Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

এছিড ক্ষাৰক আৰু লৱণ : MCQ Paper - 2

SCERT অসম দশম শ্ৰেণীসাধাৰণ বিজ্ঞানৰ অধ্যায় "এছিড, ক্ষাৰক আৰু লৱণ" সম্পর্কিত MCQ Test - 2। এই পৰীক্ষাত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ সমাহাৰ, যি মাধ্যমিক পৰীক্ষাৰ বাবে সহায়ক হ'ব। এছিড, ক্ষাৰক আৰু লৱণৰ মৌলিক ধাৰণা, গুণাগুণ, প্ৰতিক্ৰিয়া আৰু উদাহৰণসমূহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা প্ৰশ্নোত্তৰ। SCERT অসম পাঠ্যক্ৰম অনুসৰি।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

Chapter : এছিড ক্ষাৰক আৰু লৱণ

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

এছিড ক্ষাৰক আৰু লৱণৰ OMR MCQ Question with Answer

   SEBA শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, এছিড ক্ষাৰক আৰু লৱণ, অধ্যায় - ২ । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SEBA পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।

 

31. মৃদু পানীবোৰত দ্ৰৱীভূত CO2 থাকে কাৰণে .............. হয়

(a) আম্লিক
(b) ক্ষাৰকীয়
(c) প্রশমিত
(d) ওপৰৰ এটাও নহয়

 

32. এছিডে ক্ষাৰক বা এলকালিৰ সৈতে বিক্রিয়া কৰি .............. আৰু পানী উৎপন্ন কৰে

(a) এচিড
(b) ক্ষাৰক
(c) হাইড্রজেন
(d) লৱণ

 

33. ক্ষাৰকে ........... লিটমাছৰ বৰণ নীলা কৰে

(a) নীলা
(b) ৰঙা
(c) বগা
(d) ওপৰৰ এটাও নহয়

 

34. লিটমাছ প্রশম মাধ্যমত .......... বৰণৰ

(a) বেঙুণীয়া
(b) ৰঙা
(c) নীলা
(d) বগা

 

35. ফেনলফথেলিন ক্ষাৰকীয় মাধ্যমত ............. বৰণ

(a) বেঙুণীয়া
(b) গুলপীয়া
(c) নীলা
(d) ৰঙা

 

YouTube Channel

Assam TET Academy Subscribe Now

 

 

36. আটাইবোৰ ধাতুৰে ............ পদার্থ

(a) জাৰক
(b) গোটা
(c) প্রশমিত
(d) বিজাৰক

 

37. প্রশম ধর্মী দ্ৰৱৰ pH .............

(a) 7
(b) 8
(c) 5
(d) 6

 

38. ছডিয়াম ক্ল'ৰাইডৰ জলীয় দ্রৱক ............... বোলে

(a) ছ'ড়া
(b) ক্লৰিণ
(c) ব্রাইন
(d) ওপৰৰ এটাও নহয়

 

38. Na2CO3.10H2O ক .......... ছ'ড়া বোলা হয়

(a) কাপোৰ ধোৱা
(b) ঔদ্যোগিক
(c) ঘৰুৱা
(d) ওপৰৰ এটাও নহয়

 

39. জিপছামৰ সংকেত হ'ল .............. 2H2O

(a) CuSO42H₂O
(b) Cu₂SO₄2H₂O
(c) 2CuSO42H₂O
(d) CuSO32H₂O

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

40. যিবোৰ ৰাসায়নিক পদার্থই জলীয় দ্রবত  ........... আয়ন মুক্ত কৰে সেই পদার্থবোৰক এছিড বা অম্ল বোলে

(a) অক্সিজেন
(b) হাইড্র'জেন
(c) কার্বন
(d) ওপৰৰ এটাও নহয

 

41. ফেনলফ্থেলিন এটা ............. সূচক আৰু ইয়াৰ বৰণ ............  দ্ৰৱত গুলপীয়া

(a) ক্ষাৰকীয়, সংশ্লোষিত
(b) ক্ষাৰকীয়, প্রশমিত
(c) সংশ্লেষিত, প্রশমিত
(d) সংশ্লেষিত, ক্ষাৰকীয়

 

42. জলীয় দ্রৱত ছালফিউৰিক এছিডে ........... আৰু ........... আয়ন মুক্ত কৰে

(a) হাইড্র'জেন, ছালফেট
(b) অক্সিজেন, ছালফেট
(c) হাইড্রজেন, অক্সিজেন 
(d) ছালফেট, হাইড্রজেন

 

43. ছিলভাৰ নাইট্রেটৰ দ্রৱত কপাৰৰ পাত এখন ডুবালে ............ মুক্ত হয়। এই বিক্রিয়াত কপাৰে ........... হিচাপে কাম কৰে

(a) জাৰক, ছিলভাৰ
(b) ছিলভাৰ, জাৰক
(c) নাইট্রেট, বিজাৰক 
(d) ছিলভাৰ, বিজাৰক

 

44. জাৰণ-বিজাৰণ বিক্রিয়াত জাৰক পদার্থ ............. হয় আৰু বিজাৰক পদার্থহ ........... দান কৰে

(a) বিজাৰিত, ইলেক্ট্র'ন
(b) জাৰিত, ইলেক্ট্র'ন
(c) বিজাৰিত, প্ৰ'টন
(d) ওপৰৰ এটাও নহয়

 

 

45. কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ'ডিয়ামৰ যৌগটোৰ নাম লিখা (HSLC 2016)

(a) ছডিয়াম কার্বনেট
(b) ছডিয়াম নাইট্রেট
(c) ছডিয়াম অক্সাইড
(d) ছডিয়াম বাইকার্বনেট

 

46. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি

(a) ছ'ডা
(b) ফেনাইল
(c) ব্লিচিং পাউদাৰ
(d) বেনজিন

 

47. ক্ল'ৰিণৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা

(a) কেলছিয়াম অক্সাইড
(b) কেলছিয়াম ক্লৰাইড
(c) কেলছিয়াম কার্বনেট
(d) কেলছিয়াম হাইড্রক্সাইড

 

48. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা

(a) ছডিয়াম ক্লৰাইড
(b) ছডিয়াম কার্বনেট
(c) ছডিয়াম হাইড্রক্সাইড
(d) ছডিয়াম অক্সাইড

 

Prev 1      2     3     . . . . . Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved