SCERT অসম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথি – "ধাতু আৰু অধাতু" অধ্যায়ৰ প্ৰশ্নাৱলী (পৃষ্ঠা নম্বৰ ৫৩)ৰ সম্পূর্ণ প্ৰশ্ন আৰু উত্তৰ অসমীয়াত। ছাত্র-ছাত্রীসকলৰ বাবে সহায়ক, সম্পূর্ণ সঠিক উত্তৰসমূহৰ সৈতে।
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

Chapter : ধাতু আৰু অধাতু
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) অসমৰ দশম শ্ৰেণীৰ শিক্ষাৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ, পৰীক্ষা পৰিচালনা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয় অধ্যয়ন কৰে, যেনেঃ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু বাণিজ্যিক শিক্ষা।
পাঠ্যক্ৰম আৰু পাঠ্যপুথি
SEBA-ৰ দ্বাৰা প্ৰদান কৰা পাঠ্যক্ৰমৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্নলিখিত বিষয়সমূহ অধ্যয়ন কৰে
প্ৰতিটো বিষয়ৰ বাবে SEBA-ৰ দ্বাৰা নিৰ্ধাৰিত পাঠ্যপুথি ব্যৱহাৰ কৰা হয়। এই পাঠ্যপুথিসমূহ SEBA-ৰ চৰকাৰী ৱেবছাইটত উপলব্ধ।
ধাতু আৰু অধাতু - প্ৰশ্নাৱলী, Page No - 53
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (Mineral)
(ii) আকৰ (Ore)
(iii) খনিজ মল (Gangue)
YouTube Channel
| Assam TET Academy | Subscribe Now |

2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ?
SEBA Class 10 in Assamese Medium
| English | অসমীয়া | গণিত |
| বিজ্ঞান | সমাজ | উচ্চ গণিত |
| E.Grammar | অ. ব্যাকৰণ |
| ধাতু আৰু অধাতু - প্ৰশ্নাৱলী আৰু অনুশীলনী |
| Page No → 40 ↔ 46 ↔ 49 ↔ 53 ↔ 55 ↔ 56 |
Study Materials (AssamTET.com)
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved