Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Dec 2022 : Assamese, Paper 1

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here

 

অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class

YouTube : Assam TET Academy

 

CTET 2025 Paper 2 PDF Download

SL Subjects Language Paper Links
1 CDP Click
2 Mathematics & Science Click
3 Social Studies Click
 
4 English Language - 1 Click
Language - 2 Click
 
5 Hindi Language - 1 Click
Language - 2 Click
 
6 Assamese Language - 1 Click
Language - 2 Click
 
7 Bengali Language - 1 Click
Language - 2 Click

 

CTET December 2022 : Assamese, Paper 1

1. উত্তৰ প্ৰদেশৰ পূব ভাগত ব্যৱহাৰ হোৱা কখিত ভাষা উত্তৰ প্ৰদেশৰ পশ্চিমভাগত ব্যৱহাৰ হোৱা ভাষাতকৈ সামান্য বেলেগ। এই পার্থক্যক কি বুলি জনা যায়

  • সেয়া হিন্দী ভাষাৰ উপভাষা
  • সেয়া পৃথক ভাষা
  • সেয়া হিন্দীৰ এটা উপভাষা
  • সময়ত সেয়াই দুটা ভিন্ন ভাষাৰ ৰূপ পাব

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

2) ভাষা শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয়

  • মূলতঃ উদ্দেশ্যমূলক ব্যৱহাৰৰ যোগেদি ভাষাৰ বিকাশ হয়
  • শিক্ষণত কথা কোৱা, লিখা, গঢ় দিয়া আৰু লৰচৰ কৰা আদি জড়িত হৈ থাকে
  • ভাষাৰ গঠনশৈলী আৰু ভাষাৰ ৰূপৰ শিক্ষণৰ জৰিয়তে ভাষা শিক্ষা সম্ভব হয়
  • ভাষাৰ ব্যৱহাৰ বোধশক্তিৰ বিকাশত অৰিহনা যোগায় আৰু বোধশক্তিৰ বিকাশৰ বাবে ভাষাৰ ব্যবহাৰ এক আবশ্যকীয় অর্হতা

 

3) তলত উল্লেখ কৰা কোনকেইটা ভাষা ভাৰত চৰকাৰে ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিছে 

  • সংস্কৃত, তামিল, ডোমী, কানাড়া, মালায়ালম, ওড়িয়া
  • হিন্দী, তেলেগু, কানাড়া, মালয়ালম, সংস্কৃত, ওড়িয়া
  • সংস্কৃত, তামিল, তেলেগু, কানাড়া, মাৰাখী, ওড়িয়া
  • সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালয়ালম, ওড়িয়া
 

4) শিক্ষাত মাতৃভাষাভিত্তিক বহুভাষিক মানে হ'ল

  • শিকাৰুৱে মাতৃভাষাত বিদ্যাৰস্ত কৰি ক্ৰমান্বয়ে আৰু বেলেগ বেলেগ ভাষাত শিকিবলৈ আৰম্ভ কৰে
  • শিকাৰুৱে সকলোবোৰ মূল বিষয় মাতৃভাষাত শিকে আৰু পিছত ইংৰাজী মাধ্যমলৈ গতি কৰে
  • শিকাৰুৱে বিদ্যালয়ত মাতৃভাষা এটা ভাষা হিচাপে শিকে আৰু ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰে
  • শিকাৰুৱে প্ৰথম শ্ৰেণীৰ পৰাই ইংৰাজী শিকে আৰু বিদ্যালয়ৰ মাধ্যমিক স্তৰৰ পৰা ভাৰতীয় ভাষাৰ মাধ্যমৰ পৰা ইংৰাজী মাধ্যমলৈ গতি কৰে

 

CTET 2025 Paper 1 PDF Download

SL Subjects Language Paper Links
1 CDP Click
2 Mathematics Click
3 EVS Click
 
4 English Language - 1 Click
Language - 2 Click
 
5 Hindi Language - 1 Click
Language - 2 Click
 
6 Assamese Language - 1 Click
Language - 2 Click
 
7 Bengali Language - 1 Click
Language - 2 Click

 

5) বিদ্যালয়ৰ শিক্ষাত 'সম্পদ হিচাপে বহুভাষিকতা' মানে কি

  • যিমান বেছি সংখ্যক সম্ভর ভাষা শিক্ষন
  • শিক্ষানীতিত শিখিল ভাষা গ্রহণ
  • শ্রেণীকোঠাত শিকাৰুৰ ভাষাৰ ব্যৱহাৰ
  • শ্ৰেণীকোঠাৰ শিক্ষনত ইয়াক এক পদ্ধতিৰূপে গ্রহণ কৰা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

6) যেতিয়া এটি শিশুরে নতুন ভাষা এটা শিকে, তাই/সি কথা ক'বলৈ আৰু ভাষাটো ব্যৱহাৰ কৰিবলৈ সময় লয়। এই সময়খিনিক কি বোলা হয়

  • নিৰীক্ষণৰ সময়
  • নীৰব সময়
  • জটিল সময়
  • কলকলনিৰ সময়

 

7) এগৰাকী শিক্ষয়িত্ৰীয়ে তেঁওৰ ছাত্র-ছাত্রীসকলক 'nt' আৰু 'nd' বে শেষ হোৱা যেনে 'Plant' 'Blend' আদি শব্দ কিছুমান দি সেইবোৰ ভালদৰে উচ্চাৰণ কৰিবলৈ ক'লে। এই শব্দ যোৰাটো কি বুলি জন্য যায়

  • তুলনামূলক যোৰা
  • বিপৰীত যোৰা
  • তুলনীয় যোৰা
  • প্রভেদমূলক যোৰা

 

Mock Tests of CTET Assamese, Paper I

    Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 1 Test - 1
CTET Assamese, Paper 1 Test - 2
CTET Assamese, Paper 1 Test - 3
CTET Assamese, Paper 1 Test - 4
CTET Assamese, Paper 1 Test - 5
CTET Assamese, Paper 1 More Test

 

৪) গৌৰৱে বাস্কিন বণ্ডৰ গল্প পঢ়ি ভাল পায় আৰু যেতিয়াই সময় পায় তেতিয়াই তেওঁ ৰাস্কিন বণ্ডৰ গল্প পড়ে। এই পঠনটোক কি বুলি জনা যায়

  • সাৰগ্ৰহণ (Skimming)
  • বীক্ষণ (Scanning)
  • বিস্তৃত পঠন (Extensive Reading)
  • ঐকান্তিক পঠন (Intensive Reading)

 

9) তলৰ কোনটোৱে আন্তঃক্রিয়া প্রকল্প/প্রমেয় (interactional hypothesis) সমর্থন নকৰে 

  • নির্দিষ্ট বিষয়ত দলীয় প্রকল্প
  • শিকাৰুৰ মাজত আলাপ-আলোচনাৰ সুবিধা-প্রদান
  • দলীয় কাম, দুজনীয়া কাম আৰু সমগ্ন শ্ৰেণীকোঠাৰ কাম
  • শিক্ষকৰদ্বাৰা বক্তৃতা প্রদান আৰু শ্রুতলিপিৰ কৰ্ম

 

10) তলৰ কোনটো ছাত্র-ছাত্রীসকলৰ পঠনৰ বিকাশৰ এটা উদ্দেশ্য নহয় 

  • পাঠ এটা পঢ়োতে সিদ্ধান্ত উপনীত হোৱা অৰ্থাৎ ধাৰণা সৃষ্টি কৰি লোৱা
  • পূৰ্বৰ জ্ঞানৰ সৈতে পাঠটোৰ সংযোগ স্থাপন কৰা
  • শব্দৰ অর্থ, ভাষাৰ বিভিন্ন খণ্ডবোৰৰ অৰ্থ বুজা
  • শিক্ষকে উচ্চাৰণ কৰা শব্দবোৰ ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়া

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

11) ষষ্ট শ্ৰেণীৰ শিক্ষয়িত্রী আস্থাই ব্যাকৰণৰ বিষয়বস্তু শিকায়। তেওঁ একোটা একোটা বাক্যবে শ্রেণীকোঠাত প্রত্যক্ষ উক্তি পৰোক্ষ উক্তি শিকায়। তেওঁ শিক্ষার্থীসকলক অনুশীলন কৰিবলৈ যথেষ্ট গৃহকার্য দিয়ে আৰু পিছলৈ প্রত্যক্ষ উক্তিক পৰোক্ষ উক্তিলৈ সলনি কৰাৰ কাম দিয়ে। এই কৌশলটোক কি নামেৰে জনা যায়

  • শিক্ষামূলক ব্যাকৰণ (Pedagogical grammar)
  • অধ্যয়ন-নিয়োজিত-প্রতিফলন (Study-Engage-Reflect)
  • ঐকান্তিক অনুশীলনৰ জৰিয়তে ব্যাকৰণ (Grammar through intensive practice)
  • উপস্থিত-অনুশীলন-উৎপাদন (Present-Practice-Produce)

 

12) এগৰাকী শিক্ষকে পৌৰনিগমে বাৰিষাৰ সময়ত ল'বলগীয়া সতর্কতামূলক ব্যৱস্থাৰ বিষয়ে প্রস্তুত কৰা এখন ইস্তাহাৰ পালে। সেইখন তেওঁ শ্রেণীকোঠাত বিভিন্ন কামৰ জৰিয়তে শব্দ আৰু পঠন শিক্ষনত ব্যৱহাৰ কৰিলে। এই ইস্তাহাৰখনক কি বুলি কোৱা হয় ?

  • বিশ্বাসযোগ্য সামগ্রী
  • কুটিম/অস্বাভাবিক সামগ্রী
  • ভাষা শিকলৰ কাম
  • প্রাথমিক তথ্যৰ সঙ্কেতোদ্ধাৰ

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

13) সপ্তম শ্রেণীৰ শিক্ষকে ছাত্র-ছাত্রীসকলক কেইটামান দলত ভাগ হ'বলৈ কৈ বিভিন্ন বিষয়বস্তু ঠিক কৰি লৈ সেই বিষয়বস্তুৰ বিষয়ে তথ্য সংগ্রহ কৰিবলৈ চহৰখন ঘূৰা-সকা কৰি, লগৰ-সমনীয়াৰ লগত কথা-বতৰা পাতি এটা ৰিপোর্ট (এখন প্রতিবেদন) প্রস্তুত কৰিবলৈ দিলে। এইটো কি বুলি জনা যায়

  • গৃহ কার্য
  • প্রদত্ত কার্য
  • প্রকল্প কার্য
  • সমাজ বিজ্ঞানৰ কাৰণে কার্য

 

MCQs of CTET Assamese, Paper I

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 1. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

14) তলৰ কোনটোক পত্ৰাধাৰ মূল্যায়ন (Portfolio Assessment) বুলি ক'ব পাৰি

  • শিকাৰুৰ বিভিন্ন শিকল সংঘটনৰ সংগ্ৰহ আৰু থতিয়াত ৰখা আৰু সেইবোৰ তেওঁলোকৰ সামগ্রিক মূল্যায়ণৰ বাবে ব্যৱহাৰ কৰা
  • শিক্ষণ-শিকণৰ বাবে প্ৰতিজন শিক্ষার্থীৰ গোটেই বছৰটোৰ খতিয়ান সংগ্ৰহ কৰা
  • শিক্ষার্থীৰ বৰ্ষান্ত পৰীক্ষা তেওঁৰ সামগ্রিক মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা
  • গোটেই বছৰটোত পতা আনুষ্ঠানিক পৰীক্ষাবোৰৰ সহায়ত মূল্যায়ন

 

15) তলৰ কোনটো চিহ্ন ভাষা (Sign Language) ৰ ক্ষেত্ৰত শুদ্ধ?

  • চিহ্ন ভাষাৰ ব্যাকৰণ থাকে
  • চিহ্ন ভাষাৰ কোনো ব্যাকৰণ নাথাকে
  • চিহ্ন ভাষাৰ কিছুমান নির্দিষ্ট (পূর্বনির্ধাৰিত) অঙ্গী-ভঙ্গী থাকে
  • সমগ্র পৃথিৱীৰ চিহ্ন ভাষা কেৱল এটা

 

CTET Previous Year Question Papers for Assamese Paper
June - 2011 Jan - 2012 Nov - 2012
July - 2013 Feb - 2014 Sep - 2014
Feb - 2015 Sep - 2015 Jan - 2016
Feb - 2016 Sep - 2016 Dec - 2018
Dec - 2019 July - 2019 Jan - 2021
Dec - 2022 Jan - 2022 Aug - 2023
Jan - 2023 Jan - 2024  July - 2024
Dec - 2024

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

Study Materials

Assam TET-LP Assam TET-UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class - 10
Asaam TET-GT Assam TET-PGT Class - 12

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved