SEBA দশম শ্ৰেণীৰ বিজ্ঞানৰ 'ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ' অধ্যায়ৰ পৃষ্ঠা ৬ ত থকা প্ৰশ্নাৱলীৰ অসমীয়া মাধ্যমৰ সমাধান। এই সমাধানত সংযোজন, বিযোজন, অপসৰণ, আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণসহ সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ অন্তৰ্ভুক্ত। বিস্তারিত সমাধানৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকত ক্লিক কৰক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ : MCQ Test - 1
1. তলৰ কোনটো তাপশোষক বিক্রিয়া
(a) 2H₂ + O₂ → 2H₂O
(b) 2Na + Cl₂ → 2NaCl
(c) CH₄ + 20, → CO₂ + 2H₂O
(d) N₂ + O2 → 2NO
2. ছিলভাৰ ক্ল'ৰাইড সূৰ্যৰ পোহৰত ৰাখিলে উৎপন্ন হোৱা মৌল
(a) Ag
(b) Cl
(c) Ag আৰু Cl
(d) Ag আৰু O₂
3. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটে অশুদ্ধ
2PbO(s) + C(s) → 2Pb(s) + CO₂(g)
(i) লেড বিজাৰিত হৈছে
(ii) কার্বন-ডাই-অক্সাইড জাৰিত হৈছে
(iii) কার্বন জাৰিত হৈছে
(iv) লেড অক্সাইড বিজাৰিত হৈছে
(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (i), (ii) আৰু (iii)
(d) সকলো
4. তাপ শোষণ হোৱা বিক্ৰিয়াবোৰক .............. বুলি কোৱা হয়
(a) তাপৰোধক
(b) তাপবর্জক
(c) তাপশোষক
(d) ওপৰৰ এটাও নহয়
5. যিবোৰ ৰাসায়নিক বিক্রিয়াত যৌগ এটা ইয়াত থকা উপাদানবোৰৰ পৰা প্ৰত্যক্ষভাৱে যোজিত হৈ উৎপন্ন হয় সেইবোৰ বিক্রিয়াক ................. বোলে
(a) সংযোজন
(b) বিক্রীয়ক
(c) বিভংগন
(d) সংৰোপন
6. যৌগ এটা ভাঙি উপাদানবোৰলৈ পৰিণত হোৱা বিক্রিয়া এটাক .............. বিক্রিয়া বোলে
(a) সংযোজন
(b) বিয়োজক
(c) বিভংগন
(d) বিশ্লেষণ
YouTube Channel
| Assam TET Academy | Subscribe Now |
7. ৰাসায়নিক বিক্রিয়াত অংশগ্রহণ কৰা পদৰ্থবোৰক চিহ্ন আৰু সংকেতৰদ্বাৰা উপস্থাপন কৰাক কি বোলা হয়
(a) ৰাসায়নিক সমীকৰণ
(b) ৰাসায়নিক বিক্রিয়া
(c) ৰাসায়নিক সংহতি
(d) ওপৰৰ এটাও নহয়
8. কোনো পদার্থত অক্সিজেন যোগ কৰা, হাইড্র'জেন অপসাৰণ কৰা প্ৰক্ৰিয়াক কি বোলা হয়
(a) জাৰণ
(b) সংযোজন
(c) বিজাৰণ
(d) অপসাৰণ
9. ZnO + C → Zn + CO এই বিক্রিয়াত জাৰিত আৰু বিজাবিত পদার্থ দুটা ক্রমে
(a) ZnO, C
(b) ZnO, CO
(c) Zn, CO
(d) C, ZnO
10. এটা বিকাৰত কিছু পৰিমাণে কেলচিয়াম অক্সাইড লৈ তাত পানী যোগ কৰিলে উৎপন্ন হোৱা যৌগটো
(a) CO₂
(b) Ca(OH)2
(c) CaCO3
(d) CaOH
11. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়
(a) SO2
(b) SO3
(c) Fe2O3
(d) ওপৰৰ আটাইকেইটা
12. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ মিহলি কৰিলে
(i) ছ'ডিয়াম ক্ল'ৰাইড আৰু বেবিৰ্যয়াম চালফেট উৎপন্ন হয়
(ii) এটা অপসবর্ণ বিক্রিয়া সংঘটিত হয়
(iii) এটা হি অপসরণ বিক্রিয়া সংঘটিত হয়
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ'ল
(a) (i), (ii), (iii)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)

13. কি ঘটে যেতিয়া লঘু হাইড্র'ক্লবিক এছিড লোৰ গুড়িত যোগ কৰা হয়
(a) হাইড্রজেন গেছ আৰু আইৰণ ক্ল'ৰাইড উৎপন্ন হয়
(b) ক্ল'ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়
(c) বিক্রিয়া নঘটে
(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়
14. লেড নাইট্রেট উত্তপ্ত কৰিলে নির্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল
(a) NO2
(b) PbO
(c) O2
(d) Pb
15. 2Cu + O2 -----→ 2CuO এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে
(a) CuO, O2
(b) Cu, O2
(c) O2, CuO
(d) Cu, CuO
16. তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে
(a) অপসাৰণ
(b) দ্বিঅপসৰণ
(c) বিযোজন
(d) সংযোজন
17. জাৰণ বিক্ৰিয়াৰ বিপৰীত বিক্ৰিয়াবোৰক কি বুলি কোৱা হয়
(a) জাৰণ বিক্রিয়া
(b) অপসাৰণ বিক্রিয়া
(c) বিজাৰণ বিক্রিয়া
(d) ওপৰৰ এটাও নহয
18. লেড নাইট্রেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয়
(a) PbO
(b) NO2
(c) N2
(d) O2
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
19. ছিলভাৰ ব্ৰ 'মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
(a) বিযোজন
(b) সংযোজন
(c) তাপগ্রাহী
(d) A আৰু C
20. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্রিয়াটো তলক কোনটো বিক্ৰিয়াৰ উদাহৰণ
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বিঅপসৰণ
(d) সংযোজন
21. BaCl2 + H2SO2 ----→ BaSO4 + 2HCI এই বিক্রিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ
(a) অপসৰণ
(b) দ্বিঅপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)
22. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে।
(a) মলি অতিৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্রক্সাইডৰ তৰপটো আঁতৰাবলৈ
23. ৰাসায়নিক সমীকৰণত ব্যৱহাৰ কৰা কাঁড় চিন বা সমান চিনৰ বাওঁফালৰ পদাৰ্থবোৰক ........... পদার্থ আৰু সোঁফালৰ পদার্থসমূহক ........... পদার্থ বোলে
(a) বিক্রিয়ক, বিক্রিয়াজাত
(b) বিক্রিয়াজাত, বিক্রিয়ক
(c) বিক্রিয়ক, বিক্রিয়মূল
(d) ওপৰৰ এটাও নহয়
24. ৰাসায়নিক সমীকৰণ এটাৰ কাঁড়চিনডালৰ দুয়োফালে প্রত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক ........... সমীকৰণ বোলে
(a) সমতুল
(b) সমধর্মী
(c) সমৰূপী
(d) ওপৰৰ এটাও নহয়
25. ৰেডক্স বিক্রিয়া CuO + C → Cu + CO ত জাৰক পদার্থ কোনবিধ
(a) C
(b) CuO
(c) Cu
(d) CO
26. তলৰ বিক্ৰিয়াটো নামকৰণ কৰা
AB + CD → AD + CB
(a) অপসাৰণ বিক্রিয়া
(b) বিয়োজক বিক্রিয়া
(c) সংযোজক বিক্রিয়া
(d) দ্বি-অপসাৰণ বিক্রিয়া
27. তলৰ বিক্ৰিয়াটোৰ জাৰক আৰু বিজাৰক পদার্থ চিনাক্ত কৰা
2SO₂ + O2 → 2SO3
(a) জাৰক : SO2, বিজাৰক : O2
(b) জাৰক : O₂, বিজাৰক : SO3
(c) জাৰক : O₂, বিজাৰক : SO2
(d) জাৰক: SO2, বিজাৰক : SO3
28. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ
(a) তাপগ্রাহী
(b) সংযোজন
(c) তাপবর্জী
(d) অধঃক্ষেপণ
29. কপাৰৰ ক্ষয়ীভরন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে
(a) ক'লা
(b) সেউজীয়া
(c) মুগা
(d) ৰঙা
30. ছিলভাৰৰ ক্ষারীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে
(a) কলা
(b) মুগা
(c) সেউজীয়া
(d) মটীয়া
| Prev | 1 2 3 . . . . . | Next | ||
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved