SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ "ধাতু আৰু অধাতু" অধ্যায়ৰ প্ৰশ্নাৱলী (পৃষ্ঠা নং - 46) সম্পৰ্কীয় সম্পূৰ্ণ সমাধান। ধাতু আৰু অধাতুৰ বৈশিষ্ট্য, ব্যৱহাৰ, প্ৰতিক্ৰিয়া, আৰু প্ৰশ্নোত্তৰসহ সহজ ভাষাত ব্যাখ্যা। SSE, HSLC, SEBA পৰীক্ষাৰ বাবে সহায়ক।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ধাতু আৰু অধাতু
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 46
1. ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা -
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
YouTube Channel
| Assam TET Academy | Subscribe Now |

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্রৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
| ধাতু | আইৰন (II) ছালফেট | কপাৰ (II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্ৰেট |
| A | বিক্রিয়া নহয় | প্রতিষ্ঠাপন | ||
| B | প্রতিষ্ঠাপন | বিক্রিয়া নহয় | ||
| C | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | প্রতিষ্ঠাপন |
| D | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি A, B, C, D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?
(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ'ব ?
(iii) A, B, C, D ধাতুক সক্রিয়তাৰ নিম্নক্ৰমত সজোৱা।
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
4. লঘু হাইড্ৰ'ক্ল'ৰিক এছিড (HCl) ত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়া টোৰ সমীকৰণ লিখা |
5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক দিলে কি দেখিবা ? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা |
| ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী |
| Page No → 40 ↔ 46 ↔ 49 ↔ 53 ↔ 55 ↔ 56 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved