Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : MCQ Paper - 2

SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায়ৰ 1 ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

Chapter : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।

পাঠ্যক্ৰম আৰু পাঠ্যপুথি
     
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে

  • অসমীয়া : এই বিষয়ত অসমীয়া সাহিত্য, ব্যাকৰণ আৰু ৰচনা অন্তৰ্ভুক্ত থাকে।  
  • ইংৰাজী : ইংৰাজী ভাষাৰ সাহিত্য আৰু ব্যাকৰণৰ অধ্যয়ন কৰা হয়।  
  • গণিত : বাস্তৱ সংখ্যা, বহুপদ, ত্ৰিকোণমিতি, স্থানাংক জ্যামিতি, বৃত্ত, পৰিসংখ্যা আদি অধ্যায় অন্তৰ্ভুক্ত।  
  • বিজ্ঞান : ৰসায়ন, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ বিভিন্ন অধ্যায় অন্তৰ্ভুক্ত।  
  • সমাজ বিজ্ঞান : ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰা হয়।  
  • উচ্চ গণিত : সিদ্বান্ত, সমীকৰণ, পৰিসংখ্যা, কেলকুলাছ, আৰু আন বহু কিছু। শিক্ষাৰ্থীসকলৰ বাবে প্রস্তুতি আৰু পাঠ্যসূচীসহ পাঠ্যবইৰ সহজ ব্যাখ্যা।

প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ। 

SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান সমাধান
  1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
2. এছিড ক্ষাৰক আৰু লৱণ
3. ধাতু আৰু অধাতু
4. কাৰ্বন আৰু তাৰ যৌগ
5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
6. জীৱন প্ৰক্ৰিয়া
7. নিয়ন্ত্ৰণ আৰু সমন্বয়
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
9. বংশগতি আৰু ক্ৰমবিকাশ
10. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
12. বিদ্যুৎ
13. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া 
14. শক্তিৰ উৎসসমূহ 
15. আমাৰ পৰিৱেশ 
16. প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা
 
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান
  HSLC ২০১৬ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৭ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৮ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০১৯ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২০ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২১ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২২ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৩ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৪ বিজ্ঞানৰ প্ৰশ্নকাকত
  HSLC ২০২৫ বিজ্ঞানৰ প্ৰশ্নকাকত

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : MCQ Test - 2

   SCERT শ্ৰেণী দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায়ৰ বাবে বিস্তৃত সমাধান অন্বেষণ কৰক, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, অধ্যায় - ১ । ছেটৰ ধাৰণাসমূহ আয়ত্ত কৰিবলৈ বিশদ ব্যাখ্যা আৰু পদক্ষেপ-দ্বাৰা-পদক্ষেপ নিৰ্দেশনা লাভ কৰক। SCERT পাঠ্যক্ৰমৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত।

 

61. যিবোৰ ৰাসায়নিক বিক্রিয়াত অক্সিজেন যোগ, হাইড্ৰ'জেন অপসাৰণ হয় সেই বিক্ৰিয়াবোৰক ............. বিক্রিয়া বুলি কোৱা হয়

(a) জাৰণ
(b) বিজাৰণ
(c) অপসাৰণ
(d) ওপৰৰ এটাও নহয

 

62. জাৰণ বিজাৰণ বিক্রিয়াত জাৰক পদার্থ ......... হয় আৰু বিজাৰক পদার্থ ............. হয়

(a) জাৰিত, বিজাৰিত
(b) বিজাৰিত, জাৰিত
(c) বিজাৰিত, অপসাৰিত
(d) অপসাৰিত, জাৰিত

 

63. 3Fe + 4H2O → ..... + 4H2

(a) Fe₂O3
(b) Fe₂O4
(c) FeO
(d) Fe3O4

 

64. ৰেডক্স বিক্ৰিয়া আৰু সংযোজন বিক্রিয়া দেখুওৱা এটা বিক্ৰিয়াৰ উদাহৰণ দিয়া

(a) Na + O₂ → Na₂O
(b) 4Na + O2  →  Na₂O
(c) Na + 2O2  →  4Na₂O 
(d) 4Na + O2  →  2Na₂O


65. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে 
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্রণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ'ল

(a) (i), (iii)
(b) (ii), (iii)
(c) (i), (iii), (iv)
(d) কেৱল (iv)

 

YouTube Channel

Assam TET Academy Subscribe Now

 

66. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) তাপগ্রাহী।
(b) তাপবর্জী।
(c) সংযোজন।
(d) অধঃক্ষেপণ।


67. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ'ল-

(a) মেগনেছিয়াম কার্বনেট।
(b) মেগনেছিয়াম নাইট্রেট।
(c) মেগনেছিয়াম অক্সাইড।
(d) মেগনেছিয়াম হাইড্র'ক্সাইড।

 

68. পোৰা চুনে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ -

(a) সংযোজন।
(b) বিয়োজন।
(c) তাপবর্জী।
(d) (a) আৰু (c)


69. চূণশীল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-

(a) সংযোজন।
(b) বিয়োজন।
(c) অপসাৰণ
(d) তাপবর্জী।


70. ছিলভাৰ ব্ৰ'মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ-

(a) বিয়োজন।
(b) সংযোজন।
(c) তাপগ্রাহী।
(d) (a) আৰু (c)

 

 

SEBA Class 10 in Assamese Medium

English অসমীয়া গণিত
বিজ্ঞান সমাজ উচ্চ গণিত
E.Grammar অ. ব্যাকৰণ

 

 

71. Fe2O3 +2A1 --------→
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ


72. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(s) ----→ 2Pb(s) + CO2(g)
(i) লেড বিজাৰিত হৈছে।
(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে।
(iii) কাৰ্বন জাৰিত হৈছে।
(iv) লেড অক্সাইড বিজাৰিত হৈছে।

(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (i), (ii) আৰু (iii)
(d) সকলো


73. Fe2O3 + 2Al -----→ Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

  • (a) এটা সংযোজন বিক্ৰিয়াৰ
    (b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ
    (c) এটা বিযোজন বিক্রিয়াৰ
    (d) এটা অপসবণ বিক্রিয়াৰ

74. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

 

Prev 1      2     3     . . . . . Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
Asaam TET-GT Assam TET-PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved