SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায়ৰ পৃষ্ঠা ৬ ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : MCQ Test - 3
31. বগা ছিলভাৰ ক্ল'ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব
(a) বগা
(b) মটীয়া
(c) ৰঙা
(d) হালধীয়া
32. তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য
(a) অৱস্থাৰ পৰিৱৰ্তন
(b) ৰঙৰ পৰিৱৰ্তন
(c) গেছৰ উদ্ভৱ
(d) ওপৰৰ আটাইকেইটা
33. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়
(a) CaO + H₂O -----→ Ca(OH)2
(b) C + O₂ ----→ СО₂
(c) CH4 +20₂ ---→ CO2 + 2H2O
(d) 2H2 + O2 -----→ 2H₂O
34. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) তাপবর্জী
35. তলৰ কোনটো সমীকৰণ সমতুল
(a) 2Na + 2HCl → 2NaCl + H₂
(b) Mg + 2H₂SO₄ → MgSO₄ + H₂
(c) CaO + HCl → CaCl₂ + H₂O
(d) CuO + HCl → CuCl₂ + H₂O
YouTube Channel
| Assam TET Academy | Subscribe Now |
36. বিশ্লেষণ বিক্রিয়াটো বাছি উলিওৱা
(a) 2HgO ...∆..→ 2Hg + O₂
(b) 2H₂O2 ...∆..→ 2Н2О + O2
(c) CaCO3 ...∆..→ CaO + CO₂
(d) 2H₂ + O2 ...∆..→ 2H₂O
37. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া
(a) 2AgCl ----→ 2Ag + CL2
(b) 2H2O -----→ 2H2 + O2
(c) 2AgBr -----→ 2Ag + Br2
(d) CaCO3 -------→ CaO + CO₂
38. এটা জকা সমীকৰণ সত্তলিত কৰাৰ ভিত্তি হ'ল
(a) শক্তিৰ সংৰক্ষণৰ সূত্র
(b) স্থিৰানুপাত বিধি
(c) ভৰৰ নিত্যতা বিধি
(d) ওপৰৰ এটাও নহয়
40. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
(a) সংযোজন
(b) অপসৰণ
(c) বিযোজন
(d) তাপবর্জী

41. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ'ল
(a) মেগনেছিয়াম কার্বনেট
(b) মেগনেছিয়াম নাইট্রেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্রক্সাইড
42. পোৰা চুণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-
(a) সংযোজন
(b) বিযোজন
(c) তাপবর্জী
(d) (a) আৰু (c)
43. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ-
(a) সংযোজন।
(b) বিয়োজন।
(c) অপসাৰণ।
(d) তাপবর্জী।
44. তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে-
(a) অপসাৰণ।
(b) বিয়োজন।
(c) দ্বিঅপসাৰণ।
(d) সংযোজন।
45. xPb(NO3)2 ------→ yPbO + zNO2 + O2 - এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আবু z ৰ মানবোৰ ক্রমে-
(a) 2, 3, 4
(b) 2, 2, 4
(c) 2, 2, 2
(d) 3, 2, 4
46. তলৰ কোনটো বিক্রিয়া ক'লা - বগা ফটোগ্রাফীত ব্যবহৃত হয়
(a) Fe + CuSO4 -----→ FeSO4 + Cu
(b) 2AgBr -------→ 2Ag2 + Br2
(c) 2H2O ------→ 2H₂ + O2
(d) 2Pb(NO3)2 ------→ 2PbO + 4NO2 + O2
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
47. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ
(i) লেড বিজাৰিত হৈছে
(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে
(iii) কার্বন জাৰিত হৈছে
(iv) লেড অক্সাইড বিজাৰিত হৈছে
শুদ্ধ বিকল্পটো হ'ল
(a) (i) আৰু (ii)
(b) (i) আৰু (ii)
(c) (i), (ii) আৰু (iii)
(d) সকলো
48. MnO2 +4HCI → MnCl2 + 2H2O + Cl2 - এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
(a) HCI, MnO2
(b) MnO2, HCI
(c) HCI, MnCl2
(d) MnO2, Cl2
49. কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ বা হাইড্ৰ'জেন যোগ কৰা বিক্ৰিয়াক কি বোলা হয়
(a) জাৰণ
(b) বিজাৰণ
(c) দ্বি-অপসাৰণ
(d) সংযোজন
50. তলত দিয়াবোৰৰ কোনটো ৰেডক্স বিক্রিয়া
(i) H₂S + Cl₂ → 2HCl + S
(ii) CuO + H₂ → Cu + H₂O
(iii) SO₂ + H₂S → 2H₂O + 3S
(iv) MnO2 + 4HCl → MnCl2 + 2H₂O + Cl
(a) (i), (ii), (iii)
(b) (ii), (iii), (iv)
(c) (i), (ii), (iv)
(d) (i), (ii), (iii), (iv)
51. তলৰ বিক্ৰিয়াটোত কোনবিধ পদাৰ্থৰ জাৰণ ঘটিছে
H2S + Cl2 → 2HCl + S
(a) H2S
(b) Cl2
(c) H2S, Cl2
(d) ওপৰৰ এটাও নহয
52. যি ৰাসায়নিক বিক্রিয়াত তাপ উদ্ভব হয় তাক .................. বুলি কোৱা হয়
(a) তাপৰোধক
(b) তাপশোষক
(c) তাপবর্জী
(d) ওপৰৰ এটাও নহয়
53. Fe₂O3 + 2Al → Al2O3 + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসাৰণ বিক্ৰিয়াৰ
54. তলৰ কোনটো অসমতুল সমীকৰণ
(a) 2H₂ + O2 → 2H₂O
(b) Fe + H₂O → Fe3O4 + H₂
(c) Fe + 4H2O → Fe3O4 + H₂
(d) 2Na + 2H2O → 2NaOH + H₂
55. দ্বিবিযোজন বিক্রিয়াটো বাছি উলিওৱা
(a) কার্বনে বায়ুত জ্বলি কার্বন-ডাই-অক্সাইড উৎপন্ন কৰে
(b) ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ আৰু বেৰিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱৰ বিক্ৰিয়াত বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইড উৎপন্ন হয়
(c) জিংক আৰু কপাৰ ছালফেটৰ বিক্ৰিয়াত জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়
(d) জিংক অক্সাইড আৰু কাৰ্বনৰ বিক্ৰিয়াত জিংক আৰু কার্বন মন'ক্সাইড উৎপন্ন হয়
56. CuO + H₂ → Cu + H₂O এই সমীকৰণত কোনবিধ পদাৰ্থৰ বিজাৰণ হয়
(a) CuO
(b) H2
(c) Cu
(d) H₂O
57. তলৰ কোনটো তাপবর্জী বিক্রিয়া
(a) A + B → C + D
(b) A + B → C + D + তাপ
(c) A + B → C + D - তাপ
(d) A + B + তাপ → C + D
58. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়
(a) হাইড্র'জেন গেছ আৰু আইৰণ ক্লাইড উৎপন্ন হয়
(b) ক্লৰিণ গেছ আৰু আইৰণ হাইড্র 'ক্সাইড উৎপন্ন হয়
(c) বিক্রিয়া নঘটে
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়
59. সংযোজন বিক্রিয়াটো বাছি উলিওৱা
(a) পানীৰ বিদ্যুৎ বিশ্লেষণ
(b) কার্বন বায়ুত দাহিত কৰিলে
(c) জিংক আৰু কপাৰ ছালফেটৰ বিক্রিয়া
(d) লোৰ গজাল কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে
60. যিবোৰ বিক্রিয়াত এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ পৰিণত হয় তাক ................... বোলে
(a) বিশ্লেষণ
(c) সংযোজন
(b) বিয়োজক
(d) বিভংগন
| Prev | 2 3 4 . . . . . | Next | ||
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved