Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Dec 2018 : Assamese, Paper 1

   Download CTET December 2018 Paper 1 Assamese Language with Official Answer Key. Get authentic CTET Assamese Paper 1 solutions, important for exam preparation. Free PDF available!

 

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Study Materials Click Here

 

 

CTET December 2018 : Assamese, Paper 1

PART - IV

Language - I : Assamese


পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।

 

91. শিকাৰুক যেতিয়া বানান আৰু বিৰামচিহ্ন (punctuation) উন্নত কৰিবলৈ শিকোৱা হয়, তেতিয়া সিহঁতৰ

(1) শিকন ক্ষমতা তীক্ষ্ণ হয়
(2) শুদ্ধতা বা নিখুঁটতা উন্নত হয়
(3) সলসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনর্গলতা বর্দ্ধিত হয়
(4) সৃষ্টিশীলতাই পুষ্টি পায়

 

92. ভাষাৰ শ্রেণী এটাত সংগঠনবাদ (constructivism)ৰ অৰ্থ হৈছে

(1) ছাত্র - ছাত্রীসকলে বৈসাদৃশ্যমূলক বিভিন্ন ধৰণৰ নমুনা অধ্যয়ন কৰি এটা উপযুক্ত সমাধানত উপনীত হয়
(2) ছাত্র - ছাত্রীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ সূত্ৰৰ সৃষ্টি কৰে
(3) ছাত্র - ছাত্রীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাব মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্রতিফলিত কৰে
(4) ছাত্র-ছাত্রীসকলে নিজৰ শিকন-সামগ্রী প্রস্তুত কৰে আৰু প্রত্যক্ষ অভিজ্ঞতা লাভ কৰে


93. ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্রত্যাহ্বান হিচাপে ধৰা নহয় 

(1) এই বিষয়ে মানুহৰ অজ্ঞতা
(2) সা - সুবিধাৰ অভাৱ
(3) এই ধাৰণাত থকা দ্ব্যর্থকতা
(4) অনুবাদৰ জটিলতা

 

CTET Note PDF Download

SL Subjects Links
1 Paper - 1 Click
2 Paper - 2 (Mathematics) Click
3 Paper - 2 (Social Studies) Click

94. ভাষা আহৰণ হৈছে

(1) কেৱল প্রয়োজনীয় শব্দসম্ভাৰৰ ব্যৱহাৰ
(2) শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিবেশক উদগনি যোগোৱা এক কৌশল
(3) ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি
(4) মানৱ মস্তিষ্কৰ প্রকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্রক্রিয়া

 

95. ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে

(1) শ্ৰুতলিপি দি
(2) শিশুহঁতক পৰিপাটিকৈ লিখিবলৈ দি
(3) মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি
(4) শিকাৰুক নিবন্ধ শিকিবলৈ দি

 

96. ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়

(1) ছাত্র - ছাত্রীৰ সৈতে কথা পাতি
(2) ছাত্র - ছাত্রীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি
(3) ভুল আঙুলিয়াই সেইবোৰ ঠাইতে শুধৰাই দি
(4) কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি

 

 

97. এটা ভাষা শিকোৱাৰ ফলপ্রসূ পাঠ এটাৰ আৰম্ভণি হয়

(1) শিকিবলগীয়া  বিষয়বোৰৰ তালিকা প্রস্তুতকৰণত 
(2) সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্র-ছাত্রীক কার্য দি অনুপ্রেৰিত কৰি
(3) পাঠটোৰ প্ৰসংগ উত্থাপন কৰি
(4) ব্লেক বোর্ডত লিখি


98. নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে

(1) এক আদেশাত্মক কার্য
(2) এক নির্দেশমূলক কার্য
(3) এক নঞর্থক কার্য
(4) এক সৈদ্ধান্তিক কার্য

 

99. ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত

(1) স্পষ্ট ব্যাখ্যাৰ দ্বাৰা
(2) নিৰলে বা একান্তত
(3) একত্ৰিত ধৰণেৰে
(4) অনুকৰণৰ দ্বাৰা

 

অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class

YouTube : Assam TET Academy

 

CTET 2025 Paper 1 Note PDF Download

SL Subjects Links
1 CDP Click
2 Mathematics Click
3 EVS Click
4 English Click
5 Hindi Click
6 Assamese Click
7 Bengali Click

 

100. ভাষা শিকাৰ প্রক্রিয়াত ছাত্র-ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্রম কৰিব পৰা যাব

(1) শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়ি
(2) নাট্যকাৰ্যৰ মাজেৰে এনে কার্য দিব লাগে য'ত শিশুহঁতে ইটোয়ে সিটোৰ লগত কথা পাতে
(3) ভুলবোৰ ঠাইতে শুধৰাই দি
(4) ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কার্য বা গতিবিধিৰ আয়োজন কৰি


101. প্রশ্নকাকত এখন প্রস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত (testing objectives) চকু ফুৰাইছে। প্রশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে

(1) বিষয়বস্তু সামৰি লোৱাত
(2) প্রশ্নবোৰৰ প্ৰকাৰত
(3) বিশ্বাসযোগ্যতাত
(4) বৈধতাত

 

102. তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়

(1) বর্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা
(2) বানানৰ সামঞ্জস্যত অসুবিধা
(3) পঠনৰ গতি আৰু অনর্গলতাত অসুবিধা
(4) শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা

 

Chapter : Assamese, Paper 1

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

100. ভাষা শিকাৰ প্রক্রিয়াত ছাত্র-ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্রম কৰিব পৰা যাব

(1) শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়ি
(2) নাট্যকাৰ্যৰ মাজেৰে এনে কার্য দিব লাগে য'ত শিশুহঁতে ইটোয়ে সিটোৰ লগত কথা পাতে
(3) ভুলবোৰ ঠাইতে শুধৰাই দি
(4) ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কার্য বা গতিবিধিৰ আয়োজন কৰি


101. প্রশ্নকাকত এখন প্রস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত (testing objectives) চকু ফুৰাইছে। প্রশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে

(1) বিষয়বস্তু সামৰি লোৱাত
(2) প্রশ্নবোৰৰ প্ৰকাৰত
(3) বিশ্বাসযোগ্যতাত
(4) বৈধতাত

 

102. তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়

(1) বর্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা
(2) বানানৰ সামঞ্জস্যত অসুবিধা
(3) পঠনৰ গতি আৰু অনর্গলতাত অসুবিধা
(4) শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Dec 2024 Click Here
CTET PYQ Click Here

 

103. ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়

(1) প্রতিটো ভাষাৰে নিজস্ব গঠন থাকে
(2) সংস্কৃতি আৰু সভ্যতাৰ লগত ভাষা সম্পর্কিত
(3) ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে
(4) ভাষা সংশ্লেষণৰ পৰা বিশ্লেষণলৈ যায়


104. তলত দিয়া কোনটো শ্রেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে

(1) শিক্ষকৰ সৈতে সমস্বৰে পাঠ্যপুথিৰ অন্তৰ্গত কাহিনী এটা পঢ়া
(2) শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা
(3) এককভাবে পদ্য মুখস্থ কৰি আবৃত্তি কৰা
(4) প্রিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা


105. দ্রুত পঠনৰ উদ্দেশ্য হৈছে

(1) আগ্রহ উদ্রেক কৰা
(2) নির্দিষ্ট বিষয় - বর্ণন জনা
(3) বিস্তৃত পাঠ
(4) তথ্য বিচৰা

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

PART - V

Language - II : Assamese


পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।

 

121. প্রাথমিক বিদ্যালয়ৰ ছাত্র - ছাত্রীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো কৌশল আটাইতকৈ উপযোগী

(1) কাহিনীকথন আৰু শ্রুতলিপি প্রদান
(2) কবিতা আবৃত্তি আৰু ভাষাৰ প্ৰযোগশালা
(3) অভিনয় তথা চৰিত্ৰায়ন আৰু বাতৰি পঠন
(4) অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন

 

CTET 2025 Paper 2 Note PDF Download

SL Subjects Links
1 CDP Click
2 Mathematics & Science Click
3 Social Studies Click
4 English Click
5 Hindi Click
6 Assamese Click
7 Bengali Click

 

122. ভাষাত নিদানমূলক বা উপচাৰাত্মক শিক্ষণ (remedial teaching) ৰ উদ্দেশ্য হৈছে

(1) ছাত্র - ছাত্রীৰ আৰম্ভণি পৰ্যায়ৰ ভুলবোৰ শুধৰোৱা
(2) জ্ঞানৰ লগত জৰিত ভুলবোৰ শুধৰোৱা
(3) ছাত্র - ছাত্রীৰ আত্মবিশ্বাস বৃদ্ধি কৰা
(4) ওপৰত উল্লেখ কৰা গোটেইকেইটা


123. ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্রশ্ন আটাইতকৈ উপযুক্ত

(1) অতি চমু উত্তৰৰ প্ৰশ্ন
(2) দীঘল উত্তৰৰ প্ৰশ্ন
(3) ৰচনাত্মক প্রশ্ন
(4) বস্তুনিষ্ঠ প্রশ্ন

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

124. "ভাষা শিকাৰ সহজাত প্রবৃত্তি শিশুবোৰে জন্মতে লৈ আহে।" এই উক্তিটো কোনজন ভাষাবিদৰ

(1) জাঁ পিয়াযে
(2) ছম্স্কী
(3) ৱাইগট্স্কী
(4) পাভলভ


125. তোমাৰ অঞ্চললৈ এজনী ছোৱালী হিন্দী ভাষা বলয়ৰ আহি তোমাৰ ভাষাটো ব্যৱহাৰ কৰোঁতে ভুল কৰিছে। এই ক্ষেত্ৰত এগৰাকী ভাষাৰ শিক্ষক হিচাপে তলত দিয়া কোনটো উক্তিক তুমি শুদ্ধ বুলি বিবেচনা কৰিবা

(1) ছোৱালীজনীক তাই কৰা ভুলবোৰ বাৰে বাৰে সোঁৱৰাই দিব লাগিব
(2) তাইক ভাষাটো ব্যৱহাৰ কৰাৰ আৰু বেছি সুযোগ দিব লাগিব
(3) নতুন ভাষাটো প্রতিদিনে আধাঘন্টাকৈ অনুশীলন কৰিবলৈ তাইক কোৱা উচিত
(4) নতুন ভাষাটো প্রয়োগ কৰোঁতে তাইৰ মাতৃভাষাৰ প্ৰভাৱ পৰিবলৈ দিব নালাগিব

 

126. তলত দিয়া উদ্দেশ্যবোৰৰ কোনটোৰ কাৰণে ভাষা শিকাৰ আৱশ্যকতা নাই

(1) জীৱনৰ বিভিন্ন স্তৰবোৰ জানিবলৈ
(2) ভাষা বোধ আয়ত্ত কৰিবলৈ
(3) অভ্যন্তৰৰ স্বৰ শুনিব আৰু ক'বৰ কাৰণে
(4) জীৱনৰ বিভিন্ন প্রয়োজন পূৰ কৰিবলৈ

 

 

127. ভাষাৰ সন্দৰ্ভত ৰচনাত্মক ধৰণৰ পৰীক্ষাৰ সুবিধা তলত দিয়া কোনটো

(1) ই শিশু এটাৰ চিন্তাক শংখলাবদ্ধ কৰি লিখিত ভাষাত প্রকাশ কৰাৰ ক্ষমতা মূল্যায়নত সহায় কৰে
(2) ই ছাত্র - ছাত্রীৰ পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্ন শিকাত সহায় কৰে
(3) ছাত্র - ছাত্রীসকলে পৰীক্ষাৰ কাৰণে মাত্র কেইটামান প্রশ্নৰহে প্রস্তুতি কৰিব লাগে কাৰণে সময় ৰাহি হয়
(4) ই এনে পৰীক্ষাই সমগ্র পাঠ্যক্রম সামৰি লয়


128. বিশেষভাবে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা অনুশীলনত ................. প্রয়োজন হয়

(1) চিন্তাৰ মৌলিকতাৰ
(2) প্রতীকি ভাষাৰ প্রয়োগৰ
(3) শুদ্ধ শব্দসম্ভাৰৰ ব্যৱহাৰৰ
(4) ভাল হাতৰ আখৰৰ


129. ভাষাৰ নিৰম্ভৰ আৰু সর্বাত্মক মূল্যায়নৰ কাৰণে তলত উল্লেখ কৰা কোনটোত গুৰুত্ব দিয়া উচিত

(1) শুদ্ধ শব্দসম্ভাৰ
(2) প্রকল্প কার্য
(3) শুদ্ধ উচ্চাৰণ
(4) বিভিন্ন প্রসংগত ভাষাটো ব্যৱহাৰ কৰিব পৰা ক্ষমতা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

130. বহুভাষিকতা হৈছে

(1) ভাষা শিক্ষণৰ ক্ষেত্রত বাধা বা হেঙাৰ
(2) ভাষা উৎসৰ কাৰণে ক্ষতিকাৰক
(3) ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূর্ণ উৎস
(4) ভাষা শিকনৰ অসুবিধাৰ সৃষ্টিকাৰক


131. ভাষাৰ প্ৰাথমিক ৰূপ হৈছে

(1) সংকেত ভাষা
(2) ব্যাকৰণ
(3) লিখিত ভাষা
(4) মৌখিক ভাষা


132. প্রাথমিক পর্যায়ত সাধু আৰু পদ্যৰ ক্ষেত্রত কোনটো দিশ আটাইতকৈ গুৰুত্বপূর্ণ বুলি তুমি বিবেচনা কৰিবা

(1) সাধু আৰু পদ্যবোৰ নীতিশিক্ষামূলক হোৱা উচিত
(2) সাধু আৰু পদ্যবোব শব্দসম্ভাৰত সমৃদ্ধ হোৱা
(3) বিভিন্ন গুৰুত্বপূর্ণ নাম আৰু উদাহৰণৰ পুনৰাবৃত্তি হোৱা উচিত
(4) সেইবোৰ মহত্ত্বপূর্ণ লেখক বা কবিৰ দ্বাৰা লিখা হোৱা উচিত

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

133. ভাষাৰ ব্যাকৰণ শিক্ষাই তলৰ কোনটো উন্নত কৰাত সহায় কৰে

(1) শুদ্ধতা
(2) অনর্গলতা
(3) সংখ্যাত্মকতা
(4) সাক্ষৰতা


134. তলত দিয়া কোনটো লিখন প্রথাৰ অন্তর্ভুক্ত

(1) কাহিনীৰ ধাৰণা
(2) কল্পনা
(3) বিৰাম চিহ্ন (punctuation) ৰ শুদ্ধ প্রয়োগ
(4) ভাল শব্দসম্ভাৰ.................


135. ভাষা মূল্যায়নৰ মুখ্য উদ্দেশ্য

(1) শিক্ষার্থীৰ ভুলবোৰ বিচাৰি উলিওৱা
(2) ছাত্র - ছাত্রীৰ পদোন্নতিৰ কাৰণে প্রদর্শনৰ বিচাৰ কৰা.........
(3) ছাত্র - ছাত্রীৰ কৃতকার্যতাৰ হিচাপ লোৱা
(4) শিকন-অম্ভৰ (gaps in learning) চিহ্নিত কৰি তাৰ নিদান বা উপচাৰৰ ব্যৱস্থা কৰা

 

CTET Previous Year Question Papers for Assamese Paper
June - 2011 Jan - 2012 Nov - 2012
July - 2013 Feb - 2014 Sep - 2014
Feb - 2015 Sep - 2015 Jan - 2016
Feb - 2016 Sep - 2016 Dec - 2018
Dec - 2019 July - 2019 Jan - 2021
Dec - 2022 Jan - 2022 Aug - 2023
Jan - 2023 Jan - 2024  July - 2024
Dec - 2024

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Study Materials

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class - 10
Asaam TET-GT Assam TET-PGT Class - 12

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved