SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ "ধাতু আৰু অধাতু" অধ্যায়ৰ প্ৰশ্নাৱলী (পৃষ্ঠা নং ৪৯)ৰ সমাধান। সম্পূৰ্ণ উত্তৰসমূহ অসমীয়া মাধ্যমেৰে উপলব্ধ। ধাতু আৰু অধাতু সম্পৰ্কীয় গুৰুত্বপূর্ণ প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে সহায়ক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ধাতু আৰু অধাতু
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 49
1. (i) ছ'ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।
| ছ'ডিয়াম (2, 8, 1) → |
| অক্সিজেন (2, 6) → | ![]() |
| মেগনেছিয়াম (2, 8, 2) → | ![]() |
YouTube Channel
| Assam TET Academy | Subscribe Now |

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।
Na2O ৰ গঠন -
Na ------→ Na + + e -
(2, 8, 1) (2, 8)
(ছ'ডিয়াম কেটায়ন)
O + 2e - ------→ O 2-
(2, 6) (2, 8)
(অক্সাইড এনায়ন)

ছ'ডিয়াম আৰু অক্সাইড দুটা বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই ছ'ডিয়াম অক্সাইড (Na2O) গঠন হয়
MgO ৰ গঠন -
Mg ------→ Mg 2+ + 2e -
(2, 8, 2) (2, 8)
(মেগনেছিয়াম কেটায়ন)
O + 2e - ------→ O2-
(2, 6) (2, 8)
(অক্সাইড এনায়ন)

মেগনেছিয়াম আৰু অক্সাইড দুটা বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই মেগনেছিয়াম অক্সাইড (MgO) গঠন হয়
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি ?
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
| ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী |
| Page No → 40 ↔ 46 ↔ 49 ↔ 53 ↔ 55 ↔ 56 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved