Explore the official answer key for CTET January 2021 Assamese Paper 1. Access detailed solutions, key questions, and expert insights to boost your preparation. Download now for accurate, comprehensive solutions!
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Study Materials | Click Here |

CTET January 2021 : Assamese, Paper 1
PART - IV
Language - I : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।
106. ব্যাকৰণ শিকোৱাৰ এটা ফলপ্রসূ পদ্ধতি বা উপায় হৈছে
(1) উদাহৰণেৰে সৈতে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা
(2) পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা
(3) নির্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণৰ নিয়ম শিকোৱা
(4) ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা
107. 'সামাজিক আদান-প্রদান'-ৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পর্কিত
(1) পানিনি
(2) স্কিনাৰ
(3) ৱাইগটস্কী
(4) ক'লবার্গ
108. তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে
(1) শিশুটোৱে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটা
(2) ঘৰ আৰু ঘৰৰ আশে-পাশে ডাঙৰে কথা পতা শুনা
(3) শিশুটোক শুদ্ধ বাক্য আঁওৰাবলৈ দিয়া
(4) আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া
CTET 2025 Paper 1 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics | Click | |
| 3 | EVS | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
109. কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাবিকভাবে ভাষা আহৰণ কৰে
(1) এটা সময়ত কেৱল এটা ভাষাৰ সৈতে শিশুটোক পৰিচয় কৰালে
(2) আশ-পাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে
(3) বিশেষতঃ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ পৰিৱেশত
(4) ভাষা এটাব গঠন শিকালে
110. পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূর্ণ
(1) পাঠটোত থকা শ্রুতিটো শব্দ পঢ়া
(2) যতিচিহ্নবোৰত মনোযোগ দিয়া
(3) লিখিত পাঠটোত অর্থ বুজি পোৱা
(4) শুদ্ধ উচ্চাৰণৰ সৈতে পাঠটো ডাঙৰকৈ পঢ়া
111. তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষনৰ উদ্দেশ্য নহয়
(1) বোধগম্য হোৱাকৈ পঢ়িব পৰা হোৱা
(2) গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ প্রকাশ
(3) শুনাখিনি বুজি পোৱা হোৱা
(4) যুক্তিসংগত লিখনৰ বিকাশ

112. নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিত্বাত্তিক সজাগতা অতি বেছিকৈ সম্পর্কিত
(1) শ্রৱণ ক্ষমতা
(2) কথন ক্ষমতা
(3) পঠন ক্ষমতা
(4) লিখন ক্ষমতা
113. নৌম চমস্কীয় বিশ্বাস কৰে যে, শিশুৱে ভাষা ............. কৰাৰ এক জন্মগত ক্ষমতা থাকে
(1) আহৰণ
(2) অনুকৰণ
(3) পৰিৱর্তন
(4) অনুবাদ
114. ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত
(1) অনুকৰণৰ দ্বাৰা
(2) একাকীত্বত
(3) পুংখানুপুংখ বিৱৰণ তথা ব্যাখ্যাৰ জৰিয়তে
(4) সংগঠিত ধৰণেৰে
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
YouTube : Assam TET Academy
CTET 2025 Paper 2 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics & Science | Click | |
| 3 | Social Studies | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
115. এগৰাকী শিক্ষকে ন-শিকাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে। এইক্ষেত্রত শিক্ষক গৰাকীয়ে ............
(1) শ্রেণীকোঠাটো নীৰব হৈ থাকিবৰ কাৰণে ন-শিকাৰুহঁতক ব্যস্ত ৰাখিছে
(2) ন-শিকাৰুহঁতৰ সূক্ষ্ম 'মটৰ ক্ষমতা' (motor skill)-ৰ বিকাশ কৰিছে
(3) উদীয়মান শিশুশিল্পীক সুযোগ দিছে
(4) সাধাৰণভাবে শিকাৰুক কার্য এটাত জৰিত কৰিছে
116. তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে
(1) এককভাবে আৰু সমবেতভাবে কবিতা আবৃত্তি কৰে
(2) চৰিত্ৰ ৰূপায়নৰ খেল বা নাটক (role play) ত অংশগ্রহণ কৰা
(3) শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথিৰ পাঠ এটা আওৰোৱাঁ
(4) শিক্ষকৰ লগে লগে শব্দবোৰৰ শুদ্ধ উচ্চাৰণ সমবেত স্বৰত অনুশীলন কৰা
117. তৃতীয় শ্রেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষার্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্রম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীৰ এই কার্যই শিক্ষাথীৰ ............. বৃদ্ধিত সহায় কৰে
(1) পঠন বোধগম্যতা
(2) বোধগম্য ইন্-পুট
(3) লিখন দক্ষতা
(4) শিক্ষার্থীৰ কথন সময়
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Dec 2024 | Click Here |
| CTET PYQ | Click Here |
118. এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমানত লেবেল লগাইছে। শিক্ষকজনৰ এই কার্যই ছাত্র-ছাত্রীসকলক প্রকৃত বস্তুবোৰ আৰু লেবেলত লিখা নামবোৰ সম্পর্কিত কৰাত সহায় কৰিব। এই কার্যটোৱে ছাত্র-ছাত্রীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব
(1) ব্যাকৰণ
(2) লিখন দক্ষতা
(3) শব্দ সম্ভাৰ
(4) হস্তাক্ষৰ
119. তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্রসূ
(1) সাধু কথন
(2) সাধু লিখন
(3) ঘটনা এটাৰ বিৱৰণ দিয়া / কৰা
(4) শ্রুতলিপি
120. শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্রশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব
(1) তোমাৰ প্রিয় কিতাপবোৰৰ ভিতৰত এখনৰ নাম কোৱা/লিখা
(2) 'পছন্দ' শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা
(3) তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা
(4) তুমি পঢ়া কবিতা এটাৰ কবিগৰাকীৰ নাম কোৱা/লিখাঁ
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
PART - V
Language - II : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।
136. শিশুৰ ভাষা আহৰণ প্রক্রিয়াটোত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে
(1) শিক্ষকে
(2) পৰিয়ালে
(3) বিদ্যালয়ে
(4) গণ মাধ্যমে
137. ব্যাকৰণৰ নিয়মবোৰ মনত ৰখাই এই পদ্ধতিটোৰ সাৰ। পদ্ধতিটো হৈছে
(1) গঠনাত্মক পদ্ধতি
(2) প্রত্যক্ষ পদ্ধতি
(3) ব্যাকৰণ অনুবাদ পদ্ধতি
(4) প্রাকৃতিক পদ্ধতি
138. ভাষা এটা শিকাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো গুৰুত্বপূর্ণ নহয়
(1) প্রেৰণা
(2) আত্মবিশ্বাস
(3) শিকাৰ প্রতি আগ্রহ
(4) অনুবাদ
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
139. শিশুক লিখিবলৈ শিকাওঁতে শিক্ষক গৰাকীয়ে কি কৰা উচিত
(1) ভাষাটোৰ বর্ণমালা শিকোৱা
(2) শিশুক নিজৰ ভাববোৰ লিখিবলৈ সুযোগ দিয়া
(3) শিশুক বছনাখণ্ড বা দফা এটা প্রথমতে। মুখস্থ কৰিবলৈ দি তাৰ পাছত সেই দফাটো ভাল হাতৰ আখৰেৰে লিখিবলৈ দিয়া
(4) ব্লেক বোর্ডত লিখা দিয়া আখৰবোৰ টুকি ল'বলৈ দিয়া
140. শিক্ষার্থীৰ কাৰণে শিকন-শিক্ষণ সামগ্রী (Teaching-Learning Material) বাচি লওঁতে কোনটো দিশত গুৰুত্ব দিব লাগে
(1) সামগ্রীখিনি ওচৰৰ বজাৰত উপলব্ধ হোৱা উচিত
(2) সামগ্রীখিনি বেছি খৰচী হ'ব নালাগে
(3) সামগ্রীবোৰ ছাত্র-ছাত্রীয়ে নিজেই তৈয়াৰ কৰা উচিত
(4) সামগ্রীখিনি প্রসংগ সংগত আৰু সংগঠিত ধৰণৰ হোৱা উচিত
141. দ্বিতীয় শ্রেণীৰ ছাত্র-ছাত্রী কিছুমানে কিছুমান বিশিষ্ট ধ্বনি (phoneme) উচ্চাৰণ কৰাত অসুবিধা পাইছে। এই অসুবিধা দূৰ কৰিবৰ কাৰণে শিক্ষকে তলত দিয়া কোনটো কৌশল ব্যৱহাৰ কৰিলে আটাইতকৈ ফলপ্রসূ হ'ব
(1) মানৱ বাগযন্ত্রৰ ছবি আঁকি উচ্চাৰণৰ স্থান সমূহ বুজাই দিয়া
(2) নূন্যতম বিৰোধী শব্দৰ যোৰা (minimal pair) ব্যৱহাৰ কৰি, অর্থাৎ ধ্বনিৰ মিল থকা একেধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি ছাত্র-ছাত্রীক শব্দবোৰত থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিবলৈ দিয়া
(3) বিশিষ্ট ধ্বনিবোৰৰ তলত আঁচ টানি সেইবোৰৰ ব্যৱহাৰ ব্যাখ্যা কৰি ডাঙৰকৈ শব্দ কবি পাঠটো পঢ়া
(4) ছাত্র-ছাত্রীবোৰৰ এই অসুবিধা দূৰ হোৱাকৈ বাৰম্বাৰ আঁওৰাই পঢ়াৰ অনুশীলন তথা অভ্যাস কৰোৱাব লাগে

142. ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হৈছে
(1) নির্গম (inductive) পদ্ধতি
(2) আগম (deductive) পদ্ধতি
(3) ব্যাকৰণ অনুবাদ পদ্ধতি
(4) প্রত্যক্ষ পদ্ধতি
143. ভাষা এটাৰ আহৰণ কেনেদৰে কৰা হয়
(1) স্বাভাবিক কথোপকথন বা আদান- প্রদানমূলক পৰিৰ্মেশত ভাষাটো ব্যৱহাৰ কৰাৰ দ্বাৰা
(2) ভাষাটোৰ গঠন ব্যাখ্যা কৰি
(3) ভাষাটোৰ সাহিত্য পঢ়ি
(4) ভাষাটো কোৱা লোকসকলৰ কলা- সংস্কৃতিৰ বিষয়ে জনা / শিকাৰ দ্বাৰা
144. সূক্ষ্ম মটৰ স্কিল (motor skill) বিকাশৰ এটা উদাহৰণ হৈছে
(1) বগোৱা
(2) জঁপিউৱা
(3) লিখা
(4) আবৃত্তি কৰ
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
145. তলত উল্লেখ কৰা প্রশ্নবোৰৰ ভিতৰত শিক্ষকে সোধা কোনটো প্রশ্নই বা কার্যই শ্রেণীত বহুভাষিকতা উৎসাহিত কৰে
(1) বেলুন কিমান ওপৰলৈ উৰিব পাৰে
(2) শাক-পাচলিবোৰ নাম তোমাৰ নিজৰ ভাষাত লিখা
(3) তোমাৰ পোহনীয়া জীৱ-জন্তু আছেনে
(4) তুমি আখৰবোৰ লিখিলানে
146. নিম্ন শ্রেণীৰ শ্ৰেণীকোঠাত ওমলা পদ্য বা ছন্দৰ মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে। কাৰণ
(1) এনে পদ্যবোবে শিকাৰুক লক্ষ্য ভাষাটো কোৱাৰ সুবিধা দিয়ে
(2) এনে পদ্যবোৰে শিকাৰুক নিয়মানুবর্তিতা শিকায়
(3) এনে পদ্যবোৰৰ জৰিয়তে শিকাৰুৱে লক্ষ্যভাষাটোৰ ব্যাকৰণ শিকিব পাৰে
(4) এনে পদ্যবোৰে শিকাৰুক জটিল শব্দবোৰ ব্যাখ্যা কৰি বাক্য গঠন কৰাত সহায় কৰে
147. এগৰাকী শিক্ষকে শ্রেণীকোঠাত শ্রৱণ কার্য এটা কৰোৱাবলৈ লৈছে। এই কাৰ্যৰ বাবে শিক্ষকগৰাকীয়ে শিক্ষার্থীক কিছুমান অন্বেষণমূলক প্রশ্নৰ দ্বাৰা আগ্রহ জন্মাব পৰা আৰু আলোচনা কৰিব পৰা মস্তিষ্কমস্থনকাৰী / মনোমন্থনকাৰী কাৰ্যৰ পৰিকল্পনা কৰিছে। শিক্ষক গৰাকীৰ এই প্রস্তুতি বা পৰিকল্পনা হৈছে
(1) পূর্ব-শ্রৱণ কার্য
(2) শ্ৰৱণৰত কার্য
(3) পশ্চ-শ্রৱণ কার্য
(4) শ্রৱন কার্যৰ পশ্চাদ ক্রিয়া
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
148. ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যবহাৰ কৰাৰ সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ
(1) এই কার্যই শিশুবোৰৰ ছবিবোৰ লক্ষ্য কৰিবলৈ সুযোগ দিয়ে
(2) এই কার্যই শিশুহঁতক ছবিবোৰৰ আধাৰত লিখিবলৈ তথা নিজকে প্রকাশ কৰিলৈ সুযোগ দিয়ে
(3) এই কার্যই শিশুহঁতক কল্পনাৰ আৰু সৃষ্টিশীলতাৰ জগতখনত ঠাই দিয়ে
(4) এই কার্যই শিশুহঁতৰ শ্রৱণ ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিয়ে
149. সাক্ষৰতাৰ আদিস্তৰ বা উদগম পর্যায়ত ............... ও আনকি লিখনৰ অন্তর্গত হয়
(1) আখৰ সজা
(2) শব্দ লিখা
(3) বাক্য গঠন কৰা
(4) ছবি আঁকা
150. শিক্ষার্থীৰ ভাষা ব্যবহাৰৰ মূল্যায়ন কৰোতে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূর্ণ
(1) চেক লিষ্ট
(2) মূল্য মাপনী
(3) পত্ৰাধাৰ বা প'র্টফলিঅ'
(4) আদান-প্রদান তথা কথোপকথন
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class - 10 |
| Asaam TET-GT | Assam TET-PGT | Class - 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved