SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় "এছিড, ক্ষাৰক আৰু লৱণ" সম্পর্কিত MCQ Test - 1। এই পৰীক্ষাত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ সমাহাৰ, যি মাধ্যমিক পৰীক্ষাৰ বাবে সহায়ক হ'ব। এছিড, ক্ষাৰক আৰু লৱণৰ মৌলিক ধাৰণা, গুণাগুণ, প্ৰতিক্ৰিয়া আৰু উদাহৰণসমূহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা প্ৰশ্নোত্তৰ। SCERT অসম পাঠ্যক্ৰম অনুসৰি।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : এছিড ক্ষাৰক আৰু লৱণ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
এছিড ক্ষাৰক আৰু লৱণৰ OMR MCQ Question with Answer
1. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় (HSLC-2017)
(a) এন্টিবায়'টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজানুবাৰক
2. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো (HSLC-2018)
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয
3. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত HP হ'ব পাৰে (HSLC- 16, 18, 19)
(a) 1
(b) 4
(c) 5
(d) 10
4. এটা দ্রবই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্রিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত আছে (HSLC- 2019)
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
5. এটা দ্ৰৱই ৰঙা লিটমাছক নীলা কৰে। ইয়াৰ HP হ'ব পাৰে (HSLC-2022)
(a) 1
(b) 4
(c) 5
(d) 10
YouTube Channel
| Assam TET Academy | Subscribe Now |
6. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটো হ'ব (HSLC '15)
(a) NaCl
(b) HCl
(c) LiCl
(d) KCI
7. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত PH হ'ব পাৰে (HSLC 2016)
(a) 1
(b) 4
(c) 5
(d) 10
8. NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'ব
(a) 4ml
(c) 12ml
(b) 8ml
(d) 16ml
9. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়
(a) এন্টিবায় 'টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
10. অম্লত পোৱা যায়
(a) H+ আয়ন
(b) OH- আয়ন
(c) H+ আয়ন আৰু OH+ আয়ন
(d) - OH মূলক
11. তেতেলীত থকা জৈর এছিডবিধ হ'ল
(a) মিথানয়িক এছিড
(b) ছাইট্রিক এছিড
(c) টাৰটাৰিক এছিড
(d) লেক্টিক এছিড
12. ক্ষাৰক পানীত দ্রবীভূত হ'লে উৎপন্ন কৰা আয়নবিধ
(a) H+ আয়ন
(b) OH- আয়ন
(c) Na+ আয়ন
(d) H+ আৰু OH- আয়ন

13. প্রশমন বিক্রিয়াত উৎপন্ন হয়
(a) পানী
(b) এছিড
(c) ক্ষাৰক
(d) লৱণ আৰু পানী
14. তলৰ কোনটো প্রাকৃতিক সূচক
(a) হালধি
(b) ফেনলফথেলিন
(c) মিথাইল অৰেঞ্জ
(d) মিথাইল ৰেড
15. লঘু ছালফিউৰিক এছিডৰ বিক্রিয়া নকৰা ধাতুটো
(a) Na
(b) Mg
(c) Fe
(d) Ag
16. তলৰ কোনটো অম্ল - ক্ষাৰক সূচক নহয়
(a) হালধি
(b) লিটমাছ
(c) ভেনিলা
(d) মিথাইল অৰেঞ্জ
17. এছিডে ধাতুৰ লগত বিক্রিয়া কৰিলে উৎপন্ন হোৱা গেছটো
(a) হাইড্র'জেন
(b) অক্সিজেন
(c) নাইট্র'জেন
(d) ক্ল'ৰিণ
18. তলৰ কোনটো শুদ্ধ
(a) HCl + H₂O → H3O+ + Cl-
(b) HCl + H₂O → HO + HOCl+
(c) HCl + H₂O → H3O- + Cl+
(d) HCl + H₂O → HOH+ + Cl+
19. প্ৰশম লৱণৰ HP ৰ মান
(a) 6
(b) 6.7
(c) 7.4
(d) 10
20. বিশুদ্ধ পানীৰ HP ৰ মাত্রা প্রায়
(a) 5
(b) 6
(c) 8
(d) 7
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
21. তলৰ কোনটো ব্লিছিং পাউদাৰ
(a) Ca(OH)2
(b) CaOCl2
(c) NaHCO3
(d) Na₂CO3
22. জিপছামৰ ৰাসায়নিক সংকেত
(a) Na₂CO3
(b) CaSO4
(c) CaSO4.2H₂O
(d) CaOCl2
23. তলৰ কোনটো মৌলই আম্লিক অক্সাইড উৎপন্ন কৰে
(a) P
(b) Mg
(c) Na
(d) Al
24. তলৰ কোনটো তীব্র এছিড
(a) HCl(aq)
(b) H₂CO3(aq)
(c) H₂C₂O4(aq)
(d) মিথানয়িক এছিড
25. তলত দিয়া পদাৰ্থবোৰৰ পৰা ক্ষাৰকটো বাছি উলিওৱা
(a) কমলাৰ ৰস
(b) তেতেলী পানী
(c) জঠৰ ৰস
(d) আমলখিৰ ৰস
26. H3O আয়নটোক ........ আয়ন বুলি কোৱা হয়
(a) অক্সিনিয়াম
(b) কার্বনিয়াম
(c) ক্লৰ 'নিয়াম
(d) হাইড্র নিয়াম
27. নেমু-টেঙাত .......... এছিড থাকে
(a) ছাইট্রিক
(b) লেকটিক
(c) টাৰটেৰিক
(d) ওপৰৰ এটাও
28. ৰঙা পৰুৱাত ............. এছিড থাকে
(a) ছাইট্রিক
(b) লেকটিক
(c) মিথানয়িক
(d) ওপৰৰ এটাও নহয়
29. আটাইবোৰ ক্ষাৰক ........... নহয়
(a) গোটা
(b) এলকালি
(c) পণীয়া
(d) ওপৰৰ এটাও নহয়
30. এছিডে নীলা লিটমাছ .............. কৰে
(a) নীলা
(b) হালধীয়া
(c) বগা
(d) ৰঙা
| Prev | 1 2 3 . . . . . | Next | ||
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved