SEBA Class 10 HSLC 2023 সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত সমাধান – সম্পূৰ্ণ উত্তৰসমূহ আৰু ব্যাখ্যা। 2023 HSLC সমাজ বিজ্ঞানৰ প্রশ্ন আৰু সমাধান PDF ডাউনলোড কৰক। অসমৰ শিক্ষাৰ্থীৰ বাবে শ্রেষ্ঠ অধ্যয়ন সহায়িকা।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
HSLC Question Paper - 2023
| SOCIAL SCIENCE | ||
| Full Marks : 90 | Time : 3 hours | |
| (The figures in the margin indicate full marks for the questions) | ||
'ক' শাখা
| 1. তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা - | 1x10=10 |
(i) কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল - (HSLC - 2023)
(a) লর্ড কার্জন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) ৰবাৰ্ট ক্লাইভ
(d) লর্ড ৱাৰেন হেষ্টিংচ
(ii) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল - (HSLC - 2023)
(a) শ্বাহ আলম আৰু লর্ড কার্জনৰ মাজত
(b) বাহাদুৰ শ্বাহ আৰু লর্ড কার্জনৰ মাজত
(c) শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত
(d) বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত
(iii) ৰাওলাট আইন প্রণয়ন কৰা হৈছিল - (HSLC - 2023)
(a) ১৯১৬ চনত
(c) ১৯১৮ চনত
(b) ১৯১৭ চনত
(d) ১৯১৯ চনত
(iv) ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল - (HSLC - 2023)
(a) টিকেন্দ্রজিতে
(b) শম্ভুধন কছাৰীয়ে
(c) উকিয়াং নংবাহে
(d) পিয়লি ফুকনে
(v) উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল - (HSLC - 2023)
(a) ডিব্রুগড় বিশ্ববিদ্যালয়
(b) অসম বিশ্ববিদ্যালয়
(c) গুৱাহাটী বিশ্ববিদ্যালয়
(d) তেজপুৰ বিশ্ববিদ্যালয়
(vi) তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্যবিধ হ'ল - (HSLC - 2023)
(a) কথাকলি
(c) কথক
(b) কুচিপুডী
(d) ভাৰতনাট্যম
(vii) তলৰ কোনটো প্রাথমিক বৃত্তি নহয় - (HSLC - 2023)
(a) মাছধৰা
(b) বনজ সম্পদ আহৰণ
(c) শিল্পোৎপাদন প্রক্রিয়া
(d) কৃষিকর্ম
(viii) তলৰ কোনটো 'সম্পদ'ৰ ক্ষেত্ৰত প্রযোজ্য নহয় - (HSLC - 2023)
(a) হস্তান্তৰ কৰিব নোৱাৰি
(b) বজাৰ মূল্য নাই
(c) মানৱ জাতিৰ কল্যাণ হয়
(d) উপকাৰ, অপকাৰ দুয়োটা হ'ব পাৰে
(ix) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান - (HSLC - 2023)
(a) 0.0035%
(b) 0.035%
(c) 0.35%
(d) 3.35%
(x) তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে - (HSLC - 2023)
(a) আর্গন
(b) কার্বন মন 'ক্সাইড
(c) নাইট্র'জেন
(d) চালফাৰ ডাই-অক্সাইড
| বিজ্ঞানৰ Previous Year Question Paper Solve | |
| HSLC 2016 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2017 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2018 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2019 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2020 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2021 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2022 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2023 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2024 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| HSLC 2025 সমাজ বিজ্ঞানৰ প্রশ্ন | সমাধান |
| 2. শুদ্ধ উত্তৰটো বাছি উলিওৱা - | 1x10=10 |
(i) ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে - (HSLC - 2023)
(a) 2.39%
(b) 2.79%
(c) 2.60%
(d) 3.6%
(ii) অসমলৈ ঘটা প্রথমটো জনস্রোত আছিল - (HSLC - 2023)
(a) অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল
(b) তিব্বতীয়-বর্মন ভাষা কোৱা মংগোলীয় সকল
(c) আহোমসকল
(d) কোচ ৰাজবংশীয় লোকসকল
(iii) ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্রস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ'ল - (HSLC - 2023)
(a) সার্বভৌম, গণৰাজ্য, ঐক্য
(b) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য
(c) গণতান্ত্রিক, গণৰাজ্য, ঐক্য
(d) ধৰ্মনিৰপেক্ষ, সার্বভৌম, ঐক্য
(iv) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল পাঁচ (৫)। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেট ব্রিটেইন, ফ্রান্স, চীন। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে - (HSLC - 2023)
(a) ভাৰত
(c) নেপাল
(b) ৰাছিয়া
(d) পাকিস্তান
(v) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে - (HSLC - 2023)
(i) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
(ii) সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল।
উপৰোক্ত উক্তি দুটাৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বিকল্পটি হ'ল
(a) (i) আৰু (ii) উভয়ে শুদ্ধ
(b) (i) আৰু (ii) উভয়ে অশুদ্ধ
(c) কেবল (i) শুদ্ধ
(d) কেবল (ii) শুদ্ধ
(vi) ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন - (HSLC - 2023)
(a) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(b) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(c) উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(d) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(vii) তলত উল্লেখ কৰা কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্র উদ্যোগখণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনৰপৰা কাৰ্যকৰী কৰা হৈছিল - (HSLC - 2023)
(a) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD)
(b) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI)
(c) আঞ্চলিক গ্রাম্য বেংক (RRBs)
(d) ভাৰতীয় জীৱন বীমা নিগম (LICI)
(viii) মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পর্যায় হ'ল - (HSLC - 2023)
(a) কাগজী মুদ্রা → ধাতু মুদ্রা → অমুদ্রিত ধাতুমান → জন্তুমান → বিনিময় প্রথা
(b) বিনিময় প্রথা → জন্তুৰ মান → অমুদ্রিত ধাতুমান → ধাতু মুদ্রা → কাগজী মুদ্রা
(c) বিনিময় প্রথা → কাগজী মুদ্রা → অমুদ্রিত ধাতুমান → জন্তুৰ মান → ধাতু মুদ্রা
(d) জন্তুমান → অমুদ্রিত ধাতুমান → ধাতু মুদ্রা → বিনিময় প্রথা → কাগজী মুদ্রা
(ix) ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হ'ল - (HSLC - 2023)
(a) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ
(b) ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰী
(c) ১ মাৰ্চৰ পৰা ২৮/২৯ ডিচেম্বৰলৈ
(d) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ
(x) তলৰ বিকল্পবোৰৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অর্থনীতিৰ প্রধান লক্ষ্যসমূহ চিনাক্ত কৰা। - (HSLC - 2023)
(i) আর্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা
(ii) আত্ম নিৰ্ভৰশীলতা অর্জন
(iii) অর্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা
(iv) দৰিদ্ৰতা নির্মূল কৰা
(a) (i), (ii), (iv)
(b) (i), (ii), (iii), (iv)
(c) (i), (iii), (iv)
(d) (i), (ii), (iii)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| 3. তলত দিয়া প্ৰশ্ন সমূহৰ চমুকৈ উত্তৰ দিয়া - | 1x10=10 |
...........................................
(i) ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। - (HSLC - 2023)
(ii) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল - (HSLC - 2023)
(iii) 'জোনাকী' কাকতৰ প্ৰথম সম্পাদক কোন আছিল - (HSLC - 2023)
(iv) 'অর্থশাস্ত্র' কোনে ৰচনা কৰিছিল - (HSLC - 2023)
(v) পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰখনৰ নাম লিখা - (HSLC - 2023)
(vi) অসমৰ আটাইতকৈ সেৰেঙা বসতিৰ জিলাখনৰ নাম লিখা - (HSLC - 2023)
(vii) অসমৰ কোনবিধ সূতা 'সোণালী সুতা' ৰূপে পৃথিৱী বিখ্যাত - (HSLC - 2023)
(viii) ভাৰতবৰ্ষত সংবিধান প্রস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল - (HSLC - 2023)
(ix) চলিত আমানত কাক বোলে - (HSLC - 2023)
(x) নীতি (NITI) আয়োগৰ অধ্যক্ষ কোন - (HSLC - 2023)
| দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ OMR MCQ Test Series | |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-01 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-02 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-03 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-04 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-05 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-06 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-07 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-08 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-09 |
| সমাজ বিজ্ঞানৰ OMR MCQ Paper | Test-10 |
| 4. বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা - | 1x10=10 |
(i) পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ .......... অধিৱেশনত। - (HSLC - 2023)
(a) কৰাচী
(b) মাদ্রাজ
(c) কলিকতা
(d) লাহোৰ
(ii) ফুলগুৰি ধাবা বিদ্রোহত ৰাইজৰ নিহত হোৱা ইংৰাজ বিষয়াজন আছিল - (HSLC - 2023)
(a) লেফটেনেন্ট ছিংগাৰ
(b) মেককেবে
(c) জে.ডি এণ্ডাৰছন
(d) হার্বার্ট স্কন্স
(iii) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ............. তাৰিখে পালন কৰা হয় - (HSLC - 2023)
(a) ২১ জুন
(b) ৫ জুন
(c) ২৭ জুন
(d) ৩০ জুন
(iv) বিশ্ব পৰিৱেশ দিবস -তাৰিখে পালন কৰা হয় - (HSLC - 2023)
(a) ২২ মার্চ
(b) ২২ এপ্রিল
(c) ৫ জুন
(d) ৫ চেপ্তেম্বৰ
(v) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নির্ধাৰণ কৰিছে .............. - (HSLC - 2023)
(a) লোহিত সাগৰে
(b) পানামা খালে
(c) ভূমধ্য সাগৰে
(d) ইউৰাল পর্বতে
(vi) অসমৰ মুঠ মাটিকালি ............. বর্গ কি.মি. - (HSLC - 2023)
(a) ৭৮,৪৩৮
(b) ৭৮,৪২৮
(c) ৭৮,৪৫৮
(d) ৭৮,৪৪৮
(viii) ১৯৪৫ চনৰ অক্টোবৰৰ ......... তাৰিখে 'ৰাষ্ট্ৰসংঘ'ৰ জন্ম হৈছিল - (HSLC - 2023)
(a) ২১
(b) ২২
(c) ২৩
(d) ২৪
(viii) .......... মুদ্ৰাৰ এক বৈশিষ্ট্য নহয়। - (HSLC - 2023)
(a) সাধাৰণ গ্রহণযোগ্যতা
(b) পূর্ণ সাদৃশ্যতা
(c) তাৰল্য গুণ
(d) সহজে নষ্ট হ'ব পৰা গুণ
(ix) ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সূচনা হৈছিল ........... চনত - (HSLC - 2023)
(a) ১৯৪৮
(b) ১৯৪৯
(c) ১৯৫০
(d) ১৯৫১
(x) যি প্রক্রিয়াত অর্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্রক্রিয়াক ........... বোলে - (HSLC - 2023)
(a) বাণিজ্যিকীকৰণ
(b) গোলকীকৰণ
(c) বিত্তীয় অন্তর্ভুক্তিকৰণ
(d) উদাৰীকৰণ
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | সাধাৰণ গণিত |
| সাধাৰণ বিজ্ঞান | সমাজ বিজ্ঞান | উচ্চ গণিত |
| IT | E. Grammar | অসমীয়া ব্যাকৰণ |
| 5. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা | 1x5=5 |
(i) গান্ধীৰ দণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ'ল লীলাধৰ বৰুৱা।
(a) শুদ্ধ
(b) Fঅশুদ্ধ
(ii) 'হস্তীবিদ্যার্ণৱ' পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল।
(a) শুদ্ধ
(b) অশুদ্ধ
(iii) পৃথিৱীৰ দীর্ঘতম পৰ্বতশ্ৰেণীৰ নাম হ'ল এণ্ডিজ পর্বতমালা
(a) শুদ্ধ
(b) অশুদ্ধ
(iv) CTBT-ৰ সম্পূৰ্ণ সাম্প্রতিক ৰূপটো হৈছে Comprehensive Test Block Treaty |
(a) শুদ্ধ
(b) অশুদ্ধ
(v) দেশ এখনত কাগজী মুদ্রা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ।
(a) শুদ্ধ
(b) অশুদ্ধ

SCERT Class 10 in English Medium
| English | Assamese | Mathematics |
| G. Science | Social Science | Adv. Maths |
| IT | E. Grammar | A. Grammar |
| সমাজ বিজ্ঞানৰ Previous Year Question OMR MCQ Test | |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2016 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2017 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2018 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2019 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2020 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2021 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2022 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2023 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2024 | Click |
| HSLC সমাজ বিজ্ঞানৰ OMR MCQ - 2025 | Click |

| HSLC Final সমাজ বিজ্ঞানৰ প্রশ্নকাকতৰ সমাধান | ||||
| 2016 | 2017 | 2018 | 2019 | 2020 |
| 2021 | 2022 | 2023 | 2024 | 2025 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved