SEBA Class 10 HSLC 2022 সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত সমাধান – সম্পূৰ্ণ উত্তৰসমূহ আৰু ব্যাখ্যা। 2022 HSLC সমাজ বিজ্ঞানৰ প্রশ্ন আৰু সমাধান PDF ডাউনলোড কৰক। অসমৰ শিক্ষাৰ্থীৰ বাবে শ্রেষ্ঠ অধ্যয়ন সহায়িকা।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
HSLC Question Paper - 2022
| SOCIAL SCIENCE | ||
| Full Marks : 90 | Time : 3 hours | |
| (The figures in the margin indicate full marks for the questions) | ||
'ক' শাখা
| 1. তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা - | 1x8=8 |
(a) ব্রিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল - (HSLC - 2022)
(i) ফেব্ৰুৱাৰী, ১৯৪৭
(ii) জুলাই, ১৯৪৭
(iii) জুন, ১৯৪৭
(iv) মার্চ, ১৯৪৭
(b) অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল - (HSLC - 2022)
(i) মণিৰাম দেৱান
(ii) পিয়লি বৰুৱা
(iii) মহাত্মা গান্ধী
(iv) আনন্দৰাম ঢেকিয়াল ফুকন
(c) ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল - (HSLC - 2022)
(i) কুলধৰ চলিহা
(ii) গোপীনাথ বৰদলৈ
(iii) নবীন চন্দ্ৰ বৰদলৈ
(iv) বিষ্ণুৰাম মেধি
(d) কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল - (HSLC - 2022)
(i) ৰাজেশ্বৰ সিংহ
(ii) চক্রধ্বজ সিংহ
(iii) চন্দ্রকান্ত সিংহ
(iv) ৰুদ্ৰ সিংহ
(e) তলৰ কোনটো এটা অজীবীয় সম্পদ - (HSLC - 2022)
(i) বায়ু
(ii) ভেকুৰ
(iii) বেক্টেৰিয়া
(iv) শস্য
(f) তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় - (HSLC - 2022)
(i) কার্বন ডাইঅক্সাইড
(ii) অ'য'ন
(iii) মিথেন
(iv) নাইট্রাছ অক্সাইড
(g) তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম - (HSLC - 2022)
(i) ভাৰত মহাসাগৰ
(ii) আটলান্টিক মহাসাগৰ
(iii) প্রশান্ত মহাসাগৰ
(iv) দক্ষিণ মহাসাগৰ
(h) ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ 'কেবিনেট মিছন' পঠিয়াইছিল - (HSLC - 2022)
(i) ১৯৩৫ চনৰ আগষ্ট মাহত
(ii) ১৯৪৫ চনৰ জুলাই মাহত
(iii) ১৯৪৬ চনৰ মাৰ্চ মাহত
(iv) ১৯৪৭ চনৰ আগষ্ট মাহত
| বিজ্ঞানৰ Previous Year Question Paper Solve | |
| HSLC 2016 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2017 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2018 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2019 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2020 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2021 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2022 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2023 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2024 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2025 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
YouTube Channel
| Assam TET Academy | Subscribe Now |
| দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ OMR MCQ Test Series | |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-01 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-02 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-03 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-04 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-05 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-06 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-07 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-08 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-09 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-10 |
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | সাধাৰণ গণিত |
| সাধাৰণ বিজ্ঞান | সমাজ বিজ্ঞান | উচ্চ গণিত |
| IT | E. Grammar | অসমীয়া ব্যাকৰণ |

SCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G. Science | Social Science | Adv. Maths |
| IT | E. Grammar | A. Grammar |
| সমাজ বিজ্ঞানৰ Previous Year Question OMR MCQ Test | |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2016 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2017 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2018 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2019 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2020 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2021 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2022 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2023 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2024 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2025 | Click |

| HSLC Final সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান | ||||
| 2016 | 2017 | 2018 | 2019 | 2020 |
| 2021 | 2022 | 2023 | 2024 | 2025 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved