচেতনতাৰ বহিঃসীমা বুলি
  • সচেতনতাৰ কেন্দ্রবিন্দু বুলি
  • ওপৰৰ আটাইকেইটা


 30. "শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলোধৰণৰ আচৰণ আৰু ব্যক্তিত্ব সামৰি লয়।" এই কথাষাৰ কৈছিল

  • স্কীনাৰে
  • প্লেটোৱে
  • এৰিষ্টট'লে
  • পেষ্টালজীয়ে

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved